‘মোক কোলাত বহুৱাই লৈ জোৰকৈ সাৱটি ধৰিছে ৷ মই একো কৰিব পৰা নাই৷’

Sdílet
Vložit
  • čas přidán 21. 08. 2024
  • ‘মোক কোলাত বহুৱাই লৈ জোৰকৈ সাৱটি ধৰিছে ৷ মই একো কৰিব পৰা নাই৷’- মালিকৰ বিৰুদ্ধে এগৰাকী মহিলা কৰ্মচাৰীৰ গুৰুতৰ অভিযোগ৷ মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা৷
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 254

  • @user-xr4uy9rx8v
    @user-xr4uy9rx8v Před měsícem +44

    বঢা গ ৰুৱে কুমলীয়া ঘাহঁ খাব বিচাৰে । এয়া ভাল কথা । সকলোৱে ৰাজহুৱা কৈ মান সন্মান দিব লাগে

  • @rajeshhazarika1663
    @rajeshhazarika1663 Před měsícem +90

    সেই বুঢ়া লম্পটটোৰ চশমা কিযোৰত ভুকু মাৰি ভাঙি চকু কণা কৰি দিব লাগিছিল কেলা😡।

  • @nripenborgohain201
    @nripenborgohain201 Před měsícem +12

    সপ’ই মেৰিয়াই ধৰিলে - প্ৰেম অদ্ভুত ভালপাইছিল তোমাক - তুমিয়েই সাপৰ দৰে প্ৰেম কৰিছে ডাক্তৰজনক সুবিধা নিদিবা দেই ৷ চেণ্ডেলে কোব দিলেওঁ তোমাৰ লগত যে - সি ডাক্তৰ তুমি nurse যে

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Před měsícem +6

    মহিলাৰ সুৰক্ষা কত হব এনেকুৱা অতয়াচাৰী মানুহক উপযুক্ত শাস্তি দিব লাগে।

  • @M.G.615
    @M.G.615 Před měsícem +4

    পইচা থাকিলে সকলো সম্ভৱ নহয়,এনেকুৱা অভ্ৰদ্ৰ কোম্পানী অথবা অন্যান্য ব্যৱসায় কৰা কু মনোবৃত্তিৰ মালিক সকলে উচিত শিক্ষা পাব লাগে।
    লগতে লে,ব-খন প্ৰশাসনে তলা লগাই দিব লাগে।

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq Před měsícem +8

    ………অসমৰ বাহিৰৰ মানুহবোৰ এনেকুৱাই অসভ্য হয় ………

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +46

    ৰাজহুৱা ধূলাই দিব লাগে।

  • @ajitnarah6687
    @ajitnarah6687 Před měsícem +7

    আজি কালি ছোৱালীবোৰক সহজ বাবে ল'ব নোৱাৰি। কিয়নো ইমান দিনে কি কৰি আছিল।

  • @user-kz9hr1ft6l
    @user-kz9hr1ft6l Před měsícem +11

    বীৰ লাচিত সেনাৰ 🙏🙏জয়

  • @assamnamrup8867
    @assamnamrup8867 Před měsícem +26

    ভুলটো তোমাৰ ও আছে কাৰণ আগতে যদি তোমাক তেনেকুৱা কৰি আছিল তুমি কিয়নো অকলে সেইজনৰ ওঢৰত যাব লাগে । তুমি কৈছা তেওঁ আগতেই বেয়া বুলি শুণিছো বুলি এতিয়া আকৌ চিঞৰি আছা ।

    • @gunajitdas9374
      @gunajitdas9374 Před měsícem

      বেছি ডাঙৰ আছিলে কিযানি, সেইকাৰণে ভয়তে ইচ্ছা নকৰিলে।

  • @bubulali1282
    @bubulali1282 Před měsícem +22

    মুখ খন দেশাই দিয়া। নহলে কেনেকৈ চিনি পাম।

  • @huntuhazarikahuntuhazarika9915
    @huntuhazarikahuntuhazarika9915 Před měsícem +18

    জানি বুজি মাতিলে বুলি কিয় ওচৰলৈ জাৱ
    ২nd টাইম সুবিধা নিজেই দিছ

  • @assam2006
    @assam2006 Před měsícem +28

    প্ৰতিবাদ কৰিবলৈ দল সংগঠন নাহিল দেখোন।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem +5

      😂সিহঁত এতিয়া বিজেপিৰ টকাত মস্টিত আছে ভাই ক'ত আহিব এই আল্টু ফাল্টু কামত😂

    • @user-lh3bi2iw6c
      @user-lh3bi2iw6c Před měsícem +1

      টকা নিদিলে ক'ত যাব

  • @SriCCDas
    @SriCCDas Před měsícem +18

    আপুনি প্ৰথমে মজা লৈছে আৰু এতিয়া চিঞৰি আছে লাজ নাই।

  • @ipgneutral
    @ipgneutral Před měsícem +18

    Story lomba, part2 ulale valkoi story hobo

  • @imanali9626
    @imanali9626 Před měsícem +9

    গুৱাহাটী মহানগৰীত কোন কংগ্ৰেছী দল পাছ কৰিছিল এনে ঘটনা যেন ঘটিবলৈ পালে।

  • @dulalbarman3028
    @dulalbarman3028 Před měsícem +22

    Chowali joni kiman socha kotha koise najanu

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Před měsícem +6

    মৰম কৰিছে অ মাজনী...😂😂😂

    • @bkp9774
      @bkp9774 Před měsícem +2

      কোলাত বহুৱাই লৈছিল বোলে 😊😊😊

    • @PJD-dw1qm
      @PJD-dw1qm Před měsícem +1

      Hehehe

  • @bontisarmah7541
    @bontisarmah7541 Před měsícem +1

    সচা কথাই কৈছা কিন্ত্ত অলপ চমুকৈ সকলো কথা সামৰি কব জনাটোও এটা আৰ্ট কত বহুৱালে কি চুলে এই বোৰ নকলেও হ্য় সাংবাদিক বিলাকেও এইবোৰ সুধি শুনি মজা লয় ।ছোৱালী বা মহিলাই এনেকুৱা এটা গাম্ভীৰ্য ৰাখিব লাগে যাতে তোমাক কিবা এটা কবলৈ ভয় কৰে

  • @user-bl9bk1wp5p
    @user-bl9bk1wp5p Před měsícem +3

    মাজনী বাঘে হৰিণাই গাল চেলেকিচে

  • @user-mw6ez5in9d
    @user-mw6ez5in9d Před měsícem +6

    Morom he karise eko nai Diya ❤❤❤

  • @sknithik2315
    @sknithik2315 Před měsícem +1

    বুঢ়াৰ মুখত ৰাজহুৱা online digital গোৰ এটা দিয়া,,,,,,,,,,

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 Před měsícem +3

    গাটো গৰম কৰিছে চাগে 😅😅😅😅😅😅😅

  • @ratulbhattacharyya8841
    @ratulbhattacharyya8841 Před měsícem +16

    Missa kotha cc tv r footage sai lok

    • @subhamdaignostic8685
      @subhamdaignostic8685 Před měsícem +1

      Apuni gom paaise nki misa Katha buli moi tat 4years kam kri ahisu ..bhout ovdra malik hoi mor bhout poisa marise

    • @Assamesegirl9864
      @Assamesegirl9864 Před měsícem

      Tohotor nisina buror karone amar nisina swali ulabo nuara holu 😡😡😡😡😡 tur nijore soritro r dux ase heikrne teneke kobo pariso

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 Před měsícem +3

    বুঢ়াৰ গাটো ঠাণ্ডা আছিল সেই কাৰণে গাটো গৰম কৰিছে চাগে হয়নে নহয় 😅😅😅😅😅😅😅😅

  • @pabitrabania2413
    @pabitrabania2413 Před měsícem +1

    হে প্ৰভু প্ৰেমানন্দী.....yeh kya huwa....😊😊

  • @skmelodies2717
    @skmelodies2717 Před měsícem +2

    কিমান সচা কিমান মিছা নাজানো

  • @karabigogoi629
    @karabigogoi629 Před měsícem +1

    ইমান বদমাছ বুঢ়ানে?? বদমাছ বুঢ়া চালা ইমান পিৰিকতি নে তোৰ। অসমতে অসমীয়া ছোৱালী সুৰক্ষিত নহয় দেখুন

  • @samialhoque4380
    @samialhoque4380 Před měsícem +1

    Beautiful

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +22

    দুইচৰ মাৰি দিব লাগিছিল কুকুৰটোক।

  • @riyand6689
    @riyand6689 Před měsícem +5

    Ki hoise mane ?? Xodai a aibur. Nilaj ketak Direct Encounter koribo lge

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem

      Kune koribo😂?

    • @riyand6689
      @riyand6689 Před měsícem

      @@rajeshhazarika1663 প্ৰশাসনে কৰিব লাগিব । অন্যথা ৰাইজৰ হাতত গতাই দিব লাগে । এচাম নিলাজ দুষ্কৃতিকাৰিৰ কাৰনে গোতেই মুছলমান জাতিতোৰ ওপৰত ঘৃনা লগা হৈছে ।

    • @riyand6689
      @riyand6689 Před měsícem

      ইহতৰ কোনো জাত নাই । হিন্দু মুছলিম সকলোকে এনকাউন্টাৰ কৰিলে সমাজ বাচিব নতুবা ৰসাতলে যাব । এটা সপ্তাহৰ ভিতৰত মাজবাট,ঢেকীয়াজুলি আৰু যোৱাকালি বৰছলাত মুছলমান ব্যক্তিয়ে একেধৰনৰ ঘটণা পুনৰ বাৰ সংঘতিত কৰিছে ।

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5d Před měsícem +2

    ভনি তুমি লাচিত সেনা সহায় লোৱা

  • @samsulhaque4571
    @samsulhaque4571 Před měsícem

    ভাল শান্তি দিয়োক ।

  • @jatinnath6401
    @jatinnath6401 Před měsícem +2

    তোমাৰ ভুল কোনোবাখিনিত হৈছিল

  • @gunajitsarma5579
    @gunajitsarma5579 Před měsícem +10

    Tumak support korim assamis girl buli hei .but tumio kom nohai

  • @mitaleedeka90
    @mitaleedeka90 Před měsícem +1

    আই অ গালত চিকুতি দি আহিল তেতিয়াই গম পাব লাগে,টকাৰ কাৰণে চাগে মনে মনে আছিলে তাই।টোৰ যদি বদিত touch কৰিছিল তাৰ পিছতো duty goiso তইও কম বস্তু নহয়। দৰ্জা on of চাই তই নিজেই ইংগিত দিলি হে হে আপেল টো তাই হে খাব disili চাগে। ছোৱালী জনীৰ চৰিত্ৰ বেয়া হয় কাৰণ তাই বাৰ বাৰ তেনেকুৱা কৰা পাছতো কিয় কাম কৰিছিল

  • @user-xc5jv6xi1t
    @user-xc5jv6xi1t Před měsícem

    Very good news ❤❤❤

  • @nehakaman1518
    @nehakaman1518 Před měsícem

    2মাৰ জেবাটো উনিল কিন্তু বোৰাটোৰ কথাটো উনিলে ভাল পালোতেন মতা মনো যবৰ জুষ্টি হাত ধৰিব নুহৰে কিন্তু সূহালিক তাৰ লগত তোমাৰ লেটি পেটি আছে , গৰুক নিমক দিলে নীমক কবলৈ হাঁহে ,

  • @AnjaliKalita-nd4zo
    @AnjaliKalita-nd4zo Před měsícem +2

    Malikor katha khini o sunibo parile val hoi,tar pisat kiba ata buji lom

  • @manjitborah191
    @manjitborah191 Před měsícem

    Please justice

  • @baharulislam1281
    @baharulislam1281 Před měsícem

    মোৰ কিন্তুু সন্দেহ ।

  • @parashboroparash652
    @parashboroparash652 Před měsícem +2

    Hmm, mane😊😅❤

  • @dipalisonowal8842
    @dipalisonowal8842 Před měsícem +6

    Lasht sena.k khobr Diya

  • @dharmendrakaman1859
    @dharmendrakaman1859 Před měsícem

    তোমাৰ দুৰ্বলতাৰ সুযোগ লৈছে, কিয় তুমি দ্বিতীয় ভাৰ অকলে যাব লাগে তেওৰ ওচৰলৈ কাৰন আগতেই তোমাৰ গালটো চিকুটি দি থ থৈছে ।

  • @AhammadAli-gg9vl
    @AhammadAli-gg9vl Před měsícem +11

    Kon khosa kon misa ako kaba nowari sowali bilak kom nahay da ha😂😅

  • @user-uq5ep2wp6y
    @user-uq5ep2wp6y Před měsícem

    বহিৰাগত, বহুত তেল ফাতিছে

  • @pragyan4715
    @pragyan4715 Před měsícem +4

    Dutai khuda nohoi Jen lagisai

  • @user-cw3xr3pb1w
    @user-cw3xr3pb1w Před měsícem +1

    কনীটো চেপি দিয়ক😅😅😅😅😅😅😂😂😂😂😂😂😂😂🎉😅😅😅😅😅

  • @MultimediaTr.
    @MultimediaTr. Před měsícem

    নাৰ্চ বোৰো কম নহয়! বহুত চালিয়া হয়! 😂😂😂😂😂

  • @ArmaanKhan-yf5nw
    @ArmaanKhan-yf5nw Před měsícem +1

    police e strict action lobo lage

  • @healthworld9935
    @healthworld9935 Před měsícem +5

    Agi kali axomiyai axomia kb najane. G dekhiso one sided nhy .

  • @user-th5ur8ic5x
    @user-th5ur8ic5x Před měsícem +13

    Misa kotha koi ase.koi thakutei gom pai 😂

  • @deepakrajkhowa7975
    @deepakrajkhowa7975 Před měsícem

    No One M C Dr

  • @HafizUddin-oo6pu
    @HafizUddin-oo6pu Před měsícem

    গটনাটো বহোতমজা

  • @bijoysonowal4052
    @bijoysonowal4052 Před měsícem +1

    কোছত বহিব পৰাকৈনো তোমি ইমান সোবিধা কিয় দিলা তাৰ কণীত ধৰী কণী ভাঙি দিব লাগিছিল তেনেকৈ উপায় নেপালে দাৰেক অতীত মাৰীবা

  • @user-rz9op3zp6b
    @user-rz9op3zp6b Před měsícem +4

    bjp mane gulam nohoi malik hoi kono basi jabo noware

  • @Choudhury0408
    @Choudhury0408 Před měsícem

    হেমন্ত সরকারে কি এনকাউন্টার করিবে উনাকে

  • @simantanaginisimantanagini6780

    পকৰত গুৰিয়াই কণি ভাঙি দিব লাগিছিল

  • @bishnuramrabha4714
    @bishnuramrabha4714 Před měsícem +1

    Hobo de,

  • @DulumaniDaimary
    @DulumaniDaimary Před měsícem

    Oh

  • @ANUPAM908
    @ANUPAM908 Před měsícem

    চোৱালিজনি দেখোন ফুৰ্তিত,,, বেলেগে কোনোবাই দেখাত হে কেনা লাগিছে,,, সবলা !

    • @quantumjk335
      @quantumjk335 Před měsícem

      Hokulu shuwali ake nohy ,,bahiragoto bilake assam ot bebokhai kori bohut toka ghoti ase hei Karo ne hokalu akhomiya suwalir isjot tokare kinibo hahok paise 😡😡😡 koni Kati dibo Lage

  • @nazimulhoque9275
    @nazimulhoque9275 Před měsícem

    এখন তালে নাবাজে।।। ইমন খিনি সুবিধা তাই দিছে।।। আমি যেতিয়া নিজৰ মতা tor বাহিৰে আন মতাৰ চকুৰ ফালে চাই কথা নাপাটো। আৰু এনেকুৱা দেখাও যাতে বহুত খঙাল বুলি ভাবে।।

  • @bikr2906
    @bikr2906 Před měsícem +1

    Sar goru ,(ox} a henekua kore (e ata sar goru hoy)

  • @user-jf3wv1wq1u
    @user-jf3wv1wq1u Před měsícem

    লমপট, ইয়াৰ ব্যৱস্থা ল'ব লাগে

  • @HamidurRahman-dg3ix
    @HamidurRahman-dg3ix Před měsícem

    মোৰ মতে দায়ৰেক ফাছী দিবলাগে

  • @DipDas-yt1tb
    @DipDas-yt1tb Před měsícem +1

    😮😮

  • @FarahKhan-po9kv
    @FarahKhan-po9kv Před měsícem +1

    Ccc camera cheek korile sob ulai jabo tumi misa koi asa ne hosa

  • @santanuphukon3018
    @santanuphukon3018 Před měsícem +1

    Mohilar photo dibo laga....akal mota manuh jonar photo keya deya....nohola aibur bondha nohoi ai assamot....

  • @dumahusoroniya6691
    @dumahusoroniya6691 Před měsícem

    তোমাক বেয়া কাম কৰিছে নেকি

  • @kbarman4034
    @kbarman4034 Před měsícem

    This is not matter of Assamese or non Assamese.
    We should deliver comments after hearing both parties.( No one is less in today's situation )
    No metter will be revealed until anyone of them is dissatisfied ( this is black truth)

  • @bipuldeka9527
    @bipuldeka9527 Před měsícem +3

    Salani mas dam kiam soli ase,, rou,sonda,, mirika ,,,bahu,,mas bepari

  • @niranjankalita4493
    @niranjankalita4493 Před měsícem

    She may also interested

  • @GuruGiyan-sg1wb
    @GuruGiyan-sg1wb Před měsícem +1

    Usko jail mein dalna chahie

  • @HYJANU999
    @HYJANU999 Před měsícem +7

    Kun hosa Kun misa😢

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem

      সেইটোহে নেদেখাই আৰু পিছত😂

  • @k.n.ramchiary3823
    @k.n.ramchiary3823 Před měsícem

    Hasa ne Misa dharibo para nai tumio kom salu nahay... 😂😂

  • @vargav8878
    @vargav8878 Před měsícem

    Iman details bapre bap

  • @user-xq6bn4rh8s
    @user-xq6bn4rh8s Před měsícem +1

    অসমত এই বিলাকক টনী কাতিব লাগে। ।

  • @moonali6988
    @moonali6988 Před měsícem

    দুই দিন আগতে এৰা দিব লাগিছিল

  • @mukutbaruah2354
    @mukutbaruah2354 Před měsícem +1

    Dukh Eai uchit hasti pb lage. Karan CC cream hasa missa kb. Jai hind.

  • @rumi3848
    @rumi3848 Před měsícem

    Hai hai

  • @okikayastha7068
    @okikayastha7068 Před měsícem +3

    Bura badmass jen lagise photo t

  • @devajitdas7076
    @devajitdas7076 Před měsícem +1

    OOO apuni raieit

  • @mohsinahasin8071
    @mohsinahasin8071 Před měsícem +1

    কোন সম্প্ৰদায়ৰ লোক এই লম্পট টো

  • @SantanuDas-cf3jw
    @SantanuDas-cf3jw Před měsícem

    Tar mane... Crime petrol... ...

  • @PrabhatNath-zl9yl
    @PrabhatNath-zl9yl Před měsícem

    Public Dhulai dibo lage

  • @aflatoon5854
    @aflatoon5854 Před měsícem

    😂moza lobo bisarisil

  • @natunlahar9870
    @natunlahar9870 Před měsícem

    কিমান বা সঁচা কথা।

  • @jintukalita5505
    @jintukalita5505 Před měsícem

    Sowali jon bahut besi sangkaari jen lagsi
    Investigation bhalke hole gom powa jaabo hahahahahhahaha

  • @sahilahmed1
    @sahilahmed1 Před měsícem

    Moja paiseka sob poisa power

  • @irfanhoque1346
    @irfanhoque1346 Před měsícem

    Case tu complected

  • @uttambora9854
    @uttambora9854 Před měsícem

    Room t camera tu ase sagoi....

  • @Manuj_ch_
    @Manuj_ch_ Před měsícem

    গূলি মাৰি দিব লাগে

  • @birbalray4418
    @birbalray4418 Před měsícem

    Tiphintu kenekoi kabo pare baru😂😂😂😂

  • @adarshdutta5042
    @adarshdutta5042 Před měsícem +1

    Atu case ot Suali Karishma bodmaas hoi. Raam bodmaas.

  • @intajulzaman4393
    @intajulzaman4393 Před měsícem

    Bahut dhuniya,juti lale

  • @jesimakhterrahman6090
    @jesimakhterrahman6090 Před měsícem

    Sb misa jen lagise. Karon olp agte kle teo room r prai mok Cc tv t sai asil. Aru atiya koise teor room t cc tv nai....

  • @SabinSabin-pu4ld
    @SabinSabin-pu4ld Před měsícem

    .. .

  • @tarshismunda6680
    @tarshismunda6680 Před měsícem

    Aijoni addai

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Před měsícem +2

    😢😢😢😢😢😢😢😮😮😮😂😂

  • @lovitarajbongshi802
    @lovitarajbongshi802 Před měsícem +1

    Aapi tok kinto xupa dhora hen dekha hoise.. Baki bura tok nu ki kom