Assam News: থাইলেণ্ড নহয়, মই কম্বোডিয়ালৈহে গৈছিলোঁ : জিতু গোস্বামী
Vložit
- čas přidán 5. 07. 2024
- থাইলেণ্ড নহয়, মই কম্বোডিয়ালৈহে গৈছিলোঁ...নগাঁও জিলাৰ মোৰ সমষ্টিত এখন বৃহৎ ব্ৰাহ্মণ সমাজ আছে৷ তেওঁলোকক লৈহে মই পুত্ৰৰ উপনয়ন পাতিম৷ বিদেশ ভ্ৰমণ আধাতেই সামৰি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আৰু কি প্ৰতিক্ৰিয়া বিধায়ক জিতু গোস্বামীৰ?
#assam #nd24news #nd24live #nd24assamese #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
উপনয়নৰ বাবে উপযুক্ত ঠাই অসমত নাই চাগে সেই বাবে কম্বোডিয়া লৈ যাব লগা হৈছে চাগে! কম্বোডিয়া, থাইলেণ্ড লগা লাগি ।
মহাশয় আপোনাৰ সমষ্টি মানুহে কৈছে।আপুনি যে লণ্ডত আছিলে
সেয়ে ভালদৰে জানি লব লাগে বাতৰি এটা দিওঁতে ।
একেবাৰে সছা কথা বিদেশত কেতিয়াবা যাব লাগে চাকৰিয়ালেও সময় নেপায় ৰাজনীতি কৰিলেও যাব নেপায় এইটো এটা কথা হব পাৰেনে নেপায় অসমৰ আটাইতকৈ 3rd class মানুহ অখিল নগৈ 😅😅😅😅😅😅😅😅 ৷
একো নাই sir এনেকুৱা পটুৱা আৰু ইংসাকুৰীয়া মানুহৰ ওপৰত গুৰুত্ব দি লাভ নাই৷
নিজৰ ভৰি নেদেখাকৈ লোকৰ কথা কৈ গুৰি পুৰে😅😅😅😅😅৷
মই অখিল একেবাৰে বেয়া বুলি কোৱানাই কিন্তুু মানুহজন over বেছি কথা গায় ইমান সৰু কথাবোৰ আছলতে মেডিয়া বন্ধু সকলেও দেখুৱাইব নেলাগে৷ মানুহৰ parsonality টো বুজিব লাগে
@@user-cw3xr3pb1w চৰকাৰী পইচা বিদেশত ঘূৰিফুৰিবলে দিয়া নাই ৰাইজৰ কাম কৰিবলে দিছে।
@@aakashgogoi3870 আপোনাৰ মতে তাৰ পইছা নাই আৰু
২১০০০ একৈশ হাজাৰ শতিকা কেতিয়া আৰম্ভ হ'ল ডাঙৰীয়া জনাবচোন। ধেৎ চালা গমকেই নাপালো 😂😂😂
চাব্বাছ,বহলাই স্পষ্টীকৰণ দিয়া বাবে। খুৱ ভালদৰে বুজাই দিয়াত
নিজৰ সমষ্টিৰ লোকে নিশ্চয় ধন্যৱাদ দিব। অহাবাৰ আকৌ জিকাব। জিকিয়েই থাকিব পাৰিব।
কম্বোডিয়াত তেনেহলে কি কৰিছিলে | আপোনিহে বিধায়ক নেকি ?
হাও সেইটোৱো নাজানা ? স্থায়ী বানপানী সমাধানৰ বাবে |
হব দিয়ক এতিয়া কি কৰে কৰক সোনকালে, আপুনি অসমত নাই সেইতোয়ে সছা।
21000 century 😂😂😂😂😂😂
দম দি লাভ নাই,যদি অকাড আছে কেছ দিয়ক।
হব দিয়ক জনতাই সকলো বুজিচে ।ৰাইজৰ ভোট লৈহে ৰজা হেছে ।গতিকে ইমান বুজাব নেলাগে ।
We of Bahampur constituency public need Sjt. Suresh Bora dangoria in coming days as he is our most dearest public representative person since 2001 in our treasury period in all times whole year in our medical treatment , educational admission , flood situation , hunger stages of poor people , covid 19 period , anti weather forcultivation of people , school college admission of poor people , marriage of boys girls of poor people etc. etc.
We can't live without his kind help in last our various bad situatons 😢😢😢
*** treasic period of poor people 🙏🙏🙏😭😭😭
Manhani case diyok..tar pisot dekhim apuni kiman socha koise..
অলপ ঢিলা নেকি এইজন
আপোনাৰ দম আছে যদি কেচ দিয়ক সঁচা মিছা প্ৰমাণ হ'ব ডাঙৰীয়া
Case di diyok.
গোস্বামী ডাঙৰিয়া আপুনি ৰাইজৰ প্ৰতিনিধি নহয় জানো কিয় খং কৰিছে ৰাইজে কি পৰিস্থিতিত কেনেদৰে দিন'পাৰ কৰিছে এইক্ষেএত ৰাইজে জানে ?
চাৰ জাঙ্গিয়া পেন্টি আনিছে নেকি উপহাৰ দিয়াৰ বাবে ?
ফাল্টু বিধায়ক
Apuni Faltu Manuhor kathat Gurutra nidibo.
গৈছিল কিয় থাইলেণ্ডডত 😅😂😂 নাজানো দিয়ক এনেকুৱা কি একান্ত ব্যক্তিগত কামত গৈছে থাইলেণ্ড... শুনি হাঁহি উঠিছে এইফালে স়মষ্টিৰ মানু্হ বানপানীত ককবকাই আছে বিধায়ক আকৌ থাইলেণ্ডত....😂
21000 Century ?
Ke kam kribo anike.
26 t olab aponer result karan 26t apuni tikot napai
Apuni cycle solai samasthit jauk bor posar solai sile nohoi...
Combodiyat tu mod bikri koribo goi se niki
Thailand Bangkok baah
বাপেৰ টকাৰে গৈছিলি
বাংলাদেশৰ টকাৰে গৈছিল ।
Eitu MLA nki ???
Mla fund use kari ghuri furisa
Ta ta 26
nijor daitya palon korok
Dada cashto di diok he, ehate maja pak
2026t hbo ha hisap bur
Koi lav nai sei source tor oparar case dyk he/Noware he MLA Sahab/
Hehehe aru enjoy korok😂😂😂
Manhani case ddiyok jituda
Case diya naw saw khel ki hoy
Faao
আমাৰ শুদিৰ , ট্ৰাইবেল বুৰকো পুত্ৰৰ উপণয়নত মতিব চূন। চাম কি বস্তু উপনয়ন ।
তোমাক ২০২৬ ত যদি টিকট দিয়ে BJP হাৰিব। আঙুৰ টেঙা হোৱাৰ দৰে। চিধা কথা।
Fatua MLA ..... Aibrak 2026 ata hikha diyak
Tuk pagolehe vut dia.
কেচ দিবি কাক😂