Assam Murder News: ঢকুৱাখনাৰ ৰহস্যজনক সুনীল গগৈ কাণ্ডৰ তদন্ত অব্যাহত

Sdílet
Vložit
  • čas přidán 9. 07. 2024
  • ঢকুৱাখনাৰ ৰহস্যজনক সুনীল গগৈ কাণ্ডৰ CIDৰ তদন্ত অব্যাহত ৰখাৰ সময়তে IGP গৰাকীৰ এষাৰ কথাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সবিশেষ চাওক এই প্ৰতিবেদনত...
    #assam #nd24news #nd24live #nd24assamese #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 13

  • @hemantanath1175
    @hemantanath1175 Před 19 dny +6

    চি আই দিৰ নাটকখন বন্ধ কৰক বহূত হ'ল

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Před 19 dny +8

    জোনমনীৰ গতিয়েই গতি হৱ।

  • @hirakroy8834
    @hirakroy8834 Před 18 dny

    👍👍👍

  • @probingogoi9774
    @probingogoi9774 Před 19 dny +4

    ইয়াকে কয় বোলে খেলাৰ নাম বাবাজী। সিহঁতে যদি সুনীল গগৈ জীয়াই থকাৰ তথ্য পাইছে তেন্তে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? বান্দৰামি কৰি চৰকাৰৰ দৰমহা খাই এই
    সোপাৰ ...…বাঢ়িছে।

  • @SabitaThakuria-jz1px
    @SabitaThakuria-jz1px Před 19 dny +4

    জীয়াই আছে বুলি যদি গম পাইছে উলিয়াই আনিলে হল সুনিল গগৈক

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 Před 19 dny +2

    Misakoi koise jodi rongin haj pindhe tetia puspa gogoiu jorito buli sure hobo cidya test korise

  • @SumitaBegum-jo7jh
    @SumitaBegum-jo7jh Před 19 dny +1

    Cid এ নিজে মুখে কোৱা কথা সুনীল গগৈ জীয়াই আছে নিশ্চিয় জানে তেখেতলোকৰ হাতত তথ্য আছে তথ্য নেথাকিলে কি ? সুনীল গগৈৰ পত্নীয়ে বগা সাজ হলাব লাগে cid ৰ চকু বগা সাজত পৰিব নেলাগে cid চকু পৰিব লাগে সুনীল ক'ত আছে ক'ত নাই ইয়াতকে লাজৰ বিষয় নাই মোৰ ধাৰনা 100% সুনীল গগৈক হত্যা কৰিছে তৃতীয় পক্ষই ।

  • @digontadoley6591
    @digontadoley6591 Před 16 dny

    জোনমনি ৰাভাৰ নিছিনা হ'ব।

  • @JayantaBoruah-qf6uc
    @JayantaBoruah-qf6uc Před 19 dny +1

    Junmoni kandra dari hoba.

  • @kushilabbaishya221
    @kushilabbaishya221 Před 19 dny +1

    অসমত এইবোৰ সকলো Gali Gali Chor Hai, সকলো ভয়াটোৰ আৰু সকলো চুৰ কবলৈ বেয়া শুনি কিন্তু অপ্ৰিয় সত্য কথা এইটো বৰ্তমান সময়ত 👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾😡😡😡😡😡

  • @anuragg2153
    @anuragg2153 Před 19 dny +1

    প্ৰসাসনেই পুস্পা গগৈক বগা সাজ পিন্ধিবলৈ বাধ্য কৰিলে অথচ এতিয়া সধবা বুলি তেখেত সকলেই জনাইছে। প্ৰথমেই যদি সকলো দিশ ভালকৈ চালি জাৰি চায় মৃতদেহ ছমজাব লাগিছিল। এতিয়া সেই পৰিয়ালটো মানসিক ভাৱে ভাঙি পৰিছে। তেওঁলোকে হয়তো এতিয়া দুধুৰ মুধুৰত পৰিছে।

  • @nipolborah537
    @nipolborah537 Před 19 dny +1

    Kam nai