Assam Minister’s Social Media Post On ‘Minority’ Triggers Controversy | RAJDEEP BAILUNG BARUAH

Sdílet
Vložit
  • čas přidán 21. 08. 2024
  • #LIVE 📌 মন্ত্ৰী পীযূষ হাজৰিকাৰ এটা ফেচবুক পোষ্টক লৈ ৰাজনীতি তোলপাৰ
    📌 এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে সৰৱ পীযূষ হাজৰিকা
    📌 দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়েও তুলিছিল অনুৰূপ অভিযোগ
    📌 বৰপেটা, লখিমপুৰ, কোকৰাঝাৰ, মাজবাট, ঢেকীয়াজুলিৰ ঘটনাৰ আঁৰত কি?
    📌 বিগত ৩ বছৰত নোহোৱা ঘটনা এতিয়া ঘটিছে বুলি কিয় উল্লেখ মুখ্যমন্ত্ৰীৰ?
    📌 কাৰ ছত্ৰছায়াত ৰাজ্যত প্ৰবল হৈছে ধৰ্মীয় মেৰুকৰণ?
    📌 মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাৰ ‘আজিৰ পৰ্যৱেক্ষণ’
    #pijushhazarika #minority #socialmedia #bjp #congress #rajdeepbailungbaruah
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 42

  • @NripenThakuria
    @NripenThakuria Před měsícem +1

    ৰঞ্জিব শৰ্মা ডাঙৰীয়াই সুন্দৰ মন্তব্য আগবঢ়াইছে ৷

  • @pgoswami5378
    @pgoswami5378 Před měsícem

    এইবোৰ ঘটনা নহবলৈ কি কৰিব পাৰি বা কি কৰিলে এইবোৰ বন্ধ
    কৰিব পৰা যায় তাৰ চেষ্টা কৰাহে
    ভাল হব বুলি জনতাৰ মাজত এক আলোচ্য বিষয় হৈ পৰিছে।

  • @joynalahmed3235
    @joynalahmed3235 Před měsícem +8

    তেওঁ দেখোন ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ কথা কৈছিল গল নেকি। তাৰ কথাৰ একো value নাই

  • @umeshkardong6116
    @umeshkardong6116 Před měsícem +2

    এই মুচলমান বোৰৰ একেই চৰিত্ৰ। সিহতে এনে কুকৰ্মৰ প্ৰতি সমৰ্থন থাকেই। এই মুচলমান কংগ্ৰেছী জনো তাৰ ব্যতিক্ৰম নহয় ।

  • @anilkrhaloi8019
    @anilkrhaloi8019 Před měsícem

    মুখ্যমন্ত্ৰী সকলোৱে ভোট দি পাতিছিল টো গেদাই

  • @hanseali1924
    @hanseali1924 Před měsícem

    সেই কথাবোৰৰ মাজত গুৱাহাটিত বিজেপিৰ কৰ্মিয়ে চিআৰপি এফ জৱান জনৰ হত্যাৰ কথাতো কিয়ো নকলে হিমন্ত বিশ্বশৰ্মা নহলে বিজেপিএ আকৌ কিমান পুলিছ বা চিআৰপি এফ মাৰিলেহৈ সেইতোও কৱ লাগিছিলে।এইখন ৰাইজ্য কগ্ৰেছে চলাব নোৱাৰে কাৰন কগ্ৰেছেৰ জদি চিএম হয় তেতিয়া বিজেপিএ 5 বছৰত 10000 মানৰ উপৰ মানুহ মাৰিব আৰু বহুতো সংঘৰষ লগাব কাৰন তেনেকা কগ্ৰেছৰ দিনত ঘটিএ থাকে বিজেপিৰ দ্বাৰা।

  • @rabiulislam9042
    @rabiulislam9042 Před měsícem

    আজমলৰ জৰিয়তে সাম্প্ৰদায়িক প্ৰতীক টো চলাই ৰাখিছিল কিন্তু এতিয়া আজমল নাই, সেয়ে এইবোৰ নাটক আৰম্ভ কৰিলে।

  • @lakhikrchintey5693
    @lakhikrchintey5693 Před měsícem +2

    পিয়াজ হাজৰিকা যিমান ভকিলেও কাম নায় ৰাইজে তোৰ নিছিনা পাগলৰ কথা নুশুনে

  • @hiteshwarray4270
    @hiteshwarray4270 Před měsícem

    Mama himnta assam indigenous people act assembly pass kori deok

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym Před měsícem +1

    আলোচনা কৰিবলৈ আৰু বেলেগ বিষয় নাই নেকি। বস্তুৰ দামযে বাঢ়িছে সেই বোৰ জৰুৰী বিষয় নহয় নেকি।

  • @RumiBegum-zf2kj
    @RumiBegum-zf2kj Před měsícem

    বঙালী মানুহ খিনি সচাকে বেয়া ৷

  • @umeshkardong6116
    @umeshkardong6116 Před měsícem

    এইটো Election ৰ talk show নে ধৰ্ষণ সম্পৰ্কে আলোচনা ? মুছলমান সকলোৱে এই বদমাচৰ পক্ষ লৈ চৰকাৰকেই দোষ দি কথা কবই

  • @anilkrhaloi8019
    @anilkrhaloi8019 Před měsícem

    আমি দাদাক দল এৰিব নিদিও #pijushhazarika জিন্দাবাদ

  • @mizunurrahman9043
    @mizunurrahman9043 Před měsícem

    cm sir akhom unnod fale loi jaok

  • @bot.R55
    @bot.R55 Před měsícem +1

    তেও দেখোন নগাওৰ লাহৰি ঘাটৰ মিটিঙত ৫০ হেজাৰ মিয়া দেখি আমাৰ এটা চাৰ্ভে চলি আছে নিৰ্বাচনৰ পিচত চৰৰ ভুমিৰ মিয়াদী পট্টা দিয়া হব বুলি কৈছিল গতিকে তেওক মিয়াই ভোট দিলে এনেকুৱা কথা নকয় আৰু ।

  • @hiteshwarray4270
    @hiteshwarray4270 Před měsícem

    Nrc re 1951 sob thik

  • @user-mn2lp8lz6m
    @user-mn2lp8lz6m Před měsícem

    Pijush namar politician jnr nija buli ako nai, kebl C M r srutalipi Kari nijk hilight karib bisari thake. Rajniti karibr babe source nai kebl dharma2. Vougalik vabe axomat thaka khaklo axomia. Azi Assam means in national or international not only Hindu or Muslim or Miya. Miya.

  • @khagenkakati6380
    @khagenkakati6380 Před měsícem

    এইটোৱে next electionত জিকিবৰ কাৰণে অসমীয়া মানুহক এক হৈ যাতে bjp ক ভোট দিয়ে

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl Před měsícem

    এইসোপা পাগল ৷

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4y Před měsícem

    Piyaj atiya o rajnithi kore naki

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4y Před měsícem

    😂😂😂😂

  • @Nabasonowal8304
    @Nabasonowal8304 Před měsícem

    Dhukuwakhan kanda katha kok

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn Před měsícem

    I conggress mane pakisthani .

  • @dildarali4990
    @dildarali4990 Před měsícem

    Manuhe boji pay Abul tabul boke lab nai

  • @digantamech9647
    @digantamech9647 Před měsícem

    Muthote 26 t bjp sarkar j ahibo tar xondeh ase.

  • @purabigogoi5673
    @purabigogoi5673 Před měsícem +1

    Competition were between ajmal and Hussain!!!!!! Where come relijioua ?!!!!!!!??????

  • @Rinku-gp3kt
    @Rinku-gp3kt Před měsícem

    আজমল মূখ্যমন্ত্ৰী হব নেকি 😂

  • @Mokibulrahman-ul8zz
    @Mokibulrahman-ul8zz Před měsícem

    Mdeakoicu.apunlko akhilk mateby

  • @Mokibulrahman-ul8zz
    @Mokibulrahman-ul8zz Před měsícem

    Tu.suli.lou.lojt.thku.nanhu.tek.apunaloke devdt matesa anar lag lagesa

  • @mkdigitaldiary577
    @mkdigitaldiary577 Před měsícem

    Dudhnoi Goalpara ghotona ullek nokorili

  • @Humayun-ub7op
    @Humayun-ub7op Před měsícem +3

    BJP mission failed

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j Před měsícem

    P h ata fokotiya montri

  • @BSW27
    @BSW27 Před měsícem

    Jurhatot jikar karone eman hahok hoise neki hogkha loghuwe

  • @user-hv4dv7gm7j
    @user-hv4dv7gm7j Před měsícem +1

    একো লাভ নাই। যিমানেই হিন্দু মুছলিম নকৰক গৌৰৱ গগৈক ৰখাব নোৱাৰে।

  • @purabigogoi5673
    @purabigogoi5673 Před měsícem

    Whose are culprit go

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn Před měsícem +1

    Sei tur kothar kunu lag- bzandh nai, sagolir dore be- be, ba - ba. Mathu.

    • @umeshkardong6116
      @umeshkardong6116 Před měsícem

      তোমালোকে যি ধৰণে মিঞাবোৰক সমৰ্থন কৰিছা তহতৰ বাই ভনী বা মা হতেও ৰেহাই নাপাব ।

  • @Buy_YT_Views_492
    @Buy_YT_Views_492 Před měsícem

    you should make a gameshow on your channel, just saying