'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় ৰসিক অভিনেতা সিদ্ধাৰ্থ শর্মা || EP 19 ft.

Sdílet
Vložit
  • čas přidán 1. 01. 2024
  • ** EP 19 features renowned actor Siddhartha Sharma. Enjoy! **
    Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credit -
    Host and Concept - Aichengfa Boruah
    Direction, Music & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
    Make-Up - Binita Das

Komentáře • 408

  • @aichengfaboruah
    @aichengfaboruah  Před 6 měsíci +55

    যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏

    • @SnehalataGoswami
      @SnehalataGoswami Před 6 měsíci +2

      ❤l❤❤❤❤❤p0

    • @saratray6448
      @saratray6448 Před 5 měsíci

      Qqq mm

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 Před 5 měsíci +1

      খুব ভাল লাগিল অনুষ্ঠানটো সঁচাকৈয়ে ❤ দুয়ো ভাল থাকক আপোনালোক তাৰে কামনা
      🥰🤗💞💐

    • @HappyMacawBird-rd7uu
      @HappyMacawBird-rd7uu Před měsícem

      Apunar flim ekhon xorute saisilu...etiya bisari furisu saboloi naipuwa....rabi sharma logot plz play koribo neki

  • @boraananta830
    @boraananta830 Před 5 měsíci +10

    আও ইমান সুন্দৰ কথা কয় বা জনী 😍 সহজ সৰল দুইগৰাকী ভালে থাকক।।

  • @bontibora5562
    @bontibora5562 Před 5 měsíci +4

    অতি সুন্দৰ। সিদ্ধাৰ্থ শৰ্মা প্ৰিয় অভিনেতা। অভিনেতা গৰাকীৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @joonhazarika3941
    @joonhazarika3941 Před 4 měsíci +2

    সুন্দৰ অনুষ্ঠান, ধন্যবাদ।

  • @jahnumoran4127
    @jahnumoran4127 Před 6 měsíci +7

    আইচেংফা বাইদেউৰ প্ৰেমত পৰিযাম যেন লাগিছে,,,ইমান ধুনীয়া কণ্ঠ,ইমান ধুনি চেহেৰা ।

  • @lsd4889
    @lsd4889 Před 6 měsíci +6

    Bow r kotha khinit moro saku pani olai goise ..... kob nowarakoie...siddhartha da bhhttttt besi vlpao ... episode 2 bht dhunia lgise...love frm sipajhar

  • @worldfact6084
    @worldfact6084 Před 6 měsíci +22

    নতুন বছৰত ভাল মানুহ এজনৰ কথাবোৰ শুনিবলৈ পায় ভাল লাগিল , ধন্যবাদ বা সিদ্ধাৰ্থদাক অতিথি কৰি অনাৰ বাবে আৰু ইংৰাজীৰ নতুন বৰ্ষৰ শুভ কামনা জাছিলোঁ।

  • @debahandique8522
    @debahandique8522 Před 6 měsíci +9

    আইচেংফা বাৰ দৰে অনুষ্ঠান এটা আঁত ধৰা মানুহ দ্বিতীয় গৰাকী মই পোৱা নাই, কি সুন্দৰ প্ৰশ্ন শোধে আপুনি, যাত্ৰা অনুষ্ঠানটোত এবাৰ সোমাই গলে উলাই আহিব নোৱাৰি, love from Kashmir

  • @apurbakrkalita3234
    @apurbakrkalita3234 Před 5 měsíci +4

    Sidhartha Sarma - worth of Assam.
    Ren Mou & Ishengfa.
    Good Luck to both.

  • @jitenrabha9674
    @jitenrabha9674 Před 5 měsíci +8

    মই সহযাত্ৰী য়ে কৈছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ lucky number 19 আৰু আপোনাৰ podcast episode টোও দেখুন 19, মিলাই লৈছিল নে মিল খাই গ'ল। বহুত ভাল লাগিল ♥️

  • @gautamdutta340
    @gautamdutta340 Před 6 měsíci +13

    আইচেংফাক ইমান ভাল লাগে ৰিমপি বাৰ নিচিনা একে দেখিবলৈ ❤

  • @user-wt8cf5pq3x
    @user-wt8cf5pq3x Před 5 měsíci +4

    Eman morom lage Nang Aisengpha eman cute expression apunar hostor karone program Tu val lage so cute

  • @dipankarborah1546
    @dipankarborah1546 Před 5 měsíci +4

    কে কে দা আৰু মোহনৰ অবিহনে বেহাৰবাৰী অলপমান আধৰুৱা যেন লাগে। তথাপিও নিজশ্বতা বুলিও তু কিবা এটা মন যায় কৰিবলৈ। বাৰু যি কি নহওক,আপোনালোকৰ দীৰ্ঘায়ো কামনা কৰিলো। লগতে বিভিন্ন ধৰনৰ সুন্দৰ অভিনয়ৰে ৰাইজক মনোৰঞ্জন দিব বুলি আশা ৰাশিলো🙏🙏আৰু আইচেংফা বা❤ তোমাৰ ইণ্টাৰভিউ চাই খুউব ভাল লাগে লগতে তোমাকো,তোমাৰ ব্যক্তিত্ত্ব ❤❤

    • @dipankarborah1546
      @dipankarborah1546 Před 5 měsíci +2

      কে কে দাৰ আপোনাৰ ইণ্টাৰভিউৰ episode ১৯ 😊😊

  • @nijorapatangia7797
    @nijorapatangia7797 Před 6 měsíci +7

    বহুত ভাল লাগিল । সিদ্ধাৰ্থ শৰ্মাই ( বাসু ) সততাৰে কোৱা কথাখিনি আৰু তোমাৰ উপস্থাপন শৈলী লগতে সিদ্ধাৰ্থৰ পত্নীৰ ভাষ্যই আমাক আপ্লুত কৰিলে । শুভেচ্ছা যাচিলো আগুৱাই যাওঁক 'ৰেন মৌ ' ।

  • @tulumonigogoi8385
    @tulumonigogoi8385 Před 6 měsíci +10

    বৌৰ কথা শুনি আৱেগিক হৈ পৰিলোঁ❤।অসমৰ মানুহৰ কলিজাত আছে কে কে দা আৰু মোহন।❤❤আপোনাৰ anchoring টো আৰু ক'বই নালাগে বা❤😘

  • @minotichetia9972
    @minotichetia9972 Před 6 měsíci +7

    প্ৰথম চালো যাত্ৰাৰ ৰেন মৌ এই অনুষ্ঠানটো। ইমান ভাল লাগিল প্ৰশ্ন সুধাৰ ধৰণ টো। দুয়ো জনলৈ নৱ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।❤❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 6 měsíci +4

    খুব ভাল লাগিল কথোপকথন টো শুনি। সিদ্ধাৰ্থ দাৰ অভিনয় চাই সঁচাকৈ খুব ভাল লাগে 💕💕

  • @darondhora1236
    @darondhora1236 Před 5 měsíci +2

    Bohut val lagile ... বাইদৈউ

  • @sawneelphukan6568
    @sawneelphukan6568 Před 6 měsíci +6

    আইচেংফা আৰু ৰেন মৌ দুয়োটা শব্দই মোৰ বৰ প্ৰিয় ❤
    নতুন বছৰৰ শুভকামনা থাকিল বা

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Před 4 měsíci +4

    খুউব ভাল লাগিল। কেতিয়াবা কমেণ্ট লিখিবলৈ থাকি যায়।

  • @kamanahazarika173
    @kamanahazarika173 Před 5 měsíci +2

    Bohut, bohut ,bohut bhal lagil

  • @nayanmanisaharia4616
    @nayanmanisaharia4616 Před 5 měsíci +2

    বহুত বেছি ভাল লাগিল অনুস্থানটি উপভোগ কৰি।তাতে আকৌ মোৰ প্ৰিয়জনৰ সাক্ষাৎকাৰ।যিখিনি কথা পটাহৈছে খুবেই ধুনীয়া আৰু দৰকাৰী।শোধাৰ ধৰন আৰু প্ৰশ্ন শৈলী ধুনীয়া।শেষত "ৰেন মৌ" আৰু আইচেংফা বালৈ মৰম জাচিলোঁ।

  • @khiruddaflari3083
    @khiruddaflari3083 Před 6 měsíci +6

    বহুত সুন্দৰ অনুষ্ঠান।অনুষ্ঠানটো চাই কেইটামান কথাই মনটো বহুত আবেগিক হৈ পৰিল।জীৱনত আগবাহি যাবলৈ সঁচাকৈ বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আগুৱাই যাব লগা হয়।সিদ্ধাৰ্থ দাৰ কথা বোৰে যেন নৱ প্ৰজন্মক আগুৱাই নিয়াত সহায় হব বুলি মই ভাৱো।

  • @KashmirizHandique
    @KashmirizHandique Před 6 měsíci +4

    Kk da lacky nmbr 19 krne episode tu 19 poril ❤ kk da bhut vl lge teuk

  • @SarangarayMedhi
    @SarangarayMedhi Před 6 měsíci +4

    Siddharth sir r kotha khini bohut vl lagise .1 hours 9min r 1sec o miss kora nai.

  • @anantamoran6611
    @anantamoran6611 Před 4 měsíci +3

    সুন্দৰ অনুস্থান তোমাৰ অনুস্থান সদাই ভাল হওক

  • @user-mc6in2sn4e
    @user-mc6in2sn4e Před 6 měsíci +3

    Dadai kua mute 19 no2 hosai bohut laky........bar Rain Mou Episode no 19 aru 19 nor otethe jon hoise siddhartha sharma (KK Da) ❤❤❤

  • @gorumorardeka
    @gorumorardeka Před 6 měsíci +12

    একেবাৰেই মাটিৰ মানুহ সিদ্ধাৰ্থ শৰ্মা(বাচু দা)❤❤ বৌৰ কথা খিনিও বৰ ভাল লাগিল,আমাৰ বৌ জনীও বৰ মৰমিয়াল❤️সচাই এক সুন্দৰ অনুষ্ঠান👍🏼

  • @digantaborah8274
    @digantaborah8274 Před 6 měsíci +6

    1:09:06 আজি প্ৰথমবাৰ চালো, মই ভাবোঁ মই আজিলৈকে অসমীয়া ইমান সুন্দৰ অনুষ্ঠান খুব কমকৈ চাইছো। অতি বেচিকৈ ভাল লাগিল, আইচেং বা আপোনাৰ hosting কিন্তু salute জনাইছোঁ মোৰ শুদ্ধ অন্তকৰণে। এই যাত্ৰা আগুৱাই লৈ যাওঁক আৰু আগলৈ তাকে কামনা কৰিলোঁ।

  • @sanjibpegu5834
    @sanjibpegu5834 Před 5 měsíci +3

    ভাল লাগিছে যেন মৌ আন্তৰিক শুভেচ্ছা জনালোঁ

  • @krishnagogoi301
    @krishnagogoi301 Před 6 měsíci +8

    উফঃ কবলৈ মই ভাষাহীন,কি অপূৰ্ব আপোনাৰ অসমীয়া শব্দৰ গাঁঠনি বা। অশেষ ধন্যবাদ দুয়ো জনকে জনালোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ❤

  • @user-om1qz1cj5l
    @user-om1qz1cj5l Před 6 měsíci +7

    সুপ্ৰভাত বাইদেউ।
    এটা কথা মন কৰিছেনে?তেখেত পুনৰ ১৯ খণ্ডতে আপোনাৰ "ৰেন মৌ" অতিথি হৈছে।কি আচৰিত সংযোগ।ভালে থাকক দুয়ো।নতুন বছৰৰ বহুতো শুভকামনা জনাইছোঁ।ধন্যবাদ।

  • @suklachetia3813
    @suklachetia3813 Před 4 měsíci +1

    আপোনাৰ মঞ্চত প্ৰতিভাধৰ সকলক আমন্ত্ৰণ জনাই তেখেতলোকৰ প্ৰতিভা আৰু অভিজ্ঞতাসমূহ শ্ৰোতা- দৰ্শকৰ মাজত ভগাই দি আনন্দ দিয়াৰ বাবে অশেষ ধন্যবাদ ।

  • @pallaviborah1012
    @pallaviborah1012 Před 6 měsíci +3

    আইচেংফা "ৰেন মৌ"ৰ অনুস্থান আজি প্ৰথম চাঁলো,,,,সঁচাকৈ খুব সুন্দৰ অনুস্থান,,,, সিদ্ধাৰ্থদা সঁচাকৈ খুব সহজ-সৰল।

  • @sewalikalitaaxomiyasowali5001
    @sewalikalitaaxomiyasowali5001 Před 6 měsíci +7

    প্ৰিয় ব্যক্তি দুয়োগৰাকী ।কুশলে থাকক দুয়োগৰাকী❤❤

  • @pallabisaikia1036
    @pallabisaikia1036 Před 5 měsíci +3

    বহুত ভাল লাগিল, অনুস্থান টো শেষ কৰি চালো😊😊😊

  • @neelimdas7746
    @neelimdas7746 Před 6 měsíci +4

    সঁচাকৈ আচলতে সিৰথ শৰ্মা এজন সাধাৰণ মানুহ 😊

  • @pranamikadas6059
    @pranamikadas6059 Před 6 měsíci +2

    Eman dhuniyake j kothabur koi apuni baa.. hunile huniye thakibo mon jai... notun bosoror bohut hubhessa jaatra party loi❤❤

  • @nabanitasaikia8749
    @nabanitasaikia8749 Před 6 měsíci +7

    প্ৰথমে তোমাক আৰু তোমাৰ যাত্ৰাৰ পৰিয়াললৈ নতুন বছৰৰ আন্তৰিক মৰম আৰু শুভ কামনা জনালো ❤❤ আগৰ পৰাই চাই আহিছো যদিও লিখা হোৱা নাছিল... তোমাৰ সকলো অতিথিকে চাই বহুত ভাল লাগে যদিও তোমাৰ কথা খিনি শুনিবৰ বাবেই চাও❤❤ ইমান সুন্দৰ কৈ কথা বোৰ কোৱা কিবা এটা ভাল লাগে জানা.. যিটো যে বুজাব নোৱাৰি ❤❤❤যাত্ৰা আৰু আগুৱাই যাওক

  • @dimbeswarsaikia3917
    @dimbeswarsaikia3917 Před 5 měsíci +2

    বৰ ধুনীয়া লাগিল দেই ।

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx Před 6 měsíci +8

    বহুত ভাল লাগিল আজিৰ অনুষ্ঠানটো চাই ❤

  • @swarnabhajani6884
    @swarnabhajani6884 Před 6 měsíci +3

    যেন এজন অচিনাকি মানুহ ...
    ১০বছৰে লগ পোৱা কে কে জনৰ আঁ‌ৰৰ আচল মানুহজন লগ পাই আচৰিতেই নহয় আনন্দিতও হ'লোঁ‌। তেওঁ‌ৰ সামাজিক দৃষ্টিৰ লগতে মানসিক
    আৱেগ কোমল মনৰ প্ৰকাশে মুগ্ধ কৰিলে।
    তেওঁ‌ৰ ভাল হওক সৰ্বতোপ্ৰকাৰে । অলেখ শুভেচ্ছা ....।

  • @bobitagogoi4985
    @bobitagogoi4985 Před 5 měsíci +2

    Beautiful❤

  • @Abrajitsarma21
    @Abrajitsarma21 Před 6 měsíci +3

    Episode u 19 hoi.....xosai lucky number kk dar karone😊❤️

  • @tapas.pratim9599
    @tapas.pratim9599 Před 6 měsíci +7

    “যাত্ৰা” ৰ এই যাত্ৰা মধুময় হওঁক, অবিৰতভাৱে চলি থাকক এই প্ৰচেষ্টা।

  • @mrinalitamuli1502
    @mrinalitamuli1502 Před 6 měsíci +3

    বহুত ভাল লাগিছে 🥰 কথোপকথন, আগবাঢ়ি যোৱা শুভ কামনা জনালোঁ।

  • @prasiddagoswami2642
    @prasiddagoswami2642 Před 6 měsíci +2

    Oti sundar sakhyatkar. Sakhyat lauta aru diuta duiujanake ovinandan janaisu ....

  • @papughatowar7453
    @papughatowar7453 Před 5 měsíci +2

    Amar mormr hilpi Sidhartha dar lucky nmbr 19. Logote ai episode u 19. Kiman lucky tekhet❤

  • @deepshikhadutta7102
    @deepshikhadutta7102 Před 6 měsíci +14

    আইচেংফা তোমাৰ এই সুন্দৰ যাত্ৰাৰ সফলতাৰ বাবে অভিনন্দন আৰু বহুতো আশা তথা শুভেচ্ছা থাকিল 🧿🌻✨

  • @olagautam
    @olagautam Před 6 měsíci +9

    He has enormous talent
    And the flow of the delivery of dialogue is his forte
    Good show

  • @babuphukan8920
    @babuphukan8920 Před 6 měsíci +36

    Very limited Quality Host we have in Assamese entertainment industry, you are One of the perfect host so far I have seen. Positive Attitude, welcoming and pleasing expression, allowing space to the guest to finish his or her answer, no cross questions and list goes on......... All things are perfect in its place. I guess This talk show is setting a benchmark and i strongly wish it to be maintained.

  • @cuties3542
    @cuties3542 Před 6 měsíci +4

    বৰ ভাল লাগিল। অতি সুন্দৰকৈ প্ৰশ্নবোৰ উপস্থাপন কৰিছে। ধন্যবাদ জনাইছো দুয়োজনলৈ।

  • @anujprotimbarkatokey3864
    @anujprotimbarkatokey3864 Před 5 měsíci +2

    যাত্ৰাৰ সহযাত্ৰী হোৱা মোৰ বেছি দিন হোৱা নাই। কিন্তু যাত্ৰা যি কেইদিন কৰিছো অতি আপ্লুত হৈছো। আইচেংফাৰ যাত্ৰা আৰু সুন্দৰ হওক আৰু ৰেন মৌ ৰসেৰে সমৃদ্ধ হওক।

  • @MrinaliDutta-oe1mk
    @MrinaliDutta-oe1mk Před 6 měsíci +2

    Khub hundor lgil anusthan tu sai

  • @chutiakrishnaaxom
    @chutiakrishnaaxom Před 6 měsíci +8

    সুন্দৰ,, দুয়ুগৰাকীলৈ ইংৰাজী নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো ❤

  • @user-hk3lq2vl3r
    @user-hk3lq2vl3r Před 5 měsíci +3

    বৰ্তমানলৈ দুটা খণ্ড চাইছো বহুত ভাল লাগিছে।

  • @gaurabsaikia4309
    @gaurabsaikia4309 Před 6 měsíci +8

    প্ৰেম বুলিলে কি মনলৈ আহেনো❤️❤️ ইমান মৰম লগাকৈ সুধিছে অ' , দাদা অসমবাসীৰ প্রিয়❤️ বা জনী আৰু নামটো বৰ মৰম লগা❤🎉

    • @ratnakalita3020
      @ratnakalita3020 Před 6 měsíci

      বহুত ভাল লগা অভিনেতা

  • @MusicOfAsssam
    @MusicOfAsssam Před 6 měsíci +2

    Vl Lagil Nojona Kotha Kisuman Jani❤️❤️❤️

  • @prosantasarmah2460
    @prosantasarmah2460 Před 4 měsíci +2

    Moi CZcams r video skip kori saw. Bt rain mow channel tur video 1 sec skip kora nii . Emn vl lage apunar video Sai . Moja❤ keep it up 🤗🥰

  • @dimpinath3467
    @dimpinath3467 Před 2 měsíci +1

    এই অতিথি জন সদায় প্ৰিয়❤

  • @KishalayBaruah-tg2gk
    @KishalayBaruah-tg2gk Před 6 měsíci +3

    Dhunia

  • @debajitgogoi9333
    @debajitgogoi9333 Před 6 měsíci +2

    Kk da kotha khini huni bohut val lagill

  • @bhaskarsonowal2271
    @bhaskarsonowal2271 Před 6 měsíci +2

    Khub priyo anusthan, baa apnaunak sale dekhile imn positive Lage , Tate ako priyo ovineta #sidhatho_sharma love from #Duliajan❤

  • @DeepGogoi-zh5pn
    @DeepGogoi-zh5pn Před 6 měsíci +5

    প্ৰিয় মানুহজন, সালিয়া বেজৰ পৰা এতিয়ালৈ হাঁহি বিৰিঙীয়া মানুহ জন।

  • @rahulsonowal6201
    @rahulsonowal6201 Před 6 měsíci +2

    ভাল লাগিল।।
    আজি ""যাত্ৰা""ৰ Episode=19
    আৰু,, কেকে দা''"'ৰো 19 সংখ্যা টো চিৰস্মৰণীয়।।।
    সচাকৈ সময়েই,, সকলো মিলাই।।

  • @MoupiyaProduction
    @MoupiyaProduction Před 6 měsíci +2

    আপোনাৰ অসমীয়া ভাষাৰ ওপৰত ভাল দখল আছে । বহুত ধুনীয়া

  • @kailashgogoi3484
    @kailashgogoi3484 Před 5 měsíci +1

    দুয়োৰে কথোপকথন বৰ সুন্দৰ আৰু মিঠা মিঠা লাগিল ।❤

  • @__visible
    @__visible Před 6 měsíci +3

    Basu da A mojaaah

  • @cobramen8679
    @cobramen8679 Před 6 měsíci +3

    Kk da manuh jon real life ot bohut hohoj horol ❤

  • @porisaikia3919
    @porisaikia3919 Před 6 měsíci +2

    Tomar program bor sai khubi Val lage.aru val val kam kori jowa

  • @rupamdihingia9308
    @rupamdihingia9308 Před 6 měsíci +2

    বঢ়িয়া,,, বহুত ভাল লাগিল দেই।

  • @lachitgogoi5082
    @lachitgogoi5082 Před 5 měsíci +2

    Way you take the interview, speek is excellent, God bless you Aisengfa.

  • @BiplobSaikia-rp9ne
    @BiplobSaikia-rp9ne Před 6 měsíci +3

    নতুন বছৰত ৰেন‌ মৌৰ‌ আজি অনুষ্ঠানটো চাই সচাঁই বহুত ভাল লাগিল।‌ বহুত কথা শিকিবলৈ পালোঁ ❤❤

  • @dilipphangsho47
    @dilipphangsho47 Před 6 měsíci +5

    বঢ়িয়া হৈছে অনুষ্ঠান টি । অভিনেতা উৎপল দাস দাক মাতিবছোন ।

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 Před 6 měsíci +2

    Bohut val lagil

  • @ajantachoudhury9193
    @ajantachoudhury9193 Před 6 měsíci +2

    Ran mou long live.Standrd program

  • @priyojonorbandhun
    @priyojonorbandhun Před 6 měsíci +4

    ভাল লাগিল।প্ৰথমে তোমালৈ নৱ বৰ্ষৰ শুভেচ্ছা যাঁচিলো।আজিৰ খণ্ডত ভাল লগা মুহুত্বটো নকৈ থাকিব নোঁৱাৰিলো।পত্নীৰ মনৰ কথাত স্বামীৰ আবেগৰ চকুলো।মোৰো কথাখিনিয়ে কন্দুৱালে।তুমি বৰ সুন্দৰ প্ৰচেষ্টাৰে আনক আনন্দ দিয়া ।শুভৰাত্ৰি।🙏

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 Před 5 měsíci +3

    সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল ৷ আশা কৰিছো আপোনাৰ ৰেংমৌ ৰ জৰিয়তে এনে বহু শিল্পীৰ সানিধ্য পাম ৷

  • @hemantaneog7852
    @hemantaneog7852 Před 6 měsíci +2

    Aichengfa kotha bur huni bor vl lage.hundar anusthan.❤

  • @user-th5nc4lt5l
    @user-th5nc4lt5l Před 5 měsíci +4

    19 tu lucky babe ei episode tu u 19 number episode wahh

  • @rishirajbongshi7317
    @rishirajbongshi7317 Před 6 měsíci +2

    Xopun bur lokhyo a hoi was ultimate 🫡

  • @SKumar-ne4sz
    @SKumar-ne4sz Před 6 měsíci +2

    19 number lucky sage, episode number o 19.

  • @parashar123abc
    @parashar123abc Před 6 měsíci +2

    সঁচাকৈয়ে আমি বহুত গৌৰৱ বোধ কৰোঁ আমাৰ বাসুক লৈ.. সৰলতাই যাৰ প্ৰধান অলংকাৰ ❤❤ .. আইছেংফালৈও মৰম দিলোঁ..

  • @user-bb4ub5pq9p
    @user-bb4ub5pq9p Před 6 měsíci +3

    Episode 19 lucky number t a ahile😊

  • @arunhazarika5296
    @arunhazarika5296 Před 6 měsíci +2

    a mja

  • @gargisarma8840
    @gargisarma8840 Před 6 měsíci +4

    ভাল লাগিল আইচেংফা....সুন্দৰ অনুষ্ঠান

  • @Rishirajmoran
    @Rishirajmoran Před 6 měsíci +5

    Kk da please came back to bop😢😭🙏🙏🙏🙏🙏

  • @pankhitabaruah794
    @pankhitabaruah794 Před 6 měsíci +2

    Episode u 19 hoi ... Lucky number hoi hoxai

  • @user-fc4ze7cj1f
    @user-fc4ze7cj1f Před 2 měsíci +1

    Simple man with great skills❤

  • @mohanchandranath9398
    @mohanchandranath9398 Před 5 měsíci +2

    Very good ,

  • @jalaramcochin9009
    @jalaramcochin9009 Před 5 měsíci +2

    Thankyou tumar anusthan Sai bahut Katha janib parisu.

  • @Krishnakoch174
    @Krishnakoch174 Před 6 měsíci +2

    Ren mow hofol howk.❤

  • @patar908
    @patar908 Před 6 měsíci +3

    Bahut bhal lagil bhagawane kukhale rakhibor karene kkarumohanak gen keepakare

  • @rivanjoligogoi6826
    @rivanjoligogoi6826 Před 6 měsíci +2

    Moiu kk sir ok vl Pau logote mur husbend aru suwalie joniu bhout vl pai❤❤ arunachal namsai pora Sai aasu moi

  • @purabichetiapurabichetia7703
    @purabichetiapurabichetia7703 Před 6 měsíci +2

    Bohut val lagile..bohut

  • @anuragburagohain7950
    @anuragburagohain7950 Před 5 měsíci +2

    As he said 19 is lucky for him
    Unfortunately this is episode 19 😮

  • @arindamchakravartty6308
    @arindamchakravartty6308 Před 6 měsíci +1

    হয় দাদা পইচা মাজে মাজে হে লাগে ❤
    আৰু মাজে মাজে লগায় ভাল,❤
    ৰিম্পি বা 👌

  • @manishadeka6600
    @manishadeka6600 Před 6 měsíci +7

    Scrol কৰি চায়েই থাকো "যাত্ৰা"ৰ অতিথি কেতিয়া আহে,কেতিয়া আহে🥰।ধুনীয়া হৈছে বা❤️❤️❤️ ।"অনুভৱ মোৰ" গাব দেই এদিন,মই অনুৰোধ কৰিছিলো🙏

  • @hemangadas4697
    @hemangadas4697 Před 6 měsíci +3

    Episode 19.
    really lucky 19

  • @rajivofficialrom3435
    @rajivofficialrom3435 Před 6 měsíci +9

    আপোনাৰ show চাবলৈ হেঁপাহেৰে ৰৈ থাকোঁ🙏