বিহুৰে বিৰিণা পাত ॥ হুঁচৰি॥ জুবিন গাৰ্গ॥জয়কান্ত গন্ধীয়া ॥ চন্দ্ৰশেখৰ শৰ্মা ॥ চৰাইদেউ হুঁচৰি ॥ Zubeen

Sdílet
Vložit
  • čas přidán 17. 03. 2022
  • Pankaj Bora Musical
    সত্য, ত্ৰেতা,দ্বাপৰত👉 • সত্য, ত্ৰেতা, দ্বাপৰত ...
    কিশলয় ক্লাছ👉 • কেনেকৈ শিকোৱা হয় “কিশল...
    How to play dhol part-3 (English subtittle)👉 • বোল কেনেকৈ স্পষ্ট হব ?...
    চুঁচনি থকা বোল👉 • চুচঁনি থকা বোল ॥ Dhol ...
    কছাৰি ছেও👉 • কছাৰি ছেও ॥ KOCHARI SE...
    How to play dhol part-2 (English subtittle)👉 • Dhol TUTORIAL with ENG...
    মাহিতা” ক’ত পাব 👉 • Dhol TUTORIAL with ENG...
    নেগেৰাৰ গুৰুঘাত👉 • নেগেৰাৰ গুৰুঘাত ॥ NEGE...
    ন শিকাৰুৱে নেগেৰাৰ বোল কেনেকৈ বজাব 👉 • ন-শিকাৰুৱে বোল কেনেকৈ ...
    How to play dhol part 1 ( English subtittle)👉 • How to Play dhol, With...
    How to play Negera ( Rogor tips)👉 • How to play Neger, ROG...
    জোনবাইৰ দেশলৈভিতালী বা 👉 • জোনবাইৰ দেশলৈ ভিতালী ব...
    অ’ ককাই👉 • অ’ ককাই ॥ চংখাম ফুকন ॥...
    বিহুৰে বিৰিণা পাত👉 • বিহুৰে বিৰিণা পাত ॥ হু...
    ঢোলবাদন Live👉 • Dholbadan by Pankaj Bo...
    পশুপতি (ভক্তিগীত)👉 • পশুপতি || Pasupati || ...
    অসমী আই 👉 • আই || Aai || Band of K...
    বাপতি সোহোন 👉 • BAPOTI XAHUN , BIHU, P...
    ডন্বৰু 👉 • ডম্বৰু ॥ DOMBORU, BHAK...
    গেজেং ফুল (বিহু)👉
    • GEJENG PHOOL Bihu, BIP...
    ঘুনুচা👉
    • Video
    গাঁৱৰ ডেকা 👉
    • GAONR DEKA 2020 BIHU, ...
    পাহাৰী গাভৰু( বিহু)👉
    • পাহাৰী গাভৰু - ২০২২ | ...
    ৰাইজৰ পদধূলি (বিহু)👉
    • ৰাইজৰ পদধূলি ॥ হুঁচৰি ...
    পানী তোলা ছেও👉
    • পানী তোলা ছেও ॥ ঢোল বা...
    Antaryami Nrayan (RAKH)
    • ৰাসৰ গীত ॥ ৰাধা-কৃষ্ণ ...
    PASHUPATI mahadev
    • পশুপতি | টোকাৰী গীত | ...
    KOLI JUGE TUKARI GEET
    • Video
    Online negera class
    • ঢোলৰ সম্পূৰ্ণ গুৰুঘাত ...
    Best size DHOL LESSON by Pankaj Bora, Fingering Tips, Buloni, Rogor, How to Develop Rogor, Rogor
    exercise, • DHOL LESSON by Pankaj ...
    ঢোলৰ মুখ্য আৰু আনুসংগীক স্বৰ বা ধ্বনি সমূহ জানিবলৈ এই ভডিঅ’টো চাওক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অ আ ক খ
    • Dhol Lesson by Pankaj ...
    ঢোলৰ আকাৰ আৰু গঠন কেনে হোৱা উচিত
    • Best size of dhol , Ho...
    এখন নতুন খৰচনা শিকক
    • Oja Dhol Lesson #KHORS...
    হস্ত সাধনা
    • হস্ত সাধনা ॥Hand Pract...
    অনলাইন ঢোল শিকিবলৈ যোগাযোগ কৰক
    • Online Dhol class From...
    ঢোসৰ ৫ ৰত্ন
    • PANCHA RATNA OF DHOL ,...
    ঢোলৰ মাৰি আৰু টেমেকা
    • Dhol Lesson By Pankaj ...
    চাৰি যুগে চাৰি ঢোল
    • Dhol Lesson . চাৰি যুগ...
    দীঘলিয়া ছেও
    • Online Bihu Dhol Class...
    ঢোলৰ ভাঙনি
    • Dhol Lesson by Pankaj ...
    ছেও আৰু চাপৰ কি
    • Dhol Lesson by Pankaj ...
    ৫১ টা সহজ বোল শিকক
    • Dhol Lesson by Pankaj ...
    ঢোলৰ অলংকাৰ
    • Dhol Lesson by Pankaj ...
    তালিত বজোৱা বোল
    • Dhol Lesson by Pankaj ...
    জানিলওক এই ৬ টা কথা
    • Bihu Dhol Lesson by Pa...
    কম শব্দত কেনেকৈ ঢোল অনুশীলন কৰিব
    • Dhol Lesson by Pankaj ...
    ঢোলৰ উৰুলি আৰু কুৰুলি
    • Dhol Lesson by Pankaj ...
    দিগিৰিখি তাখিৰিখি বজাবলৈ শিকক
    • Bihu Dhol Lesson by Pa...
    ঢোলৰ অংশ সমূহ আৰু তাৰ কাম
    • Bihu Dhol Lesson by Pa...
    ঘৰতে কেনেকৈ নেগেৰা শিকিব
    • Negera Lessons by Pank...
    নেগেৰাৰ ২৫ টা সহজ বোল
    • Negera Lesson by Panka...
    নেগেৰাৰ ভাঙনি আৰু অলংকাৰ
    • Negera Lesson (3), Bha...
    দিহানামত নকৰিব এই ভুল
    • Online Negera Class (4...
    নেগেৰাৰ ৰগৰ বজাবলৈ শিকক
    • Negera Lesson by Panka...
    খোল পাঠ- পৰিতাল
    • Khol lesson (3) পৰিতাল...
    খোল পাঠ- ৰূপক তাল
    • Khol Lesson 2, ৰূপক তা...
    facebook - / pankajboraofficial
    Instagram- pankajbora204
    Our Musical Band
    #BAND_OF_KISHALAY
    / band-of-kishalay-55990...
  • Hudba

Komentáře • 163

  • @nabingogoi8689
    @nabingogoi8689 Před měsícem +3

    বৰ সুন্দৰ হৈছে।এনে এযোৰা হুঁচৰি গুৱাহিটীৰ গৃহস্থৰ চোতালত গোৱাকৈ আহিলে আমাৰ ঘৰলৈ নিমন্ত্ৰন কৰৰা হেপাঁহ আছে ।

  • @ganeshprasadjaiswal8965
    @ganeshprasadjaiswal8965 Před rokem +9

    অসমৰ হুচৰি বিহুৰ দল বৰ্তমান কমিব ধৰিছে। সেয়ে এই কৃষ্টিক
    জীয়াই ৰখাৰ চেষ্টা কৰিব লাগে। বৰ ভাল লাগিল। আগলৈও এনেদৰে
    বৰ্তাই ৰখাৰ চেষ্টা কৰিব লাগে।

  • @rukminicreation2522
    @rukminicreation2522 Před rokem +9

    চোতালত মৰা বিহু যোৰাই অতীতলৈ মনত পেলাই দিলে। খুব সুন্দৰ। পুৰণি বিহু বোৰ নোহোৱা হৈ পৰিছে।

  • @dimbeswariborgohain2266
    @dimbeswariborgohain2266 Před rokem +6

    সচাকৈ বহুত বেছি ভাল লাগিল চাই। হুছৰি দলটি আতাইলৈ বহুত বহুত ধন্যবাদ থাকিল।

  • @user-lj9qw4oj5q
    @user-lj9qw4oj5q Před 2 měsíci +3

    zubeen daa hosa juiii dei ki gaisa beh love u..

  • @pahivlog
    @pahivlog Před 7 měsíci +4

    গোলাঘাটৰ পৰা কচু হুচৰি ভাল লাগিচে🎉🎉🎉😅😅😊😊😊😊😊

  • @rangdhemali2226
    @rangdhemali2226 Před 2 měsíci +3

    হুচৰি ভাল লাগিল। হুচৰি কেৱল পুৰুষে গায়।

  • @minaram9102
    @minaram9102 Před 2 měsíci +3

    zubeen Garg ❤

  • @hemantaphukon7578
    @hemantaphukon7578 Před rokem +5

    বহুত পুৰণি চৰাইদেউ বিহু দলৰ চাই ভাল লাগিল ।

  • @GopalDas-um6fm
    @GopalDas-um6fm Před 2 měsíci

    জয় জুবিন দা ❤

  • @madhujyabora6811
    @madhujyabora6811 Před rokem +5

    Hundor kokai❤️

  • @umeshchdeka5973
    @umeshchdeka5973 Před 2 měsíci

    শুনি ভাল লাগিল। আগলৈকে নতুন নতুন গীত শুনিবলৈ পোৱাৰ আশাৰে.....

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci +6

    বিহু হলে এনে হে হব লাগে তেহে জমনি হৈ পৰে শুনিবলৈ,,,,

  • @abhijit3540
    @abhijit3540 Před 3 měsíci +3

    Zubeen garg🙏🙏

  • @robinrajguru9191
    @robinrajguru9191 Před 2 měsíci +1

    Dhunia lagise dai

  • @bhabanigogoi3278
    @bhabanigogoi3278 Před 2 měsíci +3

    Nice🎉🎉

  • @BojenBaruah-st5wz
    @BojenBaruah-st5wz Před měsícem

    বহুৰ,বাৰ, চালু, আমনি, নালাগে, এই, বিহু, যোৰা Krishna🙏🙏🙏

  • @user-jl8ui5wu9w
    @user-jl8ui5wu9w Před 2 měsíci +2

    নতোন বছৰ শুভেচাৰে কহিয়াই আনকতোমালোকৰ জিবনলে মধৃৰ হাহি সফুৰা

  • @probinboiragi879
    @probinboiragi879 Před 2 měsíci +2

    Nice

  • @srimantahazarika3450
    @srimantahazarika3450 Před rokem +1

    বঢ়িয়া,

  • @mridulsaikiya5672
    @mridulsaikiya5672 Před rokem +2

    অতি সুন্দৰ।👍👍

  • @rubulnath2816
    @rubulnath2816 Před 2 měsíci +3

    🙏👌 অতি সুন্দৰ 👌🙏

  • @bhubonborah3128
    @bhubonborah3128 Před 2 měsíci

    Very nice

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci +1

    সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে বিহু গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,,,,,, বজাই দিয়ক পেঁপাটি আপোনাৰ, গীতটো শুনি খুবেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক নির্বাচনত ভাগো লওক ইমানেই, এই মানসেৰে ই বিদায় হে ললো মই বেয়া হলে নাপাবদেই,,,

  • @thaneswarhazarika7245
    @thaneswarhazarika7245 Před 2 měsíci +1

    হছা ই ভাল লগিল

  • @BojenBaruah-st5wz
    @BojenBaruah-st5wz Před měsícem

    ৰঙালী বিহুৰ আন্তৰিক সুভেচ্ছা গিৰাপন কৰিচু🙏🙏

  • @minotisonowal604
    @minotisonowal604 Před 2 lety +5

    ইমান সুন্দৰ বহুত বহুত ৰঙালী শুভেচ্ছা জনালোঁ

  • @debajitrock
    @debajitrock Před rokem +2

    ধুনীয়া,,🥰

  • @bedobratbharali1455
    @bedobratbharali1455 Před rokem +4

    সুন্দৰ স্বকীয়তাৰে ভৰপূৰ নিভাঁজ হুচৰি। চিত্ৰগ্ৰহণ কৰঙাৰ ফালে হৈছিল নেকি বাৰু?

  • @alinurislam9622
    @alinurislam9622 Před 6 měsíci +2

    Mojja lagise o aru kobo nuearu eman dhuniya lagise o

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 Před 2 měsíci

    অতিশয় সুন্দৰ হৈছে

  • @user-jl8ui5wu9w
    @user-jl8ui5wu9w Před 2 měsíci +1

    Very good

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 lety +20

    এই হুঁচৰি যোৰ বহুত বাৰ চালো। ইমানেই ভাল লাগে।🙏🙏🙏🙏

  • @DipaliLahon-qd9er
    @DipaliLahon-qd9er Před 2 měsíci

    Hundar hoise bihu amar pran.

  • @smrityrekshaduttabhorali6783

    বহুত ভাল লাগিল ।

  • @user-fn2mw5uc5b
    @user-fn2mw5uc5b Před 2 měsíci

    সুন্দৰ ভাল লাগিছে

  • @user-th7op4gj8i
    @user-th7op4gj8i Před 2 měsíci

    ❤❤❤❤

  • @JeutiDeka-jh3fj
    @JeutiDeka-jh3fj Před 2 měsíci

    বহুত ধুনিয়া

  • @pankajrabha1157
    @pankajrabha1157 Před 2 měsíci

    সুন্দৰ হুচৰি

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci +3

    সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ বিহু টি শুনি খুবেই আনন্দ পালো ভবিষ্যত ও এনে বিহু শুনাব বুলি আশা কৰিলোঁ,,, চেষ্টা কৰি চাব চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল পালোঁ মই, এনে বিহু শুনিলে শুনি থাকিবলৈ খুবেই মন যায় মোৰো চিন্তা ভাবনা সকলো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই কৰবালৈ মনত পৰে,,,,

  • @prasannabora7644
    @prasannabora7644 Před 2 lety +2

    Hundor ...Pankaj Da

  • @makbulali547
    @makbulali547 Před rokem

    Bor bhal lagil dhoynobad

  • @JagatChMudoi
    @JagatChMudoi Před rokem

    Goodperfomance. Thanks to Allartists.

  • @Sanjib841
    @Sanjib841 Před 2 měsíci

    জয় জুবিন দা

  • @papubora9439
    @papubora9439 Před 2 měsíci

    😊😊😊😊🎉

  • @dipumpbora7904
    @dipumpbora7904 Před 2 lety +31

    ককাই আপুনি আকৌ এটা উলিয়াই দিয়ক আগৰ কেইটা ধুনীয়া লাগিল, এইবাৰ বিহুত আপোনাৰ এটা লৈছোঁ উৰুলিতো

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h Před rokem +1

    অতি সুন্দৰ চাই বৰ ভাল লাগিল দা

  • @youtubeuser8607
    @youtubeuser8607 Před rokem

    এইয়া হে বিহু, হুঁচৰি।তাতে গাইছে জুবিনে। অপূৰ্ব সোৱাদ ভাল লাগিছে 👏👏🙏🙏🏻

  • @pranabbayan
    @pranabbayan Před 11 měsíci +1

    Asomiyar abeg❤️❤️❤️❤️

  • @dharitriboruah3517
    @dharitriboruah3517 Před rokem +2

    Zubeen da song ❤️❤️❤️❤️❤️❤️ u

  • @phuloprabhahazarika6144

    Shasay bahawt bhal lage Thanks

  • @nilkantasinha2424
    @nilkantasinha2424 Před 11 měsíci +1

    Happy Bihu

  • @guanglidiy7166
    @guanglidiy7166 Před 2 lety +2

    আপোনাৰ বিহূ ভাল লাগে আপোনাৰ কিতাপ সমুহ লিখা বোৰ পঢ়িছো ভাল লাগে।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।

  • @djmahanta2866
    @djmahanta2866 Před 10 měsíci +1

    Aswome ❤❤❤❤❤❤❤

  • @rubulali6238
    @rubulali6238 Před rokem

    Very. Good. Bhibhi. Hihr

  • @sduttavlogs1940
    @sduttavlogs1940 Před 2 lety +1

    Khub vl lagil 🌹🌹🌹💕💕💕

  • @ansumanbatmas9500
    @ansumanbatmas9500 Před 2 měsíci

    বিহুৱান সকললৈবহাগবিহুতথানতুনবছৰৰশুভেইছাথকিল,

  • @debakumarkachari
    @debakumarkachari Před 2 lety +2

    Sir apunar hokolu video asw bhal lagi 😍😍😍
    Aru apunar video sai sai dhul hiki asu moi
    Apunak log puwa akha ata ase ❤❤❤❤❤❤❤❤

  • @karabigogoi9855
    @karabigogoi9855 Před 2 lety +1

    Val,lagil

  • @debojitboruah3439
    @debojitboruah3439 Před 5 měsíci +1

    nice song
    👋👋👋

  • @user-rr4wd5nl6y
    @user-rr4wd5nl6y Před rokem +1

    🤩🥰❣️❣️

  • @Dipankor858
    @Dipankor858 Před 2 měsíci

    আহি আছে অসমীয়াৰ বাপোতিহাসোন জয় অসমীয়া ৰাইজ 🥰❤

  • @ms5971
    @ms5971 Před rokem

    বিহুৰে বিৰিণা পাত তথ্যচিত্ৰ বৰ ভাল পাওঁ মই।

  • @user-en2pc9xb2y
    @user-en2pc9xb2y Před 2 měsíci

    এইবোৰহে বিহ

  • @user-sb6sw7ey8g
    @user-sb6sw7ey8g Před 7 měsíci

    Nice song 🙏🙏🙏

  • @kamaleswarbaruah6944
    @kamaleswarbaruah6944 Před rokem +1

    ইমান ধুনীয়া হুচৰি,চাই চাই আমনি নালাগে।বিহুৱা আটাইলৈ সেৱা যাচিলোঁ।

  • @gyandeepgaming9052
    @gyandeepgaming9052 Před 2 lety

    Sir ot hundor apunak log pua akha asa sir 🥰🥰🥰

  • @dimbakonwar3900
    @dimbakonwar3900 Před 3 měsíci

    i lov bihu

  • @sankardutta3914
    @sankardutta3914 Před rokem +2

    Otit ghurai palu hukhi holu sai

  • @nilkantasinha2424
    @nilkantasinha2424 Před rokem

    Nice Bihu

  • @dharmeswarsaikia176
    @dharmeswarsaikia176 Před 2 lety +1

    Very good thank you

  • @DebojitHandique.
    @DebojitHandique. Před 6 měsíci +1

    ❤❤❤

  • @assamjyotish9052
    @assamjyotish9052 Před 11 měsíci +1

    ❤❤❤❤❤❤❤

  • @AASSSLR
    @AASSSLR Před 2 měsíci

    Anyone from 2024 moi gomei napau je zubeen da bihu husori gabo pare

  • @sanjibsonowal753
    @sanjibsonowal753 Před 11 měsíci +1

    11.55 pm 2023 ufff❤❤❤

  • @__abinash__0777
    @__abinash__0777 Před 2 lety +2

    এনেকুৱা বোৰ video চাই বহুত ভাল লাগে চাই দাদা ।

  • @nabingogoi8689
    @nabingogoi8689 Před 2 lety +4

    সুনন্দৰ লাগিছে।বিহুৰ ওপৰত বিভিন্ন জনে বিভিন্ন সময়ত বিতৰ্ক কৰি থকাৰ মাজতে এনেদৰে এযোৰা বিহু হুচৰি ভালদৰে চাইছো ।ভাল লাগিছে ।

  • @KHOTAKHUR.
    @KHOTAKHUR. Před 2 lety +2

    😊

  • @jungogoi4014
    @jungogoi4014 Před 2 měsíci

    😮😢😮😮😅😅

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 lety +3

    সুন্দৰ হুঁচৰি।

  • @parandas1099
    @parandas1099 Před 10 měsíci +1

    L

  • @nilimagogoi172
    @nilimagogoi172 Před 2 lety +3

    Pankaj da tumr ghr kot hoi..tumi eman val koi dhol bojua tumr usorot dhol hikibo mon ata ase

  • @bontisaikia6433
    @bontisaikia6433 Před rokem

    😅😢å

  • @Jitumoniborah1
    @Jitumoniborah1 Před 2 lety +5

    চৰাইদেউ বিহুদল ❤️❤️❤️

  • @nonigogoi9580
    @nonigogoi9580 Před 2 lety +3

    এইদৰে থাকিলে বিহু জীয়াই থাকিব যেন লাগে।

  • @rakheephukan2195
    @rakheephukan2195 Před 2 měsíci +1

    খুবেই ভাল লাগিল। প্ৰথম ফা্ঁকি গাওঁতে উত্তৰে গৰু দক্ষিণে চৰু হ'ব লাগিছিল নেকি।

  • @hemangahridaysaikia2432
    @hemangahridaysaikia2432 Před 2 lety +2

    Boor Bhal lagile.
    Ajikali enekuwa husori dekhiboloi nepai.

  • @mridulkumarrabha892
    @mridulkumarrabha892 Před 2 lety +1

    Over nice

  • @niyarborahlifestory3715
    @niyarborahlifestory3715 Před 2 lety +2

    Bor val palu.joykanta gondhiya dadar contec numbertu diba pariba neki?moi Tezpuror.

  • @prafullakumarbora6602
    @prafullakumarbora6602 Před 2 lety +1

    Bihur samoy bor bhal lagise

  • @bijoyboruah2362
    @bijoyboruah2362 Před rokem

    Yluuu67

  • @krishnagogoi1526
    @krishnagogoi1526 Před 2 lety +1

    Very nice 🙏🙏🙏🙏

  • @PriyankaHazarikaBhuyan-ib2fl

    Lyrics পাম নেকি ?

  • @zeal6360
    @zeal6360 Před 3 měsíci

    Copy right nahil nk

  • @nobajyoti1096
    @nobajyoti1096 Před rokem

    Bihu bule kolea moi pogola

  • @birajgogoi5460
    @birajgogoi5460 Před 2 měsíci

    নাচনী নাই যে?

  • @nomoskarbondhu8099
    @nomoskarbondhu8099 Před 2 lety +1

    ভিডিঅ কেমেৰা ভাল নহয় ৷মানুহবোৰ চিনিকে নোৱাৰি ৷

  • @vibration7071
    @vibration7071 Před 2 měsíci

    Shankar dev rajare putek moni kuwor oii tar pasot ki gaise dhoribo pora nai kunubai koi dibo nki pasor line tu

  • @debojitdutta4999
    @debojitdutta4999 Před 2 lety +2

    Zubeenok kio gaabole dibo laage

  • @bakulpator9923
    @bakulpator9923 Před 2 měsíci

    Nice