KAKOPOTHAR MORAN SUWALI - Krishnamoni Chutia | Kamalika Kashyap | Rangdhali 2024 | Latest Bihu Song
Vložit
- čas přidán 30. 01. 2024
- ♪♪ Make Sure To Turn On Post Notifications! We Got Lots Of Content Coming That You Don't Wanna Miss !
Krishnamoni Chutia Presents The Second Official Music Video Of The Track "KAKOPOTHAR MORAN SUWALI , Performed by Krishnamoni Chutia & Kamalika Kashyap, Melody Designed By G.K. Maina And Beautifully Written By Dinesh Sonowal, Apurbajyoti Mohan, Dristipriya Hazarika, Krishnamoni Chutia.
A Krishnamoni Chutia's In-house Production
▶️Powered By: Squiffy Studio
📩For Query: thekmcofficial@gmail.com
• Squiffy as Digital Marketing Partner
IG: bit.ly/3im2uI9
Website: www.squiffy.in
AUDIO & VIDEO CREDITS:
Song Name: KAKOPOTHAR MORAN SUWALI
Performed By: Krishnamoni Chutia & Kamalika Kashyap
Lyrics & Composition: Apurbajyoti Mohan, Dristipriya Hazarika, Krishnamoni Chutia
Co-Artist: Bhagawat Darshan
Mix & Mastered by: Diganta Bordoloi (Basslila Studio)
Recording: Ripu Mohan (Studio Raj Music)
Cover Photography: Partha Uddip
Poster Design: Partha Jit Hira
Produced By- Krishnamoni Chutia
Music Publisher- Squiffy Studios
Legal Consultant- Adv Dharitri Das
Advisor- Swapnanil Talukdar
Digital Marketing - Squiffy
Promotion: LDM Associates
Special Thanks To:
Dinesh Sonowal, Ripu Mohan, Pranab Dutta, Naba Dutta, Rantu Chetia, Naren Tamuli, Lachit Baruah, Piti Baruah, Kailash Rabha, Rupjyoti Chutia, Rantu Khatwal,
If You Are Reading This…….. Thank You For Supporting Us! The Support Has Been So Overwhelming For All of Us, You Guys Make Us Happy :)
#KrishnamoniChutia #KakopotharMoranSuwali #Kamalika Kashyap #Rangdhali2024 - Hudba
ভিতালি দাস বাইদেউ পুণৰ আবিৰ্ভাৱ,,,অতি সুন্দৰ । দুয়োজনলৈ হিয়া উজাৰী আশীৰ্বাদ জ্ঞাপন কৰিলো।
বহুত ভাল হৈছে কৃষ্ণৰ দা আকৌ আগৰ মধুৰ দিন ঘোৰি অহা যেন অনুভৱ হৈছে 🔥🥰🥰
মোৰ সবাতোকৈ প্ৰিয় বিহু গায়িকা ভিতালী দাসক যেন আকৌ পালোঁ। শুভেচ্ছা জনালোঁ কমলিকালৈ, বৰ সুন্দৰ মা'কৰ দৰেই হুবহু কন্ঠৰ অধিকাৰী।
À😊à
😊
😂❤😅1234500
আকৌ ৰাংঢালী জনী উভতি আহিল,, বহুত ভাল লাগিছে
কাকপথাৰ মৰাণ ডেকাই কৈছোঁ, বহুত বহুত ভাল লাগিল। কৃষ্ণ দা আকৌ এবাৰ মৰাণ গাঁওলৈ আহিব বুলি আশা ৰাখিলোঁ 🙏🙏🙏
Lll😊
❤❤ কাকপথাৰ ❤❤ নিজকে গৌৰৱ কৰিছোঁ 🫡🫡
ৰাংঢালী সদায়ে ৰাংঢালী। evergreen ৰাংঢালী 🙏 pintu,Titabor
কাকপথাৰ মোৰ অতিকে আপোন ঠাই, গীতটি শুনি বহুতো ভাল লাগিল।
🇾🇪😮😅❤❤
Sfksuxxxx a good time for
🎉🎉🎉❤❤❤ love this song 💞💞
সুন্দৰ লাগিছে কৃষ্ণ দাদা আৰু কমলিকা❤❤
ভিতালী দাসৰ বিহু গীতত কন্ঠটো যেন বাঁহী হে ! তেখেতৰ কন্যাৰ কন্ঠও সুন্দৰ। শলাগ লৈছোঁ
আগৰ ৰাংধালীৰ দিনবোৰলৈ আকৌ ওভতি গৈছো। আগলৈও এনেকোৱা গীত অসমৰ ৰাইজে আপোনাৰ পৰা আশা কৰে।লগতে কমলিকা আৰু আগবাঢ়ি যোৱা। শুভেচ্ছা যাঁচিলো দুয়োজনলৈ।
কৃষ্ণমনি দা
আপোনাক বহু বহু ধন্যবাদ। এতিয়া হয়টো কমলিকাক বহুতেই গান গোৱাটো বিচাৰিব। কিন্তু আপুনি প্ৰথম তাইক উলিয়াই আনিলে। আপোৱাৰ কৰ্মৰাজিৰ প্ৰসংশা কৰিলো।
ভাল লাগিছে।আকৌ আমাৰ মাজত ভিতালি।
সচাকৈয়ে ভিতালী বাইদেউৰ সুবহু কণ্ঠ ৷ ধেমাজিৰ পৰা শুভকামনা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ কণ্ঠদান কৰিছা কালিকা কৃষ্ণ মনিৰলগত।।
Very good 2 congratulations
Nice song ❤❤❤❤
Khub Dhuniya Bihu❤️❤️❤️
কাকপথাৰৰ পৰা বহুত বহুত শুভকামনা জনালোঁ ❤
সুন্দৰ
Moja lagil bihu giti huni....❤
অতি সুন্দৰ হৈছে 👍
সৰু কালৰ এজন জনপ্ৰিয় কণ্ঠিল্পী, krinsha মনি দা, what a voice , finally bihu ledgen come, hodai jen, Ami new song hunibole paw❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dhuniya ,nasu nasu lgi goixae
সুন্দৰ , ৰঙালীৰ মন মোহিনী নাচ- গান
❤ song to val lagiche
হুবহু মাকৰ দৰে মিঠা কন্ঠস্বৰ ♥️ ♥️ ♥️
Bohut bohut val lagile very nice song ❤️😍❤️😍
Very good Bihu ❤❤❤
mojjah❤️❤️❤️❤️
Bahut dhuniya hoisa.aaru bhalkoi aguwai jowa.mor ashirwad thakil kamalika.
Hundor lagil dai. Pintu
বেংগালুৰুৰ পৰা কৃষ্ণদা এমুঠি নিভাজ মৰম পথালো প্ৰতিটো শব্দৰ বুকুতে বান্ধি।
Moi kakopother suwali hoi ❤nijoke gorov korisu🎉❤
Kako swali bilak bht lebel besi
Love from Golaghat Merapani ❤❤❤❤❤❤❤❤
বাও লাগিলে 😊
অতি সুন্দৰ ককাইদেউ।❤
Good song
Aiijoy Kolija...Bohut vl lagel de
Titabar r pora Moitry Gogoi a koisu.val lagil bihu gaan huni.Outstanding❤❤❤❤
Bohut bohut Val lagil ❤❤🎉🎉
Super duper
Moojaa ❤❤
কাকপথাৰ ছোৱালী হিচাপে গৌৰৱ অনুভৱ কৰোঁ
অতি সুন্দৰ দদায়দেওঁ.... আজি বহু দিনৰ মূৰত আকৌ এনেকুৱা ধৰণৰ বিহু গীত শুনিবলৈ পাই বহুত বহুত সুখী অনুভৱ কৰিছোঁ। ❤❤❤❤❤❤❤❤❤❤❤
সৰু ভিটালী দাসক অভিনন্দন জনালোঁ। আকৌ যেন অসমীয়াৰ মন মতলীয়া কৰি যোৱা...
Nice song ❤❤
Very nice❤❤
কমলিকা বহুত ভাল লাগিল, দুয়োলৈ বহুত বহুত শুভেচ্ছা থাকিল।
দুয়োজনলৈ বহুত শুভকামনা জনালোঁ । জয় আই অসম ❤❤
অতি সুন্দৰ হৈছে গীত টি
আকৌ পুৰণি কলিয়া বিহু ঘুৰাই দিলা । ধন্যবাদ জনাইছো নমস্কাৰ জনাইছো।🙏
Dhuniya keep it up ❤❤
Bohut val lagil...Duore voice ki dhunia ❤
❤ so sweet song
Nice song
Ati sundar.🎉
অকৌ আগৰ দিন বোৰ ঘূৰাই পোৱা যেন লাগিল, বহুত মজ্জা দাদা ❤
Bhitalee baak ami akou ghurai palu .xundar hoise aru aagbarhi jua.. ❤❤❤
কৃষ্ণমনি দা বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ
❤❤ Nice ❤❤
Nice song krishna da aru Bhitaly baa suwali jonie hundar gaise
Dhuniya lagise 👌😍❤
bohut besi a vl lagil krishna daa❤
সুন্দৰ দাদা❤❤ কাকপথাৰ পৰা বহুত বহুত মৰম দিলোঁ❤❤❤
Dhuniya
অতি সুন্দৰ বিহু গীত ! ❤❤
কৃষ্ণ দা বহুত ভাল লাগিল।বেছিকৈ ভাল লাগিছে ভিতালী বাৰ জীয়ৰীক লগত লৈ ভিডিঅ টো বনোৱাৰ বাবে। ভিতালী বাৰ শূন্যতা কোনেও পূৰাব নোৱাৰে যদিও কমলিকাক দেখি থাকিলে ভিতালী বা আমাৰ হৃদয়ত বেছিকৈ সজীৱ হৈ থাকিব।
সচাকৈ বহুত ভাল লাগিল ❤❤❤👌✌🏆🏆🏆🏆✈✈✈✈✈
Nice song 👍
ৰাংঢালী তোমালৈ বহুত আশীর্বাদ।
বহুত ধুনীয়া হৈছে ❤️♥️❤️
Nice🥰🥰 hodai akha koru apunar gan moi hru pora apunar gan huni ahisu. Agor loiu huni jam🔥🔥🔥🔥🔥🤗🤗🤗 mojaaaaaa
Love from bongaigaon Krishna da ebr bihut Jodi amr bugat milla aponak matim dada❤❤❤❤
Love from bongaigaon krishna de ebr bihut Jodi amr bugat Milla apo
Love from kakopather
Mojjaa..aami Axomiya Bihu Boliya...
Hundor bihu geet ti bohut val lagil ❤❤❤
Hundor hoise❤❤❤
❤❤❤
🎉🎉🎉 super
Lovely song agorloi apunr new song bur pothai thakibo❤👌
Moza hoise
Bohut bhal lagil ❤
Hundor ❤❤
Bohut val hoise❤❤
Borhiya Krishna Kokai...
ভাল লাগিল, সুন্দৰ
Nice
Oti hundur hoise
Dhuniya hoisa dada
সুন্দৰ 👍🏻
ককাই ভনী ঐ কাকপথাৰ মৰাণ ডেকাই কৈছোঁ দেই আমাৰ আপোন কাকপথাৰলৈ আহিব,কেৱল গান গালে নহব দেই,এইবাৰ কাকপথাৰ ৰাতি বিহুত আহিব মৰাণ ৰাতি বিহু চাবলৈ।।
Sure jam
@@krishnamonichutia5056 always welcome Brother
Tarikh tu kobo dai amiu ahim nagaon r pora.
Agor rangdalitue ahisege ❤❤
Bohut dhuniya hoise,love from borhat❤
সুন্দৰ❤
Wahhhhhh❤❤❤❤
আমাৰ মাজলৈ যেন পুনৰ ভিতালী ঘুৰি আহিল ❤।
Khub val lagil Krishna da
Mojja ❤❤
অতি ধুনীয়া 🙏