Video není dostupné.
Omlouváme se.

পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন

Sdílet
Vložit
  • čas přidán 19. 05. 2024
  • পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
    Video Host:- Ghanakanta Saikia
    Video Record & Uploaded by Rupak Das
    Contact:- contactteamlohor@gmail.com
    Copyright © 2024 Lohor-লহৰ, All rights reserved.

Komentáře • 22

  • @HIMANTA_BARUAH333
    @HIMANTA_BARUAH333 Před 13 dny

    Hundar ❤

  • @amritexploreculture9240
    @amritexploreculture9240 Před 2 měsíci

    ভাল লাগিল। বৰদোৱা শৈলীৰ এই তাল খন ৰ ঘাত অংশ বজাওঁতে তাল টো(হাতৰ চাপৰি) অলপ খেলি মেলি হৈছে যেন অনুমান হৈছে।

  • @m.j.d.1718
    @m.j.d.1718 Před 2 měsíci

    Dhol r kosari seo tu dibo suen

  • @sudhir_nandan
    @sudhir_nandan Před 2 měsíci +1

    🙏.. next bahu juddho sapor tu dbo sun

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      প্ৰস্তুতি চলায় আছোঁ।

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ বাজনা দিব

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ নৃত্য

  • @axomsamurai8984
    @axomsamurai8984 Před 2 měsíci

    সুত্ৰ খন dibo sun

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ বাজনা

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ বাজনা খন শিকাই দিব

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 2 měsíci

    Ektalit ekhon probesh or raag dibo

  • @axomsamurai8984
    @axomsamurai8984 Před 2 měsíci

    Apunar contact number2 kam ni ?

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ বাজনা খন দিব

  • @mkarts485
    @mkarts485 Před 2 měsíci

    Aadonik porital judha dibo sun

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      আধুনিক পৰিতাল বুলি কোনো তাল পোৱা নাযায়, মাত্ৰ বৰদোৱা, বৰপেটা আৰু কমলাবাৰী এই তিনিটা থুলত পৰিতালৰ বাদন শৈলীৰ কিছু পাৰ্থক্য দেখা যায়।

  • @jyotishmanbora3394
    @jyotishmanbora3394 Před 2 měsíci

    সূত্ৰ বাজনা খন শিকাই দিব আৰু লগতে চাপৰ বোৰ লিখি দিব description ত নহলে শিকিবলৈ দিগদাৰ হয় 🙏🏻

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci +1

      জ্যোতিষ্মান তোমাক অশেষ ধন্যবাদ জনাইছো 🙏🏻 অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম।

  • @user-bn6mu6bw7j
    @user-bn6mu6bw7j Před 2 měsíci

    স্ত্ৰী চৰিত্ৰ প্ৰৱেশৰ বোলসমূহ শিকাবচোন।।।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      লাহে লাহে সকলো বোল-বাজনা দিবলৈ চেষ্টা কৰিম 🙏🏻

  • @AkashSaikia-sh1mo
    @AkashSaikia-sh1mo Před 2 měsíci

    Nije Geet gai nije khul bojua tips ase jodi dibo sun mane hate mukhe duita nahe🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 2 měsíci

      সেইটো শিকিবলৈ অলপ কষ্ট কৰিলেই হ'ল, প্ৰথমে বাজনা বা তালৰ বোল সমুহ গীতৰ সুৰত বজাব। নিশ্চয় সফল হ'ব।