সূত্ৰধাৰী নাচৰ বোল শিকোঁ আহক | খোল বাদন | প্ৰথম ভাগ

Sdílet
Vložit
  • čas přidán 1. 06. 2024
  • " সুত্ৰধাৰ" হ'ল ভাওনাৰ মূখ্য চৰিত্ৰ। সত্ৰীয়া বা শংকৰী নৃত্য সমূহৰ ভিতৰত সুত্ৰধাৰী নৃত্য অন্যতম। আমি এই নৃত্যৰ বোল সমূহ ন-শিকাৰু সকলৰ বাবে আগবঢ়ায় দিছোঁ। আশা কৰোঁ সকলো উপকৃত হ'ব।

Komentáře • 24

  • @jayantakakati9640
    @jayantakakati9640 Před měsícem +1

    আপোনাৰ সুন্দৰ প্ৰচেষ্টাৰ বাবে আমি অনেক খিনি উপকৃত হৈছো। তাৰবাবে বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছো।
    সুত্ৰধাৰে গীত ৰাগ গাই যি নৃত্য কৰে তাত ব্যৱহৃত খোলৰ বোলখিনিও দিলে ভাল লাগিব।
    কৃষ্ণ কৃষ্ণ 🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      আপোনাসব উপকৃত হোৱাৰ মাজতহে আমাৰ কষ্টৰ সফলতা নিহিত হৈ আছে। বহুত বহুত ধন্যবাদ জনাইছো 🙏🏻 সুত্ৰধাৰী নৃত্যৰ গীত আৰু শ্লোকৰ বাজনা পৰবৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম । কৃষ্ণ 🙏🏻

  • @user-bn6mu6bw7j
    @user-bn6mu6bw7j Před 2 měsíci +1

    বহুত বহুত ধন্যবাদ।। আগলৈও এনেদৰে সহায় কৰি যাব ।। কৃষ্ণ 🙏🙏

  • @sidharthahazarika9870
    @sidharthahazarika9870 Před měsícem

    Sir, bor val lagil de. 🥰

  • @prishnihorigogoi
    @prishnihorigogoi Před 2 měsíci

    ধন্যবাদ মহাশয়। বহু উপকৃত হৈছে আপোনাৰ ভিডিঅ সমূহৰ পৰা। পৰৱৰ্তী সময়ত পাৰিলে শ্লোক নৃত্যৰ উপৰত এটি ভিডিঅ আগবঢ়াব ।🙏🏻🙏🏻

  • @ratul.873
    @ratul.873 Před 2 měsíci +1

    🙏🙏

  • @ritupornadutta9514
    @ritupornadutta9514 Před 2 měsíci

    Dib moi apukae sai sai xiki asu

  • @mkarts485
    @mkarts485 Před 2 měsíci

    Sutradar netya Full ke dibo sun

  • @Debwhoo⁹
    @Debwhoo⁹ Před 2 měsíci +1

    বহুত বহুত ধন্যবাদ আপোনালৈ।✨
    অাপুনি আমালৈ "কৃষ্ণ নৃত্য"বাজনা খন লৈ আনিব বুলি আশা থাকিল।💗

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci +1

      পৰম্পৰাগত কৃষ্ণ প্ৰৱেশৰ বাজনা খন ইতিমধ্যে দিয়া হৈছে।

    • @Debwhoo⁹
      @Debwhoo⁹ Před 2 měsíci +1

      @@TeamLohorGolaghat Thank you.. Can you give me the link Of ➡"KRISHNA PRABASH"

  • @polofficial424
    @polofficial424 Před 2 měsíci

    Thanks

  • @debaff3267
    @debaff3267 Před 14 dny +1

    Sir eyar pasor khini dibo sn xnkale.. krishna 🙏🏻🙏🏻

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 14 dny

      দিয়া হৈছে, নান্দী গীত আৰু শ্লোক নৃত্যৰ বাজনাৰ ভিডিঅ' কেইটা চাব 😊

  • @AkashUzirOffiicial
    @AkashUzirOffiicial Před měsícem

    Gutei bajana keikhn video tut thoka ... description ot type kori dibo sn... serially

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 2 měsíci +1

    কীপাংগ ওপাংগ ভূপাংগ শ্লোকনৃত্য খন দিব

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      পৰবৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম

  • @mkarts485
    @mkarts485 Před 2 měsíci

    Eei khon bajna kun tholar nu

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      Komolabari thulor, agote enekoie bojaua hoisil bortoman badon xoilir kisu poriborton hua jen anuman hoi

    • @mkarts485
      @mkarts485 Před 2 měsíci

      @@TeamLohorGolaghat bortoman khon dibo sun