প্ৰজেক্ট সোণৰ অসমৰ ১৩ নম্বৰ ঘৰখন অৰ্থাৎ ভৰত ককাৰ ঘৰখনৰ আপডেট।

Sdílet
Vložit
  • čas přidán 26. 06. 2024

Komentáře • 966

  • @rubita.B
    @rubita.B Před 12 dny +220

    Channel tu ji xokole subscribe kora nai, kori dibo..ru loratur channel tu aru dangor houk..takei bisaru... ❤️

  • @HopunShorts
    @HopunShorts Před 11 dny +46

    👉সময় দাক ভাল পোৱা সকলে এটা Like কৰি যাবা❤❤❤

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq Před 12 dny +131

    সৰ্বপ্ৰথমে তোমাৰ মা দেউতা ধন্যবাদ জনাইছোঁ, ভগৱানৰূপত তোমাক জন্ম দিয়াৰ বাবে 🙏🥺🥹🥹

  • @lovetotravel2468
    @lovetotravel2468 Před 12 dny +40

    মানসিক চিন্তা বোৰ সত পথত ব্যৱহাৰ কৰা এজন মানুহ ৰূপী ভগৱান ❤

  • @jharnaliphukan2072
    @jharnaliphukan2072 Před 12 dny +70

    মন ভৰি যায় আপোনাৰ মানৱদৰদী কাম বোৰ দেখিলে❤🥰

  • @HoneyDas-kc5yn
    @HoneyDas-kc5yn Před 12 dny +181

    Dagr dgar CZcamsre jote tote goi ki khai su kot furi su he bur Blog video bonai aru ata apuni ase jot ghuri ghuri dukhiya manuhok bisari hohai kore apunar likhiya youtuber bht Kom salute disu apunak 🙏

    • @learnearn2554
      @learnearn2554 Před 12 dny +20

      Share and subscribe....jimane besi subscriber aru views hbo himane homoy e besi besi manuhok mukhot hahi biringabo paribo...

    • @ankurdas2470
      @ankurdas2470 Před 12 dny +1

    • @soonmoni6746
      @soonmoni6746 Před 12 dny

      Right ​@@learnearn2554

    • @abhinabagogoi1771
      @abhinabagogoi1771 Před 12 dny

      ​@@learnearn2554 Akdom right kthaaa❤apuni amr anukua manuhoka ha hohai krbo lga ❤

    • @RitupanVlogs
      @RitupanVlogs Před 12 dny

      Moi beleg CZcams ro video nasao Mr Bitu aru Somoy Gogoi Video bur sao

  • @bhairabgogoi7691
    @bhairabgogoi7691 Před 12 dny +11

    সময় গগৈ এক ব্যতিক্ৰমী ইউটিউবাৰ যাৰ হৃদয়ত দূখীয়া দৰিদ্ৰৰ প্ৰতি মৰম,শ্ৰদ্ধা,সহায়, সাহস আদিৰে ভৰি আছে৷ কেৱল মানুহৰ প্ৰতিয়েই নহয় জীৱ,জন্তুৰ প্ৰতিও তেওঁৰ অসীম মৰম আৰু সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে৷
    ধন্য হওক তোমাৰ জীৱন৷

  • @amarjyotinath2878
    @amarjyotinath2878 Před 12 dny +26

    নিস্বাৰ্থভাবে দুখীয়াক সহায় কৰা CZcamsr জন ভাল লাগে সময় দা আপোনাক❤

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Před 12 dny +29

    সঁচাকৈ বৰ সুন্দৰ, ভাল লাগিছে তেওঁ লোকৰ ঘৰ খন হোৱা দেখি।

  • @JoydipPhukan
    @JoydipPhukan Před 12 dny +38

    মানৱৰূপী ভগৱান সময় দা❤🙏

  • @prabaldas1385
    @prabaldas1385 Před 12 dny +28

    Dada June June monor pora val pai like ata Kori jaba...love you dada love from udalguri ❤❤🎉

  • @user-es6qd3bq7j
    @user-es6qd3bq7j Před 12 dny +26

    বহুত ভাল হৈছে আৰু আগবাঢ়ি যোৱা তোমাৰ প্ৰতিটো ভিডিঅ' ভাল লাগে

  • @user-et8he3mw5c
    @user-et8he3mw5c Před 12 dny +8

    সময় তুমি বহুত বহুত মহান। তোমাক ভগৱানে সহায় কৰিব।

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u Před 12 dny +15

    সচাঁই তুমি বহুত মহান তোমাক ভগৱানে সদায় কুশলে ৰাখক তাকে ভগৱানৰ ওচৰত কামনা কৰিছো❤❤।

  • @ranjitadeori6018
    @ranjitadeori6018 Před 12 dny +8

    বৰ ভাল লাগিছে সময় বেটাআশিবাদ কৰিছো তোমাক যাতে আগবাঢ়নে মঙ্গলে ৰাখে❤❤❤❤🎉🎉🎉🎉🎉

  • @PoriDowarah-oh4ij
    @PoriDowarah-oh4ij Před 12 dny +4

    ভাল লাগিছে ভগৱানে তোমাক কৃপা কৰে যেন ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো❤❤

  • @ambikasaikia226
    @ambikasaikia226 Před 12 dny +32

    সময় ভাইটিলৈ বহুত বহুত মৰম যাচিলো তিনিচুকীয়া ডাঙৰী চিৰিং পৰা ❤❤❤।

  • @Mainaborah1234
    @Mainaborah1234 Před 12 dny +6

    কোনো ভাষা নাই ইমানেই সুন্দৰ সকলোবোৰ

  • @NaturalLoversVlogs
    @NaturalLoversVlogs Před 12 dny +7

    Mr.Bitu aru Apuni hodai dhukhiya babe kam kori juwa god bless you ❤❤
    Like Samay.and Bitu

  • @prishmithagogoi3170
    @prishmithagogoi3170 Před 12 dny +3

    দা দা আপুনি ইমান ধুনীয়া কাম বোৰ কৰি আহিছে সেই বাবে আপোনালৈ ধন্যবাদ ‌,

  • @jitanath3264
    @jitanath3264 Před 12 dny +3

    ভাল লাগিছে ঘৰখন।ভগবানে তোমাক আৰু শক্তি দিয়ক।

  • @Jitu-pe2up
    @Jitu-pe2up Před 12 dny +3

    বহুত ধুনীয়া আপোনাৰ video বিলাক বহুত ভাল লাগে love from Jorhat ❤❤❤

  • @PingkiPegukaman
    @PingkiPegukaman Před 12 dny +3

    সুন্দৰ সময় দা আপোনাক ঈশ্বৰে‌‌ মঙ্গল কৰক
    ❤❤❤

  • @duttamunmi5900
    @duttamunmi5900 Před 11 dny +1

    সছাইকৈ তোমি বহুত মহান সমর আগ বাহি যোরা

  • @rupadutta2407
    @rupadutta2407 Před 12 dny +3

    সুন্দৰ হৈছে দেইই। আৰু কিমান ভালকৈ সাজিবা। ভগৱানে তোমাক কুশলে ৰাখক এই পৰোপকাৰী কাম বোৰ কৰিবলৈ।

  • @Assamesecelebritiesfan
    @Assamesecelebritiesfan Před 12 dny +6

    ভাল লাগি যায় তোমাৰ কামবোৰ দেখি।❤❤❤❤❤❤

  • @DipjyotiDipjyotideka-dy1ne

    কি কম আপোনাক কবলৈ ভাষা নাই। মাত্ৰ ভালে থাকক আপুনি সদায় । ❤❤❤

  • @user-fs9kp3iu8r
    @user-fs9kp3iu8r Před 11 dny

    তুমি সদাই ভালে থাকা ভগৱানে মঙ্গল কৰক

  • @Naina.kole.10
    @Naina.kole.10 Před 12 dny +3

    আপুনি সদায় ভালে থাকক। ভগৱানক সেইটো এ বিচাৰোঁ।❤❤❤

  • @PahiBlocks
    @PahiBlocks Před 12 dny +6

    কি নো কম মাট সদায় ভালে থাকে যেন নেদেখা জনৰ ওচৰত প্ৰাথনা

  • @anusaikia2104
    @anusaikia2104 Před 12 dny +4

    তোমাক ভগবানে কুশল কৰক তাৰে কামনা কৰিলো।

  • @ujonirdekatapubon6335
    @ujonirdekatapubon6335 Před 11 dny +1

    বেৰ বন্ধা পদ্ধতি টো আগতকৈ বহুত উন্নত হৈছে । বাকী তোমাক ইশ্বৰে ভালে ৰাখক ❤

  • @user-cd2kw3dh4v
    @user-cd2kw3dh4v Před 11 dny +1

    সময় দা আপোনাৰ কামবোৰ বহুত ভাল লাগিছে আমি একো সহায় কৰিব পৰা নাই লাইক আৰু কমেন্ট কৰিছো।❤

  • @ayanater.3588
    @ayanater.3588 Před 12 dny +7

    Homoy daak vl puabur.... aru axom kon vl pua xkolu like eta plz..❤❤

  • @GeetaBora-ve5cz
    @GeetaBora-ve5cz Před 12 dny +7

    Hundor

  • @bipulchkalita791
    @bipulchkalita791 Před 12 dny +2

    Humanity still alive. GREAT social works. Keep it up. GOD Bless you. Take care

  • @user-Jaggudaa
    @user-Jaggudaa Před 12 dny +1

    বহুত ধুনীয়া সময় দা ❤️
    আপোনাৰ দৰে আৰু বেলেগ দেখা নাই
    ভগৱানে সকলো ঠাইত আহি সকলোকে সহায় কৰিব নোৱাৰে কাৰণে আপোনাক ভগৱানে ইয়াৰ লৈ পঠিয়াইছে আপোনাক প্ৰণাম 🙏🫡❤️

  • @udhaykumar8513
    @udhaykumar8513 Před 12 dny +3

    ভগবানে আপোনাক মংগল কৰক

  • @thugbit6609
    @thugbit6609 Před 12 dny +19

    Homoy da zindabad ❤❤

  • @bharatbharatgogoi8336
    @bharatbharatgogoi8336 Před 11 dny

    জীৱন টো আৰম্ভ কৰিছাহে
    দায়িত্ব লব পৰা হলাই ,
    আশা কৰো জুবিন দাৰ দৰে তোমাৰ নামাতোও মুখে মুখে থাকক মানুহৰ সময় "

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 11 dny

    তোমাৰ বাবেই দুৰ্ভগীয়া লোকবোৰ উপকৃত হৈছে। ভগৱানৰ আশিৰ্বাদ সদায় আছে তোমাৰ ওপৰত। আমাৰ গৌৰৱ তুমি সময়।

  • @Crazy.Bhupal
    @Crazy.Bhupal Před 12 dny +3

    Congratulations 🎉 dada 🤗😚💟💗Going to 2 Lakh subscribers💓💞 God bless you dada💓

  • @dikukalita6485
    @dikukalita6485 Před 12 dny +4

    Apuni Mohan ❤❤❤❤❤❤ love from rangia.

  • @assameseofficialstatus8896

    সময় দা লগত যদি আৰু 100জনে লগ দিয়া হলে ভাবি চাওঁক দুখীয়া সকলো অভাৱ দুৰ হল হেঁতেন নহয় নে, সময় দা লগতে সময় দাৰ মাতৃ মানে খুৰি বিশেষকৈ শলাগ লবই লাগিব ভাল সংস্কাৰ দি যোৱা ভাল উপদেশ দি যোৱা প্ৰতিটো কামত সময় দাক সহাঁৰি জনোৱা মাতৃদেৱী লৈ চৰণত ধৰি প্ৰণিপাত জনালোঁ ❤ এদিন অসমৰ best CZcams হৈ জিলিকি থাকক তাৰে কামনাৰে❤

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 Před 12 dny +1

    সময় দাদা এই দৰে ক'ৰবাত যদি এই ক্ষেত্ৰত ৰৈ যায়, সময় দাদাক ভাল পোৱা আৰু বুজি পোৱা ব্যক্তি সকলে সহায় কৰিবলৈ আগবাঢ়ি আহক। ভাল পোৱা সকলে নিশ্চয় চেয়াৰ কৰিব।

  • @user-if1ow1fz7j
    @user-if1ow1fz7j Před 12 dny +3

    বহুত ভাল লাগিল ।

  • @parthakuli2431
    @parthakuli2431 Před 12 dny +12

    Homoy dak val puwa hkole like kora 👍🏿😊

  • @rekhamonigogoi1391
    @rekhamonigogoi1391 Před 12 dny +1

    বহুত বহুত ধন্যবাদ সময়। তোমাৰ কাম দেখি মুখৰ ভাষা হেৰাই গৈছে।

  • @alakadevi4660
    @alakadevi4660 Před 11 dny

    বহুত ভাল কাম কৰিছা ভগৱানে ভালে ৰাখক

  • @srimantakakoti4870
    @srimantakakoti4870 Před 12 dny +3

    সময় তুমি অনন্য❤

  • @riturajjoyantohazarika8851
    @riturajjoyantohazarika8851 Před 12 dny +12

    মই যোৰহাট তিতাবৰৰ পৰা। অসমৰ বিয়াগোম চৰকাৰে কৰিব নোৱৰা কাম কৰিচা। নেদেখা জনে কোশলে ৰাখক।

  • @Jitu-pe2up
    @Jitu-pe2up Před 12 dny +1

    আপোনাক লগ পাই বহুত ভাল লাগিল কিবা এটা মন টো ভাল লাগিলে আপুনি এনেদৰেই আগুৱাই যাওঁক ❤❤❤❤ আৰু আপুনি সদাই সুস্থ হৈ থাকে তাৰে কামনা কৰিলোঁ❤❤❤❤👍👍👍

  • @user-kt9ew6wt1z
    @user-kt9ew6wt1z Před 11 dny

    আগুৱাই যোৱা সুন্দৰ হৈছে ।

  • @informationvlogs4835
    @informationvlogs4835 Před 12 dny +3

    দুখীয়াৰ চাহিনচা❤❤

  • @user-id6hm9td3v
    @user-id6hm9td3v Před 12 dny +6

    Mojja

  • @raktimgogoi486
    @raktimgogoi486 Před 12 dny

    তুমি ভালদৰে থাকা সদায় তাৰে কামনা ভগৱানৰ ওচৰত

  • @Henduriyaofficial
    @Henduriyaofficial Před 12 dny +1

    Bohut vl lgil dada hdai sau apunar video .

  • @user-zg3ps5ez3h
    @user-zg3ps5ez3h Před 12 dny +4

    Homoi dar babe ata ata like di jauk.... Manuhe manuhor babe❤

  • @HokDe
    @HokDe Před 12 dny +3

    Xomoy dadar babe ata like kora❤

  • @dutta22
    @dutta22 Před 12 dny

    🙏🙏🙏 সময় ভাই আৰু ভগৱানে শক্তি দিয়ক

  • @sagardas9663
    @sagardas9663 Před 12 dny +1

    Somay da moi apunar smile tur karone sao video bur val lage apunar kaam bur keep it up always spread smile ....❤❤❤

  • @NikunjaMorigaon-jb3bl
    @NikunjaMorigaon-jb3bl Před 12 dny +3

    Real Hero 😘💯✔️

  • @Ayangbhai123
    @Ayangbhai123 Před 12 dny +15

    Sob like kora❤

  • @user-xj6dc2tu1u
    @user-xj6dc2tu1u Před 11 dny +1

    বহুত ভাল লাগিছে এনেদৰে কাম কৰি যোৱা ❤️

  • @pranjitbaruah6278
    @pranjitbaruah6278 Před 11 dny

    তুমি দুখিয়া দৰিদ্ৰ কাৰনে ভগবান

  • @onlymilitary4995
    @onlymilitary4995 Před 11 dny +1

    A Man... bhagwaan a ashirwad kork apunak.❤🔱

  • @putusvlog5178
    @putusvlog5178 Před 11 dny

    বহুত বহুত বহুত ভাল প্ৰদশেপ Homoy@.

  • @ritugogoi4325
    @ritugogoi4325 Před 12 dny +1

    Dada tumi bohut val kam korisa love from jorhat

  • @bunnybantai24306
    @bunnybantai24306 Před 12 dny +1

    Bohut val lagile apunar video sai anekoi jate aguwai jaok god bless you 🥰 ❤❤

  • @niruboruah1055
    @niruboruah1055 Před 9 dny

    সময় তোমাক ভগৱানে মঙ্গল কৰক ইউটিউবাৰ তোমাৰ দৰেই হৱ লাগে ।তুমি এজন মানৱ সেৱক আশীৰ্বাদ কৰিছো আৰু আগুৱাই যোৱা

  • @ratulhack657
    @ratulhack657 Před 12 dny +1

    Bht dhunia kam krise dei apuni

  • @user-ij8he6ky1t
    @user-ij8he6ky1t Před 12 dny +1

    Vl lagise ghor tu.....dada aruhh vl kam kore jua❤🎉

  • @manjyopirabha7244
    @manjyopirabha7244 Před 11 dny

    কম সময়ত সাজি উলিয়া এটা ঘর কিমান নু ধুনিয়া হব । চরকারে দিয়া নাই আপোনী জে সিহতক থাকিবর বাবে দিলে এটা ঘর তাকেই মোর ফালর পরা ধন্যবাদ । Thank you so much Homoy gogoi da . ❤❤❤

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c Před 10 dny

    সময় গগৈৰ পিতৃ মাতৃয়ে বহুত পূণ্যৰ ফলত সময়ৰ দৰে পুত্ৰ এজন পাইছে ৷ আশা কৰো বহুত দৰিদ্ৰ লোকৰ আশীৰ্বাদেই সময়ক এসময়ত ভাৰতবৰ্ষৰ উচ্চ শিখৰলৈ যাবলৈ অনুপ্ৰেৰণা যোগাব ৷ তোমাৰ উজ্জ্বল ভবিষ্যত সদায় কামনা কৰো ধন্যবাদ সময় ৷ ডিব্ৰুগড়ৰ পৰা ❤❤❤❤❤

  • @rajibx9532
    @rajibx9532 Před 12 dny +1

    Homoy da apunak bohut bohut bohut bohut bohut bohut dhoynobad🥰

  • @user-gm9xy7yz6x
    @user-gm9xy7yz6x Před 12 dny +1

    Val hoise dada ghor to..... agoloie ag bahi jua anekoie..val hbo❤❤❤

  • @dimpiboro9994
    @dimpiboro9994 Před 12 dny +1

    Apunar video sai bhut vl lage ❤❤best youtuber

  • @gayatriborgohain8748
    @gayatriborgohain8748 Před 12 dny

    তুমি সুন্দৰৰ পূজাৰী । গতিকে তোমাৰ কামবিলাক সুন্দৰ হ'ব ই । বহুত বহুত মৰম দুলীয়াজানৰ পৰা ❤❤❤ ককাৰ বাৰিখন দেখি বৰ ভাল লাগে । পাৰিলে তোমাৰ সাধ্যানোহাৰে আইতাৰ অকণমান দৰব জাতিৰ ব্যবস্থা কৰি দিবা অ' ❤❤❤❤❤❤❤❤

  • @user-qm5ex7vq2r
    @user-qm5ex7vq2r Před 11 dny

    তোমাৰ যাত্ৰা অভ্যাহত থাকক । ভগৱানে তোমাক মঙ্গল কৰক সময় bhai . project সোনৰ অসম সফল হওঁক । jai somay gagoi .

  • @trishagvlogs9937
    @trishagvlogs9937 Před 12 dny +1

    Dda mojja lagil vidiotu sai.bhut bhut dhoinobad

  • @jugalbarman6344
    @jugalbarman6344 Před 12 dny

    Homoy ki likhim vakha a ni .....Tumi a vogoban. God bless you homoy ❤❤❤❤❤ 🙏🙏🙏🙏🙏🙏🙏

  • @amarraanghar
    @amarraanghar Před 9 dny

    Good job manuhor karone kaam ba sinta kora manuh khubei kom. God Bless you and carry on your journey. ❤

  • @aabirgogoi1694
    @aabirgogoi1694 Před 11 dny

    সুন্দৰ মনৰ অধিকাৰী homoi গগৈ, তাৰ প্ৰমাণ হৈ গৈছে, অসমৰ সকলো youtuber যদি এনে মনৰ অধিকাৰী হল hoi অসম খন সঁচা অৰ্থত সোণৰ অসম হৈ পৰিল hoi

  • @jborgohain2116
    @jborgohain2116 Před 12 dny +2

    ককাজনক হাঁহ আৰু মূৰ্গী কেইজনীমান লৈ দিলে ভাল হব। কণী সৰহকৈ বিক্ৰী কৰি চলিব পাৰিব। শিৱসাগৰৰপৰা তোমালৈ মৰম আৰু আশীৰ্বাদ দিলো।❤❤❤

    • @prabaldas1385
      @prabaldas1385 Před 12 dny

      Val kotha koise 👍

    • @mivaanphukan3309
      @mivaanphukan3309 Před 12 dny +3

      সকলো কি সময়ে গগৈয়ে কৰিব পাৰে নেকি? আপোনালোকেও দেখোন সময়ক অলপ সহায় সহযোগিতা আগবঢ়াব পাৰে।

    • @prabaldas1385
      @prabaldas1385 Před 12 dny

      @@mivaanphukan3309 moi ajn student class 10nt pohi asu....Ami dadar video bur sai hiki asu kak aw kenekoi hohai Koribo lage.... Pare jodi apuni a horuke hole uh hohai ata koribo moi kiba ta koribo pora hole jibont anekuwa manuhk alp koi hole uh hohai koribo sesta korim..aw aya vabisu su ai dada jonok dekhi💌💌

  • @RJrekhacreation
    @RJrekhacreation Před 12 dny +2

    Bor vl lge apunar kam bur dekhi 👌👌

  • @nizaratai
    @nizaratai Před 12 dny

    তোমালৈ বহুত বহুত ধন্যবাদ।আৰু আগবাঢ়ি যোৱা। ❤❤

  • @lakhisaikia7862
    @lakhisaikia7862 Před 12 dny +2

    Love from Gulaghat ❤❤

  • @MrAjAssam3631
    @MrAjAssam3631 Před 12 dny +1

    সচাকৈ তোমাক কবলৈ ভাষা নাই, ইমান সুন্দৰ কাম কৰি আছা আৰু সদায় ভাল ভাল কাম কৰি যোৱা

  • @JogenGam
    @JogenGam Před 12 dny +1

    অতি সুন্দৰ ঘৰ কামি বোৰ ঘনকে দিয়াৰ বাবে ধুনীয়া হৈছে

  • @Pulinbora-us6qp
    @Pulinbora-us6qp Před 11 dny

    তুমি আৰু আগ বাহি যোৱা কিছুমান সন্তানে নিজৰ মাক দেউতাককে চিনি নাপাই
    ❤❤❤

  • @DjBinut
    @DjBinut Před 11 dny

    Homye da apni Imaan duniya kam Kori Goa sebahut bahut dhanyvad

  • @parishmitadutta3138
    @parishmitadutta3138 Před 12 dny +1

    Hundor ❤

  • @jkasm7886
    @jkasm7886 Před 10 dny +1

    Homoy da mon Tu khosai bohut val❤❤❤

  • @apurbastatus6877
    @apurbastatus6877 Před 12 dny +1

    Dhunia xomoy Da ❣️

  • @indramatiboro3774
    @indramatiboro3774 Před 12 dny +1

    Thanku baba from baksa god bless you long live

  • @bikashborah3102
    @bikashborah3102 Před 12 dny +1

    Hundor bro

  • @NamitaSarkarBonia-st5tv

    Bhout bohut val kam korise apuni vogobanor dore ❤❤❤❤❤❤❤❤

  • @SuvranilKashyap
    @SuvranilKashyap Před 12 dny

    বৰ ভাল লাগিল কবলৈ ভাষা নাই ।আপোনাৰ উন্নতি কামনা কৰিলো ভালে থাকক।

  • @bhanitadeka2310
    @bhanitadeka2310 Před 12 dny +1

    Xmoi da apunak vgbane aru aguwai jable sakti dioyk

  • @amarendradeka5253
    @amarendradeka5253 Před 11 dny

    সময় দা আপুনালৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিলো❤❤❤