পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special -

Sdílet
Vložit
  • čas přidán 11. 04. 2024
  • নমস্কাৰ, জয়জয়তে লহৰ ইউটিউব পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠ - কণিষ্ঠ সদৌতিলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ জনালো । অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন হোৱা নিভাজ বিহুনাম সমুহ হুঁচৰি তথা বিহু মৰা প্ৰথাৰ মাজেৰে জীয়াই ৰাখিব লাগিব। ই প্ৰতি জন অসমীয়াৰ দায়িত্ব। আমিও এই মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত পুৰণি বিহুনাম সমুহ সাধ্যানুসৰী বিলাই দিয়াৰ চেষ্টা কৰিছো। অনাগত দিনত আমাৰ লগত থকা পুৰণি বিহুনামসমুহ ভিডিঅ'ৰ যোগেদি আগবঢ়ায় যাম। যদিওবা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত অসমীয়া কৃষি সজুলি সমূহৰ প্ৰয়োগ নোহোৱা হৈছে তথাপিও বিহুনামৰ মাজেৰে এই সমুহক আমি আমাৰ মাজত সজীৱ কৰি ৰাখিব লাগিব।
    #bihu2024
    #assam
    #husori
    Video Host : Ghanakanta Saikia
    Recorded & Uploaded by Rupak Das
    Our Contact : contactteamlohor@gmail.com
    Our WhatsApp Channel : whatsapp.com/channel/0029VaXb...
  • Hudba

Komentáře • 153

  • @rekhahazarika6485
    @rekhahazarika6485 Před 3 měsíci +4

    🌻অসমীয়া নৱবৰ্ষ তথা হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা ওলগ জনালোঁ।🌻

  • @mamonisaikia39
    @mamonisaikia39 Před 3 měsíci +2

    অতি সুন্দৰ❤❤❤

  • @swarnaborah9818
    @swarnaborah9818 Před 3 měsíci +2

    বৰ সুন্দৰ

  • @anjangogoi695
    @anjangogoi695 Před 3 měsíci +2

    সুন্দৰ

  • @user-nx6cj4fq1l
    @user-nx6cj4fq1l Před 3 měsíci +3

    ভাল লাগিল।

  • @assamesemovies7638
    @assamesemovies7638 Před 3 měsíci +3

    সুন্দৰ বৰদেউতা লগতে ৰঙালী বিহু শুভেচ্ছা থাকিল আপোনালৈ।❤️

  • @dulumonigogoi3311
    @dulumonigogoi3311 Před 3 měsíci +5

    সচাকৈ বৰ ভাল লাগিছে।ধন্যবাদ চাৰ

  • @pranjoldutta7038
    @pranjoldutta7038 Před 3 měsíci +7

    ইমান সুন্দৰ কণ্ঠ ❤ বিহুৰ শুভেচ্ছা জনালোঁ 🥰

  • @akashgayontheassamculture5815
    @akashgayontheassamculture5815 Před 3 měsíci +3

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল ককাইদেউ

  • @mridulahazarika4592
    @mridulahazarika4592 Před 3 měsíci +2

    বৰ ভাল লাগিল

  • @nironburagohain
    @nironburagohain Před měsícem

    Bahut2 bhaal lagil.

  • @geetamoniborah2682
    @geetamoniborah2682 Před 3 měsíci +4

    অতি সুন্দৰ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci +3

    নমস্কাৰ,, সচা কথা, বিহু আছে আৰু থাকিবও,ই এটা জাতিৰ সনমান্আৰু বিহু টোহে জাতিৰ মানটো ৰাখে, সুন্দৰ হৈছে, আপুনি গাই যাওক চোন, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুৱলা ও, শুনিও ভাল লাগিল,

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻 আগলৈ আমাৰ ভিডিঅ' সমুহ চায় থাকিব বুলি আশা কৰিলো।

  • @tulshidas398
    @tulshidas398 Před 3 měsíci +3

    Dodaideo bhut bhut val lagil

  • @tilodeori9408
    @tilodeori9408 Před 3 měsíci +1

    Bor bhal lagil

  • @aimonichetia
    @aimonichetia Před 3 měsíci

    Bar Val lagil.

  • @jayantasahu5053
    @jayantasahu5053 Před 2 měsíci

    Bahut bhal lagil

  • @dwijensarmah4370
    @dwijensarmah4370 Před 3 měsíci +2

    🌹🌺💝👌🙏🙏অতি মননশীল, শ্ৰুতিমধুৰ 👌👌💝💝

  • @niruburagohain3594
    @niruburagohain3594 Před 3 měsíci +2

    বহুত ভাল লাগিছে আপোনাৰ লৈ বিহু ওলগ জনালোঁ 🙏🙏

  • @dhanadadevi4875
    @dhanadadevi4875 Před 3 měsíci

    অতি সুন্দৰ প্ৰদৰ্শন

  • @sridanchrabha6009
    @sridanchrabha6009 Před 3 měsíci +4

    Happy bihu

  • @dilipkumarbharali2843
    @dilipkumarbharali2843 Před 3 měsíci

    সুন্দৰ সুন্দৰ সুন্দৰ অতি সুন্দৰ

  • @user-gc3jx9kk8e
    @user-gc3jx9kk8e Před 3 měsíci +1

    Good

  • @dhrubahaloi3843
    @dhrubahaloi3843 Před 3 měsíci +1

    apuni dhunia dhol bojowar logote dhunia bihugaan o gai...bohut val lagil... apunar mat atiao deka hoi a ase.

  • @bipulkalita6116
    @bipulkalita6116 Před 3 měsíci +1

    অতি সুন্দৰ হৈছে বাবা❤❤ ব'হাগ বিহুৰ ওলগ জনালোঁ 🙏🙏

  • @dhrubadevbora4306
    @dhrubadevbora4306 Před 3 měsíci +4

    মহাশয় ,আপোনাৰ প্ৰচেষ্টা মহান,একক আৰু অনন্য।একমুখে শলাগিবলগীয়া।বিহুটি থাকিলেহে ব'হাগ থাকিব।শুভেচ্ছাৰে।।।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻

    • @milugogoi5178
      @milugogoi5178 Před 3 měsíci

      😊😊😊😊😊😊😊

  • @JayntaShakiya-vv5lz
    @JayntaShakiya-vv5lz Před 3 měsíci +3

    Hundar ❤️❤

  • @user-ku8xm8qc7q
    @user-ku8xm8qc7q Před 3 měsíci +2

    Hundor Val Lagil

  • @user-tx5xl4jc2u
    @user-tx5xl4jc2u Před 3 měsíci +1

    ঢোলৰ চাপৰ খু-উ-ব সুন্দৰকৈ বজাইছে!🎉❤🎉❤🎉

  • @jayantagogoi986
    @jayantagogoi986 Před 3 měsíci

    সুন্দৰ ।

  • @ashaladas3154
    @ashaladas3154 Před 3 měsíci

    বহুত ধুনীয়া

  • @chandradharkakoti6238
    @chandradharkakoti6238 Před 3 měsíci

    Old is gold Apuni dhuniakoi dhol bojowar logote sundar bihunam gaise dei

  • @Ak_axom_YT
    @Ak_axom_YT Před 3 měsíci +2

    Thnku sir

  • @user-ws5fb6gt6j
    @user-ws5fb6gt6j Před 3 měsíci +1

    Dada bhut bhut val lagil

  • @hjstatus992
    @hjstatus992 Před 3 měsíci +2

    হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ছাৰ 🎉🎉🎉

  • @theaesthetic5484
    @theaesthetic5484 Před 3 měsíci +2

    Happy Rongali Bihu❤️

  • @JrBhaskarmiLi
    @JrBhaskarmiLi Před 3 měsíci +1

    Xundar ❤

  • @JyotiBorah-rt5qk
    @JyotiBorah-rt5qk Před 3 měsíci +1

    Xundor 🙏🙏

  • @sewaliborah4728
    @sewaliborah4728 Před 2 měsíci

    Moja

  • @rubugogoi7003
    @rubugogoi7003 Před 3 měsíci

    Bohut hondor

  • @DipjyotiGogoi-js1qc
    @DipjyotiGogoi-js1qc Před 3 měsíci +4

    ৰাঙলী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ

  • @sridanchrabha6009
    @sridanchrabha6009 Před 3 měsíci +1

    Ati sundar

  • @djvlogs..1243
    @djvlogs..1243 Před 3 měsíci +1

    Bihu bihu lagisa gat ❤

  • @mrdurga5363
    @mrdurga5363 Před 3 měsíci +1

    বহুত ভাল লাগিল

  • @user-yj7fn3lz8h
    @user-yj7fn3lz8h Před 3 měsíci

    মজা ❤

  • @rekhahazarika6485
    @rekhahazarika6485 Před 3 měsíci +2

    আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিছো ❤

  • @prabodhbaishya1921
    @prabodhbaishya1921 Před 3 měsíci +1

    Very good

  • @utpalsaikia3115
    @utpalsaikia3115 Před 3 měsíci +1

    অতি সুন্দৰ বিহু গীত। Old is gold.

  • @deepalikalita3075
    @deepalikalita3075 Před 3 měsíci

    Sundor lagisa aru sundor hoisa purani madakata bisari pua goisa.

  • @BORN2Winnnnnn
    @BORN2Winnnnnn Před 3 měsíci

    Moza koka ❤

  • @reenadihingia4312
    @reenadihingia4312 Před 3 měsíci

    Val lagil

  • @user-lk4lb1lh3b
    @user-lk4lb1lh3b Před 2 měsíci

    এ মজা বৰ্তা

  • @tanumaigohaingohaintanumai8649

    ভাল লাগিল বিহু নাম কেইটা শুভেচ্ছা জনালোঁ ।

  • @bulbuligogoi7889
    @bulbuligogoi7889 Před 3 měsíci +1

    ❤❤ Bor সুন্দৰ❤❤🎉🎉

  • @haribaruah9280
    @haribaruah9280 Před 3 měsíci +1

    বৰ ভাল লাগিছে।লগত আৰু দুজন তিনিজন হোৱা হলে
    অতি সুন্দৰ হ'ল হেঁতেন।

  • @LahanDatta
    @LahanDatta Před 3 měsíci

    Bohut val lagil

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      ধন্যবাদ লাহন ডাঙৰীয়া

  • @IlumoniDuarah-id6pp
    @IlumoniDuarah-id6pp Před 3 měsíci

    Nice Nice

  • @kulldeepassam7431
    @kulldeepassam7431 Před 3 měsíci

    জয় আই অসম

  • @bashabbezbaruah3378
    @bashabbezbaruah3378 Před 3 měsíci

    sundar bihu uncle bahut bahut Val lagil.ako gab de atikoi xuwala xur.

  • @NirmaliAcharjee-cl6ey
    @NirmaliAcharjee-cl6ey Před 3 měsíci

    Very nice

  • @BarnaliGogoi-vr9we
    @BarnaliGogoi-vr9we Před 2 měsíci

    Nice 😮😮

  • @TarunHandique
    @TarunHandique Před 3 měsíci +4

    Oti sunder. Keep going.

  • @hiramoniburagohain458
    @hiramoniburagohain458 Před 3 měsíci

    Hundor bihunam; Ajikali huniboloi puwa najai

  • @madhupatowary7778
    @madhupatowary7778 Před 3 měsíci

    বৰ ভাল লাগিল 🙏

  • @dipalikalita2546
    @dipalikalita2546 Před 3 měsíci

    Bar sundar

  • @bijoyamudoi4174
    @bijoyamudoi4174 Před 3 měsíci

    Sundar

  • @BarnaliGogoi-vr9we
    @BarnaliGogoi-vr9we Před 2 měsíci

    ❤🎉🎉🎉

  • @JibonSaikia-zj1jx
    @JibonSaikia-zj1jx Před 3 měsíci

    সচাকৈ বৰ ভাল লাগিল ছাৰ

  • @jonardonborpatragohain9971
    @jonardonborpatragohain9971 Před 3 měsíci

    বহুত ভাল লাগিল আপোনালৈ ধন্যবাদ দাদা

  • @AffectionateBeignets-ug3md
    @AffectionateBeignets-ug3md Před 3 měsíci

    বহুত পুৰণি বিহু নাম, ভাল লাগিল

  • @sashinsarma950
    @sashinsarma950 Před 3 měsíci

    Nice

  • @deepalineog5797
    @deepalineog5797 Před 3 měsíci +1

    .very nice

  • @sharatbhuyan3535
    @sharatbhuyan3535 Před 3 měsíci

    বৰ ভাল লাগিল দেই❤

  • @specialsweetsong8019
    @specialsweetsong8019 Před 3 měsíci

    Oti সুন্দৰ গাইছে গুৰু দেৱ আপুনি আগুৱাই যাওক আৰু মইজে গাব পাৰো চহাই কৰক

  • @user-up1qj5gi3v
    @user-up1qj5gi3v Před 3 měsíci

    খুব সুন্দৰ লাগিছে নাম খাৰ

  • @ruprekhabhuyan9590
    @ruprekhabhuyan9590 Před 3 měsíci

    সুন্দৰ হৈছে

  • @swarajkumarnath9453
    @swarajkumarnath9453 Před 3 měsíci

    বৰ সুন্দৰ ককাইদেউ

  • @KishorDas-ef3te
    @KishorDas-ef3te Před 3 měsíci +1

    Very very nice

  • @hingheswarsonowal8806
    @hingheswarsonowal8806 Před 3 měsíci

    Krish bap

  • @JaduSaikia-hx6xq
    @JaduSaikia-hx6xq Před 3 měsíci

    Khub hundar lagildei aponar bihu

  • @utpolmukherjee3534
    @utpolmukherjee3534 Před 3 měsíci

    Very Nice Bihu Songs

  • @Mrgautamofficial20
    @Mrgautamofficial20 Před 3 měsíci +12

    ৰঙালী বিহুৰ শুভেইছা থাকিল চাৰ
    আৰু আপুনি বিহু দিনা video দিয়া কাৰণে

  • @user-wh5us8ji3w
    @user-wh5us8ji3w Před 3 měsíci

    Borbhallagil❤❤❤❤❤😂😂😂😅😅

  • @JugaKonwar-io2wk
    @JugaKonwar-io2wk Před 3 měsíci +1

    Puroni bihur mojyoda ase

  • @user-vz3lm3xf6r
    @user-vz3lm3xf6r Před 3 měsíci

    কৃষ্ণ , লাচিত দিনৰ বিহুৱা। কিন্তু,,,,তাল খন থকা হ'লে আৰু ভাল লাগিলে হয়।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      হয় মহাশয় আপুনি থিকেই কৈছে 😊

  • @rekhahazarika6485
    @rekhahazarika6485 Před 3 měsíci +2

    পুৰণা বিহু গান বোৰ এনেদৰে দি যাব বুলি আশা কৰিলো

    • @subhashhazarika5509
      @subhashhazarika5509 Před 2 měsíci

      মাজনী -“বিহু গান“ নহয় “বিহু গীত“ বুলিহে কোৱা হয় ৷ নিজ জাতীয় সংস্কৃতি , ধ্ম্ম’, লোকো কৃ্ষ্টি , পাৰম্পৰা ইত্যাদি বোৰ শুদ্ধ ৰুপত জানিবলৈ চেষ্টা কৰিবা ৷ তেহে পিচৰ প্ৰজন্মই তোমাৰ পৰা শিকিব ৷

  • @nabingogoi8689
    @nabingogoi8689 Před 3 měsíci

    সুন্দৰ হৈছে ।পিছে হুঁচৰিত দুজনী বা এজনী নাচনী থাকে জানো?

  • @tarunborah900
    @tarunborah900 Před 3 měsíci

    মন আপ্লুত হ'ল। চাৰি কুৰি বছৰ আগুৱাই গ'লো।

  • @bhargavkalita5826
    @bhargavkalita5826 Před 3 měsíci +1

    Dhul hikai neki baru

  • @user-lk4lb1lh3b
    @user-lk4lb1lh3b Před 2 měsíci

    ❤❤❤❤❤❤❤❤❤😅😅😅😅😅😅😅

  • @assamboy9350
    @assamboy9350 Před 3 měsíci

    পুৰণি ৰোৱা তোলা চাপৰ দিবচোন।

  • @mridulneog7034
    @mridulneog7034 Před 3 měsíci +1

    সুন্দৰ। আপোনাৰ তাত গৈ অলপ ঢোল শিকিব পাৰিম নে ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      ধন্যবাদ 🙏🏻 আপুনি যদি গোলাঘাটৰ হয় নিশ্চয় পাৰিব খালি ব্যস্ততাৰ মাজতো সময় অলপ মিলাই ল'ব লাগিব।

    • @mridulneog7034
      @mridulneog7034 Před 3 měsíci

      ​ধন্যবাদ থাকিল আপোনালৈ । পিছে মই গোলাঘাটৰ নহয় । কিন্ত সৰু সুৰা ঠিকা কামৰ বাবে গোলাঘাট নিয়মিয়াকৈ গৈ থকা হয় বাৰু।

  • @birendutta6306
    @birendutta6306 Před 3 měsíci +4

    Old is gold. Puroni bihugeet bor monurom

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      পুৰণি বিহুনাম সমুহ আকৌ এবাৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব লাগে, তেনে কৰিলে আমাৰ মাজৰ পৰা হেৰাই যোৱা শিল্পী সকলক শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰকৃত বিহুনাম সমুহ সংৰক্ষিত হ'ব বুলি ভাবো।

    • @hemontaborah6688
      @hemontaborah6688 Před 2 měsíci

      Dhultuuluta. Hol

  • @rangdhemali2226
    @rangdhemali2226 Před 3 měsíci +1

    আজিকালি হুঁচৰিত ছোৱালী দেখা পোৱা যায়। জেং বিহু,গাভৰু বিহু, ডেকা গাভৰুৰ নিশা বিহু (পুৰুষ মহিলা উভয়ে একেলগ গায়), হুঁচৰি প্ৰত্যেকৰে নিজৰ নিজৰ স্বকীয়তা আৰু বৈশিষ্ট্য থকাৰ লগতে নাম, পদ আদিৰ মাজতো পাৰ্থক্য আছে। হুঁচৰি কেৱল পুৰুষেহে গায়।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci +2

      হয় মহাশয় আপুনি থিকেই কৈছে। হুঁচৰি, মুকলি বিহু, জেং বিহু, গাভৰু বিহু, ৰাতি বিহু আদিৰ সুকীয়া মৰ্যাদা আছে আৰু নিজস্ব মৌলিকতা ৰক্ষা কৰি এই সমূহ পৰিবেশন কৰা হয়। এই সকলোবোৰ একত্ৰিত কৰিলে বিহুৰ পৰম্পৰা আৰু মৰ্যাদাত আঘাত হনাহে হয়।

  • @premadasenapati4483
    @premadasenapati4483 Před 3 měsíci

    Apunar ai prosesta k adoroni janalu .

  • @pranobgogoi3977
    @pranobgogoi3977 Před 3 měsíci

    ককাই প্ৰথমৰ পৰা আকৌ দিবচোন

  • @hariprasadphukan7013
    @hariprasadphukan7013 Před 3 měsíci

    Thanks to you sir old is gold

  • @paramanandabora1047
    @paramanandabora1047 Před 3 měsíci

    Tumak chai thakile nelage petot bhuk, tumak pale jibanot nelage oi
    Ekuke muk, dhin, dhin dhindau daiu,
    Mitha amttu kesai khau, atia tumak, stia tumak logote loi gharaloi jamegoi moi Chrnimai jamegoi ghoroi buli.
    ,

  • @arupborah4833
    @arupborah4833 Před 3 měsíci

    হেৰাই যাব ধৰা গীত / বিহুনামবোৰ উপস্থাপন কৰি সচাঁই পৰবৰ্তী প্ৰজন্মক উপকাৰ কৰি গৈছে ।

  • @lakheswarlahon3748
    @lakheswarlahon3748 Před 3 měsíci

    অতি সুন্দৰ,আজি কালি ল'ৰা ই পুৰণি বিহু নামত সুৰ মিলাব নোৱাৰে নাম বিলাক দিঘলীয়া হয় ।পদ বিলাক প্ৰাকৃতিক লগত সম্বন্ধ ৰাখি গোৱা হৈছিল।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      আপোনাৰ কথাত একমত। হুঁচৰিৰ বিহুনাম সমুহ প্ৰকৃতি বিষয়ক হ'ব লাগে কাৰণ বিহু কৃষি ভিত্তিক উৎসৱ। সেয়ে নতুন প্ৰজন্মক বিহুৰ জাতনাম সমূহৰ লগত পৰিচয় কৰাই দিয়াটো প্ৰয়োজন বুলি ভাবো।