||এতোলা সোনেৰে || বিহু গীত || ETULA XUNERE || BIHU SONG || DIRECTED BY RUBUL BORA||
Vložit
- čas přidán 3. 04. 2021
- #RUBUL_BORA_BIHU_SONG
Production House - SYMPHONY, JORHAT
Singer - Keishnamoni & Geetimoni
Lyrics/Tune & Music - Rubul Bora
Dhol - Prasen Bora, Debeswar Saikia
Flute - Late Prabhat Sharma
Taal - Jayanta Sharma
Keyboard - Bhadrakanta Das
Mix & Mastered - Studio Auditek by Bhupen Uzir - Zábava
অসমৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় বিহু গীতৰ কেছেট আছিল,ৰুবুল বৰাৰ।
এয়াহে আচল বিহু নাম যেন লাগিছে, সঁচাকৈয়ে ৰুবুলদাৰ অপূৰ্ব সৃষ্টি এই গীতবোৰ
বৰসোণদৰহৈছে।
বৰ ভাল লাগিছে ৰুবুল দা।
লৰালী লৈ মনত পেলাই দিলে ,সুন্দৰ
পুৰণি বিহু গীতৰ বাবে ৰুবুল বৰা লৈ ধন্যবাদ থাকিল ।
ককাইদেউ ,বৰ ভাল লগা গীত
"তোমালৈ দিয়া চিঠিখনিৰ উত্তৰে মই পোৱা নাই" এই বিহু গীতটো থাকিলে দিবচোন দাদা🙏
ৱাহ কি সুন্দৰ বিহু গীত, শুনি থাকিবৰ মন যায়। শৈশৱ কাললৈ মনত পৰে........ সঁচাই
Very nice song. Old is gold ...
💯💥💯
মজা ।
Bohut val lagil dada
বিহু বিহু লাগিছে গাত
গানটো শুনি লৰালি মনত পৰি যায়
ধুনীয়া ককাইদেউ অপূৰ্ব
মন প্ৰাণ ভৰি যায় এই পুৰণা গীত বোৰ শুণিলে ।।
ৰুবুলৰ সুৱাদ ভৰা কন্ঠ।
মোৰ জীৱনৰ একমাত্ৰ প্ৰিয় বিহুগীত,, এই ভিডিঅটোত অভিনয় কৰা সকলোকে যদি একেলগে লগ পোৱা হলে,, পুৰস্কৃত কৰিম বুলি ভাবিছোঁ
Nice rubul da
অতি সুন্দৰ
অপূৰ্ব ❤️
বহুত ধুনীয়া গান
Eman dhuniya original Bihu geet....
Ajikalir bihugeetot jai madokota nai OLD IS GOLD
আজিকালি বোৰ বিহুসুৰিয়া হে
আপোনাৰ বিহু শুনিয়ে ডাঙৰ হলো সদায়ে আপোনালোকক বিহু হিয়াৰে বিচাৰো
আচল বিহু।
Nice
Dhuniya lagise
Very beautiful song, 🥰 loved it
Emn Dhuniya ki kon ❤️❤️
Like et. Lovle
𝓑𝓸𝓱𝓾𝓽 𝓿𝓪𝓵 𝓵𝓪𝓰𝓲𝓵
Kmc da r bihu buli le blg eta mja ase
Rubul brother u r great
Aru lage ane bihu 💃💃💃
Xundor
ধুনীয়া৷
ভুপেনদাৰ কন্ঠত বিহু গীত শুনিবলৈ পামনে?
Old is gold ❤️❤️❤️❤️❤️
Vitali bar video geetbur upload dibo soon, dada
এইবোৰ গীত এটা সময়ত বহুত গুণগুণাইছিলোঁ অ ৰুবুল দা।
Mojjjjjaaa
মন চুই যাই। মনত পৰি যাই এৰি অহা সেই দিন বিলাকলৈ।
Ki hundor bihu geet, dislike korakeijonok chabo mon hoise.
Rubulda " Ina Bina Irinar " gaankhini plz upload koribo. Bihur xuvessa thakil dei .
Mojjaa
Rubul da eai cassette t thaka 'Nijan rati dur ximat' ganti oti xunkale dibo, bohut din xuni pua ni, please
বৰ সুন্দৰ বিহুগীত অ' ৰুবুল দা।
CT by mo p
@@binnygogoi2484 😄😄😄😄😄😄😄😄😄😄😄😃😄😄😄😄😄
@@binnygogoi2484 😄😄😄😄😄😄😄😄 to 😐😐😄 😯😯😐😐😄😄😄😄😄
Nice 👍👍👍👍🙏
FAGUNI 1996 cassette 📼 r bihugeet keita ketiya hunibole pam dada...
Beautiful
1994/95/96 lokhimi & hunali casetor bihu hunibo Pam buli akha rakhilu
Best Bihu.
Faguni 96 cassette Tu mur logot aase....... Cassette player Tu beya hol......
7002016755 pare jodi call koribo dada,
Betu pat khon ase ne ?
@@ShibajiLoing aase... Cover Tu
Whatsapp kori dibo neki
👍👍
বগীতৰা গীত কেইটা পাম বুলি আশা কৰিলো দাদা
Hundor
Sonali bihu album 1995 .geet keita diba
Nice song..
Rubul da faguni cassate r gaan diok sun
আজি কালি গীতৰ কোনো অৰ্থ নাই।কি গীত বনাই ভাবি নাপাওঁ।
পুৰণি গীত মেইন
Hadari cassette or Bihu bur upload koribosun..
Moruvumi hukan bali
বিহুগীতটোৱে নষ্টালজিক কৰি তুলিলে। 20 বছৰ পুৰণি স্মৃতিবোৰ কঢ়িয়াই আনিলে। 'সোণমইনা' কেছেটৰ আনবোৰ বিহুগীত আপলোড কৰিবলৈ দাবী তুলিলো।
Up ludkaribalage
Point Pop point to
NAME OF THE CASSETTE ALBUM WAS SUN MOINA BIHUGEET. CAN YOU TELL ME WHICH YEAR THIS WAS RELEASED ?
OH KOBALOI BAKI NAI
Ako unite golu lore dennurla loraleta huneselu gantu
Nice
Nice
Nice
Evergreen bihu song