মন্ত্ৰী পিযুষৰ জলসম্পদ বিভাগৰ নিম্নমানৰ মথাউৰিয়ে পুনৰ বিপদ মাতিলে কলিয়াবৰলৈ!
Vložit
- čas přidán 1. 07. 2024
- ⛔"হাতীমুৰা মথাউৰি ভাঙিবলগীয়া মথাউৰি নাছিল!"
⛔মন্ত্ৰী কেশৱ মহন্তৰ স্বীকাৰোক্তিৰ পাছতেই আমাৰ প্ৰশ্ন "নাভাঙিবলগীয়া মথাউৰি কেনেকৈ ভাঙিল"?
⛔ঠিকাদাৰৰ দুই নম্বৰী নে বিভাগীয় বিষয়া-অভিযন্তাৰ গাফিলতি?
⛔নিৰ্মাণৰ পাছতেই কিয় বিসংগতিয়ে দেখা দিছিল শ্লুইছগেটত?
⛔মন্ত্ৰী পিযুষৰ অধীনৰ জলসম্পদ বিভাগৰ গাফিলতিৰ ফল ভুগিলে কলিয়াববাসীয়ে!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
বয়ৱহাৰ কৰা টকা সমূহ বিফলে গ'ল।ঠিকাদাৰ ৰজা হ'ল।
এতিয়াও সচা কথা কোৱা নাই মাথাউৰী ৰ টকা মন্ত্ৰীৰ লগতে অভিযন্তা ঠিকাদাৰ সকলোৰে একাউন্ট ত সোমাইচে চাগে
হাতীমূৰা মাথাউৰি মন্ত্ৰী পৰিয়ালৰ কাৰণে সোণৰ কণী পৰা হাঁহ
এক নম্বৰ চোৰ হ'ল মন্ত্ৰীবোৰ। সিহঁত এবছৰ তে কোটিপতি হয়।
অহা বছৰলৈ প্ৰস্তুত হওক। তৰুণ গগৈ দেৱৰ দিনত বনোৱা সকলো মথাউৰি ভাঙি নতুনকৈ বনোৱাৰ ব্যবস্থা কৰিলে ভবিষ্যতে বানপানীৰ পৰা ৰাইজে ৰক্ষা পাব যেন পাও।
চিন্তা কৰিব নালাগে এইবাৰ ৪০ কুটিৰ ৰ্নিবিদা দিয়া হব।
মথাউৰিৰ টকাবোৰ বিভাগীয় মন্ত্ৰী হাজৰিকা ডাঙৰীয়া আৰু ঠিকাদাৰে ভগাইছে বুলি ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে ।এইয়ে চবকা চাথ চবকা বিকাশৰ নমুনা বুলি ৰাইজৰ প্ৰশ্ন
আচল বিজেপি চৰকাৰ হোৱা হলে ভালে আছিল। কিন্তু এইখন মোদী আৰু হিমন্ত চৰকাৰ হে।😮
দম হাজৰিকা ওৰফে পিযুষ হাজৰিকা খকুৱা মন্ত্ৰী। ৰাইজৰ টকা যিমান খালেও তাৰ পেট নভৰে।
এওঁলোকৰ কথা বৰ জোৰ আছে। কিন্তু মথাউৰি বা অন্য কামৰ জোৰ নাই। ৰাইজ।
WRD should get only to Minister Ronoj Pagu or , to Honble. CM sir as incharge of this WRD in coming days 🙏
টকা মৰা ৰাষ্টা এটা আৰু ওলাল ভালেই হ'ল নহয়নে ? ফিউজ হাজৰিকাৰ কপালখন যে আৰু , পিছে লিভাৰ কেঞ্চাৰ ৰোগ ভাল নহয় , সাও দিয়া নায় সঁচা কথাহে ক'লো । বৰ কস্তু পাবি তহতে ----?
৫০/৫০কমিচনৰ বাবে ভাগিছে।
ঠিকাদাৰ আৰু বিষয়া কেইজনক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থব লাগে ইহঁতৰ কামৰ কোনো জ্ঞান নাই।
এন্দুৰ কোন ?
পিয়াজ হাজৰিকা ই কেতিয়া ৰাজনীতি ত্যাগ কৰিব l
ওপৰ মালৰ বিভাগৰ ওপৰ ব্যৱস্থা তাত কোনো কথা নাই কাৰন মথাউৰি নেভাগিলে ঠিকাদাৰ আৰু মন্ত্ৰীলৈ ক'ৰ পৰা টকা আহিব আৰু কেনেকৈ ওপৰ মাল হ'ব?
কাম কেনেদৰে ভাল হব মন্ত্ৰীৰ কমিছন,ইঞ্চীনিয়াৰ কমিছন লগতে ঠিকাদাৰৰ প্ৰফিত।
Logote local hongpthonr netar comission
তামোল খোৱা কেৰ্কেটুৱাটো নাই,নেউল দেখা ত একে ,নেউলক পাব মাটিত থাকে কিন্তু নেউলে তামোল নেখায়
বানপানী নহলে বেপাৰ কেনেকৈ হব ?
জবাব দে
ভায়েকৰ কথা কিয় নকয় ? তদন্ত হ’ব লাগে ৷ পিযুষ হাজৰীকাও জড়িত আছে ৷
ওপৰৰ মাল কলৈ গ'ল
ৰাইজক ঠগী খোৱা পৰ্টি । পিয়ুছ ফিউজ হৈ গ'ল ।
মথাউৰি পৰিৱৰ্তন ।
এই শিয়ালটোৱে যি কথা কৈছে সচাকৈ লজ্জা বিষয়।
আৰে শতাংশৰ কথা ।দহ শতাংশ, বিশ শতাংশ ।ঠিকাদাৰ সকলক কয় দোষ দিয়ে ।
Aru vote dia bjp k😊
কথাখিনি মন কৰক C M ডাঙৰীয়া
Thikadak pitak
14 CRORE'r resort khon XOMPURNA hol ne MONTRI?????
ওপৰৰ মাল এয়া
এন্দুৰৰ গাঁতটো আপুনি বিচাৰিব চোন
🐼
এই জন সছা পাগল
Aaru vote de BJP . Hazar hazar cr. Talka marile
2cr kaam hol 18cr khai dile 😅😅😅
Uporor maale sob ses kori dile
10 percent dibo lagi je😅
বেঙ্ক একাঊন্ত ??? পেট টো আৰু পৰিবাৰৰ ৰমক জমক বাঢ়িছে দেই 😅😅
কেনেকৈ হ'ল আপোনালোকে হে জানিব
Assam r govt r cabinet meeting bilak mathauri bilak t office bonai patibo dibo lage taita sob kam thik kori koribo
সৰ্বসাধৰন মৰিলে মৰি পকেতত টকা সোমালে হল।
Kor pora andur bula kothatu ahel kasob bhaie. Bahut laj loga ata kotha kuwa hol karon 20 koror Toka kharos kore andur r kothatu bahut dukh loga.
Lutiputi Khali o
এই বিলাক হল সোনৰ কনি পাৰা হাহৰ দৰে বিভাগ। সকলো ঠিকে ঠাকে বনালো, বানে উটুৱাই নিলে আমি কি কৰিম, এয়াই অসমৰ ৰাজনীতি,...
Anaka bjp sarkar jaba
এয়া মাথো মথাউৰিৰ খহনীয়াই নহয়, এয়াই বি জে পি চৰকাৰৰ খহনীয়াও হবগৈ পৰে
ehoti Val kam koriboloi najane...
জলবিপদ মন্ত্ৰী হাজৰিকা।।
Manti jone kiman taka loishil
ইহঁতে খাই পেলালে
Rajya bhutni Diya Baba horizontal Gorilla BJP Sarkar aquaguard pani tola Dubai rise up dekho Khushi se BJP ho raha hai mukhymantri Vyapar karne Wale
Next akow Dhorilee 😀😀Bonabo to lagiboi..aibar alop man besike dilee hol
ওপৰৰ মাল হয় ভাই ওপৰৰ মালৰ কৰ্ম কাণ্ডই আজি ৰাইজে ভুগিব লগীয়া হৈছে । আগৰ পৰাই অসমৰ একো কাম নাই এই জলসম্পদ বিভাগ আৰু মন্ত্ৰী ।
ৰাইজে পাবই লাগে একেজন মানুহক বাৰে২ ঘটিবলৈ জিকোৱাৰ ফল
Commission or khel gute bur..
😂 ki kobo sab Akai voter aru government
Piyush r nam xunibo mon nai
Andur ase o
পিযুস ক'ত গ'ল
Hai hai sarkar
Xokolu soor
Besi khale sugar hobo
এইটো চাগে বিৰোধীপক্ষৰ ষড়যন্ত্ৰ। নদীৰ লগত কিবা গোপন বুজাবুজি কৰিছিল নিশ্চয়।
BONUAR THIKATU KAK DISIL
টকা পেটত ভৰালে
val mal kamale gutei kita mili
Xokolu mili bhokot
😮cmmission Raj
Okal thaka gathisy.😊
Mass beparir putek mass bisai ase sage
Commission.
Yei kya hua beta? Tumhara bura waqt aa goya hai hunamua.
Dalal
Pijush Hazarika politics era xomoi ahi goise, eneu apuni publically koisilay.
Aiburok raije dhori pitibo lage khub
Montiri kokai bai hokolor ali ketir potar . A. T. M. Raijor teskua montiri sse nohoy kihor sinta tikadaro.
.
পাপো মিডিয়া 😂 ?
তাৰ মানে মঠাউৰী ভঙা নাই নে অন্ধভক্ত ।
২০ কোটিৰ (৮)কোটি খালে কিজানি ৰজা, মহাৰজাই।
Hokolu 2 nombory
পাগল মন্ত্ৰীৰ
Bjp jindabad
মাঠাউৰি ভঙাৰ বাবে
মঠাওৰী ভাঙিলেও BJP jindabad হা চুডিৰভাই ।
Tur mur tu jindabad
Asom khon sesh korili...Aru kiman din raj bhog koribi...God never excuse...mind it...