ৰৈ ৰৈ ৰতি মইনামতী মই কান্দিছোঁ | কন্ঠ-অনুপম শইকীয়া,নিতুমণি বড়া |সোণালী ১৯৯৬| বিহুগীত |সোণ প্ৰডাকচন

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • CAUTION:- © Copyright of this video and song is strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
    ***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
    🙏🏻🙏🏻🙏🏻এটি সুমধুৰ বিহুগীত🙏🏻🙏🏻🙏🏻
    গীত - ৰৈ ৰৈ ৰতি মইনামতী মই কান্দিছোঁ
    এলবাম- সোণালী ১৯৯৬ (সোণ প্ৰডাকচন)
    প্ৰযোজক/পৰিচালক- সোমনাথ বড়া ওজা
    কন্ঠ- অনুপম শইকীয়া, নিতুমণি বড়া
    কথা/সুৰ- অজিত বৰা
    সংগীত- সোমনাথ বড়া ওজা, অজিত কুমাৰ বৰা
    সহ কন্ঠ - জিতেন শইকীয়া, অনুপম শইকীয়া, দিলীপ গগৈ, খগেন গগৈ, অজিত বৰা, ভিতালী দাস, বিজয়া হাজৰিকা তামুলী
    ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা, বিপুল বৰা, স্বপ্নীল অঞ্জন বড়া
    গগণা,পেঁপা - সোমনাথ বড়া ওজা
    বাঁহী- পৰমেশ্বৰ বসুমতাৰী
    তাল/তকা-নলিন বৰা, প্ৰদীপ বৰা
    কি-বৰ্ড (বেছ)- পলাশ গগৈ
    Percussions- মানস শৰ্মা
    সংগীত বাণীবন্ধন - Studio Film Craft
    Recorded, Mixed & Mastered- Kiran Borah & Dipak Dutta
    Special thanks to Swapan Nath & Munna.
    Song Re-processed by-
    Indra Nath,
    Studio Ramdhenu,
    Guwahati Club, Guwahati
    #AnupamSaikia #NitumoniBorah #Sonali1996 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
    Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
    Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
    / @swapnilaryanzpixelogr...
    To follow me in Facebook:-
    / swapnilanjan.borah
    Official Facebook Page-
    / 212104595551052
    To follow me in Instagram:-
    / swapnil_aryanofficial
    / swaataryan

Komentáře • 137

  • @anupamrongpuria5485
    @anupamrongpuria5485 Před 3 lety +55

    ইমান ভাল লগা গানবোৰ ইমানদিনে ক'ত সাচি ৰাখিছিলে। সচাঁকৈ শুনি শুনি হেঁপাহ নপলায়। মনত পৰিছে টেপ ৰেকৰ্ডাৰটোৰ সন্মুখত 'সোণালী' 'কল্পনা'আদি কেছেটসমূহৰ বকলাবোৰ চাই চাই গান শুনা দিনবোৰলৈ। আপোনাৰ এই মহৎ প্ৰচেষ্টাই আমাৰ দৰে এচামক বৰ উপকৃত কৰিছে। সেইকাৰণে যিমান পাৰো শ্বেয়াৰ কৰি দিছো আমাৰ দৰে পুৰণি বিহু ভাল পোৱা এচামে শুনিব পাওক বুলি। অশেষ ধন্যবাদ থাকিল আপোনালৈ।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 3 lety +13

      স্বাগতম। এইবােৰ সোণ প্ৰডাকচনৰেই কেছেট হয় যাৰ স্বত্বাধিকাৰ "ঢোল সম্ৰাট" সোমনাথ বড়া (ওজা) দেৱ হয়, যিহেতু এইটো সোণ প্ৰডাকচনৰ Official CZcams চেনেল গতিকে এই গীত সমূহ ইয়াতেই উপলব্ধ হ'ব। আৰু সকলোবোৰ গীত পাব। সোণালী, পাহাৰৰ জুৰিতি আৰু কল্পনা এইকেইটা আছিলে সোণ প্ৰডাকচনৰ একদম Official বিহুগীতৰ এলবাম। ধন্যবাদ।

    • @juliducksandchicksfarm1389
      @juliducksandchicksfarm1389 Před 2 lety +3

      সোণালী'৯৫ বিহুগীত এলবামটিৰ গীত কেইটা শুনিব পামনে

    • @namitapathak8857
      @namitapathak8857 Před 2 lety

      Xasy val lagise xuni thakibare man jay atitar smiti bor manat pari goise

    • @roshmibora7584
      @roshmibora7584 Před rokem

      COUNCILSUPIKOISOU

    • @rimakalita6792
      @rimakalita6792 Před 4 měsíci

      Tep recordert gaan xuna dn bor ki vl lgisil❤

  • @nayanjyotimudoi2251
    @nayanjyotimudoi2251 Před 3 lety +14

    বাবু, অশেষ ধন্যবাদ জনালো তোমাক। গীত কেইটা শুনি কিমান যে সুখী হ'লো বুজাই কোৱাৰ ভাষা বিচাৰি পোৱা নাই।

  • @lakheswarkalita5013
    @lakheswarkalita5013 Před 3 lety +10

    শৈশৱতে শুনিছিলো। বৰ সুন্দৰ গীত। বহুদিনৰ মূৰত গীতটি শুনি আপ্লুত হলো ।

  • @apurbachoudhury5468
    @apurbachoudhury5468 Před 3 lety +17

    সুন্দৰ পাৰিলে নিল আকাশত উৰা মাৰে গঙ্গা চিলনী গানটো দিব দাদা

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Před 3 lety +9

    সুন্দৰ , অাৰু বাকীবোৰ বিহু ও শুনিবলৈ পাওঁ যেন 96 ৰ

  • @robin.saikia
    @robin.saikia Před 3 lety +8

    ধন্যবাদ ইমান দিনৰ মূৰত প্ৰিয় গীতবোৰ শুনিবলৈ সুবিধা কৰি দিয়াৰ বাবে।

  • @amarjyotibhuyan2114
    @amarjyotibhuyan2114 Před 3 lety +5

    বহুত ভাল লাগিল আৰু বাকি কেইবাটাও সুনীম বুলি আসা ৰাখিছোঁ

  • @haricharan7920
    @haricharan7920 Před 3 lety +6

    বহু বছৰৰ পিছত শুনিবলৈ পায় বহুত ভাল লাগিছে

  • @bboruah38
    @bboruah38 Před 2 lety +8

    আপোনাক কেনেকৈ ধন্যবাদ দিওঁ,কোনো ভাষা নাই মোৰ, এই গীটি পুনৰ এবাৰ শুনিবলৈ প্ৰায় ১৫-১৬ বছৰৰ পৰা যতে ততে বিচাৰি ফুৰিছিলোঁ,আজি শুনিবলৈ পাই নথৈ আনন্দিত হৈছো।হৃদয়ৰ পৰা আপোনালৈ পুনৰ ধন্যবাদ জনাইছো।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 2 lety

      স্বাগতম। ৮০-৯০ দশকৰ সোণালী, পাহাৰৰ জুৰিতি, কল্পনা, ভৈয়ামৰ কেতেকী ইত্যাদি সোণ প্ৰডাকচনৰ যিমান কেইটি বিহুগীতৰ কালজয়ী কেছেট আছিলে সকলো গীত আমাৰ এই চেনেলত আপলোড কৰা হ'ব। চেনেলটো Subscribe কৰিব আৰু আপোনাৰ সকলো বন্ধু বৰ্গৰ সৈতে Link সমূহ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।

    • @bboruah38
      @bboruah38 Před 2 lety

      @@SoanProductionsOfficial ইতিমধ্যে মোৰ সকলো বন্ধবৰ্গ লৈ চেনেলটো শ্বেয়াৰ কৰি দিছোঁ।

  • @alekh-xopun989
    @alekh-xopun989 Před 3 lety +9

    ইমান মিঠা মিঠা বিহু গীতবোৰ কত কত লুকাই আছে দাদা আপুনি যোগান ধৰা বাবে বহুত বহুত ধন্যবাদ

  • @mohendraborah3299
    @mohendraborah3299 Před 3 lety +2

    ইমানদিনে বিছাৰি ফুৰিছিলো!! অশেষ অশেষ ধন্যবাদ

  • @munindraborah7984
    @munindraborah7984 Před 3 lety +3

    কি যে দিন আছিল সেইবোৰ! বলীয়া আছিলোঁ এই কেছেটবোৰৰ বাবে। সংগৃহীত হৈ ৰ‌ওক সকলো, এটা মহৎ কাম হৈছে এইটো।

  • @surenkonwar2514
    @surenkonwar2514 Před 3 lety +4

    mojjjjja

  • @arupgogoi7631
    @arupgogoi7631 Před 3 lety +3

    Thanks soon production

  • @bipulkalita8918
    @bipulkalita8918 Před rokem +2

    বহুত বহুত ধন্যবাদ জনালোঁ । এনেকুৱা পুৰণি গীত একেৰাহে শুনি থাকিলেও আমনি নালাগে । সেইসময়ৰ গান তুলনাবিহীন ।❤❤

  • @mahendradas3116
    @mahendradas3116 Před 3 lety +12

    বহু দিনৰ মুৰত গানটো শুনি মনত আনন্দ পালো।এনেকুৱা গানবোৰ আপলোড কৰি থাকিব বুলি আশা থাকিল ।ধন্যবাদ।( জয় আই অসম)

  • @parinitahiloidhari1182
    @parinitahiloidhari1182 Před 2 lety +2

    অনুপমদা সকলো গীত মোৰ অতি প্ৰিয়।

  • @abinashbhuyan7032
    @abinashbhuyan7032 Před 3 lety +2

    সুন্দৰ,বহুত ভাল লাগিল

  • @simaburagohain940
    @simaburagohain940 Před 2 lety +1

    বহুত ধন্যবাদ

  • @ratulrajbongshi7437
    @ratulrajbongshi7437 Před 3 lety +3

    সুন্দৰ বিহুগীত ।

  • @rajudeka94
    @rajudeka94 Před 3 lety +3

    গীতটো পাই ভাল লাগিল।।। বহুত বহুত ধন্যবাদ।

  • @alekh-xopun989
    @alekh-xopun989 Před 3 lety +3

    ৰৈ আছো

  • @silpyboruah6383
    @silpyboruah6383 Před rokem +1

    Bohut dinor pisot hunilu buhut val lagise..

  • @rupanjalsaikia3008
    @rupanjalsaikia3008 Před 3 lety +3

    অতীতৰ দিনবোৰলৈ ঘুৰি যাবলৈ মন যায় ।নীল আকাশত উৰা মাৰে গানটো দিবচোন ।

  • @nipongohain2254
    @nipongohain2254 Před 3 lety +2

    জোনাক ৰাতি অ জোনালী গীতটো দিবচোন

  • @uksaikia1101
    @uksaikia1101 Před 4 měsíci +1

    পাৰিলে সোণ প্ৰডাকচনৰ এই সকলো গান একত্ৰিত কৰি নতুনকৈ এলবাম এটা বনাব শুনি থাকিলেও আমনি নালাগে।❤

  • @pushpadas5208
    @pushpadas5208 Před 3 lety +4

    অধিৰ অপেক্ষা কৰি আছো

  • @hirenphukanhirenphukan5600

    মই ৮,৯বছৰ বয়সতেই দদাইদেউহঁ‌তৰ লগত টেপৰেকৰ্ডত শুনা গীতবোৰ এতিয়া আকৌ শুনিবলৈ পাই অতি আনন্দ পাইছো।

  • @aratibezborah4030
    @aratibezborah4030 Před 3 lety +3

    Soan production k bohut bohut dhanyabad, ki madhur din asil...
    Love from Pranjal Hazarika, Titabor

  • @sanadjyotidutta735
    @sanadjyotidutta735 Před 3 lety +2

    অপেক্ষা কৰি আছিলোঁ, অজুত ধন্যবাদ।

  • @akondas3705
    @akondas3705 Před 3 lety +1

    সুন্দৰ শুুনি হেপা নপলাই

  • @junbhuyan337
    @junbhuyan337 Před 3 lety +1

    Hosakoiye bohut Val lagise

  • @mrigankaborah6170
    @mrigankaborah6170 Před 3 lety +1

    অনুপম দাদা আৰু বাইদেউ আপোনালোকৰ গান বোৰ শুনি বহুত বহুত ভাল লাগে ।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Před 3 lety +5

    বহু দিনৰ মূৰত শুনিছো,বৰ ভাল লাগিল । সোনালী৯৬ ৰ আটাইখিনি গীত আপলোড দিবচোন । লগতে পাহাৰৰ জুৰিটি

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před rokem +2

    Very
    Very
    Nice
    Song,,,,,,

  • @kakumonidutta9775
    @kakumonidutta9775 Před rokem

    Oti hundar

  • @junhazarika407
    @junhazarika407 Před 3 lety +2

    Good bless you. And Very nice song ❤️

  • @anantakalitakalita4492

    Oti xundor.. Apunaluky enikua.. Val loga geet belak.. Hodai de thakebo...

  • @user-oj5ge3jb2t
    @user-oj5ge3jb2t Před 3 lety +1

    সঁচা কি কি কথা আৰু কিছুমান সময় আজি বৰ মনত পৰিছে.. অকণমান সময় কাৰণে নিজক পাহৰি গৈছো

  • @pushpadas5208
    @pushpadas5208 Před 3 lety +2

    আজিৰ পৰা ২৬ বছৰ আগৰ দিণবোৰলৈ মণত পৰি গৈছে অশেষ ধন্যবাদ থাকিল

  • @putulgayan648
    @putulgayan648 Před 2 lety +3

    ১৯৯৬ চনতে শুনা এই গীতটি বহুদিনৰ পরাই পুনৰ শুনিবলৈ বিচারি আছিলো। Love Tregedy ৰ গীতটি মোৰ অতিকৈ প্রিয় ।

  • @sobinkindwar3228
    @sobinkindwar3228 Před 2 lety +1

    So sweeeeeeeet song

  • @lakhyadeepkalita-8063
    @lakhyadeepkalita-8063 Před 3 lety +9

    *সচাকে কেমেন্ট বোৰ পঢ়ি অনুভৱ হৈছে*
    *Love is Pain💕💞💞💞*
    *Old is Always Gold and Old is Never End 🙏*

  • @dharmeswarbarua1158
    @dharmeswarbarua1158 Před 3 lety +1

    মন পৰশা গীত

  • @rahulassam4783
    @rahulassam4783 Před 2 lety

    Thank u sun production thanks a lot

  • @thokenmoran7368
    @thokenmoran7368 Před 3 měsíci

    Hundor git

  • @lakshmikantaborah9893
    @lakshmikantaborah9893 Před 3 lety +1

    Wauu....Old is Gold

  • @user-nk5rw3ts8cphotu
    @user-nk5rw3ts8cphotu Před 11 měsíci

    ❤❤❤❤❤❤❤❤❤❤ nice song

  • @jintukumarchangmai3138
    @jintukumarchangmai3138 Před 3 lety +2

    বহু বহু ধন্যবাদ জনালোঁ , বহুত দিনৰ পৰা শুনিবলৈ বিছাৰি থকা গানটো দিয়াৰ বাবে ।।
    এই এলবামৰ "অ সোণালী " এই গানটো upload কৰিব দেই ।

  • @rahulassam4783
    @rahulassam4783 Před 2 lety +1

    পুৰনি গীতবোৰে আকৌ এবাৰ সোনালী লৰালীলৈ লৈ গল

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 2 lety

      Eibur Soan Productions cassette r geet hoi... Sonali, Paharor Juriti, Kalpana bihu Album Keita amarei asile... Ei geet xomuh officially amar CZcams channel tutei upolobdho hobo... Aru bahutu puroni geet aag borhaboloi ase... Dhonyobad

  • @SumuChutia-zl6zv
    @SumuChutia-zl6zv Před 7 měsíci

    Git u huni atitoloi ghuri jaojen lagise

  • @pranjitsaikia9641
    @pranjitsaikia9641 Před 3 lety +5

    টেপ ৰেকৰ্ডাৰ কাষত বহি গান শুনাৰ আমেজ বেলেগ আছিল। কত হেৰাল সেই সময় বোৰ।

  • @ramonsaikia924
    @ramonsaikia924 Před 2 lety

    ভাল লাগিল গান টো শুনি

  • @assamesevideoxyz2688
    @assamesevideoxyz2688 Před 3 lety +1

    Roi roi asu

  • @ismailhussain2098
    @ismailhussain2098 Před 3 lety +5

    অশেষ ধন্যবাদ সোণ প্ৰডাকচন, ২২ বছৰৰ মূৰত গানটো শুনিবলৈ পালো । গানতো বিছাৰি অনুপম দাক কেইবাবাৰো msg কৰিছিলো । কোনো reply অহা নাছিল......

    • @miradebnath3730
      @miradebnath3730 Před 3 lety +1

      Thank u

    • @lakhyadeepkalita-8063
      @lakhyadeepkalita-8063 Před 3 lety +1

      ❤️❤️❤️
      🙏🙏🙏

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 3 lety +1

      স্বাগতম। আচলতে অনুপম মামায়েও গীতবোৰ বিচাৰি ফুৰিছিলে। যিহেতু গীতবোৰৰ Copyright আমাৰ হাতত আছে, আৰু গীতবোৰ আমাৰ, পুৰণি দিনৰ Spool আৰু Master Cassette বোৰত আবদ্ধ হৈ আছিলে Processing ৰ বহুত কাম কৰিবলৈ বাকী আছিলে। অৱশেষত গীতবোৰ Process কৰি, Digital Format তলৈ Convert কৰি ৰাইজৰ মাজলৈ পুনৰ আগবঢ়াবলৈ সক্ষম হৈছোঁ। ইয়াৰ মাজতে আকৌ চোৰ বোৰো আছে। আনৰ চেনেলত ভাল পুৰণি গীত এটা শুনা পাই, Download কৰি মনে মনে নিজৰ চেনেলত আপলোড কৰি দিয়ে। সেইবোৰৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হৈছে।

    • @upendradas4065
      @upendradas4065 Před 3 lety +1

      old is gold.

  • @juliducksandchicksfarm1389

    সোণালী '৯৫ বিহুগীত এলবামটো আছে যদি আপলোড কৰিবচোন। বিচাৰি বিচাৰি হাবাথুৰি খালো। পুৰণি গীতসমূহ সংৰক্ষণ কৰি ৰখা বাবে বহুত বহুত ধন্যবাদ জনালোঁ।

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 2 lety +1

      স্বাগতম। এই গীত সমূহ সোণ প্ৰডাকচনৰ কেছেট সমূহৰেই হয়, অকল আমিয়েই আপলোড কৰিম। আনৰ চেনেলত বিচাৰিলে নাপাব। আৰু যদি আপলোড কৰেও তেনেহলে বে-আইনী ভাৱে আপলোড কৰিব লাগিব।

    • @juliducksandchicksfarm1389
      @juliducksandchicksfarm1389 Před 2 lety

      শুনিব পাম বুলি আশাৰে বাট চাই ৰলো।

  • @radhe5107
    @radhe5107 Před 2 lety

    Khub Mon muha geet...💝💝 Aru kahaniu khuna najai

  • @siddharthbaruah1484
    @siddharthbaruah1484 Před 3 lety

    Aiyoi ki xundor bihugeet asile eibur😍

  • @bishuaxom4220
    @bishuaxom4220 Před 2 lety

    Notunkoi bonabosoon pre jdi bor dhuniya gaan original bihu ❤❤❤❤🔥🔥🔥legand somnath borah oja 🙏🙏🙏

  • @chayanikaboruah1513
    @chayanikaboruah1513 Před 3 lety +2

    🙏🙏🙏☺☺☺

  • @user-tc4wx6qv4m
    @user-tc4wx6qv4m Před 4 měsíci

    Nice

  • @kolaidas9286
    @kolaidas9286 Před rokem

    👌👌👌🙏🙏🙏

  • @ismailhussain2098
    @ismailhussain2098 Před 3 lety +2

    বাট চাই আছো

  • @arunborah8754
    @arunborah8754 Před rokem

    Good

  • @hujiatubinikram7775
    @hujiatubinikram7775 Před 3 lety +4

    নীল আকাশত উৰা মাৰে গঙ্গা চিলনী গানটো আপলোড কৰিব চোন।।🙏🙏🙏🙏🙏

  • @ashouthdas4575
    @ashouthdas4575 Před 3 lety +5

    Dada anupam dar nil akakhot ura mare gonga siloni diboson pliz dada

  • @misskashmirigogoigogoi5858

    বহুত দিনৰ পাছত শুনিছোঁ ভাল লাগিছে

  • @NarenSaikia-jr7yo
    @NarenSaikia-jr7yo Před 9 měsíci

    বহুত ভাল লাগিল

  • @dhungogoi5752
    @dhungogoi5752 Před rokem

    Mur bohot vall lagi

  • @unishali3233
    @unishali3233 Před 2 lety +2

    সোণালী 95 লাগে

  • @kalyannath459
    @kalyannath459 Před 4 měsíci

    শৈশৱত এইবোৰ গান শুনি শুনিয়ে ডাঙৰ হলো। ৯০ দশকৰ পৰা ২০০৫-০৬ লৈ যিমানবোৰ বিহু গান আছে সকলো বোৰ শুনি থাকিলে হেপাহে নোপোৱায়।

  • @rinjumoni1380
    @rinjumoni1380 Před rokem

    Very very nice song ♥️♥️

  • @kanaktn6327
    @kanaktn6327 Před 2 lety

    Siar dada haklu apunak hambudhan karisu kenebake jadi vul hai khyama kareba apunar getar haman haba nuare apunak anugrah kare koisu sair apunar purani getbur hunile manar dukh bur pahare jau all old hunproduction getbur dibdei

  • @ExcelmeB-JOY
    @ExcelmeB-JOY Před 2 lety

    Ooo joya ahiba ne 2mi ei2 bihu geet parile dibo sn

  • @ribrib3390
    @ribrib3390 Před 3 lety

    বুকু ধপ ধপনি আহি যায়

  • @upendradas4065
    @upendradas4065 Před 3 lety

    মোৰ ভাল লগা গান ।

  • @jogalsaikia1115
    @jogalsaikia1115 Před rokem

    সোণালী ১৯৯৯ খনৰ গান সমূহ পোৱা যাব নেকি?

  • @jitadutta956
    @jitadutta956 Před 3 lety

    Bahut dinar para bisari asilu aji palu val lagil ,2001 moinajaan album2 gaankhini opload karibsun

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 3 lety

      Moinajaan cassette tu Soan Productions r nasile... Gotike aami Upload koribole copyright napaam... Aami okol Sonali, Paharor Juriti, Kalpana aru keitimaan cassette ase june amar logot partnership t kaam korisile xei cassette buror geet he upload koribo parim... Dhonyobad

  • @jintukumarchangmai3138

    এই এলবামৰ "অ সোণালী " এই গানটো upload কৰিব দেই

  • @gopaldas661
    @gopaldas661 Před 3 lety

    অ সোণালী সোন বৰণীয়া ৰঙা ওঠত কি হাহি বুলালি গানতো দিবচোন

  • @maramineog2149
    @maramineog2149 Před 2 lety

    গানটো বহুত বিচাৰিছিলোঁ । বৰ ভাল লাগিল। সৰুকালৰ মনত ৰৈ যোৱা গান এইটো। পুৰণি গানবোৰ দিব।

  • @anuwarhussain7908
    @anuwarhussain7908 Před 2 lety

    Junak rati o junali anupom sikiya dar gan tu plz dibo sun

  • @banikantamoran3697
    @banikantamoran3697 Před 3 lety

    Old is gold

  • @kailashantorsuijowageetdas727

    Bor Aakharee baat Sai aasu,

  • @anjalibarman1838
    @anjalibarman1838 Před rokem

    সোণালী ৯৫ৰ বিহু কেইটা আপলোড নিদিলে

  • @souravsaikia5612
    @souravsaikia5612 Před 2 lety

    Dada. humnath borah debor sunali 97 r bihu geet kita dibo sun .

  • @AbaniRajbongshi-xu7mz
    @AbaniRajbongshi-xu7mz Před 6 měsíci

    1995 sonali bihu geet bor dibo son nil akhatot uramare

  • @mayurlekharu2923
    @mayurlekharu2923 Před 5 měsíci

    2001 ne 2002 asel pahorisu MON JURI NOYI NEJORA Caset to gan Gita abar Pam naki dada

  • @mukutali1543
    @mukutali1543 Před 3 lety

    SoNALi1995

  • @hazarikamanuj6676
    @hazarikamanuj6676 Před 2 lety

    Ritumoni...2004...ataikita....bihu..bisarisu

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  Před 2 lety

      Ritumoni Soan Productions cassette nohoi... Dukkhito... Aami anor cassette r geet upload koribo nuwaru... Iyat okol Soan productions r cassette xomuh jene Sonali, Paharor Juriti, Kalpana aadir bihugeet xomuh he upload kora hobo... Dhonyobad

  • @debojitkalitaofficial
    @debojitkalitaofficial Před 3 lety +1

    Nabaje kiyo

  • @shrishti1369
    @shrishti1369 Před rokem

    Kesa jawan ki koru o oi nasoni ....eai gaantu upload dibo sun

  • @kanaktn6327
    @kanaktn6327 Před 2 lety

    Sapnanil anjan bora dada hunproduction pahrar jurete getkaita parele uplud karediba sun aru Juanli albaum1993.1996getkeata diba buli bahut akha karisu please diba dai

  • @amritmusical418
    @amritmusical418 Před rokem

    একো নকওঁ।। কমেন্তবোৰ পঢ়ি চকুপানী বোৰ নজনাকৈয়ে নিগৰি আহিছে।।

  • @junjunakdutta8163
    @junjunakdutta8163 Před 3 lety

    অজিত দাদাৰ চিনাকী কৰি দিয়াৰ পিছত গান তো আকৌ শুনিলো

  • @prahladdas2129
    @prahladdas2129 Před 2 lety +1

    ল'ৰালিৰ মাদকতা।

  • @ganeshdeuri8279
    @ganeshdeuri8279 Před 2 lety

    Age2 bahut Kami gol
    Purani smrity monot ahil
    Mane mor SRIMOTIR

  • @ashouthdas4575
    @ashouthdas4575 Před 3 lety

    Dada zubeendar konthot khokha bhogoban Tumi ajihe janilu gaantu diboson bohut akhare khunimbuli roi asu

  • @hemantabhuyanbhuyan2499

    Neel aakakhot ura mare ganga siloni ganto lage.

  • @kailashantorsuijowageetdas727

    Riju riju rijubon fuli aase brindabon geet ti plese diboson