Bhupen Hazarika MANIRAM DEWAN সংগ্ৰাম লগ্নে আজি XANGRAMO LOGNE original video Sudakhina Sarma
Vložit
- čas přidán 27. 03. 2015
- সংগ্রাম লগ্নে আজি শঙ্কা ত্রাস ত্যাজি আইস বীৰসৱ দূষ্কৃতি নাশিতে,
অগ্নিমন্ত্রে দীক্ষা লৈয়া আইস আজি য’ত দৈত্যকে বধিতে ..
(গাই যোৱা ..)
সংগ্রাম লগ্নে আজি শঙ্কা ত্রাস ত্যাজি
আইস বীৰসৱ দূষ্কৃতি নাশিতে,
অগ্নিমন্ত্রে দীক্ষা লৈয়া আইস
আজি য’ত দৈত্যকে বধিতে
ন্যায় তন্ত্রে শিক্ষা লৈয়া আইস
আজি য’ত পশুত্ব ৰোধিতে ৷
সাষ্টাঙ্গে কৰোহোঁ প্রণাম মাতৃ-চৰণতে ৷
সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা
কেনে কান্দা অভাগীৰ দৰে ?
পুত্র আছে, আছে কন্যা
ৰাত্রি দিনে চিন্তেসৱে
থাপিব আনন্দ মেলা আজি তোৰ ঘৰে
কেনে কান্দা অভাগীৰ দৰে ৷
ৰূপ গুণে সম নাহি
ত্রৈলোক্য ভিতৰে
কেনে কান্দা অভাগীৰ দৰে ?
অসমী আই মোৰ
অতি ভয়ঙ্কৰ
ৰাক্ষসৰ কাৰণে ভয়ে নকৰিবা
আমাৰো হেংদাং আছে ৷
অসমী আই মোৰ অসমী আই মোৰ
অতি নিষ্ঠুৰ
কালসৰ্পৰ কাৰণে ভয়ে নকৰিবা
আমাৰো মন্ত্র আছে
হে’ আমাৰো দুচকুতে অগনি বৰষিছে
সমৰৰে শিখাবোৰ নাচে ৷
সমৰৰে শিখাবোৰ নাচে ৷৷
(কথাছবি: মণিৰাম দেৱান, ১৯৬৩ চন)
কণ্ঠঃ ভূপেন হাজৰিকা আৰু সুদক্ষিণা শর্মা
কথা,সুৰঃ ভূপেন হাজৰিকা
অভিনয়ত ইভা আচাও আৰু অনান্য
সংগ্রহঃ সুদর্শন বৰবড়া - Zábava
Most beautiful, excellent song video
Best Maniram Dewan
Guinness World records book world no 1 best song video, my favourite song, Awesome, superhit, beautiful, excellent song, Awesome, superb, evergreen, world no 1 best song, my favourite song, i love u this song,so sweet voice, superhit, beautiful, excellent song video
Dekhlung aro
Eva ashaw was an first class actress of old cinema s,her father was a Chinese Christian and mother an ahom,studied in Assam and Mumbai,maniram dewan is one of her famous film which helped her to establish as an good actress,she got ample scope in this film
আপ্লুত হ’লোঁ৷
Wow
Most beautiful song of maniram dawan movie.
Joy Aai Axom
Joy Bhupen da
Golden era of Assamese film
A treasure almost forgotten. Thank you Anjan Saikia.
Old is gold Akhtar Uddin Ahmed
Thissongwassung
Beforemybirth
So beautiful Eva acahaw and good voice of Laks hira Das
It's not lakhahira dad it's xudoxina sarma
Nc
Can anyone translate the song to English?