শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন
Vložit
- čas přidán 6. 07. 2024
- শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন
Video Host:- Ghanakanta Saikia
Video Record & Uploaded by Rupak Das
Contact:- contactteamlohor@gmail.com
Copyright © 2024 Lohor-লহৰ, All rights reserved.
Love from majuli ❤❤
Thanks ❤❤😮😮😮😮 dohut tan dekhun
বহুত টান নহয় অলপ চেষ্টা কৰিলেই বজাব পাৰিব।
Doityo sapor dibo sun
কৃষ্ণ 🙏🏻
Val lagil sir,aako evag notun bazna hikibo parilu..
Kintu sir, video dia bohut deri korise kiyo... Video ohaloi bat sai aamoni lagi jai.. Tothapiu eku aamar aakkhyep nai 🥰aapunr video oha manei aami hikilu Aitu khatang.😆😍.. Aaru sir kotha evag kou dei... Mane aapunar aaru aamar hombondho ti DURNASARJYO AARU AKOLOYOR nisina,,, guru hissor mane dekha dekhi nai.. Jai ki nhouk sir,, aapunar porai bohukhini lavambito hoisu.. Huddho rupot bazna bur bojabo pora hoisu🥰🥰🥰🥰
আপোনাক অশেষ ধন্যবাদ হাজৰিকা দেৱ।
আমাৰ ভিডিঅ' সমূহৰ যোগেদি কিবা অলপ শিকিব পাৰিছে বুলি জানি ভাল লাগিল 🙏🏻 কৰ্ম ব্যস্ততাৰ বাবে ভিডিঅ' আপলোডত পলম হোৱাত অপৰাধ মাৰ্জনা কৰিব। আপোনালোকৰ দৰে দৰ্শকৰ লগত প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা নিশ্চয় কৰিম। যোগাযোগ নম্বৰ দিব।
Guru ghat vag dibo sun , bohut hohai hobo amr
ধন্যবাদ
Khura vaunar gaion baionor aaromvoni git Shree mot joxoda sut gitu liki dibosun
এই ভাগ গীত নহয় শ্লোক হে গাণিকা বা পূৰ্বৰঙ্গৰ আৰম্ভণিত গোৱা হয়। যথাসাধ্য দিবলৈ চেষ্টা কৰিম 🙏🏻
Thanks sir dibo sun muk mane sluk vag lage Karon moi gaion baion gau je
দৈত্যৰ প্ৰৱেশৰ এটা ভিডিঅ' বনাব চোন😢😢
Thanku 🥰
অনোগহ কৰি বাজনা দুখন কমেনত লিখি দিব আমাৰ সহায় হব❤
লিখি দিম বাৰু
ধৰমযতি তাল খন দিবলৈ চেষ্টা কৰিব।🙏🙏
নিশ্চয় দিম
বিষ্ণুৰ আবিৰ্ভাৱ হলে মৰা চাপৰ ভাগ দিব চোন অনুগ্রহ কৰি
ভাওনাত বিষ্ণুৰ আবিৰ্ভাৱৰ সময়ত শ্লোক অথবা সুচনা গোৱা হয় আৰু সেই সময়ত খোলত ৰগৰ দি ঘাট বজোৱা হয়। ইয়াৰ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু।
Apuna fun numbar tu de bosun
Apunar logt alop kotha patem,
সূত্ৰ ধাৰ বোলা খন একাদিক্ৰমে বজাবলে অকমান
নিশ্চয় এটা ভিডিঅ'ত সূত্ৰধাৰী নৃত্যৰ বাজনাখন একাদিক্ৰমে বজায় দিয়াৰ চেষ্টা কৰিম 🙏🏻
Apunar phone number dibo