Manuhe Manuhor babe ep.9 হেলনীয়া হৈ থকা এটা কোঠালীৰ ঘৰ য'ত এগৰাকী আইতাই অকলশৰেই ১০ বছৰ পাৰ কৰিলে
Vložit
- čas přidán 4. 09. 2023
- খাবলৈ পানী এটুপিও নাই, হেলনীয়া হৈ থকা এটা কোঠালীৰ ঘৰ য'ত এগৰাকী আইতাই অকলশৰেই ১০ বছৰ পাৰ কৰিলে, আজি তেওঁক লগ কৰি মুখত এটি হাঁহি অনাৰ প্ৰয়াস কৰিলো ।
মানুহ মানুহৰ বাবে হয় কিন্তু আজি দিনত কোনেও কাৰো কথা নাভাবে সকলো নিজৰ স্বাৰ্থ পৰ কিন্তু তুমি যে এইবোৰ কৰিআছা তোমাক অন্তৰৰ পৰা ,,1000/ বাৰ salute ❤️❤️❤️❤️❤️❤️❤️
Amak dami dami gari kini lbl dia CZcamsr nalage....Amak enekua CZcamsr he lage...❤ Dil se Respect 🙏🏻
Right
Akdom xosa kotha koisa 🙏
🙏🙏🙏
এৰা নেতা পালি নেতা বিলাকে অবৈধ ভাবে সাত পুৰুষলৈ ধন সম্পত্তি গোটায়,কিছুমান চৰকাৰী বিষয়াই দৰমহাৰ উপৰিও অবৈধ ধন সম্পত্তি গোটায় ভাবি নেচায় মৰোতে লগত নাযায়।
Yes👍🏿
দাদা আপুনি ভগৱানৰ দ্বিতীয় অৱতাৰ বুলি কলেও ভুল নহব। ভগৱানে আপোনাক আৰু শক্তি দিয়ক এনেধৰণৰ কাম কৰি যাবলৈ ❤❤
সময় গগৈ ভাইটি, এই দুঃসময়ৰ দিনত তুমি সময়ে কোঙা কৰা দুখী দৰিদ্ৰৰ সময়বোৰ মধুৰ কৰি তোলাৰ যি প্ৰচেষ্টা কৰিছা তাৰ বাবে তোমাক আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু আশীষ দিলো। তোমাৰ সুন্দৰ এটি মানৱ দৰদী মন আছে। যিটো সাধাৰনতে বিৰল। আশা কৰো সামৰ্থবান সকলে তোমাৰ এই মানৱ সেৱা অভিযানত হাত উজান দিব।
কি কম আৰু তুমি ভগৱান তুমি ঈশ্বৰ
আইতাৰ হাঁহিটো ধুনীয়া 😊❤
মানুহে মানুহৰ বাবে 😢 ভাবিব লাগে দাদা আপোনাক সেলুত ❤,
❤দাদা আপোনাক ভগৱানে যেন আশীবাদ কৰে তাৰে কামনা কৰিলো 🙏love form lakhimpur ❤
আপোনাৰ দৰে মানুহ আৰু দ্বিতৃয় জন নোলাব মোৰ সকলোতকৈ প্ৰিয় আপুনি ❣️🙂 ভালে থাকক দাদা সদায় আপুনি ❣️
যি বিলাক কাম চৰকাৰে ঢুকি পোৱা নাছিল সেই বিলাক কাম তুমি ঢুকি পাইছা ধন্যবাদ জনালো
দাদা আপুনি মহান ব্যক্তি
Bhogobane tumak kukhole rakhok 🙏❤
আগুৱাই যোৱা, আৰু জীৱনটো বিচৰা ধৰণেৰে সুখী হৈ থাকা। মোৰ ফালৰপৰা আশীৰ্বাদৰ থাকিল তোমালৈ
ভগৱানে তোমাক চিৰদিন কুশল, মংগল কৰক❤🙏🙏🙏🙏
তুমি মহান❤ সচাই তোমাৰ ভিদিওঁ বোৰ চাই বহুত ভাল লাগে ।।তোমাক আৰু শক্তি দিয়ক ভগৱানে 🙏
Bhogoban apunak hukhi rakhok 🥰🥰🥰🥰☺️☺️☺️
ভগৱানে মঙ্গল কৰক
বহুত ভাল কাম কৰিছা দাদা
Apuner vdo bilak sai bohut vl lage..vagobane apuner mongol korok
Yes Ekdam right koise
Hosakoi Khub val kam korisa....Val lagise dekhi...
তুমি মহান ।
ভগৱানে তোমাৰ মংগল কৰক
Tumàk bohut bohut dhunabad disu bopai
Tumi aguwai jua hdai
বৰ ধুনীয়া আপোনাৰ ভিদেও
আইতা বৰ ভাল ছাগে , তোমাক ভগৱানে কিপা কৰক বেতা
Apnr video sai bohut val lge,tnkua bur dekhile bohut dukh lge
Anekoi aguai jua
তুমি আৰু আগুৱাই যোৱা
Thanks dada apunak ,aru budi manuh jonik ontoror pora akhirbad dilu.
Bohut vl kam korise apuni
❤❤❤❤bhut bhal kam krise ❤❤❤❤
Bohut vl palu dea apunar video bur
Vagabane apunak xodai vale rakhok💚...
Very nice Somoy❤️❤️
Tumi mohan hwa. Bhogobanor usorot parthona korisu tumak hodai anekoi agbahi jaboloi bhogobane hokti diok.
Tumi khokluke khohai kora dekhi bhut val lagise tumak 👌anekoi aru bhutke khohai koriba agloikeu❤️
God bless you Team 🙏 Members
Keep it up 👐
Nice dada ❤❤❤❤
দাদা আপোনি ভগবান
ভগৱানে আপোনাৰ মংগল কৰক । বহুত ভাল কাম কৰি আছে দাদা ।
Bro tumi ,🔥🔥🔥
বহুত ভাল কাম কৰিছা
Vl lege tumar kam bur Hodai anekoi vl kam kori jok🎉😊
Axom sorkare apunak award dbo lage apuni bahut Val Kam korise dada
#Nice content ! আপোনাৰ content2 চাই ভাল লাগিল...
Homoy birat val lage Tumi j aanok hohai kora... love you ❤❤❤❤❤❤❤❤❤❤❤❤❤😂
দাদা মজা
Apunar lekiya vl CZcamsr paboloi bht kotin
Tumak khub vl lge bhaiti .... ru aag barhi juwa ❤❤
vgobane tmk hdai vle rakhok❤🥰
Khub vl km korise apuni 🙏
Bohut bhal kam korisha
Dada apuni assam or hero ❤❤❤❤
No 1 CZcamsr of Assam ❤....
Vogobane vale rakhe Krishna 🙏
Dada ❤bohut bhal Kam korixa ❤❤
Bohut CZcams r dekhilu kintu tumi ey ejon juney sobot koi val kam kori asa joi aai axom dhunia kam korisa aru aggg barhiba tumi
Tumi bohut val kam korisa , aru kori juwa
পাৰিলে এজোপা গছ ৰুই দিব ঘৰটোৰ ওচৰতে বন্ধু ।স্মৃতি হিচাপে থাকি যাব ।
~~~~~~শুভাকাঙ্খী
আশা কৰোঁ যে সময় দাৰ CZcams channel টু 100 m.l + অতি সোনকালে
আপুনি ভগবান দাদা । ময়ো যেতিয়া চাকৰি কৰিম তেতিয়া মইও অনেকে সহায় কৰিম দাদা ।
Dada apunak abr log pua hapah ase …apunar dore manuh ase babei ajiu prithbi khnt jiai thokar poribekh ase…agoloike anke korijobole vogobane apunak hu saistho ru hokti diok…❤ dada
মানুহ শব্দৰ প্ৰকৃত অৰ্থ ১০০% তোমাৰ ক্ষেত্ৰত প্ৰযোজ্য। মানুহৰ বাবে ভবা মানুহ বৰ্তমান সময়ত পৰ্বতত কাছৰ কণী বিচৰাৰ লেখিয়া। মন যায় তোমাৰ দৰে আৰ্তজনক সহায় কৰিবলৈ। কিন্তু নোৱাৰো। ভগবানে তোমাক সহায় কৰক। ময়ো চেষ্টা কৰিম তোমাক কিছু সহায় কৰিবলৈ।
Dada apuni j bhogoban dei ❤
তুমি বহোত ভাল ল'ৰা ❤
ভাল হওক আপোনাৰ
Xundar
Tumi aru aguai jua ❤
Eman vl manuh❤❤❤❤
আপোনাৰ জীৱন সুখ-আনন্দ, হাঁহি-ধেমালিয়ে অতিবাহিত হওঁক।
Aguai jua dada ❤❤❤❤❤❤
Dada moi apunar big fan
Sir
You are great human
Tumi mohan ❤
Dada apuni bohut vl Kam kri ase ♥️
Dada apuni bohut val kam koresa.. all the team members are very hardworking..good initiative 🙏
❤❤❤lovely young boy
You will go up long life
Real Hero....
Salute bhai❤
Dada apune bohut val kam korise❤❤😊
Tumak bohut morom jasilu...bohut vl km korisa
Dil se ❤❤❤❤
Dada apuni great ❤❤❤❤❤
Bro sai thaku tumar vdo bur.....vogoban xoday ase tumar logot ❤
Hokilue support krk dadak❤
Manobota atiyau jiai ase❤
Bht vl Kam krisa tmi Bhagwane kukhole rakhok tmk
Best you tuber
Vagabne apunar mongol krok❤️... Apunar vdo sale sokupni ulai jai . Apuni bht vl kam kare . Apuni aguwai jaok
আপোনাৰ দৰে মানুহ হ'ব লাগে যিয়ে আনৰ মুখত হাঁহি বিৰিঙাব পাৰে।
May favourite dada ❤
Bro you are great good job
Your best bro
যি জনে থাকিব এটি ঘৰ ।খাবলৈ খাদ্য দিয়ে সি জনাই ভগৱান ।🙏
Nice dada
Apunar video bur sale anekua anuvab hoi j pithibit atiyau bohot val manuh ase... Apunak vogabane xodai vale rakhok💚😊
God bless you bro❤