Komentáře •

  • @bolicharanray9127
    @bolicharanray9127 Před 7 dny +8

    অসমৰ উন্নতিৰ ঠিকা লোৱা মন্ত্ৰী বিধায়ক এওঁলোক।

  • @jitubarman6162
    @jitubarman6162 Před 7 dny +15

    ২০২৬ ত এই অহংকাৰী সকলৰ বাবে চকী নাথাকিব ৷

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před 7 dny +8

    ৰাইজে ৰজা বনাওতে ভাবিব লাগে, কাক ৰজা বনাব, এতিয়া পস্তাই কি লাভ, হাতীমূৰা মাথাউৰি মহন্ত পৰিয়াল ৰ সোনৰ কনী পৰা হাঁহ

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k Před 7 dny +2

    বহিয়া সেৱক ৰাজ ভোট পাব। কেৱ ল ৰাস্তাত এমুঠি অন্নগ্ৰহণ পৰিবৰ্তে লঘন অনিদ্ৰা। কৈ শ্ৰী ৰাম এয়া কৈ এইয়া জয় আই অস ম।।

  • @DebojitkrboraBora
    @DebojitkrboraBora Před 6 dny +3

    ।।এই মন্ত্ৰী গৰাকীৰ মুখৰ কথাই বান্ধ নাই।।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před 7 dny +9

    চকুৰে ভুল দেখিছোঁ নেকি,ঘৰ বোৰ আধা ওলায় আছে যে পানীৰ মাজত??অন্ধ ৰাইজে নেতা নহয়, ভায়েকৰ নাম টো কিয় কয়, এওঁলোক জুয়ে পোৰা সোন

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před 7 dny

      বানপানী, কৰোনা ,আদি কেইজনমানৰ কাৰনে সোণৰ কণী পৰা হাহ ।

  • @debajanibaruah3105
    @debajanibaruah3105 Před 7 dny +9

    ৰাজনীতি কৰা বিধায়ক মন্ত্ৰীক একো আশা কৰি নেলাগে ।ভোট দিবও প্ৰয়োজন নাই ।নামত চৰকাৰ কামত শুন্য ।

  • @vikramborgohain1910
    @vikramborgohain1910 Před 7 dny +4

    এই বিলাক বিশেষ সম্প্ৰদায়িক বানপানী,,, বিজেপিৰ উন্নয়ন দেখিব পৰা নাই,,,,অসমৰ সংবাদ মাধ্যমে নাজানে,,,,

  • @ranjumohan-mt2xj
    @ranjumohan-mt2xj Před 7 dny +3

    ধৰ ধৰ বাৰুকে ধৰ

  • @sanjibdas3774
    @sanjibdas3774 Před 7 dny +2

    CM চাৰে নিজে কলে কবাত বনোৱাত ভাল হলে নাভাগে। মানে ইয়াত ভাল হোৱা নাই।

  • @sanjibdas3774
    @sanjibdas3774 Před 7 dny +2

    সি আকৌ মিছা কৈ তাৰ কোনো বংশই থিকা পোৱা নাই বুলি। ইমান মিছলিয়া হৈ.

  • @kishoridas6447
    @kishoridas6447 Před 6 dny +1

    Lok Sabha Election ৰ পিছত বিশেষ সম্প্ৰদায়ৰ বানপানী বোৰে মঠাউৰীবোৰ বাঢ়িছে।

  • @pranjal1393
    @pranjal1393 Před 7 dny +2

    লোকৰ পিঠিত উঠি মন্ত্ৰীৰ বাব এটা লৈ জীয়াই আছে আৰু, কামৰ নামত ফফৌফৌ।
    এতিয়া ২৬ লৈকে হিন্দু মুছলিম কৰা হে কথা আৰু।
    ২৬ ত এটাও মথাউৰি নেভাঙে।
    কিন্তু ৰাইজে ২১ত লেং মাৰি গাডী দখল কৰা জনক ২৬ ত আনে বা নানে।
    ১২৫০ টকাই গুৰুত্বপূৰ্ণ ভূমিকা লব, ২৬ লৈ ধাৰ লৈ বঢ়াই ৩০০০ কৰি দিলেটো কথাই নাই।

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 Před 2 dny +1

    2026 ত ৰাইজে ইয়াৰ উত্তৰ দিব লাগে ভোটৰ জৰিয়তে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 7 dny +3

    এইজন সৰৱজান।এওলোকৰৰ কথাত পতিয়ন গৈ ৰাইজৰ এই দশা।২০২৬ লৈ কথাবোৰ মনত থাকিবনে বাৰু? যদি থাকে তেন্তে প্ৰত্যুত্তৰ দিবলৈ সাজু থাকক। মোৰ হলে আইয়ে কোলাত লোৱাৰ পৰা কথা বোৰ মনত আছে। ৰাইজে পাইছে ফিৰি চাউল;অৰুণোদয়;লাখপতি ও পি এম কিষাণৰ"আচনিৰ টকা।ৰাইজক আৰু কি লাগে?২০২৬ৰ আগে আগে ৰাইজে বহুত সুবিধা পাব।চিন্তা নকৰিব!

  • @kulenchpathak
    @kulenchpathak Před 7 dny +1

    ভোটাৰে এনেবোৰ চিঞৰক গুৰুত্ব দিয়া উচিৎ ৷

  • @amritmudoi8996
    @amritmudoi8996 Před 7 dny +2

    Comission khale kam Bea hoboi aru porinoti enekua hoboi minister r pora engineer soboke tu komision dibo lage

  • @upendrakalita9054
    @upendrakalita9054 Před 6 dny +1

    CM r Katha Masta naram dekhu..
    Dingi Fula nai dekhu.... Natun commission ahar plan barhil ....sei babe dingi Fula nai

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 7 dny +1

    বেল্ক লিষ্টেড কৰিব লাগে। নিজৰ অঙহী বঙহী বুলি ৰেহাই দিলে নহব। ধৰা পৰিলে লাজ পাইছে।

  • @dhrupadnarayan
    @dhrupadnarayan Před 7 dny +2

    Election r time t banpani ahi jabo lage mojja hobo tatia

  • @girishchtalukdar2574
    @girishchtalukdar2574 Před 7 dny +2

    Dramabaj minister

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt Před 7 dny +2

    Rijok,kiman,faki,dibi,Rij,eak,vote,nidile,hol.

  • @hemenchangmai612
    @hemenchangmai612 Před 7 dny +2

    Eaitue prothombar mantri hoi Brahmaputra khondar kotha koichil atiya haibilak kot gol? Moi tetiai koichilu eai pagol bilake Bramaputrar dore bikhal nodikhon khandim buli kuatue kiman gyani takai bujai.

  • @upendrakalita9054
    @upendrakalita9054 Před 6 dny +1

    Commission Raj aolokar

  • @nanigopal4399
    @nanigopal4399 Před 5 dny

    ব্ৰহ্মপুত্ৰ খন খান্দি আনিবলৈ কিহে পাইছিল মথাউৰীটোৰ ওচৰলৈ।

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf Před 7 dny +1

    Daisora montobya

  • @debojyotiboruah9167
    @debojyotiboruah9167 Před 7 dny +1

    Mantry mla Jane manohe nekhai nomore

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf Před 7 dny +1

    Asorit montobya

  • @BabuDas-ci7mi
    @BabuDas-ci7mi Před 7 dny

    Barisa ahi lagi Assam 26 janibo

  • @pranabkalita2202
    @pranabkalita2202 Před 7 dny +1

    अगले साल पता लग जाएगा

  • @SaifulIslam-ru9ww
    @SaifulIslam-ru9ww Před 7 dny +1

    Aibilak bhua cheleka montri k sandals r Mala pindabo lage .

  • @gakulsonowal6019
    @gakulsonowal6019 Před 7 dny +1

    Atia loike kon to tàdañt howa konto result olal

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt Před 7 dny +1

    Mhanta,gusami,sarma,atu,keleng,Kari,kumpani

  • @user-td6cd7vb4l
    @user-td6cd7vb4l Před 6 dny

    Aixakal lukar papya dhan khini kune khale tar tadanta atixunkale hobo lage aixakal lukar dukh bedana alp buji pauk kewal nijar khatha bidhayak mahudaye bhbe

  • @user-td6cd7vb4l
    @user-td6cd7vb4l Před 6 dny

    Tadanta korile xaklou urahigasar ur ulabo

  • @binonmohonto7488
    @binonmohonto7488 Před 7 dny

    😅

  • @upendrakalita9054
    @upendrakalita9054 Před 6 dny

    Kan taliya sar sodhai Diya na kella

  • @KashmiriBaruah
    @KashmiriBaruah Před 7 dny

    ahp fsltu kotha nokoi . Margherita. ২৬ bhai daa. Dobi. Maho atul kela kukr

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf Před 7 dny

    Endure khandile sagei

  • @vickypasari639
    @vickypasari639 Před 7 dny

    Vote for bjp vote for bjp pls pls pls