ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
Vložit
- čas přidán 2. 05. 2024
- ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
Video Host:- Ghanakanta Saikia.
Our Contact:- contactteamlohor@gmail.com
Video Record & Upload by Rupak Das.
Copyright © 2024 Lohor-লহৰ, All rights reserved. - Hudba
❤
🥰🥰🥰💖💕💞💞💖🥰💞💖💞❤
Kom taali neki ...... Size2....
Val lagil kokaideu
Lohori luhura2. K GirGira bli koi neki,,, jonabosun
খুৰা মই আপোনাৰ বেছিভাগ ভিডিও চাওঁ,,,আপোনাৰ cont nmbr tu pam neki
Luhiriluhuratu xikai dibo nki?
লুহুৰি-লুহুৰা, কুহাখিতি, দঘিৰিখি আদি বোল বজাওঁতে দুয়োখন হাত সমানে সঞ্চালন হয়, পৰবৰ্তী ভিডিঅ'ত এই বিষয়ে জনাবলৈ চেষ্টা কৰিম 🙏🏻
@@TeamLohorGolaghat dhonyobad. Porborti videot nissoi xikai dibo buli axaa rakhilu.
Seu bilak likhi dibosun
Dada Apunr nombor2 pam neki plz
contactteamlohor@gmail.com
Dada luhuriluhura tu val ke definition di diok sn plz plz plz
এইটো মইও বেলেগকে পাইছো গিৰগিৰা বোলি
ধিন+ঘেন+খিত+টিলৌ+ঘেন+খিত+দাওঁ
দি বজাই বোলে।
Please susoni tutorial bonabo
পৰবৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম
@@TeamLohorGolaghat Ok
খুৰা আপোনাৰ পিছ ফালে প্ৰায় তবলা দেখে আপোনি যদি পাৰে তবলা ও A to Z শিকাৱ চুন🙏🙏
😊😊 মই তবলা বজাওঁ কিন্তু তবলাৰ শিক্ষা সম্পূৰ্ণ নহ'ল। এতিয়া শিকিহে আছো।
@@TeamLohorGolaghat যিখিনি। শিকিলে শিখিনি শিকাব চুন 🙏
দাদা নমস্কাৰ,কথা এটা খোকোজা লাগিছে প্লাক প্লাক কয় নে থাক থাক কয় ।বেলেগ video এটাত পাইছিলো।আৰু ঢোল পিছি মিৰিদাও এই বোৰ ও তেওঁ অলপ বেলেগকৈ কৈছিল ভালকৈ জনাবচোন।
মন্তব্যৰ বাবে ধন্যবাদ জনাইছো 🙏🏻
আচলতে ঢোলৰ বোলা সমুহৰ উচ্চাৰণ বাদনৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ প্ৰয়োজন আছে বুলি ভাবো। বাদন শৈলী একে হ'লেও ঠাই বিশেষে ইয়াৰ উচ্চাৰণত পাৰ্থক্য দেখা যায়। আগলৈ বহলাই জনাবলৈ চেষ্টা কৰিম 🙏🏻
@@TeamLohorGolaghatপাৰিলে video আকাৰে বহলভাৱে জনাবচোন।