Akhil Gogoi News: মন্ত্ৰী-বিধায়কৰ দৰমহা আকৌ বাঢ়িব
Vložit
- čas přidán 9. 07. 2024
- ৰাজ্যৰ বিধায়কসকলৰ ৫০ শতাংশ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ আহিছে। বিধানসভাৰ সদস্যসকলৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত ল’বৰ কাৰণে এখন চাৰিজনীয়া উচ্চস্তৰীয় কমিটীও গঠন কৰি দিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
#assam #nd24news #nd24live #nd24assamese #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
ৰাজনৈতিক নেতা আৰু জননেতাৰ মাজত আদৰ্শগত পাৰ্থক্য আছে।
বানপানীত ককবকাই থকা ৰাইজক চৰম উপহাস
ভগৱানৰ কৃপা লাভ কৰক শ্রী মান অখিল গগৈয়ে।
বহু ভাল লাগিল
দৰমহা বঢ়াই থাকক। আপোনালোকে এতিয়াই মানুহ হৈ লওক।২৬ৰ নিৰ্বাচনত কি হয়, কোনে জানে?
চাকৰিয়ালৰ ভোট নেপায় ২০২৬ চনত ১০০ শতাংশ।
যি মন যায় কৰি থকা,সময়ত ৰাইজে তাৰ উত্তৰ দিব।
Yes
সঁচা কথা কৈছে অখিল গগৈ
Akhil Da Long life hok God bless you
Hosa kotha akhil Gogoi koise
বিধান সভাৰ অধ্যক্ষৰ দৰমহা প্ৰথম বঢ়াব লাগে। তেও বৰ অভাবত আছে যেন অনুমান হয় ।
ৰাইজে নাখায় মৰিছে আপোনালোকে ৰাইজৰ টকা লুটি পুটি খাই উদৰ বোৰ ডাঙৰ কৰি ৰাইজলৈ পিঠি দি শুই থাকক। তাৰ বাহিৰে আৰু কৰিছে কি ?
Agniveer aru bivinno kormosarir pension bondho kori nijor dormoha aru pension bohabo lage ....😂😂😂
মন্ত্ৰী বোৰে ৰাইজৰ খাই খাই পেটৰ মোনাবোৰ বহল হৈ গ'ল। এতিয়া কম টকাৰে পেট নভৰে।।
Akhil gogoi good step🇮🇳👍
বৰ্তমান MLAবোৰৰ যি salary অতিকৈ বেছি হৈছে। নুন্যতম salary লৈহে জনসাধাৰনৰ সেৱা কৰক নহ'লে বাদ দিয়ক।
Leader mane leader... not for people's Leader😊
Ji hoy hoi thak..aami tip top soli thakibo lage..aito hoise hoise mulmantra
Good right
CENTRAL R SALARITKOIU BESI DEKHUN
ইহঁতৰ অভাব
ভুপেন বৰাই গেৰানটি দিব পাৰিব নেকি যে বিধায়কৰ দৰমহা বাঢ়িলে তেওঁলোকে দুৰ্নীতি নকৰিব
Good
এইখন চৰকাৰে সাধাৰণ মানুহৰ তেজ শুহি খাবলৈহে বাকী আছে।
Akhil Gogoi zindabad
😂😂😂social worker bule.MLA,MP sakori he kori ase.😂😂😂
এই দৰমহা খাবলৈ আহিছে ।বেলেগ কামেই নাই
ৰাইজৰ টকা যিমান উদৰ পুৰাই খালেও এদিন দুখীয়া জনৰ লগতে মাটিৰ তলত যাব লাগিব। এতিয়াই কিমান পাৰা খাই ল।
🙏🙏🙏🙏😰🙏🙏🙏🙏
ৰাইজৰ তেজ খা
50/positive minister
amakhe need Assam sorkare anganwadi kormik buji napaytahune ped dangar hoise
Laj ny buli anei nkoi montri mla buror.
Ru bohauk aoulukor. Bki mnuh kostot thakok ehot dhoni hoi hoi thakok.
Bhupen borar kathatu bhal nalagil
Ban panit manuhor obostha nohowa hoise ...aru aponalokak dormoha besi koi lage.
ভুপেন বৰাই কংগ্ৰেছ ক ডুবাব।
Jiea khai asi Tak khaboloi diyok aru jiea khai thoka nai Tak moriboloi diyok
ইয়াত ভুপেন বৰাৰ কথা আমি ৰাইজে নামানো
Ami Sadharon Manuh bure 50 100 tokar karone kosta kori asu..... Sob free pua bilakor ako salary bosare brohai thakok.....moja
This is the policy of BJP 😂😂😂 Now time comes to kick off BJP government.
Dukhia manuk sinta korok
Sarkari poisa loisa ako nohoi.
Arow ki b lagyy kk
Kio iman lage.
bohud led dangar hoise
RAIJOR VOT LOI BOHISIL NE NIJE POHI MELI PAS KORI M L A HOISIL EIBUR RAIJOR KAM KORIB
😅😅😅😅
Ru dibi vote BJP k😂😂
চব একেই চুৰ😜😜😜
😂😂😂দুৰ্নীতি আৰু বিধায়ক মন্ত্ৰী... টকাটোৰ ইপিঠি সিপিঠি.. বহলাই কবলৈ লাজ লাগে...
গতিকে ভূপেন বৰা ডাঙৰীয়া.. আপোনাক গালি দিৱলৈ ইচ্ছা নাই l
আৰু বিধায়ক মন্ত্ৰী সকললৈ ধন্যবাদ.. তেঁও লোকে যে বানপানীত ককবকাই থকা জনসাধাৰণৰ কথা চিন্তা নকৰি নিজৰ পেট তোৰ কথা চিন্তা কৰিছে...
যিটো দেখিছোঁ বিধেয়ক নামৰ শব্দটো এটা চাকৰি আজিহে বুজিছো
Akhil Gogoi a beya paise jodi salary kom kori diyok
Toi ki disa bey
Tor baperar gharar Para dibi neki ?
PAGOLER PRALAP 😂
M L A Minister r Pet. Aase aamar Nai Jar Nam B J P
অখিল গগৈৰ দৰে নেতাক অসমৰ মানুহে চিনি নোপোৱাটো অসমবাসীৰ কাৰণে এক দূৰ্ভাগ্যজনক কথা ।
অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হ’ব লাগে ৷
ভূপেন বৰা তই যদি ইমান গাল টকাত ঘৰ সংসাৰ চলাব নোৱাৰ তেন্তে ৰাজনীত বেপাৰ এৰি খেতি পথাৰত ধৰ । তুক কোনেও জোৰ জবৰদস্তি ৰাইজৰ অভিভাৱক হবলৈ পঠোৱা নাই ।
ভুপেন বৰা ডাঙৰীয়া ই বিজেপিৰ এজেণ্টৰ দৰে মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়।
Leftist a birudhita koriboi
Next juna 2026 t hemnata k vote dibo haibur sob jodhamurkho aru ologodho manuh
BJP sarkar bye bye 2026