Kothar mote kam aag borhai loi goisi | Manuhe Manuhor Babe Ep. 15

Sdílet
Vložit
  • čas přidán 1. 10. 2023
  • দ্বিতীয়টো দিন তেওঁলোকৰ ঘৰলৈ আহিলো,ছোৱালীজনীৰ বাবে কিবা কৰাৰ কথা কৈছিলো সেইমতেই কৰি দিয়া হৈছে আৰু লগতে ককাৰো Treatment কৰি থকা হৈছে ।

Komentáře • 979

  • @Amandeepsaikia
    @Amandeepsaikia Před 9 měsíci +193

    লাখ লাখ হাজাৰ হাজাৰ দিম্পু বৰুৱা থাকক babu bhayya থাকক কোনো তোমাৰ চুলি দালৰ সমানো হ'ব নোৱাৰে ❤🥺
    God bless you ককাইদেউ

  • @BhaiGogoi-lr2wd
    @BhaiGogoi-lr2wd Před 9 měsíci +207

    Dimpu Barua is nothing infront of you. Hats off to you dada.

  • @jborgohain2116
    @jborgohain2116 Před 9 měsíci +63

    আইতাৰ এই চকুপানীত বহুত আশীৰ্বাদ আছে তোমালৈ আৰু তোমাৰ লগত জড়িত হৈ থকা প্ৰতিজন হৃদয়বান লোকলৈ🙏🙏🙏🙏 আগবাঢ়ি যোৱা

  • @himadriboruah4849
    @himadriboruah4849 Před 9 měsíci +85

    পৃথিৱীখনত এতিয়াও বহু ভাল মানুহ আছে, তাৰ ভিতৰত তুমিও এজন!!!ভগৱানে তোমাক আৰু শক্তি দিয়ক, আৰু সাহস দিয়ক 🙏🙏🙏

    • @hridyanshugogoi2943
      @hridyanshugogoi2943 Před měsícem +1

      ইমান আনৰ দুখত দুখ বোজা পৃথিৱীৰ ভিতৰত তুমি এজন

  • @superhithindisongs3563
    @superhithindisongs3563 Před 9 měsíci +22

    বৰ্তমান মোৰ সকলোতকৈ প্ৰিয় youtuber জন❤❤❤❤❤❤ বিশ্বনাথ ৰ পৰা বহুত মৰম

  • @ajentertainment8516
    @ajentertainment8516 Před 9 měsíci +7

    তুমি ভগোৱান❤❤❤তোমাৰ মা দেউতা এটা অমূল্য সম্পদ পাইছে
    তুমি অসমৰ গৌৰৱ

  • @monishaboruah941
    @monishaboruah941 Před 9 měsíci +5

    আজিৰ দিনত ইমান ভাল কাম যে কৰিছা তোমাক কি বুলি ধন্যবাদ দিম মোৰ কোনো ভাষা নাই ।ভগৱানে তোমাক বহুত ডাঙৰ শক্তি দিছে ।🙏🙏🙏🙏

  • @ansumangogoi216
    @ansumangogoi216 Před 9 měsíci +6

    আপুনি এই যে আৰ্শীবাদ পাইছে ।কোটি কোটি টকা দিলেও এনেকুৱা আৰ্শীবাদ নাপাই।আপুনি আমাৰ বাবে ৰিয়েল মানুহ❤❤❤❤

  • @kakulipogag286
    @kakulipogag286 Před 9 měsíci +8

    Assam r no 1 CZcams r hb buli akha korilu ❤

  • @Crazy.Bhupal
    @Crazy.Bhupal Před 9 měsíci +63

    Dada
    আপোনাৰ দৰে সকলো মানুহে সকলোকে সহায় কৰিলে বহু পৰিমাণে মানৱতা জীয়াই থাকিব ❤️❤️Love from Golaghat ❤️❤️

  • @jayashriborah9719
    @jayashriborah9719 Před 9 měsíci

    ভগৱান কি বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে । দুখীয়াৰ দুখ বুজা তুমিয়েই মানৱ ৰূপী ভগৱান বাবা । নেদেখাজনে তোমাক আৰু শক্তি দিয়ক বাবা ।

  • @Mrumesh2.0
    @Mrumesh2.0 Před 9 měsíci +34

    আপোনাৰ ভিডিও বোৰ মোৰ খুবেই প্ৰিয় লখিমপুৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছাঁ যাছিলোঁ।❤

  • @ranjitkonch855
    @ranjitkonch855 Před 9 měsíci +6

    আপোনা আপুনি চকু পানী নিগৰি গৈছে অ.. নেদেখা জনে আৰু আপোনাক শক্তি দিয়ক আৰু সু-স্বাস্থ্যৱান হৈ থাকক। 🙏🙏

  • @khirojsvlog7180
    @khirojsvlog7180 Před 9 měsíci +6

    হয় দাদা আপোনাৰ চিন্তাধাৰা ব্যক্তিক্ৰম ,মই নিজে Emotional হৈ গলোঁ,ভগৱানৰ আৰ্শীৱাদ সদায় থাকিৱ,আগৱাঢ়ি যোৱা,,❤❤

  • @ankushreesaajghor6147
    @ankushreesaajghor6147 Před 9 měsíci +110

    Bohut bhal lagile Sai...moi Kandi a dilu Sai...❤❤❤❤tumi aaru aag bari juya...

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Před 8 měsíci

    সময় ,এয়াহে প্ৰকৃত মহৎ মানুহৰ মহান কাম ।এই সকলক হে মহান মানুহ বুলি কোৱা হয় । তুমি দীৰ্ঘায়ু হোৱা, আৰু আগুৱাই যাবলৈ ভগৱানে কৃপা কৰক , তাৰেই কামনা কৰিলোঁ ধন্যবাদ।

  • @LatikaPatowary-tn1ht
    @LatikaPatowary-tn1ht Před 9 měsíci +4

    সঁচাকৈ দাদা কবলৈ একো ভাষা নাই আপোনাৰ দৰে মানুহ সমাজত আছে বাবে পৃথিৱী খন ইমান ধুনীয়া হৈ আছে ।😍

  • @munmichetia1862
    @munmichetia1862 Před 9 měsíci +9

    আগবাঢ়ি যোৱা তুমি। ভাল মানুহৰ লগত ভগবান সদায় আছে ভাইটি।

  • @bhagantaduworah2708
    @bhagantaduworah2708 Před 9 měsíci

    সময়ে যি কাম কৰিছে সেয়া বহুতো মহান কাম তেওঁ লৈ বহুত বহুত আশীৰ্বাদ কৰিছো শদিয়াৰ পৰা মৰম জাছিচো

  • @kushalpanging6043
    @kushalpanging6043 Před 9 měsíci

    অসমত যিমানখিনি CZcams ৰ আছে সকল নিজৰ উপাৰ্জনৰ কাৰণেহে vudeo বনাইছে বা বহুতো জেগালৈ গৈছে নিজে চাবৰ কাৰণেহে গৈছে।কিন্তু সময় দাদাৰ দৰে ইউটিউব ৰ এজন পোৱাটো বহুত অসম্বব হৈ পৰিছে ❤।i love dada love from lakhimpur

  • @bindasspari1198
    @bindasspari1198 Před 9 měsíci +4

    কবলৈ ভাষা বিছাৰি পোৱা নাই দাদা । ❤️ আপোনি আগুৱাই যাওঁক আৰু ১০ জনক আগুৱাই লৈ ❤️🙏

  • @dipagogoi1245
    @dipagogoi1245 Před 9 měsíci +4

    আজিৰ দৰেই আগলৈও ককা আইটা সকলৰ পৰা আশীর্বাদ বুটলিবলৈ সক্ষম হোৱা তাৰে কামনাৰে বহু মৰম ❤❤

  • @narupdas9488
    @narupdas9488 Před 9 měsíci

    CZcamsr hole olp anekuwa hbo lage..jate manuhe kiba ataa dekhi xikibo pare..Homoy da salute..

  • @champagogoi3085
    @champagogoi3085 Před 9 měsíci +1

    আপোনাক এদিন হ'লেও লগ পোৱা আশা প্ৰতিশ্ৰুতি থাকিল।

  • @bornalisaikia8195
    @bornalisaikia8195 Před 9 měsíci +4

    উজ্জ্বল ভবিষ্যত কামনা কৰিছো.....সুস্বাস্থ্যৰ অধিকাৰি হৈ এনেদৰে ভাল কাম কৰি যোৱা তুমি.....

  • @Bastav_Basanta
    @Bastav_Basanta Před 9 měsíci +4

    সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️

  • @murchanagogoideuri3506
    @murchanagogoideuri3506 Před 9 měsíci

    বহুত ভাল লাগিল। সৎ কামেৰে নিজৰ পৰিচয় দিব পাৰিছা। ইয়াতকৈ মহান কাম আৰু কি থাকিব পাৰে। ভালে থাকা। সুখী হোৱা।

  • @RustomDowarah-123
    @RustomDowarah-123 Před 9 měsíci +1

    বেলেগ কথা নাজানো কিন্তু মোৰ মতে তুমি অসমৰ বেচ you Tubar . সদায় শুশত থকা আৰু আগুৱাই য়োৱা ।

  • @asameseguybgp2738
    @asameseguybgp2738 Před 9 měsíci +4

    আশীৰ্বাদ.... সন্তুষ্টিৰ এটোপাল চকুপানীয়ে যথেষ্ঠ।❤❤ তুমি কন্দুৱাই dela

  • @jadumoniaxom9182
    @jadumoniaxom9182 Před 9 měsíci +4

    আপুনি এজন একমাত্ৰ যিয়ে নেকি নিস্বাৰ্থ ভাৱে আনক সহায় কৰিছে আপোনাক শক্তি দিয়ক ভগৱানে চৰকাৰে ও কৰিব নোৱাৰা কাম আপুনি কৰিছে।❤❤❤❤ আপুনি মহান🙏

  • @basisthaacharya6590
    @basisthaacharya6590 Před 9 měsíci

    তোমাৰ এই নিস্বাৰ্থ অনুদানে বহতৰে জীৱন নিৰ্বাহৰ পথ সুগম কৰি তুলিছে। তোমালৈ শুভাশীষ আৰু ধন্যবাদ জনাইছো।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +1

    ধুনীয়া লাগিছে

  • @bhupenrabha1613
    @bhupenrabha1613 Před 9 měsíci +15

    বহুত ভাল লাগিল dada ❤ বকোৰ পৰা হেজাৰ মৰম যাচিলোঁ 🤗 ❤

  • @ankitaboruah
    @ankitaboruah Před 9 měsíci +4

    সমাজত আপোনাৰ নিচিনা অন্তৰৰ মানুহৰ বহুত প্ৰয়োজন দাদা । আপুনি মহান।

  • @nangmona2005chawrok
    @nangmona2005chawrok Před 9 měsíci

    জীৱনত কেৱল এটা কাৰণেই আৰ্থিক ভাৱে সবল হব বিচাৰো যাতে উপযুক্ত জনক সহায় কৰিব পাৰো তোমাক ধন্যবাদ সময়

  • @bhudevdas3834
    @bhudevdas3834 Před 9 měsíci

    সচা কথা। বহু ওপৰলৈ যাব সময়ে। মহান কৰ্ম ।

  • @basudevpegu8
    @basudevpegu8 Před 9 měsíci +10

    বহুত বহুত ধন্যবাদ থাকিল দাদা আপোনাৰ কামবোৰ এনেকৈয়ে আগবাঢ়ি যায় 😍

  • @trishnakalita3501
    @trishnakalita3501 Před 9 měsíci +8

    সঁচাকৈ ভগৱানে সময়ক ককা আইটাহঁতৰ ওচৰত সময়তে পঠাই আছে । বেয়া সময়ত সকলোকে ভাল সময় কৰি দিয়াৰ বাবে ।সময় তোমাক ধন্যবাদ🙏

  • @subarnachetia9560
    @subarnachetia9560 Před 9 měsíci +1

    2mii bohut vl kam kresa...gutai video tu sabloi time npaisu..kintu holau..video tu sai like ata desu..views aru bahok..aru kre jua anakua kam..god bles you

  • @chitralekha4110
    @chitralekha4110 Před 9 měsíci

    বহুত ভাল কাম কৰিছে। ভগৱানে কুশলে ৰাখক।

  • @superhithindisongs3563
    @superhithindisongs3563 Před 9 měsíci +6

    শুভেচ্ছা থাকিল ৫০ হাজাৰ subscriber হোৱাৰ বাবে 🎉🎉🎉🎉🎉

  • @Dipankarnath83
    @Dipankarnath83 Před 9 měsíci +7

    বহুত ধুনীয়া কাম কৰি আছে ❤

  • @user-vc2gb8ow4f
    @user-vc2gb8ow4f Před 9 měsíci +1

    বহুত ধুনীয়া কাম কৰি আছে দাদা।আগলৈ আৰু কৰি যাওক।

  • @AspirantsAxom2024
    @AspirantsAxom2024 Před 9 měsíci

    বহুত ভাল কাম কৰিছা ভাই আৰু কৰি যোৱা এনেকোৱা কামবোৰ

  • @bipulnetwork9162
    @bipulnetwork9162 Před 9 měsíci +5

    ঘৰ বোৰ বনুৱাৰ video বোৰো অলপ কিছু অংশ দেখুৱাব❤ বহুত ভাল কৰি আছে আপুনি❤ আপুনি এদিন বহুত বেছি ডাঙৰ মানুহ হব

  • @gautam1147
    @gautam1147 Před 9 měsíci +14

    ইয়াকে কয় মানবিয়তা....দাদা আপোনাক বহুত বহুত ধন্যবাদ❤❤

  • @purabpayengofficial3322
    @purabpayengofficial3322 Před 9 měsíci +1

    Dimpuk suatke dadak sale apunaluke kiba hikibo paribo ❤dada apuni jate aru ag bahi Jai agole ❤❤❤

  • @BirajC01
    @BirajC01 Před 9 měsíci +1

    Good, val kam korisa dada. Jibonot Aru aag barhi jua. anedore aru manuhok hohai kori jabo para tarei vogowanor usorot parthna korisu.

  • @hirakjyotifoodvlogs
    @hirakjyotifoodvlogs Před 9 měsíci +3

    বহুত ভাল কাম কৰিছে দাদা আপুনি । ঘৰটো ভাল কৰি দিলে আৰু ভাল লাগিব ।❤❤❤

  • @kumarlama4164
    @kumarlama4164 Před 9 měsíci +3

    I am from Bangalore your video is very beautiful because you are always helping others god bless you bro

  • @Zg-fc-axom
    @Zg-fc-axom Před 8 měsíci

    আপোনাৰ দৰে কিছুমান মানুহৰ বহুত অভাৱ। দাদা। আপুনি ভগৱানৰ দৰে 😢❤❤❤❤

  • @user-ep2rt8zu1f
    @user-ep2rt8zu1f Před 3 měsíci

    ভাল কাম কৰিছে দাদা ভগৱানে কুশলে ৰাখক

  • @Brianjohns-mw5lv
    @Brianjohns-mw5lv Před 9 měsíci +5

    বহুত ভাল লাগিল চাই, আপোনাৰ দৰে সত মানুহ এজন আজিৰ সমাজত পাবলৈ টান। lots of love from Morigaon 💕

  • @jitugogoi9002
    @jitugogoi9002 Před 9 měsíci +4

    সুন্দৰ প্ৰদষেপ লৈছে আপুনি। ভগৱানে আপোনাক উজ্বল ভৱিষ্যত কামনা কৰক

  • @user-fp3us4xp4c
    @user-fp3us4xp4c Před 9 měsíci +1

    বৰ ভাল লাগিছে‌ বন্ধ

  • @TheJoker-ld3oe
    @TheJoker-ld3oe Před 9 měsíci

    Bhagawane aponak anokua a aguai jabo diok🙏🙏🙏🙏🙏 Jai berai batho love from mangaldai

  • @foodvlog76
    @foodvlog76 Před 9 měsíci +3

    God bless you brother...love from udalguri ❤❤

  • @bishalgogoi1642
    @bishalgogoi1642 Před 9 měsíci +3

    বহুত ভাল কাম কৰিছে দাদা ❤

  • @biswabarman3936
    @biswabarman3936 Před 9 měsíci

    Dimpu simpu bad diya ! Karn amak Ane manuh lage jiye amar axomor dukhiya manuh burok xohay kori ase, thnks bro ❤

  • @user-uu1yf4vn1q
    @user-uu1yf4vn1q Před 9 měsíci

    Real hero kokaideu nd bht bht dhonyobaad teu lukok xohai kora babe... ❤❤❤❤❤

  • @narayandas6293
    @narayandas6293 Před 9 měsíci +5

    no showoff
    down to Earth
    dedicated to others life
    that's called humanity❤

  • @rajkumarbarman2129
    @rajkumarbarman2129 Před 9 měsíci

    দাদা আপোনাক কি বুলি ধন্যবাদ দিম। এটাই কথা কওঁ আপোনাৰ চাই আমনি নালাগে। ❤❤❤

  • @gautamdeka2952
    @gautamdeka2952 Před 9 měsíci +1

    Dada aponi bohut val manuh hoi dei ❤. Aponar bohut val hobo diya agoloi🙏. Aponi manuh sorupot ajon vgbn🙏🙏🙏.

  • @MousumiBarman-wp3rn
    @MousumiBarman-wp3rn Před 9 měsíci

    Dada apuni bohut val kam kori ase...xosakoi aponar tulonay nhoi..aponar nichina manuh aiprithibit bohut kom ase...apuni mohan dada 👏👏 vogobane aponak xoday jate kuhole rakhe... Apuni agoloio aru val val kam kori jaok...🥺🙏

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 Před 9 měsíci

    🙏🏻🙏🏻🙏🏻🙏🏻💐কাৰণ গগৈ ছাৰলৈ ধন্যবাদ থাকিল। সময় ককাই তুমি এই কাম কৰি আগুৱাই যোৱা আৰু সকলোৱে A/C নম্বৰত পইছা দিব পাৰিব, কিন্তু দিঘলীয়া সময় দায়িত্ব পালনত যি সকল আৰ্থিক অৱস্থা ভাল সেই সকলেহে পাৰিব, সেই বাবে A/C নম্বৰও দিব কোনে কেনেদৰে পাৰে সহায় কৰিব। A/C নম্বৰ নিদিলে সেই পৰিয়ালটোৱে সঠিক ভাবে সহায় নাপাব । সকলোকে অনুৰোধ কৰিছোঁ কোনে কেনেকৈ পাৰে সহায় কৰক

  • @hillolchiring6331
    @hillolchiring6331 Před 9 měsíci

    এনেকুৱা দেখিছিলো কিন্তু assam ত তুমি কৰিছা,আগুৱাই যোৱা ভাইটি আৰু কৰি যোৱা।dhemaji ফালে আহিলে কবা

  • @treveling2003
    @treveling2003 Před 9 měsíci +1

    🎉Homoy dar babe just only ata like 👍
    Love from sivsagor SONARI ❤....
    I hope homoy da always successfull your life 🧬

  • @Sevengamingaxom02
    @Sevengamingaxom02 Před 9 měsíci +1

    Tur logot hodai asu dada toi aguwai ja.... milion milion subscriber loi lakh a lakh a ghoti u mauhor jura nai...dada moi din hazira koru jodiu tuk support korar ata hubidha Pam buli akha korilu dei...😊

  • @gayatrymaladevikhound8801
    @gayatrymaladevikhound8801 Před 9 měsíci

    তোমাৰ দৰে ল'ৰা প্ৰতিখন গাঁৱত এজন থাকিলেও গাঁওখনত এনে পৰিয়ালবোৰে বহু সকাহ পাব । মই ইতিমধ্যেই ছটা পৰিয়াল চলাই আছোঁ । গতিকে সহায় কৰিবলৈ ভাল মানুহ এতিয়াও আছে।

  • @assamesevauna3184
    @assamesevauna3184 Před 9 měsíci +1

    Humanity ,homoy dar pra hikok sobe❤

  • @user-sz3ny6ln7z
    @user-sz3ny6ln7z Před 9 měsíci

    Tomar video saboloi Facebook , CZcams khulo, bohut val kaam korisa, aagoloi o kori joa, God bless you always.

  • @pampiraypampiray8797
    @pampiraypampiray8797 Před 9 měsíci

    Aponar vdo bor sai val lage .aponar dore kono youtuber a hobo noare .no one best you tuber aponak bohut bohut thanks ..

  • @prasantaroy8667
    @prasantaroy8667 Před 9 měsíci

    মজা ককাই, খুব সোনকালেই 1 মিলিয়ন subscribe hok

  • @gitanjalidas3361
    @gitanjalidas3361 Před 9 měsíci

    tumak Ami Bohut Bhohut dhoinabad disu Bhaiti 2mar Dara ja 1jon Lora asea ,ajir Prithibit .tumar mohanubho botak Sirakitoiga hoi rom . Bohut Bhal kormorea Tumi tumar Mohanubhobotarea porisoi disa .Aya Hea prokita manuha .Durbal akhahai lukak khohai agboruwtuwi manuhar eu ak dharmo ai dharmo tumar xhodai atol houk .Tumi anakoiya aguwai juwa .tumar Bhal houk .

  • @manasharandhara4534
    @manasharandhara4534 Před 9 měsíci

    আগবাঢ়ি যোৱা বন্ধু,👍

  • @mriganka272
    @mriganka272 Před 9 měsíci

    তেওঁলোকৰ বাবে Homoy দাই ভগৱান।

  • @dipanjaliborah5248
    @dipanjaliborah5248 Před 9 měsíci +1

    ভাল লাগিছে

  • @dibyajyotibora1540
    @dibyajyotibora1540 Před 9 měsíci

    Aaiita dore amaru akhirbad 2mr lgt khdai thakibo.....best youtuber......

  • @tutumonitutumonigogoi3921
    @tutumonitutumonigogoi3921 Před 9 měsíci

    বহুত ভাল লাগিলে আপোনাৰ ভিডিও চাই আৰু আগুৱাই যক

  • @BDaxom32
    @BDaxom32 Před 9 měsíci

    মনটো ভাল লাগি যায় ও।। চকু পানী উলাই জাই video টো চাই থাকিলে।।🥹🥹🙏🙏❤️❤️❤️⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐

  • @mjcreation5008
    @mjcreation5008 Před 9 měsíci

    Tmr video sai bohut bohut montu xanti palu dada,,,apuni hoise real CZcamser ❤,,,,,aro aiter axirbad xodai tmr lgot thakibo

  • @tahidarrahman4047
    @tahidarrahman4047 Před 9 měsíci

    ভাইটি, সাঁচি থোৱা আশীৰ্বাদৰ টোপোলা কেৱল তোমালৈ বুলি ।

  • @lipetalukdar131
    @lipetalukdar131 Před 9 měsíci

    Bohut val.lagil.vidio.tu.sai.aru.agbarhi.jauk.tarei.kamona.korilu.

  • @simantabanikya1391
    @simantabanikya1391 Před 9 měsíci +2

    ভাই ভগৱানৰ লগত অসমৰ ৰাইজ তোমাৰ লগত আছে,এই সময় যেন কেতিয়াও ৰখি নাযায় ❤👍

  • @wellcommajuli932
    @wellcommajuli932 Před 9 měsíci

    সময় দাক সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰক। মাজুলীৰ পৰা মৰম যাচিছো

  • @minakshi.chetia
    @minakshi.chetia Před 9 měsíci

    বহুত ভাল লাগিছে ভিডিঅ'টো চাই। তোমাৰ ভিদিঅ সদায় চাও , কিন্তু মতামত দিয়া নাই। মানৱ সেৱা ই হৈছে পৰম ধৰ্ম । তুমি বহু দূৰ আগোৱায় যোৱা তাকে কামনা কৰিছো।

  • @dhan4860
    @dhan4860 Před 9 měsíci

    Dhanyabad dada 😢....val lagil sai ...olop dukho lagil obosthabur sai .....apuni hokuluke eman khohai kori asa ...❤...apuni mohan dada

  • @hrishikeshdutta9959
    @hrishikeshdutta9959 Před 21 dnem

    Homoyor Video sai soku hemeki jai hodaiye. Sobore hoi hetu janu ❤

  • @digantakalita6261
    @digantakalita6261 Před 9 měsíci

    বহুত বহুত ভাল কাম কৰিছে, অন্যৰ দৰে জি টি ভিদিও‌ বনায়‌ লাভ‌ নাই

  • @hemlatadeka8572
    @hemlatadeka8572 Před 4 měsíci

    ভাল লাগিছে ককা আইতা বা❤❤❤❤❤❤❤❤

  • @jgogoi925
    @jgogoi925 Před 9 měsíci

    Bhogowaane bohot bohot mongol korok dada apunk, apuni anekoiye aagbahi jok tare kamona korilu bhogowan r osort 🙏 🙏🙏 anekuwa CZcamsr lage jate homajor hoke kiba ata kaam kore

  • @footballmatchtogether
    @footballmatchtogether Před 8 měsíci

    Best Work and will get bless from God (Bhogowan) ❤❤❤

  • @munmeesvlogkitchen8712
    @munmeesvlogkitchen8712 Před 9 měsíci

    Hundor podokhyep....., val lagil...

  • @user-qb6wt3lh2u
    @user-qb6wt3lh2u Před 9 měsíci

    Apuni ekdinot nmbr one CZcams r hbo assamt... ❤apunak bht agor pora e follow kro

  • @urbashibayan9539
    @urbashibayan9539 Před 9 měsíci +1

    Tumar dore manuh he amar xomaj khonok dorkar. Akha ami xokolu bur jen tumar dore val kam koriboloi ag barhi ahibo paru. You are a gem to our society ❤❤ Much Love from Udalguri

  • @manindraassam129
    @manindraassam129 Před 9 měsíci

    Jibonar khukh aikhinite bhal Kam bor anydore agbarhe 🙏🙏🙏❤

  • @AnontaDas-bk5ml
    @AnontaDas-bk5ml Před 9 měsíci +1

    ভগৱানে তোমাক শক্তি দিয়ক ❤❤❤❤

  • @ritubaishya6968
    @ritubaishya6968 Před 29 dny

    Bahut val lagise dada . Aponi agoya jaok

  • @user-wb9bp4mt6e
    @user-wb9bp4mt6e Před 9 měsíci

    Bohut bohut bohut dhunia kaam korisaa bhaiti aaru aagbahi juatu kamona korisu.

  • @kishordas-6551
    @kishordas-6551 Před 9 měsíci

    বহুত ভাল কাম কৰি আছে দাদা আপুনি।আপোনাৰ ভিদিঅ বোৰ প্ৰাই চাও ।।