Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
Apunar dholor sapor huni bhohut val lagil
আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻
মহাশয়, আপোনাৰ vdo ভালেকেইটা চাইছো। অতি সুন্দৰ ভাৱে প্ৰকাশ কৰাত ভাল লাগিছে। ইয়াৰ লগতে পাৰিলে চেওসমূহ লিপিবদ্ধ কৰি আগবঢ়াব চোন। তেতিয়া অধিক উপকৃত হম।(তৰুন শইকীয়া, লখিমপুৰ )
মন্তব্যৰ বাবে ধন্যবাদ জনাইছো 🙏🏻 আগলৈ লিপিবদ্ধ ৰূপত দিবলৈ চেষ্টা কৰিম
Bohut bohut bohut duniya lage apunar video sai❤❤
ধন্যবাদ 🙏🏻
আপোনাৰ পৰা মই বহুত শিকিলো sir thank u 😊😊
অভিনন্দন জনালো আগবাঢ়ি যোৱা 🥰
বহুত ভাল লাগিল,
Veri Nice আপোনাৰ চাপৰকেইটি ৷
বিহু বিহু লাগিছে গাত ❤❤❤❤🎉🎉🎉
Joi Aai Axom
Dada apunar ghor
Sir apuni abar digholiya sapor tu bojabole hikabo sun please 🙏
বৰ ভাল পদক্ষেপ। আমি উপকৃত হৈছোঁ
Apunar usrt hekibo parem ni mur ghr furkating ❤️
নিশ্চয় পাৰিব।
Bor val lagil
😁🤗
Apunar ghor kot nu golaghator?
Town t ward no 2
❤❤❤❤
❤
❤❤❤
Love from golaghat kachamari
এফাঁকি বিহুনাম শুনিছিলোঁবিহুনামৰ মাজে মাজে কাংকানা শব্দটো পুনৰাবৃত্তি কৰিছিলে চতে গৈয়ে গৈয়ে কাংকানা বহাগী পালে হি কাংকানা ......সুৰটো মই পাহৰি গ'লো আপুনি জানে যদি গাই শুনাব হো আৰু এনেকোৱা নাম জানে যদি যʼত আমাৰ জনগোষ্ঠীয় শব্দ সমূহ থাকে বাকী ঢোল বজোৱা বহুত শুনিছোঁ কিন্তু আপোনাৰ ঢোলৰ চাপৰত এটা ভিদিও পৰা বাকী ভিদিও চালোঁ বৰ ভাল লাগিল
ধন্যবাদ মহাশয় 🙏🏻 পাছে-পৰে গায় শুনাবলৈ চেষ্টা কৰিম।
Dada ata dhol ot kiman poisa lobo
Olxt ata anisu moi guwahatir porai 4500 val dhole paisu
Moi ata dhol anisu kothalor 7000 toka loose
Likhoni kori dile bohut val hoi likhi dibo please🙏
নিশ্চয় দিম
এটা সৰু ছেও দিওক গুৰুজনা ❤️ আৰু পাৰিলে লিখি দিব please 🙏❤️❤️
Dangoria Dhol bojabo najanu kintu dholor chapor xuniley Montu aru logot nathakey...... apunar dhol badon bilak salu..... kritogyatat moor du khai gol. Sangskriti tu bosai rakhisey.......🙏🙏🙏🙏
এইয়াই হৈছে প্ৰকৃত অসমীয়াৰ মন 🥰 ধন্যবাদ থাকিল আপোনালৈ।
Dada mur dhul hikiboloi khub mon ase prim ne bru hikibo kintu mur age atiya 23 😢
নোৱাৰাৰ কোনো কাৰণ নাই, মন কৰিলেই হ'ল 😊
Dada please susoni uporot video bonabo
থিক আছে
খুড়া ঢোল শিকিবলৈ মোৰো বহুত মন আছে মোৰ ঢোল নাই যদিও আপুনাৰ video বোৰ চাই ভাল পাওঁ love from nogaon কম দিনৰ ভিতৰতে ঢোল এতা কিনিম বুলি ভাবিছোঁ পাৰিলে ভাল ঢোল এতা চাই দিব বুলি আশা ৰাখিলোঁ নমস্কাৰ 🙏
আমাৰ ফালৰপৰা শুভেচ্ছা জনালো, গোলাঘাটলৈ আহিব চাই ল'ব পাৰিব।
আপোনাৰ সকলোবোৰ ভিডিঅ' চাই আহিছো।
ধন্যবাদ 🙏🏻 পৰবৰ্তী ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব 😊
বিহু প্ৰতিযোগিতা ৰ বিষয়ে অকমান ভিদিয় এটা দিব চোন বহুত ৰে কিছুমান প্ৰশ্ন হৈ থাকে আমি উত্তৰ বোৰ পাই জাম তেতিয়া
চেষ্টা কৰিম 🙏🏻
Apunar dholor sapor huni bhohut val lagil
আন্তৰিক ধন্যবাদ জনাইছো 🙏🏻
মহাশয়, আপোনাৰ vdo ভালেকেইটা চাইছো। অতি সুন্দৰ ভাৱে প্ৰকাশ কৰাত ভাল লাগিছে। ইয়াৰ লগতে পাৰিলে চেওসমূহ লিপিবদ্ধ কৰি আগবঢ়াব চোন। তেতিয়া অধিক উপকৃত হম।(তৰুন শইকীয়া, লখিমপুৰ )
মন্তব্যৰ বাবে ধন্যবাদ জনাইছো 🙏🏻 আগলৈ লিপিবদ্ধ ৰূপত দিবলৈ চেষ্টা কৰিম
Bohut bohut bohut duniya lage apunar video sai❤❤
ধন্যবাদ 🙏🏻
আপোনাৰ পৰা মই বহুত শিকিলো sir
thank u 😊😊
অভিনন্দন জনালো আগবাঢ়ি যোৱা 🥰
বহুত ভাল লাগিল,
Veri Nice আপোনাৰ চাপৰকেইটি ৷
বিহু বিহু লাগিছে গাত ❤❤❤❤🎉🎉🎉
Joi Aai Axom
Dada apunar ghor
Sir apuni abar digholiya sapor tu bojabole hikabo sun please 🙏
বৰ ভাল পদক্ষেপ। আমি উপকৃত হৈছোঁ
ধন্যবাদ 🙏🏻
Apunar usrt hekibo parem ni mur ghr furkating ❤️
নিশ্চয় পাৰিব।
Bor val lagil
😁🤗
Apunar ghor kot nu golaghator?
Town t ward no 2
❤❤❤❤
❤
❤❤❤
Love from golaghat kachamari
এফাঁকি বিহুনাম শুনিছিলোঁ
বিহুনামৰ মাজে মাজে কাংকানা শব্দটো পুনৰাবৃত্তি কৰিছিলে
চতে গৈয়ে গৈয়ে কাংকানা
বহাগী পালে হি কাংকানা ......
সুৰটো মই পাহৰি গ'লো
আপুনি জানে যদি গাই শুনাব হো আৰু এনেকোৱা নাম জানে যদি যʼত আমাৰ জনগোষ্ঠীয় শব্দ সমূহ থাকে
বাকী ঢোল বজোৱা বহুত শুনিছোঁ কিন্তু আপোনাৰ ঢোলৰ চাপৰত এটা ভিদিও পৰা বাকী ভিদিও চালোঁ বৰ ভাল লাগিল