Assam News: ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • ৰাজ্যৰ শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত। বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ। শিক্ষাসেতু এপত ATTENDANCE নাছিল শিক্ষকৰ। ইয়াৰ পাছতেই কঠোৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।
    #assam #nd24news #nd24live #nd24assamese #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 35

  • @iriyanyt5298
    @iriyanyt5298 Před 4 dny +1

    Such action needs to be taken in case of other Govt dept employees as well

  • @7gc970
    @7gc970 Před 4 dny +1

    এই বোৰ শিক্ষক হোৱাৰ যোগ্যতা নাই দেলাল শিক্ষক বোৰক দৰমহাৰ দি লাভ নাই । শিক্ষকৰ চাকৰিৰ পৰা অৱসৰ দিব লাগে ।

  • @anupkrdas6798
    @anupkrdas6798 Před 4 dny +6

    শিক্ষা আৰু স্বাস্থ্যসেৱা এনে এটা বিষয় যিটো শিক্ষক বা চিকিৎক গৰাকীৰ মানবীয় সন্তোলন নাথাকে তেতিয়া কোনো ছাত্ৰ ছাত্ৰী বা ৰোগীয়ে কেতিয়াও সুফল নেপায় । যিমানে দৰমাহা পাতি বেছিকৈ নিদিয়ক কিয় । এই সকল ব্যক্তিয়ে নিজৰ কৰ্তব্য তথা দায়িত্ববোধ বুজি নেপায় । এই দুটা বিষয় টকাৰে কিনা বা যোখা বস্তু নহয় । কুকুৰৰ নেজ যেনেকৈ কেতিয়াও চিধা নহয় তেনেকৈ কিছুমান শিক্ষক বা চিকিৎকো চিধা নহয়। লাগিলে লৰাছোৱালী অধপতনে যাওক । স্বাস্থ্যৰ ক্ষেত্ৰত মানুহ মৃত্যু মুখত পৰক । এওলোকৰ কি আহে বা যায় ।

    • @tumi28
      @tumi28 Před 4 dny

      @@anupkrdas6798 ব্যক্তিগত হস্পিতেল , ব্যক্তিগত বিদ্যালয় খুলি থাকিলেতো হবই না ।

  • @paragthakuria1995
    @paragthakuria1995 Před 3 dny

    সকলো অসম TET উত্তীৰ্ণ ক অতি সোনকালেই নিযুক্তিৰ ব্যৱস্থা কৰা উচিত।

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 Před 4 dny +1

    Homoi mote schoolt present huatu teacherr ata prodhan gun dormohai lokhyo nohoi

  • @hanseali1924
    @hanseali1924 Před 4 dny

    শিক্ষক সকলে বিজেপিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব ধৰক এনেই দৰমাহা দিৱ।

  • @iriyanyt5298
    @iriyanyt5298 Před 4 dny

    This kind of irregularities, be it in land, recruitments........rampant everuwhete

  • @apurbadas4151
    @apurbadas4151 Před 4 dny +9

    ভাল কথা!!
    ৯০% শিক্ষক কামচুৰ!! চৰকাৰে ভাল কাম কৰিছে, বহুত শিক্ষকে স্কুলত কম মনযোগ দি ঘৰৰ কামবোৰত বেছি মনযোগ দিয়ে!! স্কুলত আহি এটেন্ডেন্স দি আজি ঘৰত মাৰ বেমাৰ, লৰাৰ বেমাৰ, মাকৈ বৰষুণত আছে, ধান আছে বুলি কৈ প্ৰায় ১০ দিন স্কুলত না থাকে!!
    In time, out time অহাৰ কাৰনে বিজেপিক ভোট নিদিও বুলি কোৱা শিক্ষক ৯৫% !! বাকি ৫% বহুত ভাল শিক্ষক আছে।

    • @jk4887
      @jk4887 Před 4 dny

      Your comment is almost right.

    • @tumi28
      @tumi28 Před 4 dny +1

      আপোনি ভুলটো দেখিলে থিকেই আছে । কিন্তু শিক্ষকক যে সকলো কামতে লগাই আছে আপুনি দেখিছে নাই? চৰকাৰক কিবা কৈ পাইছেনে? শিক্ষকৰ কাম কি হব লাগে আৰু সেই কাম শিক্ষকক কৰিব দিছেনে? চৰকাৰে পঢ়াবলৈ দিছেনে শিক্ষকক আপোনি জানেনে? যিসকলে কাম নকৰে, নপঢ়াই থিক আছে শাস্তি হব লাগে। কিন্তু শিক্ষক জাতিতোক কিমান অপমান কৰি আছে দেখিছেনে। শিক্ষক কিমান মানসিক ভাৰসাম্য ভুগিছে দেখিছে আপোনি। ৰাতি- দিন অকল কামেই কৰি থাকিব লাগে দেখিছেনে। যে ১১ বজাৰ ভিতৰতে 'এই ফ্ৰমখন ফিলাপ দিব লাগে, এনেকুৱা আদেশ পালন কৰিব লাগে আপোনি অৱগত নে । নে আনক অকল সমালোচনা কৰি ভাল লাগে?

    • @tumi28
      @tumi28 Před 4 dny

      আপোনি কলে যে ৯০% শিক্ষক কামচুৰ । আপোনি কম্প্লেইন কৰা নাই ? ছাগে আপোনি একো ফল পোৱা নাই হয়নে ? সেইটোৱেই কথা আগতে অফিচৰ মানুহ বিলাকক থিক হবলৈ কোৱা। শিক্ষকক চাবলৈ শিক্ষাৰ খণ্ড বিষয়া আছে নহয় সিহতি কি কৰে ?

    • @tumi28
      @tumi28 Před 4 dny

      অকল যে শিক্ষকক ভুল দুখি থাকে থিক আছে ভুল আছে শিক্ষকৰো বহুত নাই নকও। কিন্তু এই ভুল কি কাৰণে হবলৈ পাইছে আপোনি জানেনে?

    • @manonamission276
      @manonamission276 Před 4 dny

      Iman digholia commen dibloi kot time pai...apunar hatot kijani kamei nai koribloi..

  • @user-ok4ks3vk7l
    @user-ok4ks3vk7l Před 4 dny +2

    Goodstep

  • @dlmassam4427
    @dlmassam4427 Před 4 dny +1

    Class room t CC TV camera logabo loga hoise
    bahu teacher ase class time t mobile tipi thake .

    • @tumi28
      @tumi28 Před 4 dny

      আপুনি এজন শিক্ষকেই ছাগে ! যদি অভিভাৱক তেনে জানি লওক মোবাইল চলাবলৈ শিক্ষা ব্যৱস্থাই কৰিছে। ক্লাছ সময়তো যে মোবাইলত কাম কৰিব দিয়ে আপুনি গম নাপায়?

    • @wmv1099
      @wmv1099 Před 4 dny

      HE IS NOT A TEACHER

  • @probinkumarkakati6151
    @probinkumarkakati6151 Před 4 dny +1

    ভাল কৰিছে ? কাৰন Medical আৰু Education দুয়োটা বিভাগেই বেপেৰুৱা চৰকাৰে ভাল পদক্ষেপ লৈছে ।

    • @tumi28
      @tumi28 Před 4 dny

      @@probinkumarkakati6151 চৰকাৰেই তেনেকুৱা কৰি আছে কি ভাল কৰিবলৈ আছে ।

    • @tumi28
      @tumi28 Před 4 dny

      @@probinkumarkakati6151 চৰকাৰেই বেপাৰ কৰিছে medical আৰু education । আকৌ চৰকাৰক ভাল পদক্ষেপ বুলি কৈছে হা হা । বৰ্তমান ব্যক্তিগ বিদ্যালয় আৰু ব্যক্তিগত নাৰ্চিংহোম বিলাক মন্ত্ৰি/বিধায়কৰেই দেখুন । ইয়াৰ অনুজ্ঞাপত্ৰ চৰকাৰেই দিছে । তেনে বেপেৰুৱা নহয় কি হব । আকৌ আপুনি চৰকাৰক ভাল পদক্ষেপ বুলি কয় 🤣🤣🤣🤣