| NAL BIRINAR PAT | নল বিৰিণাৰ পাত | বিহু গীত | ASSAMESE BIHU SONG | DIRECTED BY - RUBUL BORA|

Sdílet
Vložit
  • čas přidán 13. 02. 2021
  • #RUBUL_BORA_BIHU_SONG
    Singer - Krishnamoni Nath, Geetimoni Hatibaruah, Krishnamoni Chutia, Rubul Bora
    Lyrics/Tune & Music - Rubul Bora
    Video Direction - Rubul Bora

Komentáře • 372

  • @indragogoi180
    @indragogoi180 Před 3 lety +68

    এই বোৰ গীত আজি নতুন প্ৰজন্মই গুৰুত্ব নিদিয়ে।শুনিব অ মন নকৰে।
    সেই দিন বোৰ মনত পৰে গৈছে।কি নিভাজ,সঁচা প্ৰকৃতি প্ৰেমিক আছিল মানুহ বোৰ তেতিয়াৰ।
    গীতৰ প্ৰতি টো লাইন অৰ্থ আছে প্ৰকৃতিৰ লগত।সকলো সৰল,সহজ,সাধাৰণ,আছিল সকলো।
    পুৰণা বিহু সুৰীয়া গীত মেইন।

    • @snakul2196
      @snakul2196 Před 2 lety +2

      সোণালী দিনৰ গীত আছিল এইবোৰ ।।

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 Před 2 lety

      Ajit dinor gaant bhal nalage.aji prakonmai kenekoi purona gaan bhal napai amiu natun gaan iman bhal napau rash nai.

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 Před 2 lety

      @@snakul2196 gaant majot kiba bisari paisilu.

    • @RajumoniRajumonidas
      @RajumoniRajumonidas Před 7 měsíci +1

      Hosakoi.

    • @tulumonigogoi4369
      @tulumonigogoi4369 Před 3 měsíci

      মোৰ ভাল লাগে❤

  • @uttamnath5946
    @uttamnath5946 Před 3 lety +48

    সৰু থাকোতে শুনিছিলোঁ। সংগ্ৰহ কৰা জনক বহুত বহুত শুভেষ্যা জনালোঁ

  • @upenbora533
    @upenbora533 Před 3 lety +33

    বিহুগীতৰ পথাৰখনত আপোনাক বহুদিন বিছাৰি আছিলো ৰুবুলদা ! অৱশেষত আপুনি আহিল, এতিয়াহে ভাল লাগিব ...

  • @user-st3fi3bv8u
    @user-st3fi3bv8u Před 2 měsíci +3

    জীবনত বিহু গান শিকিছো ৰুবুলদা আৰু কৃষ্ণমনি দাৰ পৰা

  • @santanudasofficial4560
    @santanudasofficial4560 Před 3 lety +40

    ৰুবুল দাৰ সমান বিহুৱা অসমত পাবলৈ টান, জনাই জানে । সোনম‌ইনা আৰু মন ফাগুনৰ পছোৱা কেছেটৰ আটাইকেইটা গান দিব দাদা । আৰু নতুন বিহু গীত অসমীয়াক উপহাৰ দিয়ে যেন দাদা ।

  • @parthhindustani5042
    @parthhindustani5042 Před 3 lety +24

    ১৯৯৩ চনৰ ‌‌‌‌‌‌‌‌‌‌‌‌‌‌ফাগুনীৰ গীত কেইটা পাম বুলি আশা কৰিলো ।

  • @simantadutta-jn3gz
    @simantadutta-jn3gz Před rokem +5

    হেৰাই গ’ল এই সুৰবোৰ ৷এতিয়া আৰু তেতিয়া বহুত পাৰ্থক্য আহিল ৷

  • @mamonichutia5109
    @mamonichutia5109 Před 3 lety +27

    সৰুতে ইমান যে গাইছিলো গীতটি ,সঁচাকৈয়ে বহুত সুন্দৰ গীত

  • @dipnath6792
    @dipnath6792 Před 2 lety +39

    মোৰ লৰালি কালৰ অতি প্ৰিয় গীত ৷
    আজি ২২ বছৰৰ মুৰত শুনি ভাল লাগি গ’ল মনটো ৷

  • @putuvlogs1762
    @putuvlogs1762 Před 3 lety +10

    প্ৰকৃতি মাজত সৃষ্টি হোৱা গীতবোৰ কত লুকুৱাই ৰাখে দাদা

  • @posantadutta5578
    @posantadutta5578 Před 3 lety +18

    ইমান সুন্দৰ বিহু সুনিলে সুনিথাকিবৰ মন ।

  • @biplabbhuyan4947
    @biplabbhuyan4947 Před 3 lety +53

    মন ফাগুনৰ পছোৱা , নিৰুজনি, সোনমইনা ৰুবুল দা আৰু কৃষ্ণমণি আজিও বিহুত গুণগুণাই থকা গান বোৰ বিচাৰি ফুৰে শুনিবলৈ

    • @arbian3216
      @arbian3216 Před rokem

      Agar din bur katha manat parile bukukhan bikhai

    • @RajumoniRajumonidas
      @RajumoniRajumonidas Před 9 měsíci +1

      Hosakoi, bohut dukh lage , 🌹

    • @mjgaming3561
      @mjgaming3561 Před 9 měsíci +2

      Nirujoni

    • @angelhopeshaktiathena1429
      @angelhopeshaktiathena1429 Před 2 měsíci

      LET THERE BE LIGHT 🌄 🌅🧚‍♀️
      LET THERE BE LOVE🌄🌅🧚‍♀️💧🍃 💜❤️💓💚
      LET THERE BE LIFE 🌄🧚‍♀️💧🍃🌲🌳🌴METTA🍓🍉🍎🍌🫐🍇🌹🏡🛖🤽‍♀️🚣‍♀️🏊‍♀️🚣🚵‍♀️🪂🐣🐒🦁🐅🐆🐱🦊🐻🐷🐼🦉🦅🦣🐑🐕🐓🦚🦜🦥🐁🦔🐲🐄🐃🐂🐴🦄🐝🦋🐞🐟🦢🐇🦥🐲🍚🥑🙏🌄🧚
      BHAWATU SABBA MANGALAM
      DIVINE PROTECTION
      METTA

  • @priyambadapataramchi4421
    @priyambadapataramchi4421 Před 2 lety +14

    বহুত দিনৰ পৰা বিচাৰি আছিলোঁ ৷ আজি শুনিবলৈ পায় বহুত ভাল লাগিল ৷আপোনাক বহুত বহুত ধন্যবাদ ৷

  • @biswajitborah986
    @biswajitborah986 Před měsícem

    সুন্দৰ আকৌ মনত পৰিলে ল'ৰালী দিন বোৰলৈ❤❤❤

  • @TheGunin1988
    @TheGunin1988 Před 3 lety +10

    এনেকুৱা পুৰণি বিহু গীত বোৰ শুনি বহুত ভাল লাগে mindblowing

  • @nilutpalabhuyan1369
    @nilutpalabhuyan1369 Před měsícem

    বাহ কিমান বছৰৰ মূৰত শুনিছো এই ধুনীয়া বিহু গীতটি। সৰু কালটো মনত পৰি গৈছে।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci +2

    সুন্দৰ, শুনিয়েই থাকিবলৈ মন মোৰো এনে বিহু তেতিয়াই মোৰ মনটো কৰবালৈ উৰা মাৰিব বিচাৰে কৰবালৈ,,, কিন্তু কি হব ভবা কথা ভবাতেই থাকিল,,, পিছত সেই ৰূপ চাবলৈ নাপাই মই গলো ডিব্ৰুগড় লৈ গৈ হে তত্ পালোঁ,

  • @DharmaKantaHazarika
    @DharmaKantaHazarika Před 3 lety +26

    শৈশৱৰে পৰা শুনি অহা গাই‌ অহা প্ৰিয় বিহু গীত....

  • @ankitsonowalvlogs8394
    @ankitsonowalvlogs8394 Před 3 lety +11

    সছাকৈ বৰ ধুনীয়া আছিল সেই সময়ৰ বিহুগীত বোৰ

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Před 3 lety +29

    ককাইদেউ আপোনাৰ গীত বহুত ভাল লাগে ,আপোনালৈ বিনম্ৰ অনুৰোধ আপোনাৰ সকলো গীত দিবছোন

  • @BhadreswarBordoloi
    @BhadreswarBordoloi Před měsícem

    লৰালিত শুনি গাই ফুৰা দিনবোৰলৈ ঘূৰি গলো । মাদকতা ভৰা গীত । এতিয়াও গুণগুণাও । আগবঢ়োৱা জনলৈ কৃতজ্ঞ হলো ।

  • @pranjaldutta6431
    @pranjaldutta6431 Před 3 lety +14

    সুন্দৰ দাদা,এইবোৰ বিহু গীতত আচলতে বিহুৰ মাদকতা পোৱা যায়।

  • @hirenborah6141
    @hirenborah6141 Před 2 měsíci

    বিহু বিহ লগা এই গীতবোৰ শুনিলেই বিহ বিহ লাগে। কুলি,কেতেকীয়ে মাতক বা নামাতক ❤

  • @divyojyotidutta9778
    @divyojyotidutta9778 Před 3 lety +13

    শৈশবৰ পৰা আজিলৈকে চিৰসেউজীয়া হৈ থকা বিহু গীত ৷

  • @DibyalataDas-jy1fh
    @DibyalataDas-jy1fh Před 2 měsíci +1

    বিহুৰ যোজনাটো শুনি শুনি হেপাহেই নপলাই,কি যে সুৰীয়া আৰু লগতে বিহু....

  • @user-mn9su8kc4s
    @user-mn9su8kc4s Před 2 měsíci +1

    সচাই পু ৰণি গীতবোৰৰ মাজত এক নতুন সোৱাদ আছে

  • @jaanbiswas5122
    @jaanbiswas5122 Před 3 lety +144

    সৰুতে শুনিছিলো,, কিন্তু পিছলৈ বিছাৰি নোপোৱা হলো,, যতনাই থোৱা জনলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ,, ক'ত হেৰাই গ'ল এনে গীতৰ স্ৰষ্টা বোৰ,,, উফ্ কি গীত আছিল সেইবোৰ 🙏🙏🙏

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 2 lety +10

    old is gold. Thanks for offering such old bihu song to us.

  • @anjusarmah3783
    @anjusarmah3783 Před 2 měsíci

    বৰ ভাল লাগিল,পুৰণি বিহু এটা শুনিবলৈ পালো

  • @chumpiboruah9025
    @chumpiboruah9025 Před 3 lety +7

    শৈশৱতে এই বিহুটো খুব গাইছিলো। আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল । পুৰণি বিহু আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ।

    • @RUBULBORA
      @RUBULBORA  Před 3 lety

      Nichoi

    • @latakonwar965
      @latakonwar965 Před 2 lety

      আপোনাৰ বিহুবোৰে আমাৰ মনবোৰ চুই যায় কিমান যে মজা লাগে শুনিবলৈ । আপোনাৰ গানবোৰে সেইদিন বোৰলৈ আমাক ওভতাই লৈ যায় । ধন্যবাদ ।

  • @jayantadas2442
    @jayantadas2442 Před 3 lety +9

    তেতিয়াৰ সেই কেছেতৰ দিনলৈ ঘুৰিযোৱা যেন লাগিল

  • @pankajsaikia5422
    @pankajsaikia5422 Před 3 měsíci +2

    বিহু বুলি ক'লে এই খিনি হে। আজি কালিৰ গান শুনিবলৈ মন নযাই। আধুনিকতাৰ নামত ধ্বংস হৈ গৈছে বিহু হওঁক বা ভাওনা হওঁক।

  • @prantajitbora996
    @prantajitbora996 Před 3 lety +14

    সচাকৈয়ে সেই সময়ৰ গীত বিলাক বহুত ভাল লাগে।

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 Před 2 lety +5

    আপোনালোকলোও নবৰ্বষৰ শুভেশ্ছা জোনালো👍👍👍👏👏👏🙏🏼🙏🏼🙏🏼

  • @dilipdekacollection6754
    @dilipdekacollection6754 Před rokem +3

    শুনিয়ে থাকিবৰ মন ৷ এবাৰ লিখা কাগজ জানো লিখাৰ পাচত উকা হৈয়ে ৰ’ল এই গীতটো পাম নেকি?

  • @bhaskarborah7561
    @bhaskarborah7561 Před 3 lety +6

    বৰ সুন্দৰ গীত৷আপুনি আৰু গীত লিখিবচোন৷

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 Před rokem

    Moiu Horu hoi thakutei huna aajiu monot aase bor dhunia Bihu geet 👍👍👍

  • @montudutta7017
    @montudutta7017 Před 2 lety +8

    সুন্দৰ বিহু গীত 👍👍👍👍👍👍👍👍

  • @debajyotibhattacharjee1044

    সৰুকাললৈ মনত পৰি গ'ল...বিহু মানেই এই গীতটো

  • @piyush5747
    @piyush5747 Před 3 lety +3

    Aji ha bhal lagisa thanks Rubul Bora da for uploading

  • @nobinborah8327
    @nobinborah8327 Před 2 měsíci +1

    Old is gold তাক কোনেও নুই কৰিব নোৱাৰে।

  • @podmaragborboruah8873
    @podmaragborboruah8873 Před 3 lety +7

    এনে চিৰযুগমীয়া গীত সমূহত বিহুৰ প্ৰকৃত ছবি চিত্ৰিত হয় ।

  • @shoundaryasvlog2012
    @shoundaryasvlog2012 Před rokem +1

    সৰু হৈ থাকোঁতে এইবোৰ নাম গাইয়ে বিহু মাৰিছিলোঁ। ২০০০ চনৰ আশে পাশে সময়খিনিলৈ মনত পৰি গ'ল। 😢😢

  • @DebojitHandique.
    @DebojitHandique. Před 7 měsíci +2

    এনেধৰণৰ বিহু আজিৰ দিনত নতুনকৈ শুনিবলে নোপোৱা হ’লো।❤

  • @putulnath1715
    @putulnath1715 Před rokem +1

    সঁচাই এইবোৰ গীতে বহুতো কথা কৈ যায়। এই সময়ত আৰু এটা দেহবিচাৰৰ গীতে মন চুই গৈছিল। কেছেট টোৰ নাম "দীনবন্ধু" ।যদি কোনোবা সংগীত প্ৰেমিয়ে যতনাই ৰাখিছে সমাজলৈ আগ বহাই দিব

  • @animagogoi5297
    @animagogoi5297 Před 6 měsíci +1

    এনেকুৱা বিহু শুনিলে হেপাহ নপলায় ।মনটো তাহানিৰ সৰু কাললৈ ঘূৰি যায়

  • @JyotiSaikia
    @JyotiSaikia Před 3 lety +12

    বহুত ধন্যবাদ। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ বিহু গীতটো।।

  • @rishikasaikia9336
    @rishikasaikia9336 Před 2 lety +2

    মনটো ৯২চনলৈ উভটি গ'ল, সঁচাকৈয়ে কিমান ভাল লগা এটি সুমধুৰ বিহুগীত

  • @nityaburagohain8404
    @nityaburagohain8404 Před 3 lety +2

    Okhomiya Kristi sonskritir omulya sompod ei geet ti...ei geetot aami asu , aru aamat ei geet ase...!

  • @lakheswarkalita5013
    @lakheswarkalita5013 Před 3 lety +5

    শৈশৱলৈ মনত পৰি গ'ল

  • @keshabbora7742
    @keshabbora7742 Před 3 lety +6

    লৰালি কালত সোনা বিহু নাম আজিও সুনিবলৈ পাইছো ধন্যবাদ

  • @parthapratim5368
    @parthapratim5368 Před 3 lety +4

    উফ কি সুন্দৰ প্ৰকৃত অৰ্থ বহুল গীত

  • @mitaleekashyap9057
    @mitaleekashyap9057 Před rokem +1

    আগতে আমি বিহু বুলি ক'লে যোৰহাটত ৰুবুল বৰা, আজি কলকাতাৰ ঘৰত বহি বছেৰেকৰ ব'হাগৰ বিহুৰ দিনা নিজৰ ছোৱালীক আমাৰ দিনৰ জনপ্ৰিয় বিহুগীত শুনাবলৈ পাই কিমান যে ভাল লাগিছে ❤️❤️

  • @krishnakamalsaikia8243
    @krishnakamalsaikia8243 Před 4 měsíci +1

    ৰুবুল বৰাৰ গীতবোৰ মোৰ বৰ প্ৰিয় । আকৌ সৃষ্টি কৰিবনে এনে গীত

  • @momihazarika413
    @momihazarika413 Před 3 lety +5

    Hrute huni gai vl paw kokaidew apunar bihu geet keta dibo🙏🙏

  • @SwapnaBaruah400
    @SwapnaBaruah400 Před 3 lety +5

    ভাল লাগিল শুনি, চাই।

  • @matuhazarika5148
    @matuhazarika5148 Před 3 lety +10

    ইমান পুৰণি বিহু গীত শুনি ভাল লাগি গৈছে সৰু কথা মনত পৰে।।

  • @binodkakati7300
    @binodkakati7300 Před 3 měsíci +1

    এয়াহে আচল বিহু ! এইবোৰ গীত শুনি থাকিলেও হেঁপাহ নপলায় ! আজিৰ প্ৰজন্মই এইবোৰ বিহু গীত নুশুনে বা মাদকতা নুবুজে ! সুন্দৰ সংগ্ৰহ ! সংগ্ৰাহক গৰাকীলৈ সমাগত ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ !❤❤❤❤❤

  • @ms5971
    @ms5971 Před rokem +1

    বৰ ভাল লাগে শুনি। সৰুতেই শুনিছিলোঁ । এতিয়া বহু বছৰৰ মূৰত শুনিলোঁ। আৰু দুটামান আছে পুৰণি বিহু, খুব ভাল পাওঁ শুনি, কিন্তু বিচাৰি পোৱা নাই সেইকেইটা।
    'চিলমিল চিলমিল টোপনি মোৰ দুপৰত
    নিশা নাহে টোপনি মোৰ তোমাৰে ঐ বেজাৰত
    যোৱা ৰাতি সপোনত চন্দ্ৰলৈ মই গৈছিলোঁ
    সৰু সৰু তৰাবোৰ হাতেৰে চুই চাইছিলোঁ।
    এই গানটো বৰ ভাল পাওঁ। পিছে বিচাৰিহে পোৱা নাই।

  • @axomiyasuwali603
    @axomiyasuwali603 Před 3 lety +4

    Nostalgic hoi goise mon2 ❤️ horute husori gabo jawte jujona diya pst a ai2 gaan gaw a ru ami😍 ekdom horu kal2 le mnt pori goise aji

  • @ghanagogoi1085
    @ghanagogoi1085 Před 4 měsíci +1

    Rubul dada apunar aine ganbur bahut vahl lage

  • @Someshnr
    @Someshnr Před rokem +1

    এইবোৰ বিহুৱে আমাৰ জীৱনৰ এচোৱা কাল ৰঙীন কৰি ৰাখিছিল ৷ কি সুন্দৰ গীত ৷

  • @borkhaphukan7431
    @borkhaphukan7431 Před rokem

    Bht besi val lga bihu gaan to 😍😍

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 Před 3 měsíci +1

    সেই দিনবোৰ সঁচাই সোণালী আছিল ❤

  • @dulumonibora2881
    @dulumonibora2881 Před rokem +1

    Iman dhuniya huni thakibo mon Jai 🥰❤️

  • @djbora6088
    @djbora6088 Před 3 lety +33

    ৰুবুল দাদা আমি এনেকুৱা ধৰণৰ নতুন বিহু আৰু শুনিব বিচাৰো

  • @biswajitborah.4452
    @biswajitborah.4452 Před 3 lety +5

    Val lagil

  • @shoundaryasvlog2012
    @shoundaryasvlog2012 Před 2 měsíci

    সৰুতে এইবোৰ গীত গাই বিহু গাই ফুৰা মনত পৰি গৈছে। Upload কৰা জনক ধন্যবাদ জনালোঁ।

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg Před 2 měsíci

    বৰ সুন্দৰ❤❤

  • @realsonger5991
    @realsonger5991 Před 3 lety +94

    নেপাই দাদা, বজৰুৱা এসোপাৰ মাজত বিহুটোক আপুনি এৰি এনেকৈ আতৰি যোৱাটো। কিমান বছৰৰ পিছত যে আপুনি আহিল। সঁচাকৈয়ে ভাল লাগিছে।

  • @ratnawaliassam7749
    @ratnawaliassam7749 Před rokem

    বহুত ভাল লাগিল, লৰালি।।।।।।।

  • @user-tm4sv8oi7s
    @user-tm4sv8oi7s Před rokem

    বহুত দিনৰ মূৰত শুনি ভাল লাগিছে

  • @prachujyahazarika6661
    @prachujyahazarika6661 Před 2 měsíci

    পুৰণা বিহু গীত বিলাক বহুত ধুনীয়ালাগে

  • @boidyanathphukan5727
    @boidyanathphukan5727 Před 2 lety +2

    শৈশৱৰ বুকুৰ আপোন গীত এইবোৰ।
    চিৰ সেউজ ..... 😍

  • @mohannath6515
    @mohannath6515 Před 3 měsíci +1

    ধুনীয়া , বিহু বিনন্দীয়া হওক

  • @bakulgogoi9955
    @bakulgogoi9955 Před 7 měsíci +1

    ❤❤ বহুত দিনৰ পিছত শুনিবলৈ পায় বৰসুখি হলো

  • @dilipmahanta8479
    @dilipmahanta8479 Před 2 měsíci +1

    ঢোলৰ চাপৰ বিহু নাম অপূৰ্ব

  • @JankiCreation
    @JankiCreation Před 3 lety +3

    Xundar

  • @harakantatamuli1053
    @harakantatamuli1053 Před 2 měsíci

    Hundor .❤❤❤

  • @duttadurna
    @duttadurna Před 2 lety +2

    বহুত ভাল লাগে এই বিহু গানটো শুনি। মোৰ হৃদয় শাত পৰি যায়।

  • @nirmalduwrah2094
    @nirmalduwrah2094 Před 3 měsíci +1

    Aibilk ha bihu gan.......

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 Před 3 lety +8

    আকৌ এবাৰ নষ্টালজিক হ'লোঁ ।
    ধন্যবাদ প্ৰিয় বিহুৱা ৰুবুল বৰা দেৱ ।
    আপোনাৰ পৰা এনেকুৱা চিৰসেউজ গীতৰ পুনৰবাৰ আশা কৰোঁ আজিৰ দিনত ।

  • @chaonayanruchao..325
    @chaonayanruchao..325 Před 2 lety

    Rubul da apunalukr bihu bisaru...apuni ahok...nhole hekh hoi jabo

  • @informatiom1991
    @informatiom1991 Před 3 lety +3

    Apunak bahu bahu dhanybaad...kiman boxoror pora bisari asilu eai geet ti...1990 pora 2000 loike jiman bihu ase parile uploaded krbo

    • @RUBULBORA
      @RUBULBORA  Před 3 lety +2

      Nichoi Di asu lahe lahe. Dhnyabad

  • @BituDuwarah
    @BituDuwarah Před rokem +2

    দেউতাৰ মাইক আছিল, তেতিয়া দেউতাই বজোৱা কেচটত শুনিছিলোঁ, এতিয়া 23 বছৰ পাছত শুনিবলৈ পাই দেউতালৈ মনত পৰিছে দেউতালৈ, দেউতা 2009 চনতে ঢুকাল।

  • @lipikabhuyan6979
    @lipikabhuyan6979 Před 2 měsíci

    হেঁপাহৰ গীতটো পুনৰ শুনি বৰ ভাল লাগিল

  • @monojhazarika1398
    @monojhazarika1398 Před 2 lety

    Mozaaaa

  • @ankitentertainment5993

    Horute huna bihuti aji hunibo palu thank you dada

  • @wearelegend36
    @wearelegend36 Před 2 měsíci

    Bhut bhut val lga geet asil❤

  • @nipendas7287
    @nipendas7287 Před rokem

    Oh kot lukuwai rakhisil eii gann too😍😍😍😍😍😍😜loralik huworilu

  • @user-ws9gi5br3y
    @user-ws9gi5br3y Před 4 měsíci +1

    এই বিহুগীত যুগ যুগান্তৰলৈ থাকিৱ ।।

  • @mainaasom6467
    @mainaasom6467 Před 3 lety +3

    আপোনাক কি বুলি ধন্যবাদ দিম মোৰ শৈশৱৰ গীতটি

  • @pabitrabhuyan4652
    @pabitrabhuyan4652 Před 3 lety +3

    বহুত ধন্যবাদ ।পুৰনি গীতবোৰ দিব

  • @jibongogoi6940
    @jibongogoi6940 Před 3 měsíci +1

    এই বিলাক বিহু গীতৰ মাদকতা ই বেলেগ আছিল l

  • @bhabanandadeori316
    @bhabanandadeori316 Před 3 lety +2

    গীত টিয়ে পুনযৌৱনা কৰিতোলা দৰেই লাগিছে।

  • @user-ug2wo8jf4o
    @user-ug2wo8jf4o Před 6 měsíci +1

    বহুত বহুত ধন্যবাদ

  • @swapnabordoloi2827
    @swapnabordoloi2827 Před rokem

    Bohut dhunia 👍👍👍👍

  • @debasishburagohain5564
    @debasishburagohain5564 Před 3 lety +5

    সৰুতে হুঁচৰিত গাইছিলো ও

  • @Rahulsviews
    @Rahulsviews Před 2 měsíci

    Childhood memories lots thanks for uploading this song

  • @gogoisheela9289
    @gogoisheela9289 Před 3 lety +1

    Bohut bhal lagil.kiman dinor murot bhal bihu eta huna palu