সূত্ৰধাৰী নৃত্যৰ নান্দী গীতৰ সুৰ/ সূত্ৰধাৰী নৃত্যৰ বাজনা/ ভাওনাৰ সূত্ৰধাৰী নৃত্য

Sdílet
Vložit
  • čas přidán 15. 06. 2024
  • ভাওনাৰ মূখ্য চৰিত্ৰ হৈছে সূত্ৰধাৰজন। সূত্ৰধাৰে মঞ্চত প্ৰৱেশ কৰিয়েই নৃত্যৰে দৰ্শকক মোহিত কৰে আৰু শ্লোক,অপিচ নান্দীগীত, অৰ্থ ভটিমা পৰিৱেশন কৰি নাটৰ বিষয়বস্তু উপস্থাপন কৰে। অঙ্কীয়া নাট-ভাওনাত, সূত্ৰধাৰে আৰম্ভণিৰ পৰা শেষলৈ থকা দেখা যায় কিন্তু মাতৃভাষাৰ ভাওনাত সূত্ৰধাৰে প্ৰথম অংশতহে থাকে।
    আমাৰ ভিডিঅ' সমূহ ইয়াৰ আৰ্হি হিচাপেহে দাঙি ধৰা হৈছে। আশা কৰোঁ ইয়াৰ দ্বাৰা নৱপ্ৰজন্ম কিঞ্চিৎ হ'লেও উপকৃত হ'ব।
    #assam #bhauna

Komentáře • 25

  • @user-bn6mu6bw7j
    @user-bn6mu6bw7j Před měsícem

    ভাল লাগিল।।।

  • @DeepjyotiKonwar-oy6dp
    @DeepjyotiKonwar-oy6dp Před měsícem

    Thanks sir❤

  • @jintuborah3292
    @jintuborah3292 Před měsícem

    সুন্দৰ পদক্ষেপ, সুন্দৰ কণ্ঠ আন্তৰিক অভিনন্দন জনালো।,,,,, কৃষ্ণ

  • @prishnihorigogoi
    @prishnihorigogoi Před měsícem

    সুন্দৰ🙏🏻

  • @axomxpoidygaming1255
    @axomxpoidygaming1255 Před měsícem

    বৰ্তমান জনপ্রিয় হৈ থকা ইন্দ্ৰৰ প্ৰবেশ আৰু লব কোশ প্ৰবেশ খন দিলে বৰকৈ কৃতার্থ হম।

  • @hongskritirpothar
    @hongskritirpothar Před měsícem

    ভাল লাগিল পিছৰ খিনি সোনকালে পাম বুলি আশা ৰাখিলোঁ

  • @sidharthahazarika9870
    @sidharthahazarika9870 Před měsícem

    Sir, Bohut val lage aapunar video bur.. Aami suwar logote bohut khini hiki aasu aapunar porai..val lage aapunar kothon hoile,Bohut hohoje buji pau.. 🥰🥰
    Sir aapunar usort hikhya lav koribo parim niki aami ovajone..please 🙏reply

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      ধন্যবাদ হাজৰিকা দেৱে। আমাৰ ভিডিঅ'ৰ যোগেদি উপকৃত হোৱা বুলি জানি ভাল লাগিল 🙏🏻 আপুনি কোন ঠাইৰ জনাবচোন, সম্ভৱ হ'লে সহায় কৰিব পাৰিম।

    • @sidharthahazarika9870
      @sidharthahazarika9870 Před 26 dny

      Titabort sir

  • @ranjumedhi8253
    @ranjumedhi8253 Před měsícem

    Apunar fun numbar tu pam ni

  • @DeepjyotiKonwar-oy6dp
    @DeepjyotiKonwar-oy6dp Před měsícem

    Sir part3 tu xunkale dibo please ❤

  • @kashmiribora5413
    @kashmiribora5413 Před měsícem

    প্ৰভুদেৱ,
    ধৰম জেউতি তাল খন দিবলৈ অনুৰোধ জনালো।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      নিশ্চয় আগবঢ়ায়, ভিডিঅ'ৰ প্ৰস্তুতি চলায় আছোঁ।

  • @assameselocalmixer9924
    @assameselocalmixer9924 Před měsícem

    যুদ্ধ যাত্ৰা চাপৰ খন দিব চোন

  • @mybrother4944
    @mybrother4944 Před měsícem

    2nd part dibo

  • @user-dq2px3fu4e
    @user-dq2px3fu4e Před měsícem

    আপোনাৰ পৰা শিক্ষা লব পৰা কিবা ব্যৱস্থা আছে নেকি

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      এতিয়া ইউটিউবৰ মাধ্যমতে শিকি থাকক, অন্য ব্যৱস্থা কৰিলে জনাম বাৰু।

  • @mkarts485
    @mkarts485 Před měsícem

    Botarmanor hutra netya khon dibo pariboni

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      আমি দিয়া বাজনাখন সত্ৰীয়া সূত্ৰধাৰী নৃত্যৰ বাজনা । ঠায়ে ঠায়ে পৰম্পৰাগত সূত্ৰধাৰী নৃত্যৰ বাজনা বহুত আছে।

    • @mkarts485
      @mkarts485 Před měsícem

      @@TeamLohorGolaghat sutkola tal khon dibo sun