সোণৰ অসম প্ৰজেক্টৰ তৃতীয় নম্বৰটো টিউবেল,১১ বছৰ ধৰি ককাই চাৰিটা আলি পাৰ হৈ পানী অনা-নিয়া কৰি আছিল।

Sdílet
Vložit
  • čas přidán 24. 06. 2024

Komentáře • 889

  • @ambikasaikia226
    @ambikasaikia226 Před 14 dny +137

    দুখীয়াক সহায় কৰিবলৈকে আপুনাক ভগৱানে মানুহৰ ৰূপত পৃথিৱীলৈ পঠাইছে।প্রকৃততে আপুনি এজন ভগৱানৰূপী মানুহ❤❤❤

    • @Jekhaivlogs123
      @Jekhaivlogs123 Před 14 dny

      Apuni bor mohan❤❤❤ from k/
      A❤❤❤❤❤❤❤❤

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 Před 14 dny +128

    দমকল আগবঢ়ায় দিয়া দোকানিৰ বিষয়া জন লৈ বহুত বহুত ধন্যবাদ থাকিল 🙏।সময় দাদাক আৰু আগবাঢ়ি যাবলৈ লাইক কৰক চেয়াৰ কৰক 🙏।

    • @ghostwriter5249
      @ghostwriter5249 Před 13 dny

      ❤❤❤❤

    • @Faltu18945
      @Faltu18945 Před 13 dny

      You tube t utha karone domkol Tu free dise nohole emn usrt a dokan xn xodai dekha pai koka jonok agote dibo parile hoi

  • @boralaskor8225
    @boralaskor8225 Před 14 dny +56

    আমি চৰকাৰক এনেই ভোট দি সিহতক দামি দামি গাড়ীত ঘূৰিবলৈ চৰকাৰ বনাও। কিন্তু এই সকল মানুহে আজিলৈকে চৰকাৰৰ সুবিধা পোৱা নাই। সকলোবে বহুত বহুত shar কৰক চৰকাৰৰ চকুত এই কামবোৰ পৰক দাদাই ইমান ভাল কাম কৰি আছে

  • @JogenGam
    @JogenGam Před 14 dny +65

    ককা জনৰ চুলি আৰু ধাৰি অলপ খাটি দিলে আৰু ধুনীয়া লাগিব |বাকী সোনৰ অসম জিন্দাবাদ❤

  • @ranjitadeori6018
    @ranjitadeori6018 Před 14 dny +63

    সময় গগৈ জিন্দাবাদ দুখীয়া বন্ধু 🎉🎉🎉🎉❤❤

  • @LakhinathGogoi-ck6gg
    @LakhinathGogoi-ck6gg Před 14 dny +72

    অসম চৰকাৰে কৰিব নোৱাৰা কাম আপোনি কৰে যেন লাগে কাৰণ এনেকেৱা কাম বোৰ অসম চৰকাৰে দেখা নাপাই নিকি 😢❤

  • @godgaming636
    @godgaming636 Před 14 dny +61

    তুমি ইউটিউব মাধ্যমৰে অসমৰ বাবে ভগবান স্বৰূপ।🙏🙏

  • @nikhitagogoi6795
    @nikhitagogoi6795 Před 14 dny +33

    সময় দা অকল youtob ৰ বুলি কলেই নহব, আঁচলত কোনো ভাষাৰে বুজাব নোৱাৰা এজন ভগবান...সদাই প্ৰীও হৈ ৰব আপুনি,...❤

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 14 dny +17

    অসমৰ গৌৰৱ তুমি সময়। সদায় অসহায় লোকৰ লগত থাকি নিঃস্বাৰ্থ ভাৱে সহায় কৰি অহা জন নায়ক তুমি। তোমাৰ অৱদানক আমি সদায়ে প্ৰণাম কৰোঁ। ভগৱানে মংগল কৰক।

  • @amarendradeka5253
    @amarendradeka5253 Před 14 dny +24

    সময়দা আপুনি দুখীয়াৰ ভগবান❤❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před 13 dny +5

    সময় সচাই ভগৱান ৰুপী ল'ৰা ভাল লাগিল লগতে সহায় কৰোতা কেইজনলৈ আশীৰ্বাদ থাকিল

  • @jugabrotsonowal1879
    @jugabrotsonowal1879 Před 14 dny +34

    আৰু আগুৱাই যোৱা

  • @simaranibora8015
    @simaranibora8015 Před 14 dny +12

    তোমাৰ কামবোৰ সঁচাকৈয়ে বৰ প্ৰশংসনীয় ।নিজৰ বাবে সকলো জীয়াই থাকে ,কিন্তু আনৰ বাবে জীয়াই থকা মানুহ পৃথিৱীত তেনেই নগন্য ।আগুৱাই যোৱা ।

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Před 14 dny +5

    ভতিজা , তোমাৰ লগতে দমকলৰ দোকানীজনলৈও মৰম ভৰা আশীৰ্বাদ জনালোঁ ৷ ❤❤❤❤

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před 14 dny +13

    তোমাৰ ভি ডি অ বিলাক চালেই মনটো ভাল লাগি যায় । তুমি সদায় মনৰ জোখাৰে সুখী হৈ থাকা এনেবোৰ লেখত লবলগীয়া কাম কৰিবলৈকে ।❤❤🙏🙏

  • @gitarthazgmedhi.
    @gitarthazgmedhi. Před 13 dny +4

    অসমখনত আপোনাৰ দৰে মানুহ পাবলৈ বৰ টান 😊 সঁচাকৈ আপুনি দাদা মহান ❤
    Love from kamrup (malibari satra)

  • @Assam_majuli
    @Assam_majuli Před 14 dny +5

    আপোনাৰ অন্তৰখন বহুত পৰিস্কাৰ।কব লগা বহুতেই আছে।কৈনো কৈ থাকিলে উৰকে নপৰিব। ১০০%ই অভিনন্দন জনাইছো।আজি যুগৰ পইচা পালে মদ খোৱা মানুহবোৰে এই ভিডিঅবোৰৰ পৰা শিক্ষা লব লাগে।

  • @rekhamonibharali383
    @rekhamonibharali383 Před 14 dny +3

    ভগৱান তোমাৰ সহায় হয়।সময়ক সময়ত সকলোৱে মনত ৰাখিব। মৰমলগা ভাইটিটোলৈ আশীৰ্বাদ থাকিল ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ তোমাৰ দৰে ল'ৰা সমাজলৈ সৃষ্টি কৰা বাবে।

  • @Prahit_Rabha
    @Prahit_Rabha Před 14 dny +6

    সততা,নিষ্ঠা,মানৱতা,একাগ্ৰতাৰে দুখিয়াৰ হৃদয়ত সোণ হৈ জিলিকাই তোলা একমাত্ৰ এগৰাকী জনপ্ৰিয় এউটিবাৰ হ'ল সময় । আপোনাৰ এই মহান কৰ্ম ৰাজিক সদায় ধন্য মানো ।

  • @uniquetips7475
    @uniquetips7475 Před 13 dny +2

    ধন্যবাদ ভাইটি এনেকুৱা ভাল কাম কৰি থাকিবলৈ ইশ্বৰে তোমাক আকৌ শক্তি দিয়ক।

  • @mallikarabha8856
    @mallikarabha8856 Před 14 dny +3

    আপুনি সদায় মানুহক সহায় কুৰি আহিছে ভগৱানে আপোনাক ভাল কৰক❤❤❤ love for tamulpur 🎉🎉❤❤

  • @user-rz9ji2ox6l
    @user-rz9ji2ox6l Před 14 dny +12

    Hundor

  • @dintyhatimuria7386
    @dintyhatimuria7386 Před 14 dny +3

    আপোনাক ভগৱানে সদায় ভালেৰে ৰাখক এনেকৈয়ে সহায় কৰি যাওঁক ।।।

  • @YashminSultana-oc6xj
    @YashminSultana-oc6xj Před 14 dny +3

    সময় দা তুমি জুই । আপোনাৰ নিচিনা যদি সকলোয়ে হ'ল হয়❤❤❤

  • @dhaneswardas2859
    @dhaneswardas2859 Před 14 dny +3

    এনেকৈ মানুহৰ অন্তৰত সোমায় থাকিব সদায়।

  • @diduboro7867
    @diduboro7867 Před 14 dny +38

    Dimpu bikash b boys 2malukk poisa lage jodi ko

    • @dhrubajyoti9894
      @dhrubajyoti9894 Před 14 dny +1

      Korha tu bujai ko Puwalii 😂

    • @RicheDas-jw3ln
      @RicheDas-jw3ln Před 14 dny +1

      Hosa kotha koysa tumi bro

    • @kanakrabha3239
      @kanakrabha3239 Před 14 dny +3

      dimpu নিজে বহুত মানুহক কাম কৰাৰ সুবিধা কৰি দিছে বাকি বিলাক নাজানো সময় গগৈ বহু ভাল কাম কৰি আছে।

  • @gayatriborgohain8748
    @gayatriborgohain8748 Před 14 dny +9

    Video টোৰ আৰম্ভনিতে like 👍 এটা কৰি লৈছো। বহুত বহুত মৰম আৰু ধন্যবাদ সময়লৈ। ❤❤❤❤

  • @Sidhalora6978
    @Sidhalora6978 Před 13 dny +1

    ভগৱানৰ আন‌ এটা ৰূপ এ হৈছে সময় গগৈ। ❤❤

  • @Nayimathstricks
    @Nayimathstricks Před 14 dny +4

    আপোনালোকৰ সোণৰ অসম প্ৰজেক্ট সফল হওঁক ভগৱানে আপোনালোকক মংগল কৰক শক্তি দিয়ক । বহুত বহুত ধন্যবাদ থাকিল সময় দা 🙏❤

  • @user-un4ns7od5f
    @user-un4ns7od5f Před 9 dny

    দুখীয়াক সহায় কৰিবলৈ ভগবানে তুমাক পঠাইছে 🙏🙏🙏

  • @munucookingandvlog
    @munucookingandvlog Před 12 dny

    বহুত ভাল লাগিল ,এনেকৈ আগুৱাই যোৱা ভগৱানৰ ওচৰত পাথনা আৰু দোকানীজনলৈ

  • @jitenpegu2559
    @jitenpegu2559 Před 14 dny +3

    বহুত বহুত ধন্যবাদ থাকিল
    সময় দা জিন্দাবাদ ❤❤❤❤🎉🎉🎉🙏🙏🙏🙏

  • @Rekhasvlog1515
    @Rekhasvlog1515 Před 13 dny +1

    সময় দা লৈ বহুত বহুত ধন্যবাদ 🙏 আপোনাৰ ভবিষ্যত উজ্বল কামনা কৰিছো।❤❤

  • @user-xj6dc2tu1u
    @user-xj6dc2tu1u Před 13 dny

    বহুত ভাল লাগিল সময়। ভগৱানে সদায় তোমাক কুশলে ৰাখক

  • @NipanBordoloi-fo7ls
    @NipanBordoloi-fo7ls Před 14 dny +145

    Homoy da babe like ata ❤❤❤❤❤

  • @abinashboruah4920
    @abinashboruah4920 Před 14 dny +4

    ককাজনে বাৰীখন ইমান ধুনীয়া য়াকে থৈছে ভাবিলে আচৰিত লাগে।

  • @digantadeka7201
    @digantadeka7201 Před 14 dny +31

    সময়❤❤❤ৰ ভিডিও চাবলৈ সকলোৰে সময় থাকে 😊।

  • @assammmvlogssr2137
    @assammmvlogssr2137 Před 14 dny +7

    ককা জন আপোনাৰ দৰে সময় দা মৰমীয়াল hoy.. বহুত ভাল লাগিল সময় দা.. জয় আই অসম.. From Goalpara

  • @JunmoniBorah-jy7su
    @JunmoniBorah-jy7su Před 14 dny +3

    বহুত ভাল লাগিল ভগৱানে তোমাক কুশলে ৰাখক। আগবাঢ়ি যোৱা বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ ।

  • @seemigogoi
    @seemigogoi Před 13 dny

    বহুত। ভাল কাম কৰিচা ভাইটি ভগৱানে তোমাক সা সাক দিক

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux Před 14 dny +2

    Bohut val lagil God bless you ❤❤❤

  • @bharatpegu4556
    @bharatpegu4556 Před 14 dny +2

    সময় দা আপোনালৈ বহুত মৰম আৰু শুভেচ্ছা জনাইছো। আপোনাৰ কামবোৰ দেখি বহুত ভাল লাগে আগলৈ আপোনি সদায় এনেদৰে মৰম বোৰ বোতলি থাকক ভাল ভাল কামবোৰ কৰি থাকক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মাজুলীৰ পৰা আপোনালৈ এগাল মান মৰম ❤❤❤❤❤

  • @rajutaidofficial4
    @rajutaidofficial4 Před 12 dny +1

    দাদা আপোনাক বহুত বহুত salute

  • @rekhaneog1101
    @rekhaneog1101 Před 13 dny +1

    তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @MrPinkuFF22
    @MrPinkuFF22 Před 14 dny +4

    🙏 আপুনি ধুনিয়া কাম কৰিছে আপুনাৰ ভাল হক জয় আই অসম

  • @ChimiDas-cw9ez
    @ChimiDas-cw9ez Před 14 dny +2

    দমকল দিয়া দাদা জনক বহুত ধন্যবাদ থাকিল লগতে সময় দাদা আপোনাক লৈ ওঁ ....

  • @dimpolprotimgogoi9401
    @dimpolprotimgogoi9401 Před 14 dny +1

    বহুত শুভ কামনা থাকিল, সময়, তোমালৈ আগুৱাই যোৱা তুমি এনেকৈ মানৱ দৰদী হৈ,,নৱ প্ৰজন্মৰ বাবে পথপ্ৰদৰ্শক হৈ,,,❤👌🙏🏻🙏🏻

  • @rahonmahon2310
    @rahonmahon2310 Před 11 dny

    দুখীয়া পৰিয়ালৰ মানুহক সহায় কৰিবলৈ আগবাঢ়ি অহা বাবে ধন্যবাদ ।❤❤❤

  • @bornaligogoi154
    @bornaligogoi154 Před 14 dny +1

    আৰু আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।❤

  • @deepjyotisonowal4632
    @deepjyotisonowal4632 Před 14 dny +6

    মোৰ টো আপোনাক কবলৈ একো ভাষাই নাই । অথচ কম যে... ভাল মানুহ আছে । মই এজন নাহৰকটীয়া bakhi হিচাপে আপোনাক লৈ গৰ্বিত

  • @4200Xavier
    @4200Xavier Před 14 dny +5

    অতি সুন্দৰ সময় দা আপুনি ভালে থাকক আৰু আনকো ভালে ৰাখক‌ ❤ ।

  • @satrajitdeori9534
    @satrajitdeori9534 Před 14 dny +4

    প্ৰকৃত মানৱ সেৱা আৰু সমাজ সেৱক ❤❤❤

  • @minakshisaikia-qd3sq
    @minakshisaikia-qd3sq Před 14 dny +4

    জয় প্ৰজেক্ট সোনৰ অসম

  • @poriboragogoi1198
    @poriboragogoi1198 Před 13 dny

    সুন্দৰ সময় দা আপোনাৰ কাম বিলাক দেখি বহুত ভাল লাগিছে। আগুৱাই যোৱা আৰু বহুত দূৰ । ভগৱানে তোমাক ভালে ৰাখক। আৰু ভাষা নাই তোমাক কি বুলি ক'ম। ভাষা নাই ❤❤❤

  • @BornaliGogoi
    @BornaliGogoi Před 14 dny +1

    তোমাৰ কামবোৰ চাই বৰ সুখী হৈছো।ভগৱানে তোমাৰ মংগল কৰক।

  • @lilybharali1661
    @lilybharali1661 Před 14 dny +5

    তুমি দুখীয়া মানুহৰ ঘৰ বনাই বহুত ভাল কাম কৰিছা তোমাৰ ভিডিয় চাই ভাল লাগে

  • @kanakrabha3239
    @kanakrabha3239 Před 14 dny

    thank you dada এনেকৈ নতুন নতুন কাম আৰু কৰিবা ভগৱানে সদায় আপোনাক ভালে ৰাখক আৰু আগলৈ বহু মানুহক সহায় কৰিবলৈ❤❤❤

  • @amritpegu2897
    @amritpegu2897 Před 14 dny

    Love from Gohpur...❤❤❤❤❤
    Salute you Homoy daaa..

  • @nilamsharma7390
    @nilamsharma7390 Před 13 dny

    সময় ভাইটি তোমাক প্ৰথমতে মোৰ ফালে দি 🙏🙏🙏 ধন্যবাদ জনালোঁ tomi আমাৰ গৌৰৱ ❤❤❤❤

  • @Pulinbora-us6qp
    @Pulinbora-us6qp Před 13 dny

    ভগবানে তোমাক আৰু সাহস দিয়ক❤❤❤

  • @binubori
    @binubori Před 12 dny

    বহুত ভাল কাম কৰিছে দেই আগুৱাই যোৱা ❤👍🙏

  • @minakshiboruah5836
    @minakshiboruah5836 Před 14 dny +1

    Hundor👌👌

  • @aleesha475
    @aleesha475 Před 13 dny +1

    Adbhut hamoi da❤

  • @Ganeshsonowals
    @Ganeshsonowals Před 14 dny +6

    Bhal lagil homoy da anekoi kori jua

  • @sanjayrabha9314
    @sanjayrabha9314 Před 13 dny

    Bhut val Lagil video Sai...

  • @randevhajong1041
    @randevhajong1041 Před 13 dny

    সুন্দৰ পদক্ষেপ সমম দা❤❤

  • @manasharandhara4534
    @manasharandhara4534 Před 14 dny

    অতি সুন্দৰ প্ৰদক্ষেপ❤

  • @srimanhajong3668
    @srimanhajong3668 Před 14 dny

    Hochakoi bout Val lagil Iman honkale korar Babe. Bhagobane mongal korok aponak

  • @prabinbhi
    @prabinbhi Před 13 dny +1

    Great work Homoy da ✔️✔️ you are real super hero ❤️❤️❤️❤️

  • @dipaligogoi8932
    @dipaligogoi8932 Před 13 dny

    গোলাঘাট বৰপথাৰৰ কিছুমান অঞ্চলত 170/180 feet বহুৱালেহে ভাল পানী ওলাই. I
    বহুত ভাল কাম কৰি আছা, আগবাঢ়ি যোৱা. I 👌👍

  • @probinborah6423
    @probinborah6423 Před 14 dny

    আপোনি আৰু আগবাঢ়ি জক

  • @tanujgogoi3920
    @tanujgogoi3920 Před 13 dny

    ডিব্ৰুগড়ৰ পৰা মৰম দিলোঁ❤❤

  • @deba5203
    @deba5203 Před 14 dny

    খুব ভাল লাগিলদেই, ধন্যবাদ 🙏

  • @bitugarem8810
    @bitugarem8810 Před 13 dny

    আই লাভ ইউ অসম ভাইটি ❤❤❤❤❤

  • @nabajit5745
    @nabajit5745 Před 14 dny

    Bohut val lagil

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 Před 14 dny

    ❤প্ৰম মাজুলী সদায় ❤️

  • @Mintu577
    @Mintu577 Před 13 dny

    সময় দা অসমৰ এজন No1 youtuber হয়,আপোনাৰ কাম মহান আৰু মহান ব্যক্তি ❤❤❤ Love from Bangalore 🎉

  • @raktimgogoi486
    @raktimgogoi486 Před 14 dny

    ভাল লাগে আপোনাক ।আগৱাঢ়ি যাওক সদায়

  • @SwastikaChetry-me3gi
    @SwastikaChetry-me3gi Před 12 dny

    Good job bhai dil se AAP Desh ke liye jorurat ho

  • @mridulgogoi1779
    @mridulgogoi1779 Před 13 dny

    আমাৰ সোনাৰ অসম জিন্দাবাদ❤❤❤

  • @user-io8zg5eo2f
    @user-io8zg5eo2f Před 13 dny

    Xonor assam jindabad ❤❤🙏

  • @user-pr1tw7dh2e
    @user-pr1tw7dh2e Před 14 dny

    ভগৱানে তোমাক আৰু শক্তি দিয়ক।

  • @popideka7106
    @popideka7106 Před 13 dny

    Bhut val kam korisa

  • @punammaineeboruah7167
    @punammaineeboruah7167 Před 14 dny

    আপোনাৰ কাম বোৰক শলাগ লৈছোঁ 🧡 আৰু ভাল ভাল কাম কৰি আগুৱাই যাওঁক শুভকামনা জনালোঁ ❤❤

  • @rajkumarpegu912
    @rajkumarpegu912 Před 14 dny

    দাদা আপোনাক কি বুলি শুভেচ্ছা জনাম কবলৈ ভাষা নাই সচাঁই আপুনি মানৱ ৰূপি ভগৱান ।

  • @RimpiMaina
    @RimpiMaina Před 13 dny

    Good job homoi agbarhi jowa

  • @desifarmer74
    @desifarmer74 Před 14 dny +1

    ভাল লাগিলে সময় দা বহুত । ভগৱানে আপুনাৰ মঙ্গল কৰক। 🙏🙏

  • @user-pe2kg5iv8c
    @user-pe2kg5iv8c Před 13 dny

    আপুনাক,,বহুত,মঙল,কামনা,কৰিলু,দমকল,দিয়া,দাদা,জ,shyam,bhuyan

  • @strmshadow
    @strmshadow Před 13 dny

    bohut besi vl lgise homoy aru agg bahi juwa

  • @user-uf2up1vp3v
    @user-uf2up1vp3v Před 13 dny

    Nice bahut bhall lagisa .❤❤❤❤

  • @frogchannel3726
    @frogchannel3726 Před 13 dny

    Aru আগলৈ আগুৱাই যাওক।। ভগৱানে আপোনাক মগল কৰক ❤❤❤i love you da❤

  • @SatyajitRayRay
    @SatyajitRayRay Před 14 dny +1

    Dhoniya lagisa video anaka video laga ❤❤❤❤❤❤❤

  • @rrgamingyt8835
    @rrgamingyt8835 Před 14 dny

    Homoy da bhout bohut val Kam korise

  • @jitenborah9234
    @jitenborah9234 Před 14 dny

    আশীৰ্বাদ থাকিল

  • @Cayden4442.0
    @Cayden4442.0 Před 14 dny +2

    Koka jonor koth bur bhal lagise aru Kokar dari suli khini Kati dibo aru bhal lagibo tetiye Love from Guwahati ❤️❤️❤️🙏🙏🙏

  • @RekhasonowalRekhasonowal

    তোমাক ভগৱানে সদায় ভালে ৰাখক ।

  • @minakshi.chetia
    @minakshi.chetia Před 13 dny

    বহুত বহুত ভাল লাগিলে ভিডিঅ' টো চাই।

  • @selfieboy1
    @selfieboy1 Před 14 dny +3

    Homoy brother ke jesa aj tak assam mai ak bhi youtuber janma nahi hai .
    Brother ke liye one like please.

  • @jaydevtalukdar4764
    @jaydevtalukdar4764 Před 14 dny +1

    Homay dai ji bur Kam kori ase anki sarkare koribo nuware .
    Karon Sarkari ji kuno ahchani June pabo lage teo napai June nepaleo hoi teo pai.
    Homay dar ahchoni June pabo lage teo pai.... good job homay da🥰😍😘👍 best of luck your upcoming project.

  • @BiswaTaid
    @BiswaTaid Před 13 dny +1

    Homoy da val manuh like❤❤❤❤