সঁচাকৈ ষড়যন্ত্ৰৰ বলি হৈছে নেকি জীয়াউৰ ৰহমান?

Sdílet
Vložit
  • čas přidán 25. 06. 2024
  • সঁচাকৈ ষড়যন্ত্ৰৰ বলি হৈছে নেকি জীয়াউৰ ৰহমান? পত্নীৰ অভিযোগ অনুসৰি নিজ দুই সন্তানৰ দায়িত্ব নলয় নেকি জীয়াউৰ ৰহমানে? 'মোৰ আগৰ পত্নীক ব্যৱহাৰ কৰি আছে বিজেপিয়ে'
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 428

  • @diptidevi4055
    @diptidevi4055 Před 19 dny +77

    আপোনাৰ পত্নীক ব্যবহাৰ কৰি আপোনাক ধ্বংস কৰিব বিচাৰিছে।

  • @chinmoydas4475
    @chinmoydas4475 Před 19 dny +44

    ছোৱালী দুজনীৰ এজনীকৈ লগত ৰখাৰ ব্যৱস্থা কৰা আৰু সিহঁতক পঢ়ায় মানুহ কৰা। দুই মহৰ যুজঁত বিৰিণাৰ মৰণ হ'ব নালাগে।

  • @yrgvGdcb-sn5he
    @yrgvGdcb-sn5he Před 19 dny +66

    দুত কা দুত,পানী কা পানী কৰি দিলে দেখোন জিয়াউৰ ৰহমানে । আৰু নো কি থাকিল। আচলতে পুৰুষ এজনেও যে নিযাতনৰ বলি হব পাৰে তাৰ নিদিষ্ট উদাহৰণ জিয়াউৰ ৰহমান।।

  • @jobforassam10
    @jobforassam10 Před 19 dny +66

    ত‌ইও কম নহয়,,, ছোৱালী দুজনীৰ ভবিষ্যত কি হ'ব, ছোৱালী দুজনীৰ দায়িত্ব নলৈ আকৌ ত‌ই বিয়া পাতিলি আকৌ দুটা জন্ম দিবি।।।

    • @AnupDas-ef2cx
      @AnupDas-ef2cx Před 18 dny +5

      Characterless

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq Před 18 dny +1

      Tar ma bapak legi sinta..
      Oi johra
      Api 2 ta sinta nai neki ..
      Toi kimn johra mal moi njno

    • @nuruzzamalhoque4461
      @nuruzzamalhoque4461 Před 18 dny +2

      Apunar Maiki jodi belokr logat homporoko thake apuni ki krib

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq Před 18 dny +4

      @@nuruzzamalhoque4461 beta toi o muslim na....toi 3 ta biya krisa na....khujeti Mari asah na..seibbe khujeti marak support kri asah

    • @jobforassam10
      @jobforassam10 Před 18 dny

      @@nuruzzamalhoque4461 অই মিয়া তোৰ কিয় ইমান গাত লাগিছে,,, চুদন মাষ্টাৰ

  • @dipakkalita7034
    @dipakkalita7034 Před 18 dny +12

    এই অসম লাইভ চেনেইলটোৱে আপোনাৰ বিৰুদ্ধে বেছিকৈ দেখাইছে । নিউজ চেনেলে সদাই নিৰপেক্ষতা অৱলম্বন কৰা দৰকাৰ ।

  • @ashmarahman4260
    @ashmarahman4260 Před 17 hodinami

    জিয়াউৰ ৰহমানে আত্মপক্ষ সমৰ্থণ কৰা কথাবিলাক সচাকৈয়ে হৃদয় চুই গৈছে । বহুত মহিলাই বিয়া হৈ বিবাহ বিচ্ছেদ কৰি টকা ৰ জোৱাৰ কৰিব বিছাৰে আৰু পাইছে ও । সকলো কথাবিলাক কেই সমাজত বহু ক্ষতি কৰিছে । উপস্নাপন বিলাক অতি সুন্দৰ ভাৱে বিশ্লেষণ কৰিলে ! ভাল লাগিল ।

  • @s.s.cvlogz283
    @s.s.cvlogz283 Před 18 dny +10

    কি হৈছে, কোন সঁচা , কোন মিছা…নাজানোঁ।কিন্তু বৰলদুখ লাগিছে ইমান সৰু ছোৱালীজনী এই বয়সত পইচাৰ কথা বাপেকক সুধিব লগা হৈছে। মাক গৰাকীয়ে নিজে দেখোন ফোনত কথা পাতিছে, তেতিয়াহ’লে ছোৱাসীজনীক দি কিয় ফোন কৰাইছে। আপোনালোক দুয়োজন মাজৰ মতানৈক্যৰ বাবে ছোৱালীদুজনীয়ে নিজৰ সুন্দৰ শৈশৱ হেৰাব লগীয়া হৈছে

  • @MondiaBorgohin
    @MondiaBorgohin Před 18 dny +28

    আপুনি পমান সহকাৰে দি দিলে ভালেই কৰিলে আজি কালি অকল মতা মানুহকে দুখ দিয়ে

  • @anjugogoi6222
    @anjugogoi6222 Před 19 dny +45

    ছোৱালী দুজনী লৈ হেতালি খেলিব নাপায়

    • @AnupDas-ef2cx
      @AnupDas-ef2cx Před 18 dny

      👍

    • @ultra8142
      @ultra8142 Před 17 dny

      Maak keeu Seitu kotha Bhabibo lagee...
      Sokolu Duty kebol Mota Manuhor hee neki

  • @puspanjali1111
    @puspanjali1111 Před 18 dny +3

    Wife looking so innocent and no one can deny her truthful words

  • @bontisarmah7541
    @bontisarmah7541 Před 19 dny +19

    অ বোপাই যি হল হল আৰু তুমি তোমাৰ 👭 দুজনীৰ দয়িত্ব লোৱা আৰু সিহঁতক পঢ়াশুনা বিয়া বাৰু লৈকে দয়িত্ব লোৱা

    • @AnupDas-ef2cx
      @AnupDas-ef2cx Před 18 dny

      👍

    • @ultra8142
      @ultra8142 Před 17 dny

      Divorce Huar Pisot akoo kihor Dayitto
      Dharmashala khuli Thuua naai nohoi...

  • @bornalihazarika8294
    @bornalihazarika8294 Před 19 dny +25

    Your wife without marrying another one ,taking care of her two daughter.SHE IS A GOOD LADY AND WE SUPPORT HER.

  • @rajibkumarchowdhury1639
    @rajibkumarchowdhury1639 Před 19 dny +16

    ছোৱালী জনীৰ মাত শুনোতে বুকু খন হেঁচা মাৰি ধৰা যেন লাগিছিল । সিহঁত দুজনীৰ কাৰণে আপোনালোক দুয়োটাই কি ত্যাগ কৰিলে? ৰাজনৈতিক ষড়যন্ত্ৰ ওফোৰাই দিবলৈ কিয় সাহস নহ'ল ? কিহৰ স্বাৰ্থত জানি-শুনি ৰাজনৈতিক ষড়যন্ত্ৰ বলি হ'ল ? নিজৰ সংসাৰ খন থান-বান কৰি , বিশেষকৈ শিশু দুটিক আলাই অথানি কৰি কিহৰ ৰাজনীতি কৰেহে ? ১০ কোটি টকা যদি দলিয়াই দিব পাৰিছিল তেনেহ'লে শিশু দুটিৰ কাৰণে ৰাজনীতিও বাদ দিব লাগিছিল । সিঁহতে দেউতাকৰ বুকুৰ মাজত থাকিল হেঁতেন । সন্তানৰ খৰছ বহনতেই দেউতাকৰ দায়িত্ব শেষ নহয় । সিহঁতৰ মানসিক উৎকৰ্ষণত (ভগৱানে নকৰক) যদি জতিলতা আহে তাৰ বাবে আপোনালোক দুয়োজনে দায়ী হ'ব আৰু তাৰ বিচাৰো এদিন হ'ব । কিন্তু এতিয়া আৰু ইয়াত নহয় । মোৰ লিখাখিনি কেৱল কেৱল কেৱল মাত্ৰ শিশু দুটিক কেন্দ্ৰ কৰিহে ! সিহঁতক এখনি সুস্থিৰ আৰু জীপাল শৈশৱৰ চোতাল দিয়ক ! য'ত খেলি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰে । বঞ্চিত নকৰিব সিহঁতক । তাৰ কাৰণে যি ত্যাগ কৰিব লাগে কৰক । বি:দ্ৰ: কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ আনুগাত্য নাই ।

    • @AnupDas-ef2cx
      @AnupDas-ef2cx Před 18 dny +1

      Ji dekhilu I ata characterless hoi aru dekhun suwali bole bapek r lagat he besi val.I suwali keijonir kotha vabibo lagisil.

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 19 dny +5

    সি কৈ আছে কাৰণে মই কৈছোঁ বুলিহে কোৱা শুনিলোঁ অডিওটোত ৷ কাগজ লাগিব মহিলাগৰাকীক কাৰণ সন্তানৰ দায়িত্বৰ কথা আছে ৷ আপুনিচোন সেই বিষয়টো এৰাই থৈছে ৷

  • @phanidharrabha8057
    @phanidharrabha8057 Před 18 dny +9

    সুপৰিকল্পিত ভাবে আনৰ ওপৰত নিৰ্যাতন কৰা দুষ্ট প্ৰবৃত্তিৰ লোক বিলাকে সদায় নিজৰ সপক্ষৰ তথ্য -প্ৰমাণ বিলাক কৌশলপূৰ্ণ ভাবে ৰাখি থোৱা দেখা যায় ।

  • @PabitrakrNath
    @PabitrakrNath Před 18 dny +3

    পৃথিবীত কিমানদিন জীয়াই থাকিব। গতিকে সকলোবোৰ কথা দুয়োজনে মিলি আগৰদৰেই থাকিবলৈ অনুৰোধ জনালো।বিষেশকৈ ছোৱালী দুজনীৰ বাৰে আকৌ লোগ হওক ।ভগৱানে আপোনালোকক আকৌ সুখৰ সংসাৰ কৰি দিব।পৱিত্ৰ কুমাৰ নাথ গুৱাহাটী ।

  • @anuradhadas5494
    @anuradhadas5494 Před 19 dny +14

    You are right 👍

  • @devikagogoi2898
    @devikagogoi2898 Před 18 dny +18

    সেইবাবে কিছুমান মানুহে এইবোৰত সোমাই থকাতকৈ এনেকুৱা মাইকী মাৰি পেলোৱাটোৱে শ্ৰেয় বুলি ভাবি চৰম সিদ্ধান্ত লৈ পেলায় ।

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl Před 18 dny +4

    ফটুৱা ভণ্ডামি যেন লাগে ৷ইয়াৰ চৰিত্ৰ ঠিক নহয় মুখখন দেখিলেই গম পোৱা যায় ৷এইবোৰ ভণ্ডামিৰ দাৰা ৰাজনীতি নচলে ৷বদৰৰ চুৱা চেলেকি চতুৰালি শিকি সমাজ ধ্বংস কৰিব ওলাইছা ৷ছোৱালী দুজনী জন্মদি পাপত পচি মৰিব ওলাইছা ৷তোমাক আৰু বিশ্বাস কৰা নাযায় ৷

    • @bhoveshpathak9782
      @bhoveshpathak9782 Před 18 dny +2

      ই জাতীয়বাদী নহয় ই হৈছে তালিবানী

  • @bibidevi6027
    @bibidevi6027 Před 15 dny +26

    এই বিলাক পুৰুষে দেশ কেনেকৈ শাসন কৰিব। নিজৰ সংসাৰ খন নিয়ন্ত্রণ কৰিব নোৱাৰে।

  • @aabirgogoi1694
    @aabirgogoi1694 Před 19 dny +23

    আপোনাক বৰ বেছি সুবিধা জনক যেন নালাগে, দুই জন একেলগে বহি কথা পাতক তেতিয়াহে কোন সঁচা কোন মিছা ওলাব

  • @manmohanmech4036
    @manmohanmech4036 Před 19 dny +15

    আপোনি ছোৱালি দুজনীক টকা পইছা দি সহায় কৰিব লাগে।সেইখিনিতো আপোনি কৰিব লাগে।বাকি তালক চালাক লৈ থাকক

  • @p.barman4796
    @p.barman4796 Před 19 dny +6

    বিস্বাস হোৱা নাই 😅

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 Před 19 dny +12

    You are right.

  • @statusboy9985
    @statusboy9985 Před 18 dny +3

    ছোৱালী দুজনী কথা চিন্তা নকৰিলে এতিয়া আনৰ আগত কথা শুনা তেওঁ ।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Před 17 dny +2

    আপুনি ইমান কৰিও তাই ৰাইজৰ আগত নিজকে নিদোষী সজাব বিচাৰে লাজ নালাগেনে। চাকৰি কৰিও আপোনাক অপাৰেচনৰ পইচা বিচাৰে তথাপিও আপোনাক নুবুজিলে। মই মহিলা হলেও কম যে সেইগৰাকীক ভগবানে সহয় নকৰে। মাক এনেকুৱা হলে ছোৱালী২জনীক কি শিক্ষা দিব।

  • @KCB39
    @KCB39 Před 18 dny +3

    ছোৱালী দুজনীৰ কথা কওঁতে আপোনাক অকনো আবেগিক হোৱা নেদেখিলো ,,,,

  • @aminulislam2286
    @aminulislam2286 Před 18 dny +36

    আজিকালি নাৰী নিৰ্যাতনতকৈ পুৰুষ নিৰ্যাতনৰ সংখ্যা বেছি।

  • @ilasaikia7305
    @ilasaikia7305 Před 18 dny +18

    জিয়াউল val মানুহ । পুৰুষক ইমান কষ্ট দিব নালাগে।

  • @susilsonowal7687
    @susilsonowal7687 Před 18 dny +10

    লাজ নাইকিয়া কেমেৰাৰ সন্মুখত পেক পেকাই থাকি লাভ নাই , দুজনী হ'লেই আৰু কেই‐‐‐‐‐‐‐‐‐‐? দুই নলীয়া । গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াক ৰাজনৈতিক ৰূপ দিবলৈ অকণমানো লাজ লগা নাই ।

  • @user-qm7iy4kc3e
    @user-qm7iy4kc3e Před 18 dny +12

    ইহঁতৰ চৰিত্ৰ তিনি চাৰিজনী বিয়া পতাৰ

    • @akhilmahanta2524
      @akhilmahanta2524 Před 17 dny +1

      নিজৰ চাফাই কাৰনে Act ৰ গান গাই লাভ নাই ইমান নৈতিকতা স্পষ্ট সাংবাদিক হলেও লাজ লাগিৱ লাগে প্ৰথমা পত্নী দুজনী ছোৱালী থাকোতেও আৰু এজনীৰ বিয়া কৰা কোনো অসমীয়াৰ সমাজৰ বাঞ্ছনীয় নহয় ৷জাতীয় পৰিষদ অসম অসমীয়াৰ ইয়াৰ কথাক এই সংগঠনৰ লগত জড়িত কোনেও নকৰে যেন ৷

  • @Juribaishya1983
    @Juribaishya1983 Před 18 dny +6

    সমকামী তই ঘূৰাই পকাই কলেওঁ তই চৰিত্ৰ হীন

  • @manjugohain6786
    @manjugohain6786 Před 14 dny +5

    দুখৰ বিষয় । সত্য আৰু নিষ্ঠা সহকাৰে আগুৱাই যাওক । ভগৱানে সহায় কৰিব । এই সকলোবোৰ ষড়যন্ত্ৰ জঢ়িত ।

  • @cartoonworld-sg2ne
    @cartoonworld-sg2ne Před 16 dny +2

    Well educated 🎉🎉🎉🎉

  • @moinuddin4872
    @moinuddin4872 Před 10 dny

    Donnobad Rahmanbai

  • @kaberiborah9859
    @kaberiborah9859 Před 19 dny +3

    Right you are

  • @BinaGohain-un2ot
    @BinaGohain-un2ot Před 17 dny +1

    Apuner kotha bilak huni vl lagil dhonyobad jonalu

  • @bhoveshpathak9782
    @bhoveshpathak9782 Před 17 dny +3

    মাইকীৰ মাৰ খোৱা জহৰা তই😂😂

  • @pranjalkalita2990
    @pranjalkalita2990 Před 19 dny +4

    মনে মনে থাক

  • @kingcobragaming7689
    @kingcobragaming7689 Před 18 dny +4

    Bia korai tirik kio rakhiba noara jadi tiri beya hoise bhal Kori laba nowara kio

  • @amiyabaruah3534
    @amiyabaruah3534 Před 18 dny +3

    আপুনি দেশৰ প্ৰতি শ্ৰদ্ধা দেখি সন্তুষ্ট হৈছোঁ । ।

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq Před 19 dny +2

    Good, you've expressed your views on record. Have faith , everything will be alright. Good luck!

  • @ranudevimorang9103
    @ranudevimorang9103 Před 18 dny +1

    ঠিক ৷ সত্যৰ সদায় জয় ৷

  • @gautambaruah9882
    @gautambaruah9882 Před 19 dny +3

    Nijoki cm buli bhabise je......Sob misa kotha koise...... tumi oti salu..... kothate him pai...... emn dangr leaderu nohoi dei.....

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 19 dny +16

    যিটো দলে ক’তো এখন চিট জিতা নাই সেইটো দলৰ ব্যক্তিক টাৰ্গেট কৰি সময় খৰছ কোনোবা ৰাজনৈতিক দলে কৰাৱ নে ? মূৰ্খ পাইছে মানুহক ? আদালতত সকলো নিষ্পত্তি নকৰাকৈ , ছোৱালীৰ দায়িত্ব নিষ্পত্তি নকৰাকৈ দ্বিতীয় বিবাহ কেনেকৈ কৰিলে ? আপোনাৰ পত্নীৰ টো দ্বিতীয় বিবাহ হোৱা নাই ৷

    • @gunajitsarma5579
      @gunajitsarma5579 Před 18 dny

      100% ayjone rayjok murkh buli bhabise sage 😂😂

    • @nababeharidas4822
      @nababeharidas4822 Před 15 dny

      Jadihe Sarkare Bibah ba Divorce bandha rakha buli apuni janisei, apuni aru kisudin dharja dhari agar janik ,Sowali dujanir Mukhaloi sai Roi nidile kiya, Natun janik bujai diba nowarile kiya, je bartaman bandha ase Bibah karowatu...Doura douri lagi gol, Sowali dujaniko pahari gol sei khini samayat...khang , Rag, kagiya,Bhul buja buji kar Sansarat nalage...Sei khiniye jadi Sambhliba noware aru ki Sambhali diba apuni....
      Aponar para ako akha koneo kariba noware....beya napaba....

  • @EkramalChoudhury
    @EkramalChoudhury Před 8 dny

    Thank you Jiaur da news tu diyar babe

  • @pranjitsaikia8263
    @pranjitsaikia8263 Před 19 dny +7

    Aaponi nije jonom diya sowali 2 nir logat hetali nekhelibo .aapuran okno beya nalage ne sowali 2 joni loi .

  • @ashmarahman4260
    @ashmarahman4260 Před 18 hodinami

    অতি দুখজনক ঘটণা ।মম্মাহত হৈ পৰিছোঁ । ক্ৰমান্বয়ে পুৰুষৰ নিৰ্যাতন দিনক দিনে বৃদ্ধি হৈছে । দুখ লাগিছে কথা বিলাক শুনি 😢

  • @rinkuali1541
    @rinkuali1541 Před 15 dny +1

    বাইদেওঁ ছোৱালী দুজনি চাই থাকিলে কিন্তু আপুনি বিয়া পাতিব নালাগিছিল ছোৱালী দজনি চাই ? এদিন তেওঁ ঘুৰি আহিল হৈ।

  • @assammantra2539
    @assammantra2539 Před 18 dny +4

    বৰ কথকী মানুহ দেই।

  • @debabrata9864
    @debabrata9864 Před 19 dny +9

    No clarification needed. Your wife has totally exposed you before the people of Assam. She seems to be talented lady with a reasonable mindset. She is not a character less lady. C.

  • @sanjoygogoi8375
    @sanjoygogoi8375 Před 18 dny +2

    Tumi bohut val Acting kora

  • @user-qs7wx6nf9k
    @user-qs7wx6nf9k Před 18 dny +16

    নাৰীৰ মহিমা ভগৱান শ্ৰীকৃষ্ণয়ো ধৰিব পৰা নাছিল

  • @user-ks1uc4pl7q
    @user-ks1uc4pl7q Před 19 dny +4

    Apuni bhal huwa hole 2 nd bibah nokore suwali 2 joni loi sukhi hoi thakil hoi...apunar suwali le kitrim morom

  • @MadanRay-rg6tm
    @MadanRay-rg6tm Před 18 dny +1

    Yes you are right

  • @kushaldoley4590
    @kushaldoley4590 Před 19 dny +4

    Eijon lompot mohagoru

  • @user-hz6vt2cf2y
    @user-hz6vt2cf2y Před 18 dny +3

    Apunar potnir kotha bur ami saisu.. ata kotha kou agoraki nari hoi u tekhete 2jonikoi hontanor daito loi hokolu palon kori ahise.. apuni eman a val manuh jodi kio hontanor daito noloi nijor hongi bisarile..proti2 khujot tekhete gom kiman ghat porotighat khaise..apunar done ajon sotur manuhe ki buji pabo..moi u agoraki mohila bujisu hokolu..jimanei ji lohouk teu nijor daito palon korise apuni akl apunar bhobisyotr kotha he koi thaka hunilu ..

  • @Axomiyapariyal123
    @Axomiyapariyal123 Před 19 dny +2

    Come to the point

  • @leenadoley5163
    @leenadoley5163 Před 18 dny +1

    শুনি বহুত বেয়া লাগি lজিয়াউলক বলিৰ পঠা সজাব বিচাৰিছেl

  • @ranihelenwary1503
    @ranihelenwary1503 Před 18 dny +3

    নিজৰ সন্তানৰ কথা চিন্তা নকৰি আবল তাবল বকি আছে। লাজ নালাগে, এজনী নুজুরে কৈজনী লাগে? তই দে তোৰ কথা। কাম নোহোৱা মানুহবিলাক তোৰ কথা শুনিব।নিজৰ সন্তানক কিমান চাইছে? লাজ নালাগে।

  • @nitishdoley9288
    @nitishdoley9288 Před 19 dny +15

    নিজৰ পত্নীক চম্ভালিব নোৱাৰে। তেন্তে এখন ৰাজনৈতিক দল কেনেকৈ পৰিচালনা কৰিব। ৰাইজে বিশ্বাস নকৰে। তোমাৰ নেতা গিৰি কাম নাই।

    • @JunAliKumarAshique
      @JunAliKumarAshique Před 19 dny

      Aji kali maikik somvalibo loga hole geriak sakoror Dora thakibo lagibo

  • @basingofficial6757
    @basingofficial6757 Před 15 dny +1

    কথা এটাই মাইকী থকাৰ পাছত আন এজনী মাইকী চকু দিয়া মানে অপৰাধ

  • @shawnmichael2754
    @shawnmichael2754 Před 19 dny +5

    Miya news channel ketai jiyaur.k val dekhai ase😂😂😂😂😂😂😂

  • @JakirHossain-wx2sg
    @JakirHossain-wx2sg Před 15 hodinami

    পুৰুষ নিৰ্যাতনৰ বিৰুদ্ধে পুৰুষসকল জাগিবৰ হ'ল। নাৰী স্বাধীনতাৰ নামত মহিলাসকলৰ নৌটংগী বহুত হ'ল। জিয়াউৰ দাৰ পক্ষত আছো। অন্ত:ত মোৰ দৰে ভুক্তভোগী এজনেহে জানে জিয়াউৰ দাৰ বুকুত ইমানদিনে কিমান কষ্টৰ নৈ বৈ আছিল।

  • @kingcobragaming7689
    @kingcobragaming7689 Před 18 dny +2

    Law dekhuai lov nai

  • @parishmitachoudhury930
    @parishmitachoudhury930 Před 17 dny +3

    Nijor hongkhar khnei bosabo nuwarile teu jatiyatabadi kotha koi Akhom bosabo ahe...😅😅

  • @dipankarhazarika5213
    @dipankarhazarika5213 Před 18 dny +1

    আপোনি আছ্ল কথাবোৰ কওক। চালেবেৰে কোবাই থাকি লাভ নাই।
    এনেই সময় নষ্ট নকৰিব। এনেইও আপোনি কথা কব জানে।

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 19 dny +3

    চৰকাৰে মন কৰিৱ কাগজ নোপোৱাকৈ দ্বিতীয় বিবাহ কৰিছে , সন্তানৰ দায়িত্ব নিষ্পত্তি নকৰাকৈ বিবাহ কািছে গতিকে এনে মানুহবোৰক 20 yrs জেল দিয়ক ৷ কিহৰ হিন্দু , মুছলমান বেলেগ বেলেগ আইন ৷ হিন্দুৱে হাজাৰটা সমস্যাত পৰিলেও দ্বিতীয় বিবাহ কৰিৱ নোৱাৰে আৰু মুছলমানক সকলো সা সুবিধা দি আনন্দ উৎসৱ কৰিৱ দিছে ৷

    • @ultra8142
      @ultra8142 Před 17 dny

      কিঅ দায়িত্ব লোৱা নাই 😂😂😂😂
      প্ৰতিমাহে ৮ হাজাৰ টকা Ex Husband এ দি আছে as a Maintenance Amount...
      তাই নিজে চৰকাৰি চাকৰি কৰে, চাকৰি কৰি খুজনিয়াৰ নিচিনা পইছা খুজিবলে লাজেই পাব লাগে, তথাপিটো বাপেক বুলি নিজৰ দায়িত্ব পালন কৰি আছে
      তাইৰ মুখ চাই পইচা দিয়া নাই, লৰা ছোৱালী ২ তাৰ মুখ চাই হে পইছা দিছে
      আৰু কিহৰ কাগজ, Muslim Marriage Act বেলেগ, সকলো কথা হিন্দু দৃষ্টি ভংগীৰে চালে হব নেকি
      ১ জনীক বিয়া কৰে বাঁ ১০ জনীক কাৰো একো আপত্তি হব নালাগে, তেওঁৰো এটা life আছে, তাইৰ আগে পিছে শৰাই বঁটা লৈ ঘূৰি ফুৰাটো এই তেঁওৰ কাম নহই নহই, ভালেই কৰিছে দ্বিতীয় বিবাহ কৰি
      এতিয়া তেঁওৰ দ্বিতীয় পত্নী তেঁওৰ আচল পত্নী, প্ৰথমজনি নহই
      আৰু একো লুকাই চুৰকৈ বিয়া পতা নাই, Court marriage কৰিছে
      এতিয়া তেঁওৰ Life ত interfere কৰাৰ Ex wife ৰ একো অধিকাৰ নাই

    • @mijanurali1973
      @mijanurali1973 Před 16 dny

      আপনার কিও ইমান জলিসে

    • @dhritirekhadas2757
      @dhritirekhadas2757 Před 14 dny

      ​@@ultra8142ডিভোৰ্চ নোহোৱাকৈ কেনেকৈ বিয়া পাতে ? 😡😡

  • @user-ul5kz9qi3v
    @user-ul5kz9qi3v Před 18 dny +1

    A honest man never divorce his wife,So Ziaur, you are not a good man at all

  • @jaychankarborolegalforum7822

    Please take care for the daughters. God bless them.

  • @nitulborah3004
    @nitulborah3004 Před dnem

    ৰাজনিতিত সাপ নেওলৰ হে জুজ নহলে কিহৰ ৰাজনিতি

  • @mintutamuli9980
    @mintutamuli9980 Před 19 dny +3

    Fate diya toi o miyagiri dkhi dili,
    Jatiyatabadi leksar diya din gel tur ar😂

  • @chandrakantabaishya9595
    @chandrakantabaishya9595 Před 19 dny +3

    আৰু সোণকালেই এৰিব লাগিছিল ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před 17 dny

    দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো আপুনি আগোয়াই গৈই থাকক ফটোয়া মানুহৰ কথা ভাবি আপুনি আপোনাৰ মূল্যবান সময় খিনি নষ্ট নকৰিবা দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো দাদা আপোনাৰ লগত অসমৰ ৰাইজ আছে

  • @jagonathpegu3658
    @jagonathpegu3658 Před 19 dny +5

    2number maiki

  • @HappyForest-wi3wi
    @HappyForest-wi3wi Před 18 dny +1

    Right

  • @rajenchetia820
    @rajenchetia820 Před 18 dny

    GOOD THINKING SIR

  • @amarchetia3232
    @amarchetia3232 Před 19 dny +1

    I agree with you in everything whatever you expressed but you have to take responsibility your daughter.

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 19 dny +10

    ঘৈণীয়েকৰ ফোন ৰেকৰ্ড কৰে 😡 বদমাছ ৷

    • @ultra8142
      @ultra8142 Před 17 dny

      কিঅ মাইকী বোৰৰ কলা চৰিত্ৰ খানি যে উদঙাই দিলে ৰেকৰ্ডিং শুনাই
      শুনি লাজ লাগিছে ন 😂😂😂😂
      মাইকী মানুহৰ কাণ্ড দেখি লাজ লাগিছে ন hahaha 🤣

    • @dhritirekhadas2757
      @dhritirekhadas2757 Před 14 dny

      ​@@ultra8142ৰেকৰ্ডিংত একো কলা চৰিত্ৰ ওলোৱা নাই ৷ গিৰিয়েকে সময়ত টকা পইচা নিদিয়াত ফোন কৰি খুজিব লগা হৈছে ৷ এইটোক কলা চৰিত্ৰ বোলে নেকি? আপুনিও মানে একেই ধৰণৰ নেকিহে ?

  • @user-kl6dq8vu3o
    @user-kl6dq8vu3o Před 18 dny +1

    Yuu are right

  • @udaan-dr6uu
    @udaan-dr6uu Před 19 dny +2

    Ajir pora apunar kotha ki sunim🎉

  • @joshuamusharof7397
    @joshuamusharof7397 Před 18 dny +1

    Please take care of your two daughters

  • @nyn709
    @nyn709 Před 18 dny +1

    চৰিত্ৰ হীন ।।।

  • @subhasishchutian8801
    @subhasishchutian8801 Před 18 dny +1

    অকল মুখ খন , চাতুৰালী, কে্্্্্ লাষ্টত হেৰামীহে ওলালি তাকো হʼম হেৰামি । তোমাৰ ভাষন শুনিছিলো ধেৎ,,, কে,,,,,, আজিৰ পৰা মুটি দিলো দেই ।

  • @lakshyasaikia6597
    @lakshyasaikia6597 Před 19 dny +2

    Apunar kotha keita huni hosa jen anubhab hoise... ..

  • @samiranthakuria36
    @samiranthakuria36 Před 17 dny

    You are right

  • @dasrunu1678
    @dasrunu1678 Před 4 hodinami

    নিজৰ পাৰিবাৰিক অশান্তিৰ কাৰণে সংবাদ মেল কৰিবলৈ লাজ নাপায়নে,তাকো বুকু ফিন্দাই। এইবোৰ কৰি নিজকহে তললৈ নমাই আছে। সাংবাদিক সকলৰ একো কাম নাই হ'বলা। গতিকে এইবোৰকে কৰি ঘূৰি ফুৰে।

  • @shamiranbaroi5656
    @shamiranbaroi5656 Před 18 dny +1

    Apuni nijor ghor rakhibo pora nai, Rajnity t danghor danghor katha patibo ahese. Laz nai......

  • @madhabkalita2292
    @madhabkalita2292 Před 15 dny +5

    যিমান বকি থাকিলেও সত্যটো ৰাইজে বুজি পাইছে.. সত্যক ঢাকিব নোৱাৰি..আপোনাৰ চৰিত্ৰ ৰাইজে বুজি পাইছে

  • @M.G.615
    @M.G.615 Před 13 dny

    সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে।

  • @user-nl8ry8sh7t
    @user-nl8ry8sh7t Před 19 dny +1

    We support your wife

  • @njyotinjyoti7541
    @njyotinjyoti7541 Před 18 dny +13

    আছলতে চৰকাৰি পক্ষই ব্যৱহাৰ কৰিছে আপোনাৰ পত্নীক আপোনাক বদনাম কৰিবলৈ। প্ৰধান মানুহ জনেই পাইগৈছে।

  • @imranabegumlaskar-yv3xd

    Really you r a good man

  • @NikulasSanga
    @NikulasSanga Před 19 dny

    I have come to know bro,me to suffering from same kind of problem,

  • @champakdas169
    @champakdas169 Před 19 dny +1

    Jiaur Rahman ji ata katha manat rakhibo je aponar dujani sowali ase . Aru they need you very much.....

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Před 18 dny

    Good step👌

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Před 17 dny

    Thank you Jiaur Rahman

  • @dimbamorang3388
    @dimbamorang3388 Před 10 dny

    I have heard/witnessed the bytes of both the parties. I feel Zia Ur Rahman is more correct on the issue than his ex- wife

  • @user-nz9jh6ro3x
    @user-nz9jh6ro3x Před 16 dny

    Ziaur Rahman zindabad joy i axom AJP Zindabad

  • @kids_tv735
    @kids_tv735 Před 17 dny +1

    Miya soritra change nohol aru