'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ

Sdílet
Vložit
  • čas přidán 6. 07. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia, Vedant
    Make-Up - Binita Das

Komentáře • 543

  • @Kaushik632
    @Kaushik632 Před 6 dny +43

    জেৰিফা বাক চিনেমা ত চাবলৈ কোনে কোনে বিচাৰে?
    লাইক কৰিব।👍👍👍👍

  • @manalisharoychoudhury8443

    জেৰিফা ৱাহিদ ৰ সুন্দৰ আৰু স্পষ্ট কথাবোৰ শুনি বৰ ভাল লাগিল। নিকা সমাজ এখন গঢ়াত তেওঁলোকৰ অৱদান ৰ নিশ্চয় প্ৰয়োজন আছে।

  • @AnkurJoyti123
    @AnkurJoyti123 Před 5 dny +26

    অসমৰ আটাইতকৈ ধুনীয়া দেখা অভিনেত্ৰী দুগৰাকী হৈছে জেৰিফা বা আৰু মৃদুলা বা❤️। বহুত বেছি প্ৰিয় জেৰিফা বা আৰু মৃদুলা বা❤️

  • @himasribora35
    @himasribora35 Před 8 dny +47

    তেখেতৰ প্ৰতিটো কথাই অন্তৰ চুই গ'ল মোৰ আজি।।ভালে থাকক সদায় আৰু নেদেখাজনে শক্তি দিয়ক আপোনাক এনেকৈ আগুৱাই যাবলৈ🙏🏻🫰🏻💐

  • @nayanmonidutta7369
    @nayanmonidutta7369 Před 2 dny +6

    ইমান স্পষ্টবাদী, সৰল মনৰ অধিকাৰী জেৰিফা বা জনীৰ কথাবোৰে বুকুৰ কোনোবাখিনিত চুই গ'ল❤ ভালে থাকক সদায়☺️

  • @kankanakeot4947
    @kankanakeot4947 Před 7 dny +30

    জেৰিফা বাৰ মনটো পৰিষ্কাৰ কাৰণে কথাবোৰ সুন্দৰ আচলতে.... ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ জীৱনলৈ যাতে কেতিয়াও দুষ আহিবলৈ নিদিয়ে ঈশ্বৰে.... কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ জীৱন......আপুনি কোৱাৰ দৰেই সঁচাকৈ আপুনি আজীৱন প্ৰিয় হৈ থাকিব আমাৰ মাজত, কেৱল প্ৰিয় অভিনেত্ৰী হিচাপেই নহয় ! এটা আদৰ্শবান সত্তা হিচাপেও ।

  • @pratikshyaborah
    @pratikshyaborah Před 6 dny +23

    অধ্যয়নপুষ্ট, মেধাৱী, নিৰ্ভীক, স্পষ্টবাদী লগতে ধুনীয়াও -- জেৰিফা বাইদেউৰ পূৰ্বৰ ইন্টাৰভিউ বিলাক চালেও ব্যতিক্ৰমী কিবা এটা বিচাৰি পাওঁ। এই অনুষ্ঠানটোৱে মানুহগৰাকীক আৰু অলপ জনাত সুবিধা কৰি দিলে। তাৰ বাবে ইমান সুন্দৰ অনুষ্ঠান এটা চলাই নিয়াৰ বাবে আইচেংফা বাকো আন্তৰিক ধন্যবাদ।

  • @anjumanideka782
    @anjumanideka782 Před 3 dny +5

    সঁচাকৈ ইমান ভাল লাগিল,চাই থাকিবৰ মন যায়।বিশেষ কৈ জেৰিফা ৱাহিদ ৰ কথা খিনি বৰ বেছি ভাল লাগিল।

  • @nibeditakalita3980
    @nibeditakalita3980 Před 3 dny +7

    গোটেই অনুষ্ঠানটো অকণমানো বিৰতি নোলোৱাকৈ চালো । কাদম্বৰী , অগ্নিসাক্ষী , দেউতা দিয়া বিদায়ৰ দৰে সহজ সৰল আঁকি যোৱা ছবি কেইখন আজি ওচৰতে চোৱা যেন লাগিলে । আপোনাৰ পৰা সাহস বহুত শিকিব লগা আছে বা কুশলে থাকক । লগতে মৰমৰ কথাৰে নদী বোৱাই দিয়া আইচেংফা বা জনীলৈ ও মৰম । ❤❤❤

  • @tarulatamahantadas6256
    @tarulatamahantadas6256 Před 4 dny +6

    প্ৰথমৰ পৰা শেষলৈ একে বহাই চালো কাৰণ জেৰিফাৰ কথাবোৰে মোক বৰকৈ মোহিত কৰিলে ।প্ৰত্যেক টো কথাই যুক্তিসংগত। জেৰিফা আগবাঢ়ি যোৱা ,আশাবোৰ পূৰণ হওঁক ।

  • @Rose-ps8fj
    @Rose-ps8fj Před 2 dny +4

    Interview লোৱা গৰাকীৰ যে কথা বোৰ প্ৰশ্ন বোৰ ইমান গম্ভীৰ ইমান ধুনীয়া❤

  • @jyotikadekamusicworld3003

    জেৰিফা বাৰ কথাবোৰ বৰ ভাল লাগিল একেবাৰে শেষৰলৈকে চালোঁ ৷ অভিনয়ৰ লগতে জীৱনটোও খুুউব সুন্দৰকৈ আত্মউপলব্ধি কৰিব পৰাৰ কাৰণেই কথাবোৰ অতি সাৱলীল লাগিল ৷

  • @joshi3116
    @joshi3116 Před dnem +1

    খুব relate কৰিব পাৰিছো জেৰিফাবাৰ সৈতে। খুব স্পষ্টবাদী আপুনি। জীৱনৰ বিষয়ে বহুকেইটা দৃষ্টিভংগী আপোনাৰ পৰা জানিব পাৰিছো ।‌খুব ভাল লাগিল আপোনাৰ কথাবোৰ।

  • @mercydowari3784
    @mercydowari3784 Před 7 dny +9

    খুউৱ ভাল লাগিল,,, ইমান সময় কেনেকৈ গ'ল সচাঁকৈয়ে গম নাপালো,, জেৰিফা বা ৰ বিষয়ে আগতে ইমানবোৰ কথা কেতিয়াও জনা নাছিলোঁ,,আগৰ পৰা তেওঁক এগৰাকী অভিনেত্ৰী হিচাপেহে ভাল পাই আহিছিলো,, তেওঁৰ পৰা আমাৰ শিকিব লগীয়া বহুত খিনি কথা আছে‌,,,তেওঁৰ যি স্পষ্টতা আৰু সৰলতাৰ মনোভাৱক সচাঁকৈয়ে সন্মান কৰাৰ লগতে সলাগিব লগীয়া,, তেওঁ সদায় আমাৰ আৰ্দশ হৈ ৰওক,, তেওঁলৈ বহুতো মৰম আৰু শুভকামনা,,❤️❤️

  • @babitadeka8849
    @babitadeka8849 Před 6 dny +7

    একদম প্ৰথমৰ পৰা শেষলৈকে চালো অনুস্থানটো বৰ ভাল লাগিল। দুয়োগৰাকী মোৰ খুবেই প্ৰিয় ❤

  • @Sum672
    @Sum672 Před 7 dny +12

    বাৰে বাৰে প্ৰেমত পৰিব পৰা এটি ব্যক্তিসত্ত্বা - জেৰিফা ৱাহিদ! আপোনাৰ সৰলতা, স্পষ্টতা আৰু অনুভৱী বাৰ্তালাপৰ জবাব নাই।❤🌻

  • @aparajitasarmabaruah8986

    আজিলৈকে ইমান স্পষ্ট কথা কেতিয়াও শুনা নাই।। শুনিলে শুনি থাকিব পৰা কথা।। ধন্যবাদ ৰেন মৌ

  • @jurikalita1502
    @jurikalita1502 Před 7 dny +6

    ইমান সুন্দৰ এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছো

  • @BhitashreeSaikia-dt1rl
    @BhitashreeSaikia-dt1rl Před 7 dny +5

    সংকোচবিহীনভাৱে প্ৰতিটো কথাৰ যুক্তিসম্পন্ন আৰু ধুনীয়া বক্তব্য।🦋🦋
    অশেষ ধন্যবাদ জেৰিফা বা 🤍🤍আৰু আইচেংফা বা🖤🤎ভালকৈ থাকিবা দেই🦋🦋🦋🦋🦋

  • @anupamgogoi6244
    @anupamgogoi6244 Před 7 dny +11

    ভাল লাগিল..🎉 মহেন্দ্ৰ হাজৰিকাক এবাৰ মতিব বুলি আশা থাকিল।❤

  • @tulikatalukdar630
    @tulikatalukdar630 Před 7 dny +5

    আয়ো ইমান মৰম লগা কথা,শুনিলে যেন শুনি থাকিম । বহুত বহুত মৰম তোমালৈ বা ,ভালে থকা সদায় ❤

  • @mritunjoys6579
    @mritunjoys6579 Před 6 dny +7

    Bohut besi highly intellectual personality..
    Khubei besi Down to earth .
    Bohut bhal lagil.

  • @priyankagogoi5617
    @priyankagogoi5617 Před 7 dny +9

    কিমান যে ভাল পাও জেৰিফা বাক শব্দ নাই কবলৈ । আগুৱাই যাওঁক সদায় ভগোৱানে ভালে ৰাখক।❤❤❤❤❤

  • @RitrishaBoruah
    @RitrishaBoruah Před 7 dny +6

    আপোনাৰ পৰা আমাক এখন ধুনীয়া অসমীয়া চিনেমা লাগে❤

  • @trishnadutta8980
    @trishnadutta8980 Před 2 dny +1

    আকৌ বিচাৰোঁ অভিনয় জগতত আপোনাক ❤ইমান আবেগিক মানুহ যেন নালাগে আপোনাক কিন্তু বুকুত লুকুৱাই থোৱা মৰম বহুত আছে যেন লাগিল , ভালে থাকক আগুৱাই যাওঁক সদায়❤❤

  • @MurssanaBorah
    @MurssanaBorah Před 6 dny +4

    সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল।

  • @madhurimasarmah6767
    @madhurimasarmah6767 Před 8 dny +9

    ইমান বেছি স্পষ্টতা,সততাৰে কথাবোৰ প্ৰকাশ কৰিছে কি ক'ম ।🌼💚

  • @dhanjitapathak8326
    @dhanjitapathak8326 Před dnem +1

    প্ৰত্যেকটো মন্তব্য এ সুন্দৰ, এয়ে পৰিচয় ভাল ব্যক্তিত্বৰ।

  • @sofikulislam7533
    @sofikulislam7533 Před 2 dny +1

    বহুত ভাল লাগিল।বেছি চিন্তা নকৰিব।সাহসৰে আগবাঢ়ি যাওক

  • @himadrigogoi2242
    @himadrigogoi2242 Před 6 dny +3

    বহুত ভাল লাগিল । সৰুৰে পৰা দেখা জেৰিফা ৱাহিদ নামৰ অভিনেত্ৰী গৰাকীৰ ব্যক্তিসত্বাক মই সন্মান জনাইছো🎉🙏 ঈশ্বৰে তেখেতক সদায় এনেকৈ সুন্দৰ মনৰ অধিকাৰী কৰি ৰাখক🙏🎉🎉🥰

  • @ipsita_bh
    @ipsita_bh Před 7 dny +4

    জেৰিফা বা মোৰ প্ৰিয় অভিনেত্ৰী ।চিনেমা হলত প্ৰথম চিনেমাখন চাইছিলো জুবিন গাৰ্গ আৰু জেৰিফা বা লগতে প্ৰস্তুতি বা অভিনয় কৰা ছবি "তুমি মোৰ মাথোঁ মোৰ "আছিল।আজিৰ অনুষ্ঠানটি চাই থাকোঁতে মোৰ মনলৈ চিনেমা খনৰ এটি গানৰ কলি হঠাৎ মনলৈ আহি গ'ল।সচাকৈয়ে উপভোগ কৰিলোঁ।দুয়ো জনী মৰমিয়াল বালৈ মৰম দিলোঁ ।❤❤❤❤❤(কি যে পালোঁ তোমাক বুকুতে
    সাঁচি থলো তোমাক দুনয়নতে
    সামৰিলোঁ দিঠকে সপোনে ....তুমি মোৰ মাথোঁ মোৰ )

  • @krishnarani1180
    @krishnarani1180 Před 7 dny +8

    Not only a legendary Assamese actress, she is a graceful lady. Really loved the conversation 🫰

  • @manishadeka6600
    @manishadeka6600 Před 6 dny +5

    জেৰিফা ৱাহিদ বাৰ চিনেমা চাইছো বহুত।সুন্দৰ আৰু শক্তিশালী ব্যক্তিত্ব তেখেতৰ।বহুত ভাল লাগিল চায়।
    ভাল লগাৰ আৰু ঢেৰ কাৰণ আছে আইচেংফা বা😊।আৰম্ভনিতে যে আপুনি Entry মাৰিলে চিনেমাৰ টিকেটৰ কথা কৈ,ভাল লাগিল।আপোনাক দেখিলেই মোৰ ভাল লাগে।
    জেৰিফা বা অধিবক্তা বুলি জনা নাছিলো,আজি জানিলো।ভাল লাগিল।কাৰণ ময়ো শিক্ষকতা নকৰা হ'লে ওকালতিয়েই কৰিলোহেতেন😀।ময়ো আইনৰ শ্নাতক বা।অধিবক্তা সকললৈ আকৰ্ষণ এটা সদায় আছে।
    শেষত কওঁ‌-"যাত্ৰা"ৰ প্ৰতিটো খণ্ডই কিবা নহয় কিবা শিকায়।আজিও তাৰ ব্যতিক্ৰম নহ'ল।বৰ গভীৰ আৰু জীৱনমুখী কথা কিছুমান কৈ গ'ল জেৰিফা বাই।সুখী থাকক তেখেত।সদায় প্ৰিয় আমাৰ।

  • @bandanatalukdar941
    @bandanatalukdar941 Před 8 dny +6

    Kotha khini e mon sui gol baa...apuni bahut nijok hokti hali kori rakhibo sesta korise...khub vl..nedekha jone apunk aguai juat aru hokti diok baa...lv u❤❤

  • @user-uw5rj5ql9t
    @user-uw5rj5ql9t Před 7 dny +6

    Salute..Baa.. tumak.Ajir generation k apunar dore voice eta laage.

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 Před 7 dny +5

    জেৰিফা, খুবেই প্ৰিয় এগৰাকী নাৰী , প্ৰিয় এগৰাকী অভিনেত্ৰী,, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী,,, কথাখিনি বৰ ভাল লাগিল,,,এসোপা মৰম ,, সদায় ভালে থাকক তেওঁ ❤❤❤

  • @hirennath2081
    @hirennath2081 Před 3 dny +1

    সুন্দৰ এটা অনুষ্ঠান। আপোনালোকৰ দুই গৰাকী ব্যক্তিত্ব সঁচাই বৰ সুন্দৰ। মই skip নকৰাকৈ অনুষ্ঠান চাইছিছো।

  • @himadrisonowal4017
    @himadrisonowal4017 Před 3 dny +3

    ইমান যে সাহসী জেৰিফা বাহজনী অ😰বহু সৰুৰ পৰাই জেৰিফা বাৰ চিনেমা চাইছো।কিন্ত জনা নাছিলো তেওঁ যে ইমান আৱেগিক।খুৱ স্পষ্ট,খুৱ সততাৰে ভৰা এগৰাকী নাৰী।বহুত ভাল লাগিল অনুষ্ঠানটি চাই।

  • @KarabiBarmanKalita
    @KarabiBarmanKalita Před 7 dny +3

    খুৱ সাহসী , স্পষ্টবাদী ,অনুভৱী মনৰ মৰমৰ অভিনেত্ৰীগৰাকী । ভাল লাগিল ।

  • @rekhagogoi322
    @rekhagogoi322 Před 7 dny +4

    আইচেংফা তোমাৰ এই অনুষ্ঠানটো মই প্ৰায়ে চাওঁ বহুত ভাল লাগে আজিও ভাল লাগিল 🎉🎉🎉।

  • @manjulaborah1351
    @manjulaborah1351 Před 7 dny +4

    আহি থকা দিনবোৰ ভাল হওক, শুভেচ্ছা থাকিল ❤🎉

  • @mousumichoudhury7409
    @mousumichoudhury7409 Před 6 dny +2

    আজিৰ এপিছোডটো বহুত ভাল লাগিল। জেৰিফা বাৰ কথা বোৰ শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Před 3 dny +13

    মৃদুলা বৰুৱা, মলয়া গোস্বামী আদি শ্ৰদ্ধেয় অভিনেত্ৰী সকলৰ পিছৰ জেনেৰেচনৰ অভিনেত্ৰী সকলৰ ভিতৰত জেৰিফা ৱাহিদ কালজয়ী অভিনেত্ৰী আৰু মহান ব্যক্তিত্ব বুলি একে আষাৰে ক’ব পাৰি ৷
    পৰিচালকেই হওক বা অভিনেতা/ অভিনেত্ৰী বা আন কলা-কুশলী, যিসকল লোকে সৎ পৰিশ্ৰম তথা দুৰ্দান্ত অভিনয়েৰে অসমীয়া চিনেমাক নতুন আয়তন দিছিল তাৰ ভিতৰত নিঃসন্দেহে জেৰিফা ৱাহিদ অন্যতম বাটকটীয়া ৷ কলেজৰ দিনত তেখেতে আমাতকৈ এটা শ্ৰেনী ওপৰত একে বিষয়তে মেজৰ লৈ একেখন কলেজত পঢ়িছিল ৷ তেতিয়া এদিনো কথা পাতি বা মাতি নোপোৱা নম্ৰ-ভদ্ৰ, মেধাৱী আৰু ব্যক্তিত্বশালী ছোৱালীজনী আমি শ্ৰদ্ধা কৰিছিলো ৷ ভাল ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ দি শিক্ষক সকলে সদায় আমাৰ ওপৰ শ্ৰেণীৰ জেৰিফা ৱাহিদৰ কথা কৈছিল ----৷ আজিৰ মননশীল প’ডকাষ্টটো চাই তেখেতৰ বিষয়ে ভালকৈ জানিলো ৷ জেৰিফা ৱাহিদে প্ৰমাণ কৰি দেখুৱাইছে - "The greatest glory in living lies not in never falling, but in rising every time we fall." আন্তৰিক শ্ৰদ্ধাৰে শুভেচ্ছা জনালো ৷

  • @smritanjaliboragi8416
    @smritanjaliboragi8416 Před 7 dny +5

    বৰ ভালপাওঁ তোমাক জেৰিফা ।
    তোমাৰ দৰে মোৰো হৈছিল দেউতাৰ ক্ষেএত । মোৰো দেউতা গ'লগৈ । মা আছে কিন্তু অসুস্থ । ভালে থাকা তুমি ।

  • @riturekhabaruah2750
    @riturekhabaruah2750 Před dnem +1

    আইচেংফা বৰুৱা, আপোনাৰ ভাষা আৰু শৈলী যথেষ্ট শক্তিশালী, অতি মাৰ্জিত কথা বাৰ্তা, শুনি ভাল লাগে, চায়ো ভাল লাগে 👍

  • @abinashlifeandvlogs6581
    @abinashlifeandvlogs6581 Před 7 dny +4

    অভিনেত্ৰী হিচাপে আগৰ পৰাই ভাল লাগে । Interview টো চোৱাৰ পিছত বহুত ভাল লাগিল ব্যক্তিগত ভাৱে। ইমান স্পষ্টভাবে সকলো বোৰ কথা কৈ গৈছে। ভগৱানে শক্তি দিয়ক আপোনাক ।

  • @krishnashreehandique6668

    Manuh gorakik usor r pora log pabo mon goise aru bohut kotha patibo mon goise..bohut bohut morom apunalukloi..❤from sivasagar

  • @bastabdotcom9210
    @bastabdotcom9210 Před 2 dny +1

    "Tumi Mor Matho Mur" flm khnoloi mnt pri gol...
    Ki moza asil ...flm khn... Baar acting & Zubeen dar ..
    Sai samoy 🕒boroli jb mn gl..❤❤❤❤❤❤❤❤❤

  • @karabibhuyan8320
    @karabibhuyan8320 Před 8 dny +7

    মই ভাল পোৱা এগৰাকী অভিনেত্ৰী , এই অনুষ্ঠানৰ জৰিয়তে তেখেতক ওচৰতে পোৱা যেন লাগিল ।

  • @user-cf1tg5ki2y
    @user-cf1tg5ki2y Před 3 dny +2

    জেৰিফা বা সঁচাই বহুত ভাল লাগিছে আপোনাৰ কথাবোৰ শুনি আৰু আপোনালৈ বহুত মৰম থাকিল ❤❤❤

  • @pankajbaruah4690
    @pankajbaruah4690 Před 55 minutami

    জেৰিফা ৱাহিদ সঁচাকৈ ষ্ট্ৰং মানসিকতাৰ এগৰাকী অভিনেত্ৰী, সঁচাকৈ ইমান গহীন গম্ভীৰ কথাবোৰে মোক তেখেতৰ প্ৰতি বৰ আকৰ্ষিত কৰিলে, আপোনালৈ বহুত শোভকামনা থাকিল,God bless you.

  • @yutikagogoiburhagohain8765

    দুয়োগৰাকীৰ মাজত যথেষ্ট মনৰ,আদৰ্শৰ মিল থকা যেন লাগিল। কেইবাবাৰো চালোঁ। অত্যন্ত ভাল লগা এটি অনুষ্ঠান।

  • @Kim_lily81
    @Kim_lily81 Před 5 dny +3

    দুয়োগৰাকী নাৰী মনৰ পৰাই সুন্দৰ ❤ যাত্ৰা পৰিয়াললৈ শুভ কামনা জনাইছোঁ 🎉

  • @pablo5402
    @pablo5402 Před 8 dny +16

    জেৰিফা বাক বহুত ভাল লাগিল। স্পষ্ট বাদী মহিলা

  • @nabanitarajbongshi9250
    @nabanitarajbongshi9250 Před 4 dny +2

    বহুত দিনৰ মূৰত দেখিলোঁ।। সঁচাই গোটেই ভিদিওটো শেষ কৰি চালো।। বহুত মৰমিয়াল, পষ্ট, ভাল লাগিল 😢😘😘😘 বহুত বহুত মৰম বা লৈ ❤❤❤

  • @sanghamitrabora119
    @sanghamitrabora119 Před 6 dny +3

    Two beautiful ladies.....Bor bhal lagil ❤❤❤

  • @letsplaywithbj.260
    @letsplaywithbj.260 Před dnem +2

    ❤❤❤❤❤❤❤❤" ইমান স্পষ্টাবাদী"...

  • @KangkonaMahanta-uz4mq
    @KangkonaMahanta-uz4mq Před 7 dny +4

    জেৰিফা ৱাহিদ মোৰ এগৰাকী প্ৰিয় অভিনেত্ৰী। সদায় কুশলে থাকক ❤

  • @itsmeeveable
    @itsmeeveable Před 5 dny +3

    ইমান ষ্পষ্ট,গাম্ভীৰ্যপূৰ্ণ কথোপকথন,খুবেই ভাল লাগিল ৷ Best Interview

  • @lakshmirani1811
    @lakshmirani1811 Před 6 dny +4

    কেৱল অভিনয় সাৱলীল নহয় কথা বতৰা বোৰো ইমান ধুনীয়া সাৱলীল ❤❤

  • @Pallabibrh
    @Pallabibrh Před 5 dny +2

    Bohut dinor murot eta bhal loga interview salu. Thank you Ren Mou

  • @rashmirekhasaikia160
    @rashmirekhasaikia160 Před 5 dny +1

    ইমান ভাল লগা ব্যক্তিত্ব।তেওঁৰ পৰা দৰ্শকে বহু আশা কৰে।বহুত মৰম আৰু শুভেচ্ছা থাকিল এই শক্তিশালী ব্যক্তিত্বৰ গৰাকীলৈ❤️🙏

  • @sabihakhatun1793
    @sabihakhatun1793 Před 9 hodinami +1

    খুব ভাল লাগিল চাই বহুত ধুনীয়া কথা বতৰা

  • @kaustovmonisaikia429
    @kaustovmonisaikia429 Před 6 dny +3

    Eman hundor kotha koise.bahut,bahut bhal lagile,hodae enedore thakok jeripha.

  • @rumidutta146
    @rumidutta146 Před 6 dny +4

    বৰ সুন্দৰ লাগিল অনুস্থানটি

  • @daringogoisvlogsandmusic6876

    সম্পূৰ্ণ ভিডিঅ'টো চালো বা । ইমান সুন্দৰ আলোচনা।দুয়োগৰাকী বা লৈ ধন্যবাদ

  • @pritirekhagogoi5652
    @pritirekhagogoi5652 Před 6 dny +3

    বৰ সুন্দৰ ❤ বৰ সুন্দৰ। ধুনীয়া চিন্তা, ধুনীয়া কথা

  • @dilipphangsho47
    @dilipphangsho47 Před 7 dny +5

    মোৰ অতিকৈ মৰমৰ প্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ বা

  • @SurajitDas-kv7up
    @SurajitDas-kv7up Před 7 dny +3

    দুয়ো গৰাকী বাইদেউ লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @bishnupriyaborah7624
    @bishnupriyaborah7624 Před 4 dny +1

    বহুত স্পষ্টবাদী তেখেত ভাল লাগিল ❤

  • @mousumiboruah9661
    @mousumiboruah9661 Před 4 dny +1

    জেৰিফা বা আগৰ পৰাই খুউব প্ৰিয়। তেওঁৰ প্ৰতিটো কথাই অন্তৰ চুই গৈছে সদায় ভালে থাকক।

  • @jollyrajkhowa4683
    @jollyrajkhowa4683 Před 7 dny +5

    Always so elegant.. beautiful n graceful.......she is so cultured and smart... Wishing you all the happiness in life Jerifa

  • @user-md1qh4bj4p
    @user-md1qh4bj4p Před 4 hodinami +1

    Bht vl lagil program tu......jde pare borokha baku anibo

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 Před 6 dny +3

    খুব ভাল লাগিল দে জেনিফাৰ কথাবোৰ শুনি 😍

  • @tingkalbora8315
    @tingkalbora8315 Před 2 dny +1

    She is such an inspiration...watched her interview last time in Ojantric and now in Jatra...Her straightforwardness and view about life makes her indifferent...❤

  • @bobitaborah1356
    @bobitaborah1356 Před 5 dny +1

    বহুত ভাল লাগিল অনুস্থানটি চাই । সদায় এনে দৰেই সকলোকে আনন্দ দি থাকিব ।

  • @Bidbeast
    @Bidbeast Před 4 dny +1

    জেৰিফা ৱাহিদ বাইদেউ আপুনি বহুত ভাল।চিনেমাত চাই গম পাই গৈছিলো।আজি চাই গম পালো আপুনি অন্তৰৰ পৰাই সুন্দৰ ।

  • @manuwarahazarika3020
    @manuwarahazarika3020 Před 5 dny +1

    জেৰিফা বাৰ সুন্দৰ সুন্দৰ গঠন মূলক কথাবোৰে মোৰ মনটো একেবাৰে ভৰপূৰ কৰি তুলিলে। সুন্দৰ আৰু নিভাজ মনৰ মানুহবোৰেহে সুন্দৰ সুন্দৰ কথা কব জানে। বহুত ভাল লাগিল কথোপকথন খিনি। সদায় হাহিৰে জীৱনটো আগুৱাই লৈ যাওক। দোৱা কৰিছোঁ ।আপুনি অকলশৰীয়া নহয় বা।❤❤। মৰিগাঁও।

  • @nitaparashar7638
    @nitaparashar7638 Před 8 dny +2

    খুউব ভাল লাগিল , দুয়োগৰাকী প্ৰিয় নাৰীৰ আলাপ আৰু আপোনালোকৰ চিন্তা-চেতনা খিনিয়ে আমাক সমৃদ্ধ কৰিলে , এই যাত্ৰা অবিৰত হওঁক , অলেখ শুভকামনা জনালোঁ ।

  • @dishasaikia3149
    @dishasaikia3149 Před 4 dny +1

    Bohut dhuniya kotha koise , birat bhal lagil , bohu khini hikibo parilu.

  • @aninditaborah3407
    @aninditaborah3407 Před 3 dny +1

    Biraat val lagil, ei interview Tu... Imman realll. She's genuinely talented. A mature and a very organic approach towards the society

  • @dibyarekhakalita7023
    @dibyarekhakalita7023 Před 7 dny +5

    আপোনাৰ অনুভৱ একেবাৰে অপ্ৰিয় সত্য

  • @moramisaikia8566
    @moramisaikia8566 Před 8 dny +4

    Mur favourite actress... beautiful ..bhut val lagile ajir episode tu..emn hundor koi jerifa mame kotha bilak koise...

  • @Misssumu463
    @Misssumu463 Před 7 dny +4

    সদায় প্ৰিয় আপুনি 🤍
    কুশলে থাকক , চিৰসেউজ হৈ থাকক আজীৱন বা💚

  • @himakshidas2691
    @himakshidas2691 Před 7 dny +3

    দুয়োজনী বালৈ মোৰ ফালৰ পৰা বহুত মৰম যাচিলোঁ।❤❤

  • @SimantaDas-sb3mz
    @SimantaDas-sb3mz Před 4 dny +2

    জীয়াই থাকিবলৈ কিমান কষ্টকৰ,
    সেয়া মা-দেউতা নোহোৱা জনে হে বুজি পাই..
    কিয় কৈছোঁ, মোৰো মা-দেউতা মোৰ ১১মাহতে এৰি গুচি গৈছে..
    জেৰিফা বাৰ চকু পানী খিনি দেখি
    মনটোত কিবা এটাই জোঁকাৰি গ'ল..
    ভগৱানে কুশলে ৰাখকক জেৰিফা বা জনীক...

  • @parishmitaozahnew1447
    @parishmitaozahnew1447 Před dnem +1

    সাক্ষাৎকাৰটো আৰু দীঘলীয়া হোৱা হ’লে ভাল আছিল। যুক্তিপূৰ্ণ কথাখিনি শুনি বৰ ভাল লাগিল আৰু আইচেংফা বাৰ দৰে কৌশলপূৰ্ণভাৱে কোনেও প্ৰশ্ন সুধিব নোৱাৰে ❤ সুস্থ ৰুচিবোধসম্পন্ন তেওঁৰ অতিথিসকল ❤

  • @user-ln2fr6kc7p
    @user-ln2fr6kc7p Před 7 dny +5

    Iman je Val lgl jerifa bar video 2 Sai.... akou anibasn jerifa bak...

  • @ilakshidekabordoloi4510
    @ilakshidekabordoloi4510 Před 2 dny +1

    Very impressive interview Jarifa❤..i know you as a lawyer.i met you at JB law college & G H. C .so i know how dedicated are you..wishing you a very successful future.you so are so strong. .Feeling very bad for your parent.hope you will overcome & move on your for your near future.love you dear❤❤

  • @borshatamuli2580
    @borshatamuli2580 Před 5 dny +1

    বহুত ভাল লাগিল জেৰিফা বাৰ অনুষ্ঠানটো

  • @juthikatalukdar1387
    @juthikatalukdar1387 Před dnem +1

    One actress I admire in our industry....she is thoughtful... beauty with brain❤

  • @MurssanaBorah
    @MurssanaBorah Před 6 dny +3

    সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল। 1:49:23

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 3 dny +1

    খুব ভাল লাগিল কথোপকথন অনুষ্ঠাটো চাই। তেওঁৰ মনটো বৰ সুন্দৰ সেইবাবে কথাবোৰো সুন্দৰ আৰু অভিজ্ঞতাৰে পুষ্ট। ভালে থাকক সদায় ❤️❤️❤️🙏🏻আগতে বিস্ময়ৰ পাটত তেওঁ ফটো দেখো,,,, কেলেণ্ডাৰত তেওঁৰ ফটো দেখো।তেতিয়াতো ম'বাইল নাচিল আলোচনীৰ পাততে তেওঁ লোকক খুব চাইছিলো।

  • @udeshnaray4817
    @udeshnaray4817 Před 7 dny +6

    আমি এখেতৰ কথা ঘৰত পাতি থাকু। প্ৰিয় অভিনেত্ৰী আমাৰ ।

  • @raininath8023
    @raininath8023 Před 8 hodinami +1

    How beautifully she speaks.....such an amazing actress❤

  • @jyotibora8504
    @jyotibora8504 Před 4 dny +1

    দুয়ো লৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল।

  • @rekhagogoi322
    @rekhagogoi322 Před 7 dny +4

    এখেত মোৰ বৰ মৰমলগা অভিনেত্ৰী❤❤❤।

  • @sunalibaruah1632
    @sunalibaruah1632 Před 7 dny +5

    জেৰিফা বা আৰু আপুনি মোৰ বিৰতেই বেছি প্ৰীয় ❤❤❤

  • @amarkalita1360
    @amarkalita1360 Před 8 dny +5

    Waw, what a multi talented actress❤always favorite😍💕

  • @deekshitasmissmagic8430
    @deekshitasmissmagic8430 Před 4 dny +1

    জেৰিফা বা তোমাৰ কথা খিনি শুনি সাহস পালোঁ। বহুত খিনি কথা নিজৰ লগত মিলি যোৱা যেন পালোঁ। সদায় ভালে থাকা তুমি❤