LIVE : Parliament Session 2024 | সংসদত দিলীপ শইকীয়াৰ ভাষণ | Dilip Saikia Speech

Sdílet
Vložit
  • čas přidán 21. 08. 2024
  • LIVE : Parliament Session 2024 | সংসদত দিলীপ শইকীয়াৰ ভাষণ | Dilip Saikia Speech
    #DilipSaikia #parliament
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #dilipsaikia #n18_live
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Komentáře • 509

  • @nurulhoque5897
    @nurulhoque5897 Před měsícem +69

    অসমত বান পানী হৈছে তাৰ কথা কক মানুহৰ পেতত ভাত নাই আপুনি কি কৈছে পিছত ক'ব

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 Před měsícem +94

    অসমৰ কাৰনে কি কৰিব লাগে সেইবোৰ কথা কওক। অসমত এতিয়া বান সমস্যাৰ কথা কওক। সদনত কিবা কব লাগে কাৰনে কৈছে নে অসমৰ হৈ মাত মাতিছে।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s Před měsícem +46

    অসমৰ বানপানীৰ কথা কওক।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Před měsícem +72

    অসমৰ বাবে কি কৰিৰি এইটো ক, গৰু।বুৰঞ্জী পঢ়িবলৈ তোক দিল্লীলৈ পঠিওৱা নাই।

  • @dimbeswardas6518
    @dimbeswardas6518 Před měsícem +17

    আপুনি দেখোন কঙগেছক গালি পৰাতহে লাগিল । সমস্যাৰ কথা কবলৈ পাহৰিয়েই গলদেখোন ।লগতে গৌৰৱক গালি পাৰিবলৈ নাপাহৰিলে কিন্তু !

  • @janardanbora2803
    @janardanbora2803 Před měsícem +109

    কংগ্ৰেছ চৰকাৰে 60 বছৰে যিমান কৰিলে বিজেপিয়ে এই দহ বছৰতে সকলো বিক্ৰী কৰি শেষ কৰি দিলে দেখোন

    • @SantiSangma-ig8uj
      @SantiSangma-ig8uj Před měsícem +3

      Right 💯

    • @anupkrdas6798
      @anupkrdas6798 Před měsícem

      কংগ্ৰেছে ৬০ বছৰ ধৰি অসমত বাংলাদেশী গেদা মীঞাৰ সৃষ্টি কৰি জনসংখ্যা বঢ়াই লৈ সেই ভোটেৰেই আজি পৰ্যন্ত জিকি থাকে । বেলেগটো উপায় নাইয়েই ।

    • @jugeswarphukan9726
      @jugeswarphukan9726 Před měsícem +1

      Thik.assamat.jiasil.hakslu.bikire.ksrisr.akal.sindikst.kari.nije.dhani.haise.tarbahire.kikam.karise.hai.pathamate.oplap.kam.karile.tarpisat.kikarise.akal.taka.ghatar.kamhal.mla.mantir.banua.rasta.aku.banai.hsirasta.bur.dhankhakaril.kia.beleg.rasta.nabanalekis.kam.nai.bjpir.atihunkale
      bidaidiak.nahale.assam.dhang.khahaba.sentele.dia.paisaketao.kharas.kariba.nuara.hanghad.amsk.nalage.haiburak.votdia.belege.ahilr.khedak.kikam.karibale.pathaisl.kikarile.kharas.karibanuari.ghurai.pathale.ba.bahut.bhal.kam.karile.take.aku.baba.diaburak.kaisu.kiba.bhag.paleneki.

    • @jitenrahang1276
      @jitenrahang1276 Před měsícem +2

      ১০০% সঁচা ।

    • @user-lj8yl5vk4z
      @user-lj8yl5vk4z Před měsícem +3

      Beya bostu bikri diya bhal

  • @anjubegum6320
    @anjubegum6320 Před měsícem +22

    আপোনাৰ অসমত বানপানী কিবা এটা সদনত উত্থাপন কৰা 400পাৰ এৰা বানপানীৰ চিন্তা কৰা।

  • @mahendradas1610
    @mahendradas1610 Před měsícem +44

    এজন MPৰ কাম কি তাক শিকিবলৈ এগৰাকী টিউচন মাষ্টাৰ ধৰি লব লাগে ।

  • @duluduttadulu2138
    @duluduttadulu2138 Před měsícem +13

    কংগ্ৰেছক গালি পাৰিবৰ বাবে সংসদত তহতক পঠোৱা নাই ৰাজ্যত এতিয়া জনতাই কববকাই আছে সেই সমস্যাৰ সমাধান কেনেকৈ কৰিব লাগিব তাৰবাবে যোৰ দি কাম সমাধা কৰক বাকী ফাল্টু কথা কৈ নিজকে চিনাকি নিদিব

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před měsícem +16

    মঙ্গলদৈৰ লগতে অসমৰ ৰাইজ আপোনাৰ ভাষণ শুনি বেহুচ নাহালেই হয় আৰু।। অসমৰ পুৰনি বিজেপি সকল মিছা। কাম নাই। নতুন বিজেপি মাৰ্ঘেৰিটাৰ ভাষণ বহুত ওপৰত।

  • @jubinnautiyalsong6635
    @jubinnautiyalsong6635 Před měsícem +15

    তাৰ এই বিডিঅ খন চাই এনেকুৱা লাগিল যেন সি কিবা নিৰ্বাচনি সভাত ভাষণ দি আছে

  • @janardanbora2803
    @janardanbora2803 Před měsícem +62

    1970 চনৰ কথা বাদ দে বুপাই অসম খনত বানৰ কি ৰূপ লৈছে তাক লৈ প্ৰশ্ন কৰক যদি সাহস আছে নে লাজ লাগে 😅😅

  • @manjubarman1855
    @manjubarman1855 Před měsícem +15

    সংসদত ৰাজনীতিৰ বোকা ছটিয়াব গৈছে নে অসমৰ সমস্যাৰ কথা কব গৈছে?ফটোৱা কথা শুনিব মন নাই।

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq Před měsícem +11

    আনৰ বদনাম গায় পাচ বছৰ পাৰ কৰক

  • @PuranjitMoran
    @PuranjitMoran Před měsícem +11

    অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ হৈ বক্তব্য দিয়া হ'লে বহুত ভাল লাগিলে হয় এই বিলাক কথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে গ্ৰহণ নকৰে

  • @sumelvloges2573
    @sumelvloges2573 Před měsícem +12

    আৰে বাবা বানপানীত অসমৰ মানুহে অকবকাই আছে বানমুক্ত অসম গড় দিয়াৰ কাৰনে উত্থাপন কৰক, কি কাৰণত যে ভোট দি পঠিয়াই ছিলো চিন্তা কৰক।

  • @luhittalukdar7202
    @luhittalukdar7202 Před měsícem +19

    ডাঙৰীয়া আপোনাৰ কণ্ঠ শুনিছোঁ শুনিলো এতিয়া অসম বানপানীৰ কবলত। সেই বোৰ কথা কওক । অভিনয় কৰি লাভ নাই। ছাগলী ৬২চনতে মৰিল। এতিয়া ছামৰাই বেবাই থাকিলে কি হ'ব।

    • @sahidulsvlogs7862
      @sahidulsvlogs7862 Před měsícem

      গৌৰৱ গগৈক কপি কৰিছে।

  • @yeaminurrahman3764
    @yeaminurrahman3764 Před měsícem +26

    অসমৰ বিজেপি সাংসদ সকলক জনতাই সংসদত গৈ কংগ্ৰেছ ক সমালোচনা কৰিবলৈ ভোট দি জিকোৱা নাই। নিজৰ নিজৰ সমষ্টিৰ উন্নয়নৰ হকে কঠোৰ মাত মাতক।
    দিলীপ শইকীয়া ডাঙৰীয়া নিজৰ সমষ্টিৰ কথা কওক।
    নহ'লে, আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ জনতাই বিজেপি ক ব্ৰহ্মপুত্ৰ নদীৰ সোঁতত উটুৱাই দিব।

  • @sayakborbora9332
    @sayakborbora9332 Před měsícem +41

    Immergency ৰ কথা বাদ দিয়ক,অহা পাঁচ বছৰত অসমলৈ কি megaproject আনিব পাৰে তাৰ কথা আটাইকেইজনে চিন্তা কৰক।

  • @dwipenbarman8444
    @dwipenbarman8444 Před měsícem +15

    ইহঁতৰ কবলৈ একো নাই আবুল কাবুল কবি আছে

  • @saratchawra5032
    @saratchawra5032 Před měsícem +12

    অন্ততঃ গৌৰৱৰ লগত ফেৰ মাৰিবলৈ এটা ভাষণৰ প্ৰয়োজন আছিল। কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয় উপস্থাপন নকৰি অপ্ৰাসংগিক ভাষণ ৰখাটো কিমান যুক্তিকৰ?

  • @latifahmed2563
    @latifahmed2563 Před měsícem +15

    কামৰ কথা ক ওক এইবোৰ বাদ দিয়ক

  • @kidscookingassam3887
    @kidscookingassam3887 Před měsícem +36

    নিৰ্বাচন শেষ হোৱা খবৰ পোৱা নাই শইকীয়া দাই,তেখেতে কামৰ কথাতকৈ কংগ্ৰেছ নিন্দা ত হে লাগিছে।

  • @JayPegu321
    @JayPegu321 Před měsícem +12

    কাম নাইকীয়া সাংসদ,কি এই সময়ত ধৰ্মৰ বুৰঞ্জী পঢ়ি আছা...😮

  • @chariyonortheastyoutube2362
    @chariyonortheastyoutube2362 Před měsícem +7

    কি কৈছে তেওঁ নিজে বুজি পোৱা নাই যেন লাগে।

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Před měsícem +7

    কিবা এটা কৈছে এখেতে সংসদত । ধন্যবাদ । অভ্যাস কৰিছে।

  • @debokantaboro1465
    @debokantaboro1465 Před měsícem +5

    এয়া সময়োচিত ভাষণ নহয় ডাঙৰীয়া,প্ৰাসঙ্গিক সমস্যাৰ ওপৰত মাত মাতক যদি সাহস আছে

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 Před měsícem +9

    এইবোৰ বকি কি লাভ সাংসদ পুঁজিৰ ধন সময়মতে উপযুক্ত স্থানত খৰচ কৰি এজন ভাল সাংসদ হৈ দেখৱাওক প্ৰথমতে তাৰ পাছত হে বাকীবোৰ

    • @user-lg3ng9ke4n
      @user-lg3ng9ke4n Před měsícem +1

      মোডি জিৰ শান্তি পানী নেখালে কথা কবই নোৱাৰে। অসমৰ এশ এবুৰি সমস্যা পাহৰি যায় কবলৈ। কংগ্রেসক লৈ টোপনি নাইকীয়া হৈছে। হায় হায় বিজেপি।

  • @bimalgogoi6026
    @bimalgogoi6026 Před měsícem +5

    ইহঁত বিলাকৰ বাজে লেকচাৰ শুনি অলপো ভাল নেলাগে ।

  • @gopalchetri4866
    @gopalchetri4866 Před měsícem +6

    এই জনৰ কোনো লাক বান নোহোৱা কথা কি শুনিব,,, ক'ব লাগে কি আৰু কৈছে কি।

  • @dipabhagawati2722
    @dipabhagawati2722 Před měsícem +15

    , চৌধুৰী দাৰ টোপনি য়ে হেচা মাৰি ধৰিছে

    • @user-vc6sq3ek9p
      @user-vc6sq3ek9p Před měsícem +2

      এইবাৰ সংসদ ভৱনৰ মহ আৰু মাখি কিছু কমিব যেন পাইছোঁ

  • @tankswargohain6701
    @tankswargohain6701 Před měsícem +13

    দুখ লাগে, এনে ধৰণৰ নিঃকিন ভাষন শুনি! অসমৰ কাৰনে কথা কবলৈ একো নাই??

  • @kidscookingassam3887
    @kidscookingassam3887 Před měsícem +21

    বানৰ কবলৰ পৰা অসমবাসী ক বচাব এৰি modiji ক কংগ্ৰেছ ৰ পৰা বছোৱাত লাগি আছে।

  • @anilbharali1976
    @anilbharali1976 Před měsícem +3

    কামেৰে জয়ীহোৱা কথাৰে নহয়

  • @chariyonortheastyoutube2362
    @chariyonortheastyoutube2362 Před měsícem +8

    এনেকুৱা ধৰণৰ সমস্যা লৈ দিল্লীলৈ যাবলৈ প্ৰয়োজন আছিল জানো। কাজিয়া কৰিবলৈ গৈছে লাগে।

  • @inglishvlogs1015
    @inglishvlogs1015 Před měsícem +3

    ই কি কাৰনত সংসদত গৈছে কব নোৱাৰোঁ দেই, গঠন মূলক একেবাৰে নাই, মদ খাই বাটৰ কাষত হাল্লা কৰি কথা কোৱা যেন লাগিল,

  • @ranjansarmah4843
    @ranjansarmah4843 Před měsícem +4

    তেল মাৰাটো বাদ দি । কাম কি বিচাৰিবি অসমৰ কাৰণে তাকেই শুনিবলৈ ৰৈ আছো

  • @achyotdewri3770
    @achyotdewri3770 Před měsícem +6

    এইটোৱে কথা কবই নাজানে অ??? অ বোপা মোৰ লাজেই লাগিছে ।

  • @mgvlogs9797
    @mgvlogs9797 Před měsícem +3

    অসমৰ জলন্ত সমস্যা বোৰ উত্থাপন কৰক।।। এনে বুৰঞ্জী কৰিব নালাগে।

  • @abusahid5482
    @abusahid5482 Před měsícem +3

    ভাই আপোনাক গুৱাহাটীৰ পৰা গৈ ভোট দিছিলো । এই বোৰ বহিবলৈ নহ‌য় । অসমৰ বানপানীৰ সমস্যৰ লগতে নিবনুৱা সমস্যা আৰু অন্যান্য সমস্যাৰ কথা উত্থাপন কৰক ।

  • @prabinborah9133
    @prabinborah9133 Před měsícem +3

    জলন্ত সমস্যাৰ কথা কোৱা। ৰাইজে কাজিয়া কৰিবলৈ তালৈ পোথোৱা নাই।

  • @mukutborah4081
    @mukutborah4081 Před měsícem +3

    এই জন যাব লাগে গৈছে। অসম বানত মানুহ খাবলে নাপাই মানুহ মৰিছে সেইতো কবলে দেখা নাই।

  • @kusalsarmah4650
    @kusalsarmah4650 Před měsícem +5

    Sardar Vallabhbhai Patel ৰ মৃত্যু হৈছিল 1950 চনত আৰু ভাৰতত প্ৰথম বাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনষ্ঠিত হৈছিল 1951/1952 চনত । সেই কথা আপোনাক কোনে বুজাব শইকীয়া দাদা 😂

  • @user-fl6ic3dq7w
    @user-fl6ic3dq7w Před měsícem +15

    Aitu ata speech hol neki ? Jot dekhor unnotir kotha nai.valueless speech.

  • @amiyabaruah3534
    @amiyabaruah3534 Před měsícem +4

    আপুনি বানপানী দেখা নাই নেকি । লোকে কোবা কথা বিলাকে কৈছে । নিজৰ কথা কবলৈ শিকক ।

  • @munakalita.390
    @munakalita.390 Před měsícem +2

    গৌৰৱ গগৈ ৰ পৰা বহুত শিকিব আছে আপোনাৰ

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q Před měsícem +4

    ১৫ no ৰাষ্ট্ৰীয় ঘাইপথ বাইহাটা চাৰিআলিৰ পৰা সোনকালে আৰম্ভ কৰক এই ৫ বছৰ সদনত বহি নকতাব। এই বাৰ last chance No road no voot.

  • @dipabhagawati2722
    @dipabhagawati2722 Před měsícem +10

    কি কথা কৱ লাগে কৈছে কি ‌্

    • @user-ri5nm1id5z
      @user-ri5nm1id5z Před měsícem

      Ki kotha kobo lage hei bilak kouk duyu poxor majot kajia kora kotha kuwa darkar nai bujisa.

    • @njyotinjyoti7541
      @njyotinjyoti7541 Před měsícem +3

      মামাই যি ক'ব ক'বলৈ তাকে ক'ব তাৰ বাহিৰে একো নকয় আৰু একো নাজানেই মুখস্থ কৰি লৈছে

  • @loknathdas5152
    @loknathdas5152 Před měsícem +12

    Next time হাৰিব বুলি ভাবি ভাষণ আৰম্ভ কৰিছে। কিন্তু কাম নাই ইয়াৰ। নিজৰ দমত কেতিয়াওঁ জিকিব নোৱাৰে, পাৰ্টিৰ নামত জিকা এইবোৰ।

  • @user-vj2kb1sb8k
    @user-vj2kb1sb8k Před měsícem +31

    ফণিফুকন দাই মোবাইলত গেম খেলি আছে নেকি 😅

    • @GDSBPMPOST
      @GDSBPMPOST Před měsícem +1

      😂😂😂😂😂😂😂

    • @janardanbora2803
      @janardanbora2803 Před měsícem +4

      তেওঁ কি বুলি ভাষণ দিব সেইটোকে চিন্তা কৰি আছে মুঠতে বিজেপিৰ এইগীজনক এনেই জিকাই হে পঠাই দিলে আৰু অসমৰ ৰাইজে একো কামত নিদিয়ে

    • @SantiSangma-ig8uj
      @SantiSangma-ig8uj Před měsícem

      😂😂😂😂

    • @SantiSangma-ig8uj
      @SantiSangma-ig8uj Před měsícem

      Mure laj lgise apunr Hindit bhakhon xuni

    • @munakalita.390
      @munakalita.390 Před měsícem +3

      ভাবি আছে হিন্দী কম নে English ot

  • @pabankalita4473
    @pabankalita4473 Před měsícem +3

    মতীভ্রম হোৱা যেন পাও এইমূলৱান সময়সীনি কেনেকে পাৰ কৰী আচে

  • @freehelpcenter9083
    @freehelpcenter9083 Před měsícem +4

    কোনে কিমান seat পালে perliament ত সেইটো বুজাই আছে কাম নাই

  • @handbim51
    @handbim51 Před měsícem +2

    পুৰণি কথা বিলাককে খুচৰি থাকি নিজে তৃপ্তি লাভ কৰিলে এইটো নিশ্চিত যে কোনো চৰকাৰৰ পৰা মানুহে সুখত থাকিব নোৱাৰিব।

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 Před měsícem +3

    মহাশয়, সংসদত কথাকৈ অসমৰ মানুহক দেখুৱাবলৈ গৈ আমাক লজ্জিত হে কৰিছে যে এবাৰ চিন্তা কৰি চাব ! লাগ - বান্ধ নোহোৱা সংগতি বিহীন কথা কৈ দেশৰ/ৰাজ্যৰ কি উন্নতি সাধিব বিচাৰিছে আমি বুজি পোৱা নাই ? আপোনাৰ দ্বায়িত্ব জনসাধাৰণৰ সমস্যা সমূহ গণতন্ত্ৰৰ শীৰ্ষতম মজিয়াত উত্থাপন কৰা নে দলৰ শীৰ্ষ মহলক তোষামদ কৰা ? একো বুজি নাপাই যিহকে পায় তিহকে বকি হাঁহিয়াতৰ পাত্ৰ হে হৈছে ! আমি লাজ পাইছো ? অসমীয়াৰ দুৰ্ভাগ্য; কত মণিপুৰৰ প্ৰতিনিধিৰ সাবলিল ভাষাত বুকুফিন্দাই যুক্তি সংগত গৰ্জন (সিংহ নাদ) আৰু কত আপোনাৰ চেলেপো সংগতি বিহীন বক্তব্য ??? মনত ৰাখিলে ভাল হয় যে আপুনি আমাৰ প্ৰতিনিধি ?
    ধন্যবাদ ।

  • @bipulborah2193
    @bipulborah2193 Před měsícem +2

    বানপানীৰ কঠা কক।মথাওৰি মেৰামতি কঠা কব লাগে।কামত নহা কঠা কৈ লাভ নাই।অসমৰ জনগণে এনোকুৱা ভাষন নুশুনে।

  • @palashsaikia2981
    @palashsaikia2981 Před měsícem +4

    😂😂😂৬০ বচৰ আগৰ কথা কিয় বকি আচে এইদালে

  • @UMESHBORA-kc1hw
    @UMESHBORA-kc1hw Před měsícem +2

    অসমৰ জলন্ত সমস্যৰ কথা সংসদত উৎথাপন কৰিবলৈহে তোক পঠাইছো । তই নিজ দায়িত্ব পালন কৰিব নোৱাৰি মূৰ্খামীৰ পৰিচয় দিছ ।

  • @Adnant732
    @Adnant732 Před měsícem +1

    অসমৰ যোগ্য সাংসদজনক ভোট দিয়া কেইজনলৈ সেৱা ধৰিছো ।ইমান মগজু /সচেতন আপোনালোক ।

  • @handique6888
    @handique6888 Před měsícem +3

    ৰাইজৰ ধনেৰে এইজনৰ অসম উন্নতিৰ ভাষণ চাওক । হাস্যকৰ অভিনয় ।

  • @nripensaikia8763
    @nripensaikia8763 Před měsícem +2

    অসমৰ সমস্যা বোৰ উপস্থাপন কৰক ।আপোনাৰ ভাষনটো বৰ্তমান সময়ত অসমৰ বানপানীৰ সময়ত একেবাৰে নিৰথক।

  • @lakhikrchintey5693
    @lakhikrchintey5693 Před měsícem +3

    দিলিপ তোমাৰ বাষন ভাল নহ'ল

  • @kalpanadeka6201
    @kalpanadeka6201 Před měsícem +7

    নিৰ্বাচন শেষ হোৱাৰ খৱৰ পোৱা নাই‌ চাগে ! বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই পোৱাৰ কথা কোৱা উচিত।

  • @Sofikul-lf6yt
    @Sofikul-lf6yt Před měsícem +2

    বিজুলী বাইদেউ আৰু ফণি দাক অলপ কবলৈ দিলে ভাল লাগিলে হয় ।

  • @chenehipator8167
    @chenehipator8167 Před měsícem +2

    কেৱল আনৰ বদনাম গাবলেসঙসদলৈ গৈছে নে দেশৰ বাবে কাম কৰিবলৈ গৈছে

  • @narayankumarbora3762
    @narayankumarbora3762 Před měsícem +2

    ছিঃ , অসমৰ সমস্যা কথা একোৱেই নকৈ, কংগ্ৰেছক হে গুৱালগালি দি থাকিল। সন্মানীয় প্ৰয়াত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই হাঁহি হাঁহি "My heart goes to the people of Assam"" কৈছিল নেকি? ১৯৬২ চনত, ভাৰতৰ প্ৰতিৰক্ষা চাইনাত কৈ শক্তিশালী আছিল নেকি? নিশ্চয় নেহেৰু ডাঙৰীয়াই উপায়হীন হৈ কব লগা হৈছিল। প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বাংলা দেশ স্বাধীন কৰাই পশ্চিম বঙ্গ আৰু অসমক পাকিস্তানৰ সন্ত্ৰাস বাদীৰ পৰা সন্ত্ৰাস মুক্তভাবে থাকিব পৰা হৈ আছে। সন্মানীয় প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি কৰিছিল। অসমৰ দুৰ্ভাগ্য সন্ত্ৰবাদিয়ে তেখেতক হত্যা নকৰা হেতেন হয়টো কাৰ্যকৰী কৰিলে হেতেন। অথচ, CAA আনি BJP যে চুক্তি খন কি কৰিলে? বানপানীৰ সমস্যাৰ সমাধানৰ সুত্ৰ কি কলে গম নাপালো। কংগ্ৰেছক গালি পাৰি নাথাকি অসমৰ সমস্যা আৰু সমাধানৰ সূত্ৰ ডাঙি ধৰক।

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs Před měsícem +2

    ধৰ্মৰ বুৰঞ্জী পঢ়িবলৈ আমাৰ ওচৰত কিতাপ আছে। তই পঢ়াবো নালাগে।

  • @Samarjyoti440
    @Samarjyoti440 Před měsícem +6

    काम का बात करो भाई सहाब अपना समष्टि केलिए बात करो केसे विकास हो सकता है असम में बार केसे रुका जा सकता है उस पर बात करो । कांग्रेस को troll करने से विकास नही हो सकता हैं ।

  • @user-xg6hu8vr7f
    @user-xg6hu8vr7f Před měsícem +3

    আলবাল কৈ থাকিব নালাগে কিকৰিবি সেইবোৰ ক। ৰাইজে অকল বিৰোধি দল গালিপাৰিবলে পঠাইচে ন্কি? এইজনৰ এনেই পথাইচে।

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj Před měsícem +1

    কংগ্ৰেছ চৰকাৰৰ দিনত বাংলাদেশি মিয়া গাহৰি কেইটাই অসমীয়া জিয়ৰী-বোৱাৰীক বাটে-ঘাটে ধৰি জিৱ-জন্তুৰ দৰে ধৰ্ষণ কৰিছিল আনকি মাৰি পেলাইছিল!
    কংগ্ৰেছ চৰকাৰ নিমাত, কাৰণ এই গাহৰি কেইটাই ভোট দিচিল।
    কিমান অসমৰ গড় সত্যা হল সিচাব নাই।
    চাকৰি বাবদ প্ৰতেকৰ পৰা লাশ টকা ঘোষ লোৱা !
    কি যে দিন আছিল সেইবোৰ ?
    ইমান লেটেৰা আছিল কংগ্ৰেছ চৰকাৰৰ দিনবোৰ। ভাবিলে কিবা ঘিন লাগি যায়।

  • @bishaldas3964
    @bishaldas3964 Před měsícem +3

    Iyak dekhuwai ba iyak sai time khini nosto kori ki lav..

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho Před měsícem +1

    এবাৰ ভাবক দৰং ওদালগুৰি ৰাইজে কি মানু আমি পথালো। আজি অসমত বানপানীত ৰাইজে ককবকাই আছে। কব লাগিছি কি কৈ আছে কি।

  • @user-mj7cd7nh7d
    @user-mj7cd7nh7d Před měsícem +2

    দিলীপ শইকীয়া নিজৰ পাটীৃৰ কথা ভাবক।

  • @tukheswargogoi9561
    @tukheswargogoi9561 Před měsícem +1

    অসমৰ বাবে লাজৰ কথা ,।

  • @anilbharali1976
    @anilbharali1976 Před měsícem +1

    কাম কৰি পৰিচয দিয়ক

  • @namitabaruah569
    @namitabaruah569 Před měsícem +1

    বুকা চতিওৱাৰ সময় নহয়। আমি বুৰ্বক নহয় সৱ পাৰ্টীৰ কাম চাই আছো। অসম বানৰ কবলত এতিয়া। বুৰঞ্জী সোনাৰ সময় নহয়, বেলেগ ৰ কথা বাদ দি নিজে অসমৰ বাবে কি কৰিব পাৰে চিন্তা কৰক। নৰেদ্ৰ মদিক তেল mora বাদ দিয়ক, কব নালাগে ছব চাই আছো। সদনৰ সময় ন্যস্ত কৰিছে

  • @pritamroy12345
    @pritamroy12345 Před měsícem +1

    অসমৰ জ্বলন্ত সমস্যাৰ লগতে স্থায়ী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ভাষণ প্ৰদান কৰিব লাগে। সাংসদত বিৰোধিক বিৰোধিতা কৰিলে সমস্যা
    সমাধান নহয়।

  • @sanjoykalita8846
    @sanjoykalita8846 Před měsícem +1

    বতৰ্মান অসমৰ অৱস্থা চাৰিওফালে জয় জয়কাৰ কবলৈ লাগে বানপানীৰ কথা কৈ আছে কি

  • @nabajyotichetia51
    @nabajyotichetia51 Před měsícem +2

    এইটোৱে কি বকিচে ঘৈনিয়েকেও হয়তো বুজি পোৱা নাই। মাত্ৰ কাষত বহি থকা বাকী দহটাইহে বুজি বা মজা পাইছে হয়তো।

  • @Anuj-qo8pj
    @Anuj-qo8pj Před měsícem +5

    অহা 5 বছৰ এনেকুৱা অৰ্থ হীন ভাষণ শুনিব লাগিব।

  • @debakantasaikia1937
    @debakantasaikia1937 Před měsícem +1

    মোডী চাহেব আৰু অমৃত চাহাবৰ দৰে হিন্দি কৈছে শুনি ভাল লাগিছে ভাই ।হওক দিয়ক অসমৰ বিষয়ে কৈছে যে । ধন্যবাদ থাকিল শইকীয়া চাহেবলৈ ।

  • @NishaDeori
    @NishaDeori Před měsícem +1

    কাম নাই দিলীপ শইকীয়া।

  • @shahidulislam8551
    @shahidulislam8551 Před měsícem +2

    যিছ তাৰা হিন্দী বলতা হ্যা লগতাহ্যা ওনকা পায়খানা টাইট জিয়াদা হতাহ্যা

  • @prasannakumardas2517
    @prasannakumardas2517 Před měsícem

    অসমৰ কিছুমানে ভাবে অকল গৌৰৱেহে সংসদত ভাষণ দিব জানে -এই জনো দেখোন কম নহ‌য় ।
    জয় অসমৰ জয় ।

  • @nripendas5371
    @nripendas5371 Před měsícem +1

    ভোটতো এনে গ'ল ।ধেত চালা

  • @deepshikhasaikia4000
    @deepshikhasaikia4000 Před měsícem +1

    অই অসমৰ সমস্যা বিষয়ে কক কোন ভাল কোন বেয়া সেইবোৰ গাই বাই লাভ নাই।

  • @Sofikul-lf6yt
    @Sofikul-lf6yt Před měsícem +1

    বা বা কি মজাৰ হিন্দী ভাষা ক ইছে ।

  • @nirupamkalita816
    @nirupamkalita816 Před měsícem +1

    অসমৰ বানপানীৰ সমস্যাৰ কথা ক ও বোপাই । ফটুৱা কথা কবৰ কাৰণে জিকাই পঠোৱা নাই। অমিত শ্বাহৰ copy ..।অসমৰ সমস্যাৰ বিষয়ে ক গাধ

  • @user-sd7ub2nn6h
    @user-sd7ub2nn6h Před měsícem +2

    অসম খনৰ সমস্যা ৰ কথাবাদ দি কচালেবেৰাই বকিব পোঠোৱা নাই নিজ সমষ্টি ৰ কথাপাহৰিলি যোৱা বাৰ কি ফতালেএকোএনাই

  • @Raw_TunEs
    @Raw_TunEs Před měsícem +1

    এইকেইটাক কেলৈ পঠিয়াইছিলি হত ঔ!!!! কি মূৰাতো গাই আছে ঔ!!! ই ইলেকচনৰ ভাষণ দি আছো বুলি ভাবি আছে😂😂😂

  • @padmanathdoley3510
    @padmanathdoley3510 Před měsícem +6

    Ye kiya bhashan de rehi hein. Feeling so shameful for such representative being from Assam

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 Před měsícem +1

    বুৰঞ্জী উঠাই দিয়া চৰকাৰ,তোমাৰ কাম নাই।

  • @bharatbaruah5702
    @bharatbaruah5702 Před měsícem

    সমালোচনা কৰা সমই নাহি বানপানীৰ বাবে অসমৰ মানুহে কক বকাই আছে নিৰ্বাচনৰ সময়ত সমালোচনা কৰিব

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před měsícem +1

    মুখস্থ কৰি লৈছে হ’বলা ৷ ফনী দাললে চোৱা শুলে নেকি সেইজন ৷ ৰঞ্জিত দত্ত দালে বুজিয়ে পোৱা নাই চাগে ৷

  • @anowara.begum23
    @anowara.begum23 Před měsícem +1

    সুন্দৰ নৃত্য 😅😅

  • @jubinnautiyalsong6635
    @jubinnautiyalsong6635 Před měsícem +1

    কোনোবা কৈ দিয়ক নিৰ্বাচন শেষ হল
    কি গেন্টা কৈ আছে

  • @junuchamua1648
    @junuchamua1648 Před měsícem +6

    কথা কব লাগে কাৰণে হে কৈছে কিন্তু কি কব লাগে সেইটো নাই বিৰোধীৰ লগত কাজিয়া কৰা ভাষন হে দিছে অসমৰ সমস্যাৰ কথা একো নাই তেতিয়াহে মানুহে গম পাব সদনত উদাত্ত ভাষন দিয়া বুলি

    • @kalpanadeka6201
      @kalpanadeka6201 Před měsícem +1

      জ্ঞান ৰ পৰিসৰ ! নিৰ্বাচন ৰ ভাষণ শুনিবলৈ পালো নেকি! বিশেষ ৰাজ্যৰ মৰ্যদা ঘুৰাই পোৱাৰ কথা কোৱা উচিত।

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Před měsícem +1

    কাম নোহুৱা লেকচাৰ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Před měsícem +4

    😂😂😂दिलीप साकिया... मोदी बीजेपी के दस साल में इमर्जेंसी तो नहीं थे लेकिन इमर्जेंसी से भी भयानक बुरा हाल किया था जनता के...
    जनता के इतने बुरा हालात नहीं हुए थे इमर्जेंसी काल में...
    उस समय इंदिरा गांधी ने जो काम देश के लिए किए थे उसका आधा भी मोदी बीजेपी ने आजतक नहीं कर पाए

  • @Bhembrom5211
    @Bhembrom5211 Před měsícem +1

    অসমৰ সমস্যা বিষয়ে কব লাগে। কি ওলটা-পলটা কয় আাছে। বহুত ফালতু MP হয়।

  • @ilovemybharatdesh5697
    @ilovemybharatdesh5697 Před měsícem +3

    I think no issue about Assam.....Mr. MP Assam is under FLOOD. Bring some relief.