একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Vložit
- čas přidán 11. 05. 2024
- একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Video Host:- Ghanakanta Saikia
Video Record & Uploaded by Rupak Das
Contact:- contactteamlohor@gmail.com
Copyright © 2024 Lohor-লহৰ, All rights reserved.
Bhut val lgil
Vl lagil🙏
Val lagil... Purona sapor bur hunibo pai... Next Bahu juddhor poromporagoto sapor tu dbo sun
দিবলৈ চেষ্টা কৰিম
Aponar lohor chenel to bhal lagise
ধন্যবাদ
সূত্ৰ বাজনা টো দিব অনুগ্ৰহ কৰি🙏🏻
প্ৰণাম 🙏❤
Apuner nmber tu pam nki
Adhunik vauna khulor sapor diyok
আমি ভাৱো আধুনিক পৌৰাণিক বুলি কথা নাই, গুৰু দুজনাৰ অৱদান ভাওনাৰ গীত-মাত, বাজনা সমূহক ৰাগ তালত বান্ধি পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। তথাপি আপোনালোকৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম 🙏🏻
Goda judho dibo sir
Nisoy dim
Dhul
Dekhabo
সূত্ৰ বাজনা দিব
এইবোৰ চাপৰ আমাৰ এইফালে এতিয়াওঁ দিয়ে ।
আপোনালোকৰ ফালে এতিয়াও প্ৰচলিত হৈ থকা বুলি জানি ভাল লাগিল 🙏🏻
আমাৰ গাঁৱত এতিয়াও আছে বাজনা সমুহ
কথাষাৰ জানিবলৈ পায় বৰ আনন্দ পালোঁ । এই ধাৰা অব্যাহত ৰাখিবলৈ অনুৰোধ জনালোঁ 🙏🏻
Val lagil.....❤❤❤❤
Hutro bajaana r video dibo please
Lobo kukho probekh dibo
Parital or judha dibo sun
মন্তব্যৰ বাবে ধন্যবাদ জনাইছো।
পৰবৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম
Judha bajna mora pasot khedi juwa bajna debo sun
সূত্ৰ বাজনা দিব