Aibur manuh sorkaror sokut nopore. Aku khubidha aku khaharjya r naam konu pua taan hoi. Apuni bohut val kam korise. Asolote val kam koribole sorkari table chair, salary nalage. Mon tu holei hol. ❤❤
Eman kita you tube r dekhilu apunar nisina dekha nai apuni manuhor rupot ajon bhogowan apuni hodai hukhot thakok apunar ghorr manuh vale thakok tare kamona korilu love you dada
News channel bilake enekua luk hokolok dekhi nepai neki ?? O parisiluei ei rastatut je news channel or dami gari keikhon jabo nuwaribo no 😯😢. B D W a big salute to the real kind hearted person in Assam Long live brother 🫡
Aji election r result dib tat aji duty t aso তথাপিও Homoy তোমাৰ video bor নচুৱা koi থাকিব নোৱাৰোঁ কি বুলি তোমাক ধন্যবাদ দিম tomi mohan tomi aru আগুৱাই যোৱা brother I like to you
Dada apuni bhut vl kam Kori asa bhut manuh asa you tubear anakuwa kunu vl km Kora ni aponi jankuwa vl km Kori asa dada vla thka gd bless u dada❤️❤️❤️❤️❤️
সময় গগৈ ক সোনকালে 1million কৰি দিয়ক
Right👍
😊😊💚💚
@@HomoyBro মই ও তোমাৰ লগত জৰিত হম🫵❤️
@@BoSS-dz1co ❤️❤️🫵
@@Homoy please tumak kenekoi contact koribo pari jonaba
অহা জনমত টো যেন আপুনি মানুহ হৈ জন্ম লয় ❤❤❤❤
অন্ধ হোৱাৰ পিছত টো যে মানুহজনে ঘৰখন সজাবলৈ চেষ্টা কৰিছে দেখি বহুত ভাল লাগিছে। বাকী ভগৱানে তোমাৰ মংগল কৰক
যিমান কেই জনে video চাবলৈ আহে সকলোৱে যেন like eta দি থৈ যায় video টো ত।। মোৰ ফালৰ পৰা request থাকিল।
Hoy ❤
বহুত বহুত মৰম ❤
Dont skip add also
@homoy da 🙏🙏🙏❤️ God bless you
❤❤❤❤
তোমাক সদাই ভগৱানে ভালে ৰাখে আমি তাৰে কামনা কৰোঁ।কাৰণ তুমি ভালে থাকিলে এই মহান কাম বোৰ কৰি যাব পাৰিবা। ❤❤
Apunar video swar agtei like kribo pari ❤
Umm hoi homoy daa k soba vll pai ❤
Umm moi u video nusuaka first like koru
Ter pst ha video sau❤
Yss😢
sem
Sem
দাদা তুমি সঁচাকৈ ভগৱান........❤❤❤🙏🙏🙏
ভগৱানে তোমাক সদায় ভালে ৰাখক আৰু আগবাঢ়ি যোৱা সময়❤❤
কি ভাষাৰে তোমাক কমেণ্ট কৰিম ❤❤❤❤🙏🙏👌👌👍👍একোৱেই তোমাৰ তোলনা কৰিব নোৱাৰি এক মাত্ৰ ঈশ্বৰৰ বাদে । ঈশ্বৰে তোমাক শক্তিি দিয়ক ।
দাদা আপোনাক ভগৱানে শক্তি দিয়ক আৰু ভাল ভাল কাম কৰিবলৈ ❤
সকলোতকৈ বেচি ভাল লগা CZcamsr জন হৈছে সময় ❤❤❤❤❤❤তুমালৈ মোৰ অন্তৰৰ পৰা আন্তৰিক মৰম যাছিলো ভগৱানে তুমাক আৰু আগবঢ়ায় নিয়ে তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছু কৃষ্ণ 🙏
ভাইটি তোমাক ভগৱানে দেহত শক্তি দিয়ক পৰোপকাৰী কামবোৰ কৰিবলৈ--------
সঁচাকৈ কবলৈ ভাষা নাই দাদা ।আপুনি সদায় এনেকৈ ভাল ভাল কাম কৰি যাওঁক আৰু আগুৱাই যাওক আমি সদায় আছোঁ আপোনাৰ লগত❤
Homay daa best youtuber assam
Homoi তোমাক বহুত বহুত মৰম জনাইছোঁ
বহুত মন যায় আপোনাৰ নিচিনা কাম কৰিবলৈ । ভাল লাগে আপোনাৰ কামবোৰ ❤❤❤
ভাইটি তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক আৰু শক্তি দিয়ে যেন ❤ ধন্যবাদ ❤❤❤
তোমাৰ নিচিনা মানুহ আজি দিনত খুবেই কম! তোমালৈ বহুত আশীৰ্বাদ
থাকিল। ভগৱানে তোমাৰ মঙ্গল কৰক।
তোমাৰ এনে কামৰ পৰা বেলেগ কেইজন মানে শিকিৱ লাগে,,, সদায় আগুৱাই যোৱা
ভগৱানে আশীৰ্বাদ কৰক তোমাক সময় দাদা।🙏🙏
ভগৱানে তোমাৰ মঙ্গল কৰক❤❤❤❤❤❤
কবলৈ তোমাক একোৱেই নাই, এটাই ভগবানৰ ওচৰত প্ৰাৰ্থনা তোমাক যাতে সদায় ভালে ৰাখে। বহুত বহুত মৰম তোমালে, আগুৱাই যোৱা ❤️❤️🙏🙏🙏🙏🙏🙏
জীৱনৰ অৰ্থ বিশাল- ই সাগৰতকৈ গভীৰ,আকাশতকৈ বিশাল...আমাৰ বাবে আপুনি ভগৱান 🙏❤️
Hosai apuni bhut bhal Kam korise❤❤❤
তুমি সচাকৈ মহান দাদা তুমি সদায় আগুৱাই যোৱা
Dada apunak ভগৱানহে মঙ্গল কৰক❤❤
এওঁলোকৰ মুখৰ হাঁহিটোৱে আমাৰ জীৱন যুদ্ধবোৰ যেন একোৱেই নহয় সেইটো অনুভব কৰোৱাই দিয়ে।।পৰিয়ালটোৰ হাঁহিটো থাকক।ভালে থাকক।
দাদা মৰানত এটা পৰিয়াল আচে যত আপোনাৰ ৬জন লোকৰ ৫ জন লোকেই দৃষ্টিহীন । দাদা পৰিয়াল টোক অকন মান সহায় কৰিব বুলি আশা কৰিলো❤️
@@janmonichetia2479 বাঘজান ৰ ওচৰত
অহা জনমত তোমাৰ দৰে হবলৈ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ 🥺🥺
সময় দা আপুনি আমাৰ মাজত ভগৱানৰ ৰূপ লৈ আহিছা আপোনাৰ লগত আমি সদায় আছোঁ ❤❤❤
Dada apunar nisina jodi axomor youtube r hol hoy aji bht aneka xohai hol heten love you dada ❤ aguai jao k
Salute apunak..iman hohay kra manuhk...real hero apuni...
Homoy hobo Homoy t Asomor no1 CZcams channel ❤❤
Trust me bro ..one day whole Assam, the whole Nation will be proud of you 👏👏
অতি সুন্দৰ কাম কৰিছে দাদা👌।ভগৱানে আপোনাক কৌশলে ৰাখক।
দাদা আপোনি সোনকালেই পদক্ষেপ লওক , তেওঁলোকক দেখি দূখ লাগিছে 😢
ভগৱানে তোমাক আৰু শক্তি দিয়ক
Homoy r sonor assam ♥️♥️♥️
হে প্ৰভু দয়া কৰা পৰিয়ালটোক 🙏🙏🙏
Love from dibrugarh khowang ❤❤
Homoy da karone ath like👍, I love from majuli
ভগবানে তোমাক সদাই সহাই কৰি যাব❤❤
Va lagise tumar kormo dekhi
দাদা আপোনাক কেনেকৈ ধন্যবাদ জনাম বাৰু কেতিয়াবা লগ পাম❤❤❤❤
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ ভাল হওক 🙏🙏🙏🙏🙏
God bless your Life Journey And your Ministry
তোমালৈ বহুত বহুত মৰম❤❤❤❤❤❤
দাদা এইবোৰ ঘৰ চৰকাৰে দেখা নপাই নেকি,,,, স্থানীয় বিধায়ক জনে দেখা নেপাই নেকি,,, আপোনাক selut জনাছো homay da
সময় বেটা তুমি মহান কলি যুগৰ ভগৱান
Bohut Val Kam kori Asa
আপোনাৰ প্ৰতিটো video চাওঁ...কিন্তু comment এটা কৰিবলৈ লওঁতে ভাষাহীন হৈ পৰো ....কি বুলিনো লিখিম আপোনাৰ বিষয়ে ,আপোনাৰ কৰ্মৰাজিৰ বিষয়ে....মাথোঁ এটাই কম আপোনাৰ এই ভাল লগা কামবোৰ কৰি যাবলৈ ঈশ্বৰে আপোনাৰ মনোবল বৃদ্ধি কৰক, শক্তি দিয়ক, সাহসী কৰি তোলক আৰু ভালে থাকক সদায়.....
❤প্ৰম মাজুলী সদায় ❤️
যদিও আমাৰ ওচৰত সহায় কৰিবৰ বাবে শক্তি নাই তথাপিও এইvideo টোত Like,coment , share কৰি আমি সকলোৱে Homoy দাক Aguai নিব পাৰো।❤️💞Love forme Dhemaji 3:02
গানটো শুনি হ্নদয় চুই গ'ল🎉🎉
Nijot koiu anr kotha besi voba manuh jon😘😘😘. Love you dada
Loratu bhout morom lagil
দাদা আমক অলপ আপোনাৰ সহায় লাগে,
ধন্যবাদ সকলোকে ৩২৭ তা subscribe কৰাৰ বাবে🎉🎉🎉
আপুনি দুখীয়াৰ ভগবান ❤
Aibur manuh sorkaror sokut nopore. Aku khubidha aku khaharjya r naam konu pua taan hoi. Apuni bohut val kam korise. Asolote val kam koribole sorkari table chair, salary nalage. Mon tu holei hol. ❤❤
অসমৰ একমাত্ৰ নি:স্বার্থ vlogerজন😊❤
Homoi ki dore tumk akhirbad dim,aggbahi juwa bhagabane tumk bor dangor udeshya puron koriboloi prithibiloi pothiyaise,god bless you ❤❤❤❤❤❤❤❤❤brother,
স্থানীয় বিধায়ক গৰাকীয়ে অন্ত:ত ৰাস্তাটোহে মাটি পেলাই বনাই দিবলৈ অনুৰোধ জনাইছোঁ।
বহুত বহুত মৰম ককাইদেউ ❤❤❤❤
ঈশ্বৰ তোমাৰ লগত সদায় থাকক
আপুনাৰ ভিডিঅ চাই মন তো ভাল লাগি যায় অ দাদা l আপুনি মহান মানুহ ❤️🙏
Vogobane kukhole rakhok apunak teulukk❤🙏🙏 krishno 🙏
তুমি আগুৱাই যোৱা❤❤
ভগৱানে আপোনাক ভালে ৰাখক
Homoi dah you are great
কৃষ্ণ 🙏🙏🙏🙏
Homoy da karone Ata like 👍
আপোনাৰ দীর্ঘায়ুস কামনা কৰিলো দাদা
Eman kita you tube r dekhilu apunar nisina dekha nai apuni manuhor rupot ajon bhogowan apuni hodai hukhot thakok apunar ghorr manuh vale thakok tare kamona korilu love you dada
Tumak hodai vogobane mongol korok tare prothona 🙏
News channel bilake enekua luk hokolok dekhi nepai neki ??
O parisiluei ei rastatut je news channel or dami gari keikhon jabo nuwaribo no 😯😢.
B D W a big salute to the real kind hearted person in Assam
Long live brother 🫡
Tumi nijor sinaki samuh asom bakhik bhalkoi disa bhal kamor jogedi. Bhal kam korisha esware tumak sabo tumar bhal hobo bhaiti. Samajot bahut manuh ase anor babe kiba koribo pora kintu nakere.. Anekuwa kam koriboloi bhal manuh hobo lagibo bhal antaror. Esware tumar mongol korok. ❤
Homay dada best CZcamsr Assam
সময় ❤️❤️❤️
Bahut dukh lgesa 😭 atiya barikha botor ghrrkhn parela joldi bonabo sun botah dhumuha boroxun r pora puali kaita xantit xubo parebo
বৰ ভাল মানুহ দেই
Assam Best CZcamsr
Bohut val senta apunalukor hofol howk
Bhut Val lagil ♥️♥️
In Assam only one kind hearted you tuber who is always thinking about poor people he is real Hero super Homoy bro
Bahut vaal kaam kori asa aguai jua
Tumi bahut aag bahi jua Samai...God bless you...
সুন্দৰ❤❤
Homoy Dada krne Like Ata 👍👍
Bohut hundor brother❤
Bohut val kam kori asa
Moja❤
Mojja
Dhuniya ❤
Aji election r result dib tat aji duty t aso তথাপিও Homoy তোমাৰ video bor নচুৱা koi থাকিব নোৱাৰোঁ কি বুলি তোমাক ধন্যবাদ দিম tomi mohan tomi aru আগুৱাই যোৱা brother I like to you
Dada apuni bhut vl kam Kori asa bhut manuh asa you tubear anakuwa kunu vl km Kora ni aponi jankuwa vl km Kori asa dada vla thka gd bless u dada❤️❤️❤️❤️❤️
Konobai judi khudhe Assamor best CZcams bar kon amar mrmr HOMOY Dada❤❤❤
Good Job 👍
Great work 👍
Bohut xundar kam kori ase ❤❤❤