লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial

Sdílet
Vložit
  • čas přidán 5. 04. 2024
  • লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial
    আজিৰ ভিডিঅ'ত হুঁচৰিত বজোৱা এটি বিশেষ চেও "লহৰি নাচৰ চেও" বজোৱা হৈছে। "লহৰি" হুঁচৰিৰ এক বিশেষ অংগ । বিশেষকৈ উজনি অসমৰ হুঁচৰিত লহৰিৰ এক বিশেষ স্থান আছে।🙏🏻
    Video Host :- Ghanakanta Saikia
    record and uploaded by :- Rupak Das
    Our Contact :- contactteamlohor@gmail.com
    Thanks for Watching 🤗
  • Hudba

Komentáře • 32

  • @DiptiPhukan-hh6mz
    @DiptiPhukan-hh6mz Před 4 měsíci +5

    বৰ সুন্দৰ হৈছে এনে সুন্দৰ ভিদি উ আগলৈ পাম বুলি আশা কৰিলো৷

  • @chandannath5150
    @chandannath5150 Před 3 měsíci +1

    Bohut dhunia lagise moio aaponar video Sai Sai Dhol bojowa hiki asu

  • @gogoi6171
    @gogoi6171 Před 4 měsíci +5

    Sapor 2 screen t likhi dbosn

  • @ASSAM07999
    @ASSAM07999 Před 4 měsíci +2

    Bordeota vall lagil apunak🙏

  • @sunadas1892
    @sunadas1892 Před 3 měsíci

    Bhut val koi khikaisa dada

  • @payengfoujiofficial7952
    @payengfoujiofficial7952 Před 4 měsíci +1

    Sir muru dhul bojaboloi kikibo bohut mon jay

  • @Mrgautamofficial20
    @Mrgautamofficial20 Před 4 měsíci +3

    Sir please please 🥺 khitaku khitaku .. seu to val ke khikai dibo please ❤️ sir

  • @parthabora7594
    @parthabora7594 Před 4 měsíci +2

    Sir,,,,, sapor bilak likhi dibosun ,,,, nohole monot rakhibole problem hoise....
    Thank you sir.

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      আচলতে সময় নোহোৱাতহে লিখি দিয়া নাই, আগলৈ চেষ্টা কৰিম বাৰু

  • @BorahDn1
    @BorahDn1 Před 4 měsíci +1

    Vedic fast forward Sabo loga hoi

  • @assamesemovies7638
    @assamesemovies7638 Před 3 měsíci +1

    বৰদেউতা লগতে জাতনাম কেইটামানো দিবচোন।❤

  • @monjilvlogs
    @monjilvlogs Před 4 měsíci +2

    Sir apunar ghar dergaot nky

  • @bhabaniprasadbora405
    @bhabaniprasadbora405 Před 4 měsíci +4

    ছাৰ, অনুগ্ৰহ কৰি দিঘিৰঘিৰা কেনেকৈ বজায় ভিডিঅ'এটা দিবচোন।

  • @theaesthetic5484
    @theaesthetic5484 Před 4 měsíci +1

    Aromvoni seo dibo sun 🙏❤️

  • @atulbaruah8204
    @atulbaruah8204 Před 3 měsíci

    নমস্কাৰ শইকীয়া দেৱ। আপোনাৰ ঢোলবাদন সম্পৰ্কীয় ভি,ডি.অ চাই বৰ ভাল লাগে। আশাকৰোঁ নৱ-প্ৰজন্ম ই ঘৰতে সুন্দৰ কৈ বিনামূলীয়াকৈ শিকাৰ সুযোগ লাভ কৰিছে। আপোনালৈ মোৰ এটি অনুৰোধ, যদি পাৰে ঢোলৰ বোল সমূহ ইউটিউৱৰ description ত লিপিবদ্ধ কৰক। ই অতি আদৰণীয় পদক্ষেপ হ'ব বুলি মোৰ ধাৰণা। বিহুৰ আন্তৰিক শুভেচ্ছা ৰে। সেৱা ৰে....

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci

      বহুমূলীয়া মন্তব্যৰে আমাক অনুপ্ৰাণিত কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻 আপোনাৰ ঘৰ ক'ত বাৰু জনাবচোন।

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 4 měsíci +1

    ৰি প্লাক খিত ঘেন দাও বোলটো দিব

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      এনেধৰণৰ বোল সমুহ ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম 🙏🏻

    • @kishordas8100
      @kishordas8100 Před 3 měsíci

      Mon jai xikib sir

  • @kalyanigogoi4210
    @kalyanigogoi4210 Před 3 měsíci +2

    অলৱ সহজ চেও নহয় চাপৰ বা চাপ শিকাই দিয়ক

  • @pranobgogoi3977
    @pranobgogoi3977 Před 2 měsíci

    ঢোলৰ চেও বা চাপৰ সমুহ প্ৰথমৰ পৰা দিয়ক অনুৰোধ কৰিলোঁ আৰু আপোনাৰ ফুন নম্বৰ তো দিয়ক

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      হয় কথাটো আমিও ভাবিছো, ঢোলৰ সবিশেষ পাঠ্যক্ৰম আকাৰে জনাবলৈ চেষ্টা কৰিম 🙏🏻 পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছো।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před měsícem

    কাহি"ঘূৰোৱা আৰু ৰোৱা"তোলা"চাপৰ মাৰক চোন।