‘ৰেন মৌ’ত আইচেংফাৰ স’তে সুৰীয়া কণ্ঠৰ শিল্পী নীলাক্ষি নেওগ

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia
    Make-Up - Binita Das

Komentáře • 502

  • @neelsaikia1238
    @neelsaikia1238 Před měsícem +82

    গায়িকা হিচাপে নিলাক্ষী নেওঁগ আৰু সুবাসনা বাৰ দৰে ইমান শুৱলা গায়িকা চাগে আৰু নোলাবই যেন লাগে, ইমান ধুনীয়াকৈ গায় যেন সৰস্বতী বিৰাজমান কৰে তেওঁলোকৰ কণ্ঠত ❤ ভালে ৰাখক দুয়োকে 🙏🌼 আৰু আপোনাৰ দৰে গায়িকা হোৱাটো খুবেই প্ৰয়োজন সামাজিক দায়বদ্ধতা ৰাখি গীতৰ সমাজ খনক আগবঢ়াই নিয়া কাৰণ পিছৰ প্ৰজন্মই আপোনালোকক হে অনুকৰণ কৰিব, এই অউট টিউন লগাই ছাগলীৰ দৰে মাত লৈ চিঞৰি ফুৰাবোৰ দুদিনা এই জগতত কিন্তু আপোনালোক চিৰসেউজ আমাৰ বাবে আজীৱন 🌼❤️❤️

    • @janmoni-moni604
      @janmoni-moni604 Před měsícem +3

      মোৰ ও প্ৰিয় দুয়োগৰাকী ❤

    • @SumitraGogoi-qf3qu
      @SumitraGogoi-qf3qu Před měsícem +2

      Mur ❤❤singar nilakhii ba.

    • @ankurhazarika08762
      @ankurhazarika08762 Před měsícem

      ❤nilakshi baa🔥

    • @munusunu6486
      @munusunu6486 Před měsícem

      মোৰো একে অনুভৱ ❤

    • @pradipgogoi8785
      @pradipgogoi8785 Před měsícem +2

      তৰালী শৰ্মাৰ নামটো উল্লেখনীয়৷

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +16

    অতি জনপ্ৰিয় আৰু সুন্দৰ, সুৰীয়া কন্ঠৰ অধিকাৰী নীলাক্ষী। এগৰাকী সুদক্ষ, প্ৰতিভাসম্পন্ন কন্ঠশিল্পী ❤❤❤

  • @tonmoybarua5339
    @tonmoybarua5339 Před měsícem +15

    বহুত প্ৰিয় নীলাক্ষী বা❤
    এতিয়া সুবাসনা বালৈ অপেক্ষা❤

  • @pc5373
    @pc5373 Před měsícem +12

    CZcams টো খুলিয়েই প্ৰথম নিলাক্ষী বাৰ podcast টো দেখি এক ছেকেণ্ড দেৰি কৰা নাই। নিলাক্ষী বা খুব প্রিয় গায়িকা । অকল তেওঁৰ গীতেই নহয় ব্যক্তিত্বও খুব ভাল লগা।❤

  • @pranjitnath6285
    @pranjitnath6285 Před měsícem +5

    31:38 উফ্ কি সুন্দৰ কণ্ঠ , প্ৰায়েই গীতটো শুনি থাকো, কিন্তু আজি এনেদৰে শুনি বহুত ভাল লাগিল , ঈশ্বৰে ভালে ৰাখক আপোনাক আৰু এনেদৰে আমাক ভাল ভাল গীতৰ উপহাৰ দি যাব বুলি আশা ৰাখিলোঁ ।

  • @biswaslife7917
    @biswaslife7917 Před měsícem +5

    Nilakshi Neog always favourite... Teur voicer lgt manuhjni o bht Dhunia aru moromiyal ❤❤

  • @HempadDas
    @HempadDas Před 27 dny +4

    Mur fvrt singar hoi,,subaxona baa aru nilakshi neog baa❤❤❤

  • @nayanthakuria4141
    @nayanthakuria4141 Před měsícem +8

    বা সঁচাকৈয়ে প্ৰটিটো খণ্ড অপূৰ্ব সোৱাদ ভৰা...... তাতোকৈ বেছি মিঠা আপোনাৰ কন্ঠ....ইমান সাৱলীল ইমান মিঠা.....কথাৰ উপস্থাপন উস্......ভালে থাকক আইচেংফা বা....আগলৈ যাতে আৰু ভাল ভাল অনুষ্ঠান পাওঁ আপোনাৰ কন্ঠ ত🎉🎉🎉 যাত্ৰা (ৰেন্ মৌ ) ❤❤❤

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 Před měsícem +8

    ভৱিষ্যত প্ৰজন্মলৈ যি দায়বদ্ধ, দায়িত্ব পালন কৰি যি আদৰ্শ দেখুৱাব বিচাৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @nishaaxom
    @nishaaxom Před měsícem +5

    জ্বৰত যেন পেৰাচিতামোলৰ কাম কৰে আপোনাৰ কণ্ঠটিয়ে নিলাক্ষী বা ❤ আপোনাক লগ পোৱাৰ মূহুৰ্তখিনিয়ে এতিয়াও আপুনা আপুনি সন্তুষ্টি দিয়ে মনটোক । সদাই প্ৰিয় হৈ থাকিব ❤️

  • @chamenkumarsarania
    @chamenkumarsarania Před měsícem +4

    Moromor singer Nilakshi Neogor onustantu sai bhal lagile, bhut kotha janibo parilu,, aru agoloi. Wishing bright future. Thanks.

  • @ronjsworld5663
    @ronjsworld5663 Před měsícem +7

    প্ৰথম বাৰ আৰম্ভণীৰ পৰা শেষলৈ চাইছো podcast টো । মোৰ প্ৰিয় কণ্ঠশিল্পী গৰাকী । কথাবোৰ ভাল লাগিল শুনি । বাৰ কণ্ঠত গানবোৰ অনন্য হৈ পৰে। ❤❤

  • @plabanportrait759
    @plabanportrait759 Před měsícem +7

    কি যে এক সুমধুৰ কন্ঠৰ আধিকাৰী❤❤

  • @Astrologer-Pranab-Kr-Sarmah67
    @Astrologer-Pranab-Kr-Sarmah67 Před měsícem +4

    নীলাক্ষী নেওগৰ অতি সহজ সৰল কথাবোৰ বৰ ভাল লাগিল। এগৰাকী কণ্ঠশিল্পী (সাংস্কৃতিক কৰ্মী) হিচাপে তেওঁৰ যি বেশভূষা আৰু কথনশৈলী সেয়া বৰ্তমান কমেই দেখা যায়। সৰলতা যেন তেওঁৰ সঁচা আভূষণ।‌ তেওঁ নিজকে সৌভাগ্যবতী বুলি ভবাটোও অতি সুন্দৰ উপলব্ধি যেন। তেওঁৰ অনাগত দিনবোৰ শান্তিময় হোৱাৰ কামণা কৰিছোঁ। লঘতে যাত্ৰাৰ সহযাত্ৰী হিচাপে যাত্ৰাৰ যাত্ৰাপথ মসৃণ আৰু দীৰ্ঘকালিন হোৱাৰ কামণাৰে যাচিলোঁ আন্তৰিক শুভেচ্ছা।

  • @axomoraxomiyamusic8377
    @axomoraxomiyamusic8377 Před měsícem +2

    Ufff তেওঁৰ কণ্ঠ 😢 মোৰ সকলোতকৈ ভাল লগা অসমীয়া গায়িকা নীলাক্ষি বা.. ❤❤❤❤ Love from Tamulpur ❤

  • @rinkuragini615
    @rinkuragini615 Před měsícem +8

    নিলাক্ষী বাৰ কণ্ঠই সকলোকে প্ৰেমত পেলায়। মইয়ো পৰিছিলো। কিন্তু বাক যেতিয়া সন্মুখৰ পৰা লগ পালোঁ তেওঁৰ ব্যক্তিত্ব আৰু সৰলতা খিনিয়ে মোক আৱেগিক কৰি তুলিছিল 😊
    তেতিয়াৰ পৰা তেওঁৰ প্ৰতি মৰম, শ্ৰদ্ধা দুগুণে বাঢ়িল।
    বহুত বহুত ধন্যবাদ আপোনালৈও আইচেংফা বা আপুনি প্ৰিয় ব্যক্তি গৰাকীক আকৌ এবাৰ নতুন কথা বাৰ্তাৰে ওচৰ চপাই দিয়াৰ বাবে।
    বহুত কেইটা খণ্ড চাইছো যদিও আজি কমেণ্ট এটা দিছোঁ দুয়োগৰাকীৰ বাবে😘
    অলেখ অযুত শুভেচ্ছা যাত্ৰাৰ পৰিয়াল বৰ্গলৈ❤

  • @jusnakalita7610
    @jusnakalita7610 Před měsícem +5

    ইমান ধুনীয়া❤️❤️দুয়োগৰাকীলৈ বা'লৈ বহুত বহুত মৰম

  • @deepshikhadutta7102
    @deepshikhadutta7102 Před měsícem +8

    মৰমৰ, হেঁপাহৰ আৰু শ্ৰদ্ধাৰ শিল্পী নীলাক্ষী 🧿⭐🌻✨✨

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 Před měsícem +8

    ভাল লাগিল। সৃজনীৰ পিছতে নীলাক্ষী আপোনাৰ সাংস্কৃতিক অতিথি সকলৰ ভিতৰত। সৃজনী সাহসী বাবে প্ৰথম। নীলাক্ষী ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা দায়বদ্ধ। নীলাক্ষীৰ কণ্ঠ সুমধুৰ।

  • @themorningstrar
    @themorningstrar Před měsícem +31

    বিহুৰ মঞ্চত নিলাক্ষী নেওগৰ দৰে দ্বিতীয় গৰাকী নাই বৰ্তমান। তেওঁৰ গীতবোৰত মৰাণ বিহুৰ নিভাজ সুৰ এটা আছে সেয়ে খাচ লাগে তেওঁৰ গীতবোৰ।। ভাল লাগিল অনুষ্ঠানটো।।❤

    • @bihuwan47
      @bihuwan47 Před měsícem +1

      @@themorningstrar priyanka bharali k pahori najabo

    • @themorningstrar
      @themorningstrar Před měsícem

      @@bihuwan47 Teu u vleii Jrht r a . Teo u Gamvijyota ase , khas lge holeu Neog r moran thas r babe vl lge

  • @manjittalukdar21
    @manjittalukdar21 Před měsícem +3

    সদায় ভালপোৱা বা জনী ❤😊

  • @user-qm9fq1md7u
    @user-qm9fq1md7u Před měsícem +2

    Nilakshi baa Aapuni teneke kiyo koi baru, Aapuni mur favorite singer hoi....

  • @gyandeepnath3600
    @gyandeepnath3600 Před měsícem +3

    অতি মৰমৰ, শ্ৰদ্ধাৰ , সমাজৰ প্ৰতি দায়বদ্ধ আৰু সঁচা অৰ্থত এগৰাকী ভাল কণ্ঠশিল্পী ❤

  • @user-lm7cr3ex2d
    @user-lm7cr3ex2d Před měsícem +4

    Nilakshi baa muru fav hoi lg pabole mon ase bhut besi vl lage baa jni

  • @JintuSaikia-ec8be
    @JintuSaikia-ec8be Před měsícem +3

    প্ৰকৃত সংগীত শিল্পী নিলক্ষী বা। বৰ্তমান আপোনাৰ স্থান সুকীয়া গতিকে এনেকৈয়ে সদায় আগুৱাই যাওঁক আৰু সকলোৰে মৰমৰ হৈ থাকক।

  • @kabitabaruah-yt4wz
    @kabitabaruah-yt4wz Před 22 dny +1

    বহুত ভালপোৱা কণ্ঠশিল্পী গৰাকী লৈ বহুত মৰম , সদাই এনেকৈয়ে মৰম লগা জনি য়ে হৈ থাকা।

  • @mahi84732
    @mahi84732 Před měsícem +2

    সঁচাকে তেওঁ এগৰাকী ভাল গায়িকা, লগতে বহুত ভাল কলিগ হৈ মোৰ দেউতাৰ পৰা বহুত বাৰে শুনিছোঁ তেওঁ যে বহুত ভাল, down to earth তেওঁ জেষ্ঠ জনক কেনে কে ব্যৱহাৰ কৰিব লাগে কেনে সন্মান দিব লাগে ভালকৈ জনে !
    বহুত বহুত মৰম ❤
    এনেকৈয়ে আৰু আগবাঢ়ি যোৱা❤
    নতুন নতুন আৰু ধুনীয়া সংগীত আমাৰ অসমীয়া সমাজক উপহাৰ দিয়া ❤❤❤

  • @namratakonwar8985
    @namratakonwar8985 Před měsícem +2

    Protitu gaan xunutei sokupani ulaise aji... Biraaat dhunia!!! ❤️❤️
    Aru, protitu prosno bor dhunia আইচেংফা বাৰ, jiman digholia holew amoni nologa ata dhunia anusthan👏😍

  • @boruahmohendra4349
    @boruahmohendra4349 Před měsícem +2

    দুয়োগৰাকীয়ে প্ৰকৃতাৰ্থত শিল্পী,মনেৰেও ধুনীয়া আৰু সুন্দৰ।অপূৰ্ব আৰু অনন্য অনুষ্ঠান এটা উপভোগ কৰিলোঁ।'যাত্ৰা'ৰ যাত্ৰা অবিৰত আৰু সেউজ সুন্দৰ হওক।

  • @DolishaTalukdar142
    @DolishaTalukdar142 Před měsícem +3

    Nilakhi baa r xosai iman dhunia kontho xunile xuniei thakim jen😍🥰❤

  • @bhaikonphukan7761
    @bhaikonphukan7761 Před měsícem +2

    Nilakshi neog one of the best female singer in assam❤

  • @mouchumidas9373
    @mouchumidas9373 Před 21 dnem +1

    "যাত্ৰা"আমাক সদায় লাগে ❤❤আইছেংফা বা লে বহুত মৰম দিলোঁ ❤❤ নিলাক্ষী বা সদায় প্ৰিয় গায়িকা ❤❤

  • @dipakkamanofficial3043
    @dipakkamanofficial3043 Před 24 dny +1

    সচাকৈয়ে নীলাক্ষী বাইদেউ আপুনি সুমধুৰ কণ্ঠৰ গৰাকী আৰু বহুত বহুত মিঠা লাগিছে আৰু মোৰ অন্তৰখন চুহি গৈছে🥰🥰🥰🔥🔥।

  • @pallabihazarikaofficial7903
    @pallabihazarikaofficial7903 Před měsícem +13

    প্ৰিয় তেওঁ 😩❤️...মোৰো অনুৰোধ আছিল 😩 অৱশেষত আজি চাবলৈ পালো 😢.. বহুত বহুত ধন্যবাদ যাত্ৰাৰ পৰিয়াললৈ 🙏🏻..

  • @geetimoniborah5442
    @geetimoniborah5442 Před měsícem +4

    সৰলমনা , সুগায়িকা নীলাক্ষী নেওগৰ লগতে মিঠা মাতৰ অধিকাৰী চাবুৱাৰ গৌৰৱ আইচেংফা... দুয়োগৰাকীৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ৰেইন মৌ ৰ দীৰ্ঘায়ু কামনাৰে ❤

  • @bandanabora6499
    @bandanabora6499 Před měsícem +2

    আমাৰ মৰমৰ ভন্টি নিলাক্ষী ❤বহুত মৰম শুভকামনা সদায় আছে Love from Bandana Ba (SVVan )Tinsukia খুব ভাল লাগিল চাই🎉❤

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 Před měsícem +5

    সকলো নিজৰ জাগাত জাগাত আছে । নিলাক্ষী বা ❤❤❤❤

  • @sanjibsaikia6978
    @sanjibsaikia6978 Před měsícem +4

    Nilakshi ba mur hakolut koi favourite singer ❤❤❤❤

  • @newy707
    @newy707 Před měsícem +5

    সদায় প্ৰিয় মৰমৰ নিলাক্ষী বা ।❤

  • @bjseverything5889
    @bjseverything5889 Před měsícem +5

    ইমান ভাল পাওঁ নিলা বাক। এবাৰ লগ পাবলৈ বহুত হেপাহ এটা আছে। বা ❤ You

  • @ucreation8911
    @ucreation8911 Před měsícem +3

    Nilakshi neog aru Subashana dutta❤

  • @nabagogoidrum6998
    @nabagogoidrum6998 Před měsícem +3

    ইমান ধুনীয়াকৈ প্ৰথমটো গীত গালে ,মন ভাল লাগি গল ❤

  • @nipasakiasaikia
    @nipasakiasaikia Před měsícem +4

    এগাল মান মৰম দুয়ো গৰাকী লৈ ♥️♥️।। তিনিচুকীয়াৰ পৰা।।

  • @iswarprasaddutta9562
    @iswarprasaddutta9562 Před měsícem +3

    Nilakhi neog my favorite singer ❤

  • @trishnasonowal5586
    @trishnasonowal5586 Před měsícem +5

    Nilakhi baa mur bor priyo...bht bht dhoinyobad apunak aichengfa baa nilakhi baa k amontron kri ana babe

  • @bituponhandique7338
    @bituponhandique7338 Před měsícem +6

    উজনিৰ পৰা দুইয়ো গৰাকীলৈ বহুত মৰম❤

  • @anniehandique6238
    @anniehandique6238 Před měsícem +3

    Podcast বুলি কবলৈ গলে আপোনাৰ হে ভাল লাগে। আপোনাৰ যি কথাৰ শৈলী সঁচাকৈয়ে শুনিলে শুনি থাকিব মন যোৱা

  • @rituraazduarah8395
    @rituraazduarah8395 Před měsícem +3

    When she sings, my eyes automatically fills with tears😭😭❤❤

  • @babuljonak3828
    @babuljonak3828 Před měsícem +4

    নীলাক্ষী বাই মুখত বিহু বুলি কলে মৰান বিহু মেইন❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +10

    সদায় সুখী হৈ থাকা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা নীলাক্ষী। নীলাক্ষীৰ অতি মাৰ্জিত ব্যৱহাৰেৰে সহজেই সকলোৰে অন্তৰ জয় কৰিব পাৰে।❤❤❤

  • @dipankorgohain351
    @dipankorgohain351 Před měsícem +6

    Hubakhona dutta বা পাছতে আপোনাৰ গান শুনি বহুত ভাল লাগে বিশেষকৈ আপোনাৰ stage program বোৰত বহুত বেছি a ভাল লাগে
    অতি সোনকলেই hubakhona বাক দেখিবলৈ pam buli আশা থাকিল আইছেংফা বা।

  • @arabindanath3582
    @arabindanath3582 Před měsícem +8

    নতুন প্ৰজন্মৰ আটাইতকৈ সুৰীয়া কন্ঠৰ অধিকাৰী কন্ঠশিল্পী গৰাকী৷

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 Před měsícem +3

    🙏💐 অসমীয়া সংগীত জগতত দুগৰাকী গায়িকা অতি সহজ সৰল আৰু মধুময় , শুৱলা কণ্ঠ ...নীলাক্ষি নেওগ আৰু বৰ্ণালী কলিতা 💎👑🎖️

  • @jurisaikia8099
    @jurisaikia8099 Před měsícem +2

    Bohut bohut bohut besiyei bhal pau moi Nilakhi Neogr gaan xuni ..ru shubashana Dutta r gaan xuni ...❤❤❤❤❤🥰

  • @jitumanidas9483
    @jitumanidas9483 Před měsícem +96

    Assamt nilakshi baa and subasana ba best singer...blg aru nolabo ai duijonir nisina

    • @bihuwan47
      @bihuwan47 Před měsícem +8

      Torali sarma, priyanka bharali, vitali das aru bohut ase

    • @Youtubefanpage7
      @Youtubefanpage7 Před měsícem

      Dujoni nhoi burbak 😂
      Duigoraki ❤

    • @alokhajong5436
      @alokhajong5436 Před měsícem +3

      Jiman kosto koribo ximan vak artist olaiye thakibo .

    • @ArindamsWorld
      @ArindamsWorld Před měsícem +3

      ওলাব কিয় নোলাব, নতুন নতুন গায়িকা ওলাব যদিহে খুব কষ্ট আৰু সাধনা কৰে। অৱশ্যে নিলাক্ষী আৰু সুবাসনা উপৰিও তৰালী শৰ্মা বাইদেউ আৰু অনিন্দতা পলৰ দৰে সুকণ্ঠি আৰু অতি প্ৰতিভাশালী আৰু স্বনামধন্য গায়িকাক পাহৰি নাযাবা !!

    • @bikashbaishya-bl5fr
      @bikashbaishya-bl5fr Před měsícem +3

      Also papori gogoi

  • @HappyDinosaurFossils-hg3mp
    @HappyDinosaurFossils-hg3mp Před měsícem +3

    Bohut vall lge nilakshi baa ❤🎉

  • @sangitapegu1675
    @sangitapegu1675 Před měsícem +1

    All time favorite singer. ❤❤❤❤love you so much Nilakhi baa

  • @pranamibaishya6521
    @pranamibaishya6521 Před měsícem +3

    Bht bht morom aru valpuwa ba tumaloi...anekoi amar priyo biykti bur k loi ana babe dhoyanbad

  • @tileswaryein1295
    @tileswaryein1295 Před měsícem +1

    We are very happy. Best of luck your singar life.🎉🎉.

  • @ujjalphukon144
    @ujjalphukon144 Před měsícem +1

    Nilakshi baa and kussum dada always favourite ❤

  • @pallabmaut7280
    @pallabmaut7280 Před měsícem +2

    Amezing gaan r logote kotha bur u eman dhunia nilakhsi baa❤❤❤❤❤❤❤

  • @bhaskarjyotiray3504
    @bhaskarjyotiray3504 Před měsícem +1

    My All Time Fvrt Singer ❤❤

  • @hridaykoch3058
    @hridaykoch3058 Před měsícem +1

    Eman Dhuniya ke kotha bur koi Nilakhi bai khuni bohut bessi vall lage.. Dhoinobad jonaisu I seng fa Ba Apunar kotha tu nokou a aru..🥰 Bohut besii vall lagil Barta lap r ai episode tu sai 🙏🙏💐

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před měsícem +6

    ইমান বেছি ভাল পাওঁ নিলাক্ষী বাক ❤ তেওঁৰ সুৰীয়া কণ্ঠৰ লগতে মনুহগৰাকী বহুত মৰম লগা সহজ সৰল সেইকাৰণে বহুত ভাল পাওঁ নিলাক্ষী বা 🥰 সদায় ভালে থাকক🤗

  • @rishanahmed2327
    @rishanahmed2327 Před 27 dny +1

    Her voice & personality ❤

  • @Misha_driving05
    @Misha_driving05 Před měsícem +2

    1:00:23 👍👍same condition.
    Asolote yat bahut kotha ase muru hoi enekua . mine ot bahut kotha khelai jai pota pot jodi kaba lau hekh korugoi mane sage nijore kheli meli haba nai ba bujai bujike napaba sage. mur logor , gharar manuh sobe mur kotha huni jai huni jai tar past koi bule toi ki koi aku buji k napalu😅. Mane sob kotha t nohoi tat hoi jot kiba alp belg dangor kotha bujua jai ..
    Nilakhi ba practical hoi , straight forward hoi , jiman pare natun kotha hiki val pai bikhekh koi ganor khettrat ...
    Ba I like your personality 👍 aji he apunar iman digholiya interview salu.. Mur kotha khinit jodi alp holeu nijoke relate korile jonaba . akha aku aru bahut val val kam koriba ....amar hakalure babe ❤❤❤

  • @minakshisaikia4982
    @minakshisaikia4982 Před měsícem +2

    One of my favourite... Nilakshi baa .. ❤❤❤

  • @sanjibanilalung-hh9sk
    @sanjibanilalung-hh9sk Před měsícem +4

    Eman dhuniya nila.... Baaido 🥰❤ love you

  • @nilimdaa
    @nilimdaa Před měsícem +4

    ধন্যবাদ বা নীলাক্ষি বাক অনা বাবে ❤ সংগীত জগতত তাই মোৰ বাবে বিশেষ 😌🤍

  • @bharnovsaikia1972
    @bharnovsaikia1972 Před měsícem +3

    Finally Nilakshi baa❤

  • @pinkyhazrika9852
    @pinkyhazrika9852 Před měsícem +4

    আইচেংফা bohut besi vall lagil aji nilakhi baa ohar babe aru bohut besi morom apunalukoloi ❤🥰

  • @swarnabhajani6884
    @swarnabhajani6884 Před měsícem +5

    প্ৰতি মুহূৰ্ততে কণ্ঠক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ কথাই সুখ দিলে অন্তৰত ।
    বাকী তোমাৰ কথাৰ স্পষ্টতা, সৰলতা , নম্ৰতা আৰু আনৰ প্ৰতি সন্মান --- ভাল লাগিল ।
    ভাল হওক তোমাৰ ।

  • @Surajit337
    @Surajit337 Před měsícem +8

    প্ৰিয় গায়িকা গৰাকী ❤

  • @koushikdas4943
    @koushikdas4943 Před měsícem +1

    Thank you baa nilakshi baak matar babe ❤ love from baksa ❤

  • @manishadeka6600
    @manishadeka6600 Před 23 dny +1

    বহুত দেৰিকৈ চালো বা নীলাক্ষি নেওগৰ এই খণ্ডটি।জানেই নহয়,"যাত্ৰা"ৰ episode চাবলৈ এটা সুকীয়া পৰিবেশ লাগে,যাতে অনুষ্ঠানটি চায় থকাৰ মাজত একো বাধা নাহে😊।সেইবাবে গৰমৰ বন্ধত ঘূৰি-ফুৰি একদম আজৰি হৈ চালো।বৰ ধুনীয়া লাগিছে বা।আপোনাক কওঁ‌-"যাত্ৰা" ৰ সফলতা অব্যাহত থাকিব,কেতিয়াও ম্লান নপৰে।

  • @DeepJyotiMohan
    @DeepJyotiMohan Před měsícem +13

    Eman dhuniya voice kio Nile ba uff 😍

  • @pj.pranjalsaikiaofficial8487
    @pj.pranjalsaikiaofficial8487 Před měsícem +2

    Why why nilakshi ba ... Kankoi tumr voice 2 eman dhuniya.. prothom or pora last loi k skip nokora k salu 1st kunuba video thanks isangfa ba for bringing her❤ lots of love from Silapathar ❤

  • @pramodgogoi522
    @pramodgogoi522 Před měsícem +1

    বহুত ভাল লাগিল ❤

  • @bhaskarjyotisonowal.
    @bhaskarjyotisonowal. Před měsícem +3

    This is what I was waiting for. Overwhelmed that you invited my favourite Nili Ba ❤

  • @himadreeborah3916
    @himadreeborah3916 Před 27 dny +1

    Nilakshi baa ❤
    Bohut besi val pau tumk💗
    Aaguwai jua hodai ❤

  • @rumidutta146
    @rumidutta146 Před měsícem +3

    বৰ ভাল লাগিল নিলাক্ষী । তুমি সদায় আগবাঢ়ি যোৱা

  • @gitanjaleephukan5492
    @gitanjaleephukan5492 Před měsícem +5

    My favourite singer ❤

  • @ritadutta1754
    @ritadutta1754 Před měsícem +1

    Iman mitha .thanks aisangfa apunar joriyote dekhuar babe .duyou loi suvasha thakil

  • @Anjali58239
    @Anjali58239 Před 25 dny +1

    Very well said we everyone has the responsibility to forward to our next next generation the purest form of all metal in its purest form,gold as gold silver as silver copper as copper not that we are forwarding alloy to our next generation.Our next generation has the right to get all our culture in its purest.Lets not destroy the dignity of any metal from its purest form.

  • @missanamikahandiqueanamika9067

    অপেক্ষা অন্ত পৰিল ❤❤❤

  • @sumidevi6552
    @sumidevi6552 Před měsícem +4

    Mur prio gaika nilakhi ba aru subasana baa❤❤❤❤❤❤

  • @aimonibordoloi5564
    @aimonibordoloi5564 Před měsícem +1

    My all time favorite singer❤ love her voice and personality ..

  • @Pallabkcreation
    @Pallabkcreation Před 24 dny +1

    Nilakshi Ba mur favourite Assamese female singer baa hotor samor vitoror bohut val lage

  • @sewalikalitaaxomiyasowali5001
    @sewalikalitaaxomiyasowali5001 Před měsícem +5

    Nilu baa joni fav ❤

  • @user-uj5um9im4f
    @user-uj5um9im4f Před měsícem +3

    My favourite singer❤

  • @swagotsyamolbora869
    @swagotsyamolbora869 Před měsícem +2

    Most awaited episode ❤ Fav female vocalist

  • @parishmitadutta2307
    @parishmitadutta2307 Před měsícem +1

    Luv u nilakhi ba❤. Always favourite.

  • @mousumgogoi7502
    @mousumgogoi7502 Před měsícem +2

    My all time favorite singer...❤❤

  • @papuchutia4102
    @papuchutia4102 Před měsícem +2

    My favourite Assamese singer ❤❤❤

  • @allmoranrupom
    @allmoranrupom Před měsícem +1

    Nilakshi baa ❤

  • @kirongogoi2562
    @kirongogoi2562 Před měsícem +2

    বৰ ভাল লাগিল। দুয়ো গৰাকীৰ ব্যক্তিত্ব খুউবেই ভাল লাগে । ❤❤

  • @HempadDas
    @HempadDas Před 27 dny +1

    Mur fvrt song❤❤❤aitu,,kasoli

  • @purabidas2186
    @purabidas2186 Před měsícem +4

    Mojja....duijonike sisters jn lagise ❤❤

  • @simashreeneog4116
    @simashreeneog4116 Před měsícem +4

    মৰমৰ শিল্পী গৰাকী, নিলা বা বহুত মৰম❤

  • @anidas5500
    @anidas5500 Před měsícem +3

    Aioo Mur moromor baa jonik mata karone Thnq