|| HITS OF RUBUL BORA || BIHU SONG || VOL 1

Sdílet
Vložit
  • čas přidán 13. 03. 2021
  • #RUBUL_BORA_BIHU_SONG
    All Time Hits of Rubul Bora's Bihu Song

Komentáře • 279

  • @pradipkumarborah3484
    @pradipkumarborah3484 Před 3 lety +23

    এই চিৰ সেউজীয়া গীত বোৰ শুনিলে মনটো ডেকা কালৰ গাঁওত বিহু মৰা কথালৈ মনত পৰি যায়। আজি কালি এনে কেচা মাটিৰ গোন্ধ থকা গীত বিচাৰি পাবলৈ নাই। আপোনাৰ গীত বোৰ বহুত দিনৰ পৰাই বিচাৰি আছিলো। পাৰিলে আপোনাৰ সকলো গীত দিব বুলি আশা কৰিলো।

  • @mydreamssk9330
    @mydreamssk9330 Před 2 lety +16

    আজিকালি গীত বোৰ এইবোৰ গীতৰ লগত তুলনা কৰিবই নোৱাৰি।

  • @mypast6256
    @mypast6256 Před 3 lety +35

    অৱশেষত বহু দিনীয়া পুৰণি গীতকেইটা পালোঁ। ইয়াৰে কিছুমান গীত মোৰ জন্মৰো পূৰ্বৰ। ল'ৰালিত খুব গাইছিলোঁ। জোনে পোহৰ দিলে পোহৰ যেনেই নালাগে, অ নিৰুমাইকে ধৰি এতিয়াও বহু গীত শুনিবলৈ শ্ৰোতাই ৰৈ আছে কিন্তু। আমাক সেই সময়ৰ আটাইবোৰ গীত লাগে। এয়া আমাৰ তৰফৰ পৰা একান্তই অনুৰোধ জনাইছোঁ। নে কি কয় ৰাইজ!!

  • @ranjanbora9722
    @ranjanbora9722 Před 3 lety +15

    ২/১০গীত দুটা জীৱনৰ শ্রেষ্ঠ বিহু গীত হিচাবে বহুতৰ লগতে মইও স্বীকাৰ কৰো। ভৱিষ্যতে আৰু এনে চিৰসেউজ গীত শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @dipumpbora7904
    @dipumpbora7904 Před 2 lety +9

    সৰু হৈ থাকোতে দেউতাই আনিছিল কেচেদ খন , আকৌ আজি শুনিছোঁ , ভাল লাগিল শুনি ,

    • @bitopygogoi7892
      @bitopygogoi7892 Před 2 lety

      নামটো কি আছিল বাৰু কেছেট টোৰ৷২০০৩ চন মানতে বহুত শুনিছিলো৷Computer t download কৰি থৈছিলো৷software মাৰোতে সকলোবোৰ নাইকিয়া হল৷ মাজে মাজে youtube বিচাৰো৷নাপালো৷যোৱাকালি হঠাৎ পাই ভাল লাগিল৷গোটেই বিহু vedio বোৰ নাই৷

  • @navakantagogoi5012
    @navakantagogoi5012 Před 2 lety +9

    11:30 PM ত মোবাইলৰ চাউণ্ড কম কৈ দি শুনি আছো । অতীত সঁচায়ে মধুৰ !

  • @jayantachetia4488
    @jayantachetia4488 Před 2 lety +8

    ৰুবুলদা আপোনাৰ কথা বহুত দীন ভাবি আছিলো কলৈগল আপোনাৰ গীত বোৰ এতিয়া পাই বৰ সূখি হৈছো ধণ্যবাদ।

  • @tutumoniborthakur7015
    @tutumoniborthakur7015 Před 3 lety +14

    ৰুবুল দাদা।আপোনাৰ মেলেং নো নৈ পাৰতে আবেলি ঐ পৰতে বিহু গীতটো আপলোড কৰিবছোন ।

  • @sanahigogoi381
    @sanahigogoi381 Před 2 lety +12

    অতিত বিহুবোৰ শুনিবলৈ পাই বহুত সুখি হৈছোকাৰণ আমাৰ গাভৰু দিনৰ বিহু নাছো নাছো লাগিছে মন

  • @sanjibkonwar7691
    @sanjibkonwar7691 Před 3 lety +9

    ৰুবুলদা আকৌ ঘুৰি আহক |

  • @minakshipoddar4569
    @minakshipoddar4569 Před 2 lety +9

    দাদা আপোনাৰ পুৰণা বিহুনাম বোৰ বৰ ভাল আছিল। পুনৰ শুনিবলৈ পাই ভাল লাগিল। অভিনন্দন থাকিল।

  • @sanjibhandique6021
    @sanjibhandique6021 Před 2 lety +7

    বহু দিনৰ মূৰত প্ৰিয় গীতকেইটি একেলগে পালোঁ,,, ৰুবুলদাৰ প্ৰযোজনাৰ আটাইবোৰ অডিঅ কেছেটৰ গীত তেতিয়া মুখস্থ আছিল,, বাৰে বাৰে শুনি থাকো।ভাল লাগিল।ভিতালীবাৰ মাতটো শুনিলে মনটো সেমেকি যায়।

  • @dinohazarika8189
    @dinohazarika8189 Před 2 lety +13

    তাহানি লৰালি দিনলৈ উভতি গলো ,
    সমনীয়া সকললৈ বাৰুকৈ মনত পৰিছে ।
    জীৱন জীৱিকাৰ ভিন্ন খোজত জীৱন প্ৰণালী বোৰ বহুত পৰিৰ্ৱতন হৈ গল ।

  • @jinagogoi9030
    @jinagogoi9030 Před 3 lety +10

    "জাপে দিম ম ই দিচা্ংত "বহুত বিছাৰি আজি পালো বহুত ভাল লাগিছে

  • @rashmipayeng1533
    @rashmipayeng1533 Před 3 lety +16

    কৃষ্ণ মণি নাথৰ 'ফাগুনৰে সৰা পাত বা লাগি ঐ উৰিলে, গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী, গান দুটি দিব , বহু পুৰণি গীত শুনিব মন গৈ আছে ।

  • @jayantadas2442
    @jayantadas2442 Před 3 lety +13

    আগৰ সেই কেছেটত শুনা দিনবোৰলৈ মনত পৰি গ'ল দাদা বহুত ধন্যবাদ

  • @abhijitbhattacharyya631
    @abhijitbhattacharyya631 Před 2 lety +9

    বজৰুৱা বিহু গীতৰ পৰা জাতিতোক উদ্ধাৰ কৰক

  • @binoybhushansenchowa3290
    @binoybhushansenchowa3290 Před 3 lety +9

    ধন্যবাদ আপোনালৈ৷বহু দিনৰ পৰা বিচাৰি আছিলোঁ গীতকেইটা৷চিৰযুগমীয়া বিহুগীত৷

  • @nayanjyotisaikia4848
    @nayanjyotisaikia4848 Před 3 měsíci +3

    শুনি থাকিলে শুনি থাকিব মন যআয় ধন্যবাদ দাদা মই বিছাৰি আছিলো

  • @RKDeka-ix5em
    @RKDeka-ix5em Před 3 lety +5

    সচাকৈ বিহুত জীৱন আৰু যৌৱন°°°°°°বহুত ভাল লাগিল°

  • @nitaligogoi6161
    @nitaligogoi6161 Před rokem +2

    বহুত দিনৰ পুৰণি বিহু ৰুবুল বৰা বিহু শুনিবলৈ মন গৈ আছিল, সুন্দৰ

  • @monujmoran3135
    @monujmoran3135 Před 3 lety +9

    ধন্যবাদ ৰুবুল বৰা দেৱ
    বহুদিনৰ পৰা এই গীত বোৰ বিচাৰি আছিলো । আগলৈ আৰু পাম বুলি আশা কৰিলো ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před rokem +3

    সদৌতিলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

  • @SYCSCOGAMING
    @SYCSCOGAMING Před rokem +1

    ❤❤❤❤❤khub mojjjjaaaa lage puroni bihu geet byr , homoi palei huni nejor montuk hukhi aaru rongin kori rakhu maje maje

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 Před rokem

    Aibilak he Bihu geet iman bhal lage bujabole bhakha nai . Thank you for the uplooded

  • @swapnabordoloi2827
    @swapnabordoloi2827 Před 2 lety +2

    অতি সুন্দৰ 👍👍👍👍👍👍

  • @prasantaborah1096
    @prasantaborah1096 Před 3 lety +9

    এইটো বতৰতে তোমাৰ পৰিচালনা ৰ সকলো পুৰণি বিহু গীত শুনিবলৈ পোৱাৰ আশা কৰোঁ ।

  • @ketekisonowal394
    @ketekisonowal394 Před 3 lety +6

    এনেবোৰ গীত শুনিবলে পালে অতিতলৈ মনতপৰে দেই পাৰিলে আৰু আগবঢ়াবা তাৰ কামনাৰে দুৱাশাৰ লিখিলো ।

    • @binadas5748
      @binadas5748 Před 3 lety +1

      Purona geetbor khosakoi bohut bhal lage

  • @nirajmoniborah2593
    @nirajmoniborah2593 Před rokem +9

    আমাৰ দিনৰ বিহু নাম।খুব সুন্দৰ আছিল

  • @mintupatar2295
    @mintupatar2295 Před 3 lety +8

    বৰ ভাল লাগিল দাদা ।পাৰিলে পুৰনা বিহু uplod দিব চোন ।

  • @naphiarosimahanta2528
    @naphiarosimahanta2528 Před 3 lety +7

    বহুত সুখি।ৰুবুল বৰা দেৱৰ বাকীবিলাক গীতো দিবচোন।

  • @shikhadas5536
    @shikhadas5536 Před 5 měsíci +2

    আপোনাৰ পৰিচালনা ত আকৌ পুৰণি বিহু সুৰীয়া গান সৃষ্টি কৰক। বহুত ভাল লাগে সেই সময়ৰ বিহু গানৰ সুৰ।জুবিন দাৰ মুখ ত গীত বোৰ প্ৰাণ পাই উঠে

  • @RajibDas-jp1qb
    @RajibDas-jp1qb Před rokem +1

    সুন্দৰ, songs.

  • @simantadutta-jn3gz
    @simantadutta-jn3gz Před rokem +2

    ভিতালী বাক বহুত হেৰুৱাইছো । প্ৰতিটো বিহুগীতত অন্তৰখন মুছৰি নিয়ে ৷তেওঁৰ আত্মাই শান্তি পাওক

  • @user-mn9su8kc4s
    @user-mn9su8kc4s Před 2 měsíci

    শুনি থাকিব মন যায় ইমান মজা মন্টোকৰবালৈ উৰি যায় যায় হে

  • @bipulhazarika3954
    @bipulhazarika3954 Před 3 lety +3

    বহুত ভাল লাগিল বিহু কেইটা বিচাৰি পোৱাত

  • @kushaldutta1285
    @kushaldutta1285 Před 3 lety +3

    বহুত ধুনীয়া লাগিল ।

  • @jayantasaikia3683
    @jayantasaikia3683 Před 3 lety +2

    Aji sage gan huniei ratitu par hobo .Thanks dada .

  • @jollydutta1250
    @jollydutta1250 Před 2 lety +2

    নিশ্চয় সোনালী দিনৰ সোনোৱালী গীতে বয়সটো ওভতাই পঠাইছিল সেই দিনলৈ ।

  • @ArupBora-uf7rt
    @ArupBora-uf7rt Před 2 měsíci

    Bohut val lagise❤

  • @jaanbiswas5122
    @jaanbiswas5122 Před 3 lety +16

    চিৰ্-যুগমীয়া গীত এইবোৰ,, আজীৱন হিট,, আজি কালি ক'ত হেৰাল এনে গীতৰ স্ৰষ্টা বোৰ

  • @probinsonowal5363
    @probinsonowal5363 Před 2 lety +3

    এইবোৰহে আচল বিহু গীত। গাৱৰ সেই শৈশৱকাললৈ মনত পৰি যায়। বিশেষকৈ ভনীটি ঐ তেতেলী পতিয়া আৰু জাপে দিম মই দিচাঙত ,,,,।

  • @jollydutta1250
    @jollydutta1250 Před 2 lety +2

    😂😂❤ ভাল লাগিছে শুনি দুখ লাগিছে ভাবি ।

  • @informatiom1991
    @informatiom1991 Před 3 lety +3

    Bahut bahut dhnyabaad rubul daa...akha thakil akou..only puroni bihu

  • @pranjalhazarika5041
    @pranjalhazarika5041 Před 2 lety +11

    Old is gold, সুন্দৰ....

  • @manujkonwer8400
    @manujkonwer8400 Před 2 lety +12

    নল বিৰিণা পাত এই গীতটো গায়ে বিহুৱা জীৱনটো আৰম্ভ কৰিছিলোঁ ।

  • @Thelegend-cq7dh
    @Thelegend-cq7dh Před 2 lety +1

    দাদা আপুনি আকৌ আহক আমাৰ মাজলৈ প্ৰকৃত বিহুক আকৌ এবাৰ জীয়াই তুলকহি ।

  • @madhurjyagogoi8228
    @madhurjyagogoi8228 Před 2 lety +4

    শুনি থাকিলে শুনি থাকিব মন যাই

  • @munmidutta9884
    @munmidutta9884 Před 3 lety +2

    Rubul da bohut Val lagise.Dhruba

  • @assamesecinemalover5100
    @assamesecinemalover5100 Před 3 lety +2

    Rubul daa..
    Thank you.
    Agor din bur ghuri ahil dai.
    Aru pura na gan asa jodi Upload koribooo...
    Ki baa mon tooo val lagi goisaa🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pragatihospital7851
    @pragatihospital7851 Před 3 lety +10

    please, upload all song of " Sunmoina" album.

  • @tutumoninath5895
    @tutumoninath5895 Před 3 lety +8

    প্রথম ফাগুনী কেচেটতোৰ গীত সমুহ দিবচোন

  • @Statusking-ur9gd
    @Statusking-ur9gd Před 3 lety +1

    Bisari fura bihu Kaita palu aji thank u dada

  • @ffnamuboruah3097
    @ffnamuboruah3097 Před 2 lety

    Old is gold,khub hundor Mon juruwa geet

  • @jyotideori4023
    @jyotideori4023 Před 2 lety +4

    ৰুবুল বড়া দেৱৰ এই বিহু গীত কেইটি যেনে ,নল বিৰিণা পাত, এতোলা সোণেৰে মিনা কৰাই কৰাই, ৰুনুজুনু জুনু জুনু মাই, জাপেনো দিম দিচাংত এই গীত কেইটি বিশেষকে ইমানেই ভাল পাওঁ, তাক প্ৰকাশ কৰিবলৈ মোৰ ভাষাই নাই । সেই স্কুলত পঢ়ি থাকোতেই শুনা আৰু নচা । সেয়ে বহুত মন গৈ আছিল।

    • @jyotideori4023
      @jyotideori4023 Před 2 lety +2

      আৰু এটা ভনীটি ঐ তেতেলীপতিয়া চিৰা খোৱাইছিলা

    • @dulaldas7825
      @dulaldas7825 Před 2 lety

      Mohi @@jyotideori4023

    • @dulaldas7825
      @dulaldas7825 Před 2 lety

      Mohi

  • @jaganathlalung7272
    @jaganathlalung7272 Před 2 lety +1

    ধন্যবাদ দা‌দা

  • @dinakantagogoi9744
    @dinakantagogoi9744 Před 2 lety

    সুন্দৰ উপস্থাপন । বিহুনাম

  • @minakshi3197
    @minakshi3197 Před 2 lety +3

    এই গীত সমুহ শুনিয়েই থাকিবলৈ মন যাই বহুত ভাল লাগে

  • @kaushikkisur7975
    @kaushikkisur7975 Před 2 lety +2

    Nice.......

  • @chinmoyhazarika9234
    @chinmoyhazarika9234 Před 2 měsíci

    Got Nostalgic hearing these songs after 30 years

  • @riturajkaushik519
    @riturajkaushik519 Před 2 lety

    Aii bihu gaan bur hunile mon tu bor val lagi jai,horute bihu mora dinbur monot pore,kiman hundor asil gaan bilak. Dhanyawad Rubul da.

  • @assameselocalboyes8399
    @assameselocalboyes8399 Před 3 lety +1

    Horaighator dolong😘😘

  • @goneshdas1874
    @goneshdas1874 Před 2 lety +2

    🥰😘😍

  • @manobsaikia1270
    @manobsaikia1270 Před 3 lety +3

    Ki gaan pai golu dei. Horukalor hai tape t huna gaan.. kiman aakhare baat saai asilu.. obohekhot.... Bohut haanti palu dei . Ei gaan kanot nugunai nugunai pahori juwai nisina hoisil... Bikhek koi... Runujunu junu junumaai.....
    Aru bohut gaan ase paboloi CZcams t. Jiman pare dibo xunkale....
    Rupali album r gaan ata asil..
    Saraipungor Bononi lakhi patharar dhanani maje maje humale ..... Khagen Gogoi gaan asil neki.. parile dibo sn June jeneke pare.. janu heitu kotha j tetia dinot Axom sarkare gaantu kiba band koriboloi korisile sage. Baru jiki nohouk. Parile dibo....
    Thank you Rubul da..... Bihu xuvessa2 thakil ...Jai aai axom.

  • @joyantasonowal2923
    @joyantasonowal2923 Před 3 lety +1

    Rubulda apunar parisalonar bihu bur pam buli akha thakil

  • @englishclassesbydrjintubor6808

    সুন্দৰ বিহু । স্মৃতিত ৰৈ থকা❤

  • @maramiboruah1325
    @maramiboruah1325 Před 2 lety

    Moja

  • @subhashkuligoyan343
    @subhashkuligoyan343 Před 3 lety +1

    Purani geetbur bohut val paw. rubulda aru dibosun.songgeet mur bohut prio.

  • @prachurjyapranbora4134

    চিৰসেউজ 👌

  • @rashmigogoi5586
    @rashmigogoi5586 Před 2 lety +2

    👍

  • @arumonikitchen9099
    @arumonikitchen9099 Před 3 lety +3

    Nice

  • @moyoukhjyotibora891
    @moyoukhjyotibora891 Před rokem

    Rubul da is.. Great....

  • @sochinkumargogoi7258
    @sochinkumargogoi7258 Před 3 lety +1

    আতি সুন্দ্ৰৰ মজা পুৰনা নুৰনাই

  • @RupamjyotiAcharjyaRupamjyotiAc

    Fvrt song❤

  • @ruhinidasprarthana.9899
    @ruhinidasprarthana.9899 Před 3 lety +1

    Rubul dar puroni gan , rakhise ashomiyar shanskitir man .

  • @sssaikia4335
    @sssaikia4335 Před 2 lety +4

    ফাগুনী কেছেতৰ গীত শুনিব পামনি।

  • @ritupabankotoky
    @ritupabankotoky Před rokem

    Ki dhunia gaan...

  • @informatiom1991
    @informatiom1991 Před 3 lety +2

    1,2,8 nmbr bihu keita bahut bisari asilu

  • @ashinikumargogoi463
    @ashinikumargogoi463 Před 3 lety +8

    ৰুবুল দা বহুত বহুত ধন্যবাদ। বহু দিনৰ পৰা বিহুকেইটা বিছাৰি আছিলো। কেছেটখনৰ কভাৰটো এতিয়াও মনত আছে। এই বিহু কেইটা শুনিলে লৰালিৰ দিনবোৰলৈ মনত পৰে।

  • @prasantaborah5229
    @prasantaborah5229 Před 3 lety +24

    মন জুৰুৱা গীত। বহুত সুন্দৰ লাগিল গীতবোৰ, পাহৰিব নোৱাৰা স্মৃতি।

  • @prasu_rjya8145
    @prasu_rjya8145 Před 2 lety +5

    Our Rubul da is back 🙏🏻👏

    • @RUBULBORA
      @RUBULBORA  Před 2 lety +1

      Yes, come again after long break.

    • @nayanmonihazarika2610
      @nayanmonihazarika2610 Před rokem

      @@RUBULBORA সুন্দৰ

    • @user-pz2yd1pw7j
      @user-pz2yd1pw7j Před 5 měsíci

      ​@@nayanmonihazarika2610❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @nibeditakonwar4402
    @nibeditakonwar4402 Před rokem +4

    বৰ ভাল লাগিল বহুদিনৰ মূৰত গীতবোৰ শুনি❤️

  • @santanugogoi3452
    @santanugogoi3452 Před rokem

    Hundr

  • @vaitinath6146
    @vaitinath6146 Před 2 lety +1

    ধুনীয়া গান

  • @santanuborah6939
    @santanuborah6939 Před 3 lety +3

    Nice song rubul da

  • @dhrubakakati1400
    @dhrubakakati1400 Před rokem

    দাদা বহুত ভাল লাগিল আপোনাক পায় ।ফাগুণী album ৰ গীতবোৰ দিব please.

  • @barnalibora1569
    @barnalibora1569 Před 2 lety +6

    ৰুবুল দা, প্রিয় গীতসমূহ পুনৰ শুনিবলৈ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ🙏লগতে "আমাৰে অসমী হালি-জালি নাচিব" গীতটিও শুনিবলৈ পাম বুলি আশা ৰাখিলো।

  • @meghranjanisaikia4976
    @meghranjanisaikia4976 Před 3 lety +1

    Aapunar, bihugeetbur, bahut din, bisari, aacilu. Bahut, bhal, lagisay. Parilay, phaguni, cassate, geet, kaitau, diba. Bahut, bhall, lagisay. Thankew.

  • @Bhabeshnath6541
    @Bhabeshnath6541 Před rokem

    গোটেই বোৰ গান ভাল লাগে।।

  • @binodkrmann4748
    @binodkrmann4748 Před 2 lety +1

    Dada apnar bihu git moi bor bor bhal lage

  • @dibyagogoi8363
    @dibyagogoi8363 Před 3 lety +2

    সুন্দৰ ৰুবুল দা ৷

    • @RUBULBORA
      @RUBULBORA  Před 3 lety +1

      Dhanyabad

    • @dibyagogoi8363
      @dibyagogoi8363 Před 3 lety

      ৰুবুল দা মোৰ ঘৰ ডোলীয়াজানৰ মাজগাওঁৰ দেই আপোনাৰ খুলালী ঘৰ ওচৰৰ ৷

  • @prasantabordoloi5555
    @prasantabordoloi5555 Před rokem +1

    Most beauti ful OlD Gold

  • @tikiblogassam
    @tikiblogassam Před rokem

    Bihu moja aei gan burt he ase

  • @lambitdoley8934
    @lambitdoley8934 Před rokem

    Imanei bhal lagisu dei

  • @munmidutta9884
    @munmidutta9884 Před 3 lety +1

    Heart touching.Dhruba

  • @pranjalbhuyan3210
    @pranjalbhuyan3210 Před 3 lety +7

    1998-99 মানত সোণাৰু বুলি এটা বিহু কেচেট ওলাইছিল। তাত এটা গান আছিল, জোৰা পাণ তামোলে নিমন্ত্ৰণ জনালোঁ, ৰঙিলী নাচনীৰ বিয়া, উদূলি মুদুলি, আজি ৰভাতলী, উলাহে নধৰা হিয়া
    সেই গান তো পোৱা যাব নেকি জনাবচোন

  • @poragnazir8476
    @poragnazir8476 Před 3 lety +1

    Rubul da moi apunar bihu gan bor val pau

  • @dimpikalita2504
    @dimpikalita2504 Před 2 lety

    Bor dhuniya

  • @maheshchetia2163
    @maheshchetia2163 Před rokem

    Majja

  • @juribhuyan7403
    @juribhuyan7403 Před 3 lety +1

    Dannyabad Rubul .2mer sunali ,pasua muthate ji khini ami sunisilu cesett sai khini uplod kariba.old is gold