ব্ৰহ্মপুত্ৰৰ সিপাৰে তোমাৰনো ঘৰ | কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া | সোণালী ১৯৯৬| বিহুগীত|সোণ প্ৰডাকচন

Sdílet
Vložit
  • čas přidán 13. 05. 2021
  • CAUTION:- © Copyright of this video and song is strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
    ***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
    🙏🏻🙏🏻🙏🏻এটি সুমধুৰ বিহুগীত🙏🏻🙏🏻🙏🏻
    গীত - ব্ৰহ্মপুত্ৰৰ সিপাৰে তোমাৰনো ঘৰ উজনি
    এলবাম- সোণালী ১৯৯৬ (সোণ প্ৰডাকচন)
    প্ৰযোজক/পৰিচালক- সোমনাথ বড়া ওজা
    কন্ঠ- অনুপম শইকীয়া,নিতুমণি বড়া
    গীত সংগ্ৰাহক- সোমনাথ বড়া (ওজা), প্ৰদীপ বৰা, অজিত বৰা, ৰাজেন মহন্ত, ৰঞ্জিত বৰা, ডিম্বেশ্বৰ মহন্ত, ললিত নাথ, নিলিমা বৰঠাকুৰ
    সংগীত- সোমনাথ বড়া ওজা, অজিত কুমাৰ বৰা
    সহ কন্ঠ - জিতেন শইকীয়া, অনুপম শইকীয়া, দিলীপ গগৈ, খগেন গগৈ, অজিত বৰা, ভিতালী দাস, বিজয়া হাজৰিকা তামুলী
    ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, বিপুল বৰা, স্বপ্নীল অঞ্জন বড়া
    গগণা,পেঁপা - সোমনাথ বড়া ওজা
    বাঁহী- পৰমেশ্বৰ বসুমতাৰী
    তাল/তকা-নলিন বৰা, প্ৰদীপ বৰা
    কি-বৰ্ড (বেছ)- পলাশ গগৈ
    Percussions- মানস শৰ্মা
    সংগীত বাণীবন্ধন - Studio Film Craft
    Recorded, Mixed & Mastered- Kiran Borah & Dipak Dutta
    Special thanks to Swapan Nath & Munna.
    Song Re-processed by-
    Indra Nath,
    Studio Ramdhenu,
    Guwahati Club, Guwahati
    #AnupamSaikia #NitumoniBorah #Sonali1996 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
    Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
    Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
    / @swapnilaryanzpixelogr...
    To follow me in Facebook:-
    / swapnilanjan.borah
    Official Facebook Page-
    / 212104595551052
    To follow me in Instagram:-
    / swapnil_aryanofficial
    / swaataryan
  • Hudba

Komentáře • 182

  • @anupamrongpuria5485
    @anupamrongpuria5485 Před 3 lety +34

    বহুত দিনৰ পৰা এই গানটো বিচাৰি আছিলো। অশেষ ধন্যবাদ।

  • @jintusaikia4256
    @jintusaikia4256 Před 3 lety +17

    কিমান বাৰ যে শুনিছিলোঁ আৰু চোতাল বিহুত চিঞৰি চিঞৰি গাইছিলো ।

  • @bboruah8224
    @bboruah8224 Před 3 lety +18

    এই গীতটো সৰুতে কাৰোবাৰ মুখে মুখে শুনিছিলো।কতো বিচাৰি পোৱা নাছিলো। বহু বহু ধন্যবাদ গীতটো দিয়াৰ বাবে 🙏

  • @beautyborgohain8097
    @beautyborgohain8097 Před 3 lety +16

    বহুদিনৰ পাছত বহুত ভাল লগা গীতটো শুনিবলৈ পায় সুখী হʼলো,, অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏

  • @alekh-xopun989
    @alekh-xopun989 Před 3 lety +12

    এতিয়া অনুপম দা কত আছে ইমান মিঠা মাতটো লৈ, আমাক আৰু বিহু গীত লাগে ..আধুনিক বিহু নহয়

  • @krishnaxonowal3513
    @krishnaxonowal3513 Před 2 lety +3

    এই গানটো শুনি বহুত ভাল লাগিল !আৰু এটা গান বিচাৰি আছো পাৰিলে আপলোড দিব চোন গানটো হল বাৰিৰে পকা আম নাচনী ঐ মৰমৰ ফুলবাৰি বহলাই পাতিবা চেনেহৰ খুতিৰে জেৰুৱা ভেতিবা

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Před 3 lety +8

    সৰুতে টেপ ৰেকৰ্ডছ ত শুনি শুনি ঢোল বজাইছিলো , মনত পৰে ।

  • @basantagogoi8820
    @basantagogoi8820 Před 3 lety +12

    বহুত দিনৰ পৰাই বিচাৰি আছিলো গীতটি আজি পালো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো🙏☝✝

  • @santunubora904
    @santunubora904 Před 3 lety +4

    Ratipwa e bhout dhuniya geet ati dilea Dada Val lagil huni.

  • @informatiom1991
    @informatiom1991 Před 3 lety +12

    এই বিহুনামটি কাৰণে বহু দিন আপেক্ষা কৰিলো দেই....

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 3 lety +4

      সোণালী কেছেটৰ আগতে শুনা গীতবোৰ অকল এই চেনেলতে পাব। আৰু বহুতো গীত আছে। পাহাৰৰ জুৰিতি, কল্পনাৰ গীত সমূহ আপলোড কৰিবলৈ আছেই।

  • @Mixup1699
    @Mixup1699 Před rokem +3

    সেই মধুৰ দিন বিলাকলৈ আকৌ এবাৰ

  • @pushpadas5208
    @pushpadas5208 Před 3 lety +4

    বহুত বহুত ধন্যবাদ ৰাতিপুৱাই শুণি ভাল লাগিছে কিমাণ বছৰ পিছত যে শুণিলো

  • @ratnahazarika101
    @ratnahazarika101 Před 3 lety +3

    বহুত বহুত ভাল লগা গানটো অবশেষত বিচাৰি পাই বহুত ভাল লাগিছে। অশেষ ধন্যবাদ জনাইছোঁ তোমাক । বাকী গান সমুহ অতি সোনকালেই পাম বুলি বাট চাই ৰলো।

  • @pradipkalita5612
    @pradipkalita5612 Před 2 lety +3

    সোণালী ৯২ মোক লগে । ভাষা নাই ! গীত কেইটা মনত পৰিলে বলিয়াৰ দৰেই হৈ যায় মন । মোৰ eaig. ৫৬ yers !

    • @localsong9958
      @localsong9958 Před rokem

      Bihu keitar naam kouk sun ... Gaanbilak huna napaleu gaan r naam huniyei bhal lage .. Ami hei bihubur huni nplu 2000 t jonmo .

  • @rajudeka94
    @rajudeka94 Před 3 lety +8

    আপেক্ষাৰ অন্ত পৰিল,, বহুত সুন্দৰ,, ধন্যবাদ ।. যদি পাৰে '' অ সোনালী সোন বৰণীয়া ৰঙা উঠত কি হাহিঁ ভুলালি,,,,, গীটটো দিবলৈ চেষ্টা কৰিব।

  • @shyamantamadhabsaikia281
    @shyamantamadhabsaikia281 Před 3 lety +4

    সচাকৈ সুন্দৰ এটি বিহুগান ।শুনি ভাল লাগিল।।

  • @sanadjyotidutta735
    @sanadjyotidutta735 Před 3 lety +3

    বহুত বহুত ধন্যবাদ, স্বপ্নীল।

  • @jaanbiswas5122
    @jaanbiswas5122 Před 3 lety +10

    উফ্ মনত বুজাব নোৱাৰা ভাৱনা নিগৰে এনে গীত শুনিলে

  • @nayanjyotimudoi2251
    @nayanjyotimudoi2251 Před 3 lety +5

    বাবু, পুৱাতেই সুন্দৰ গীতটো শুনিবলৈ পাই মন ভৰি গ'ল। ধন্যবাদ জনাইছো ভাইটি।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 3 lety +4

      আজি ৰাতিটো টোপনি নাহিলে মোৰ। গানটো শুনি শুনি উজাগৰে থাকিলো🙏🏻🙏🏻🙏🏻

    • @nayanjyotimudoi2251
      @nayanjyotimudoi2251 Před 3 lety +1

      @@SoanProductionsOfficial বাবু, আমাৰ সোনোৱালী শৈশৱ, কৈশোৰৰ অভিন্ন বন্ধু আছিল সোন প্ৰডাকচনৰ অডিঅ কেছেটবোৰ।আজিও বুকুত বাজি থাকিল সেই গীতসমূহ।

  • @rajibaxom8290
    @rajibaxom8290 Před rokem +1

    কি বুলি ধন্যবাদ দিম আপোনাক এই গানটোৰ কাৰণে মই ইউটিউবট বহুত try কৰিও পোৱা নাছিলো। আজি পাইগলো বহুত ভাল লাগিল ,

  • @pallavjyotigogoi5377
    @pallavjyotigogoi5377 Před 3 lety +5

    ল'ৰালিৰ দিনবোৰলৈ মনত পৰি গ'ল

  • @junbhuyan337
    @junbhuyan337 Před 3 lety +3

    Hosakoiye bohut Val lagil

  • @achuthazarika5326
    @achuthazarika5326 Před rokem

    বহুত ভাল লগা গান আজি পাই গলো। বহুত দিন বিচাৰি আছিলোঁ।আজি পালোঁ।বহুত বহুত ধন্যবাদ

  • @jadumonibhuyan7877
    @jadumonibhuyan7877 Před 3 lety +1

    বৰ ভাল লগা।। ধন্যবাদ তোমালৈ।। নষ্টালজিক

  • @ushasaikia7695
    @ushasaikia7695 Před 2 lety +1

    লিখিবলে ভাষা নাই। মুঠতে বহুত দিনৰ পৰা এই গান টু বিছাৰি ফুৰিছিলো। পুৰণি এই গিত বুৰ হুনিলে হেই সোঁনোৱালী দিন বুৰলৈ মনত পৰি যায়। অখেখ ধন্যবাদ

  • @digantagogoi2595
    @digantagogoi2595 Před 3 lety +3

    অপেক্ষা কৰি আছিলোঁ ধন্যবাদ......

  • @pabitrabhuyan4652
    @pabitrabhuyan4652 Před 2 lety +2

    এইবোৰ গীত শুনিলে অতীতৰ সেই মধুৰ দিনবোৰলৈ মনত পৰি যায়

  • @rimalakhimpur5549
    @rimalakhimpur5549 Před 2 lety +1

    অনুপম দা তুমি কত আছানো কিয় গান নোগোৱা হলা কিমান যে ভাল পাও তোমাক এনেকুৱা গান উপহাৰ নিদিয়া নেকি আকৌ , তুমি উভতি আহা প্লিজ 🙏🙏

  • @mituhazarika7911
    @mituhazarika7911 Před 3 lety +7

    মোৰ অতিকৈ প্ৰিয় গীত.. 🥰🥰

  • @babuchutia4307
    @babuchutia4307 Před 3 lety +2

    Dada very nice song

  • @abinashbhuyan7032
    @abinashbhuyan7032 Před 3 lety +3

    বহুত বহুত ধন্যবাদ

  • @mgcreation1972
    @mgcreation1972 Před 3 lety +1

    প্ৰকাশ কৰিবলৈ ভাষা নাই ,,,অশেষ ধন্যবাদ,,,আগলৈ আৰু আশাৰে

  • @prokashneog8772
    @prokashneog8772 Před 3 lety +3

    কবলৈ ভাষা নাই শত কোটি প্ৰণাম আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏....................

  • @ulupimahanta7780
    @ulupimahanta7780 Před 3 lety +9

    বহু বছৰৰ পাছত এই বিহু গীত টো শুনিবলৈ পালো

  • @kumudbaruah9432
    @kumudbaruah9432 Před rokem

    বহু দিনৰ মুৰত আজি পাণ ভৰা মোৰ প্ৰিয় গীতটো পাইছো। বুজাব নোৱাৰা ভাষা মোৰ।বহুত।বহুত ধন্যবাদ ।

  • @jitunath1254
    @jitunath1254 Před 3 lety +4

    Xundor 👍👍👍

  • @monikaphukon1028
    @monikaphukon1028 Před 2 lety +1

    এসময়ৰ ভাল লগা গীত আজিও মাজে গুণাগুণ ই থাকো

  • @Noyan_art_
    @Noyan_art_ Před 2 lety +1

    এনেকুৱা পুৰণি শ্ৰেষ্ঠ সংগীত বোৰ দি থাকিব চোন ।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 11 měsíci +1

    My favourite bihu git , so nice. :::::🌺🌺🌺

  • @krishnagogoi1657
    @krishnagogoi1657 Před 2 lety

    বহু দিনৰ পিছত বিহু টো শুনিলো | আগতে টেপ ৰেকৰ্ড ত কেছেট লগাই বহুত বাৰ শুনিছিলো | বহুত ভাল লাগিল |

  • @anantakalitakalita4492
    @anantakalitakalita4492 Před 3 lety +1

    Mur val loga bihu geet belak.. Eta etake... Hkolu xunibole paisu.. Bhut val lgise.. Ratipuai geet2.. Xunibole pai💪

  • @dipakjyotimahanta2441
    @dipakjyotimahanta2441 Před rokem +1

    উস। বৰ লৰালিৰ সেই দিনবোৰত বুৰ গ’লোঁ। গাঁৱৰ বিয়াবোৰত এই ড্ৰেকচেট লগাই দিনে নিশাই এই গীতবোৰ বাজি আছিল।

  • @Noyan_art_
    @Noyan_art_ Před 2 lety +1

    বহুত বহুত ধন্যবাদ
    আজি 4 বছৰৰ পৰাই এই গান টো বিচাৰি আছিলো।

  • @kailashantorsuijowageetdas727

    Bahut bahut dhanyabad gaan diar babe

  • @prahladdas2129
    @prahladdas2129 Před 2 lety +1

    ল'ৰালি কাললৈ মনত পৰি গ'ল।

  • @surenkonwar2514
    @surenkonwar2514 Před 3 lety +5

    bahut dinar pora bisari asilu

  • @dilipranjanmahanta3063
    @dilipranjanmahanta3063 Před 3 lety +2

    বহুত দিনৰ মূৰত মনে বিছৰা গানটো পালো ।

  • @lakhinathgogoi1501
    @lakhinathgogoi1501 Před rokem +1

    বহুত ভাল লাগিল, বহু পুৰণিগীতটি ৰ স্মৃতি ঘূৰাই পাইছো, ধন্যবাদ ।

  • @souravsaikia5612
    @souravsaikia5612 Před 2 lety

    Thank you dai gaan tu dia babe . Bohut bisarisilu .

  • @nituchangmai6538
    @nituchangmai6538 Před rokem +1

    Hridoy vedi gol.I felt in Nostalgic.

  • @pranabborah62
    @pranabborah62 Před rokem

    Bahut bahut Dhanyabad ai gaan tu upload Diya karone

  • @user-re7im5nc3s
    @user-re7im5nc3s Před 5 měsíci

    Bohut. Vl dhuniy lagisa ❤❤❤❤❤

  • @nituchangmai6538
    @nituchangmai6538 Před rokem

    Khub val loga gantu. Bisari palu

  • @rupanjalsaikia3008
    @rupanjalsaikia3008 Před 3 lety +1

    বহুত ভাল লগা গীত

  • @knakbajaria6646
    @knakbajaria6646 Před 3 lety +2

    Bahut hundar mane bisara geettu ajihe paisu bahut hukhi iarpisar getbur diba dei

  • @BinoyDas-ty6dy
    @BinoyDas-ty6dy Před rokem +1

    Nice 👍 song 🇮🇳❤️💪❤️♥️💯🎉🎊

  • @paramamemories2895
    @paramamemories2895 Před 3 lety +1

    ধন্যবাদ গীতটি দিয়া বাবে।my all time favorite.

  • @RANJITDAS-wy7jm
    @RANJITDAS-wy7jm Před 2 lety

    Heroa saponar bihu pai bahut val lagil.

  • @juribhuyan7403
    @juribhuyan7403 Před 3 lety +1

    Dhnyabad swapnil.amk emn dhunia gantu bisari diyar babe.

  • @hunali26
    @hunali26 Před 3 lety +6

    কল্পনা 1996 গান কেইটা দিযক

  • @SaifAli-jx2hg
    @SaifAli-jx2hg Před 2 lety

    bohut dinor pasot kali bisari palu bohut val lagise gaan to

  • @jayantadeka5098
    @jayantadeka5098 Před rokem +1

    Mur val loga git2...

  • @ranjanborah8190
    @ranjanborah8190 Před 3 lety +3

    কি সুন্দৰ গাণ,, নথৈ আনন্দিত

  • @jaanmoniborphukan2109
    @jaanmoniborphukan2109 Před 3 měsíci +1

    Lovey song 🎉🎉🎉🎉

  • @kolaidas9286
    @kolaidas9286 Před rokem +1

    👌👌👌🙏🙏🙏

  • @champabhuyan4697
    @champabhuyan4697 Před rokem

    এই গীতটো শুনি থাকোতে কত থাকো গমেই নাপাও । আৰু এটা গীত নৈশ বাছ দুৰ্ঘটনাক লৈ গোৱা "ৰজাবাৰী গাওঁতে-- " এই গীতটি শুনাৰ অদ্ম্য হেপাহ থাকিল ।

  • @barnilaxom3209
    @barnilaxom3209 Před rokem

    টেপত শুনা,,, ১৯৯৯ত শুনিছিলোঁ

  • @user-sq1vg8wj8m
    @user-sq1vg8wj8m Před 3 lety +1

    ভাল লাগিল বহুত।

  • @dineshgogoi459
    @dineshgogoi459 Před 3 měsíci

    Bahut bahut val loga geet

  • @padunyazozo1494
    @padunyazozo1494 Před 3 lety

    bhut rolu ai gaan2 krne dhonyabad

  • @monjitbora7153
    @monjitbora7153 Před rokem +1

    💖💐✨🥳

  • @RANJITDAS-wy7jm
    @RANJITDAS-wy7jm Před 2 lety +1

    ও মৌচুমী জানানে তুমি হবানে তুমি মোৰ জীৱন সংগিনী । এই বিহু গীত টো সোনালী 1995 .দিবো

  • @manikabaruah4991
    @manikabaruah4991 Před 2 lety

    জীৱনত প্ৰথম শুনিছিলো এই বিহু গীতটো বিচাৰি আছিলোঁ,।
    আজিও ৰিণি ৰিণি মনত আছে। বহুত বহুত ধন্যবাদ আজি বিচাৰি পালোঁ।

  • @palashsaikia7641
    @palashsaikia7641 Před rokem

    পুৰণি এটা ভাল লগা গীত শুনিবলৈ পায় ধন্যবাদ যাচিলো।

  • @debajitsaikia9850
    @debajitsaikia9850 Před 2 lety

    Tq upload kora babe

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Před 3 lety +2

    কিমান যে বিচাৰি আছিলোঁ । আপলোড দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @marykalita8521
    @marykalita8521 Před 3 lety

    Hajar bar sunicilu ay gan to

  • @krishnagogoi5010
    @krishnagogoi5010 Před 2 lety

    Bhot val loga bihu gan

  • @jayantagogoi1394
    @jayantagogoi1394 Před 2 lety

    Val lagil dai hundor

  • @b.kinformation4227
    @b.kinformation4227 Před 3 lety +1

    মোৰ অতি প্ৰিয় ৷৷ এই গীতবোৰ বহু দিনৰ পৰাই বিচাৰি আছিলোঁ ৷ সোমনাথদা আৰু অনুপমদাৰ যুতি সদায় Superhit..

  • @bikashgogoi4899
    @bikashgogoi4899 Před rokem

    old is gold evergreen bihu song.

  • @dibyajyotisarmah8714
    @dibyajyotisarmah8714 Před 3 lety

    বহত দিনৰ পিছত পালো গানটো বহুত ভাল লাগিল শুনি পুৰনা গীতৰ মাদকতাই সুকিয়া

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq Před 4 měsíci

    My favourite Song

  • @BiswajitDas-ui6oj
    @BiswajitDas-ui6oj Před rokem

    Lovely songs

  • @bipulbora195
    @bipulbora195 Před rokem

    Moja❤❤❤❤❤

  • @nituchangmai6538
    @nituchangmai6538 Před rokem

    Not comparable!Lot of thanks

  • @RANJITDAS-wy7jm
    @RANJITDAS-wy7jm Před 2 lety

    Ei sonali dinor bihu geet bor youtub t dia aponak kouti pranam jasilo.

  • @knakbajaria6646
    @knakbajaria6646 Před 3 lety +2

    Apnunar kipat purana bihu gitbur diba dei vabai nasilu hunbaloi pam buli akhakaru baki bihu gitbur anekoi diba buli thank you

  • @basudev_borah
    @basudev_borah Před rokem

    Keman denor pasot besare paisu gaan tu.. ❤️ thank you

  • @palakhhazarika1879
    @palakhhazarika1879 Před rokem

    Old is Gold 🏆🏆

  • @jaanbora5275
    @jaanbora5275 Před 2 lety +1

    Bohut val lage hunali bujab nuwaru❤❤❤

  • @mayandas9581
    @mayandas9581 Před rokem

    Best.song.dada

  • @joysaikia9529
    @joysaikia9529 Před 2 lety +1

    Beautiful song ❤️❤️❤️

  • @akondas3705
    @akondas3705 Před 3 lety

    বহোত বহোত ধন্যবাদ দাদা পোৰনি গীত শুুনুবলে পালো

  • @niranmohanmohan49
    @niranmohanmohan49 Před 3 lety

    পুৰণি গীতটো শুনিবলৈ পায় বহুত ভাল লাগিল।

  • @marykalita8521
    @marykalita8521 Před 3 lety

    Bahut bahut vàl song hol

  • @dipulbhuyan6571
    @dipulbhuyan6571 Před 3 lety +1

    🙏❤

  • @arupgogoi7631
    @arupgogoi7631 Před 3 lety +1

    Eman vl gan dise apuni

  • @basudevsonowal2464
    @basudevsonowal2464 Před 2 lety

    বহুত ভাল লাগিল গানটো শুনি

  • @dipengogoi5076
    @dipengogoi5076 Před rokem

    👍👍🌹