'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30

Sdílet
Vložit
  • čas přidán 13. 03. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also, press the bell icon to stay updated with our latest uploads.
    CREDITS:
    Host & Concept : Aichengfa Boruah
    Direction, Music & Audio Production : Xulfi Nawaz
    Video Edit : Dipankar Saharia
    Camera : Nihar Ranjan, Nayan Bordoloi, Ravi Shankar
    Make Up : Manash Rabha
    all rights reserved © Jaatra

Komentáře • 215

  • @aichengfaboruah
    @aichengfaboruah  Před 3 měsíci +47

    নমস্কাৰ, মই আইচেংফা ...😊🙏
    আজি মোৰ মনত দোলা দি থকা কেইটামান কথা আপোনালোকৰ আগত প্রকাশ কৰোঁ দেই ...! প্রথমতে, বহুত ডাঙৰকৈ এটা ধন্যবাদ প্রতিগৰাকী সহযাত্রীলৈ, আমাৰ প্রতিটো খণ্ডক ইমান আলফুলকৈ মৰম দিয়াৰ বাবে ! প্রতিটো ক'মেন্ট পঢ়ি বুকুখন ভৰি যায়... সঁচাই ...! আপোনালোকৰ বহুজনে কয় যে CZcams টো চাবলৈ মন নোযোৱাৰ সময়তে এনেধৰণৰ ভিডিঅ' Content এ আপোনালোকক পুনৰ CZcams ৰ প্রতি সুস্থ ধাৰণা এটা গঢ়ি তোলাত 'যাত্রা'ই সহায় কৰিছে...! সেই কথা জানি আমি অত্যন্ত সুখী হৈছোঁ... কিন্তু তাতোকৈ বেছি সুখী হৈছোঁ এই কথা জানি যে ... দৰাচলতে, আপোনালোকৰ চিন্তাবোৰ ভাল, শুদ্ধ ... সেয়ে আমাৰ চিন্তাখিনি আপোনাসৱে আদৰিছে অতি হেঁপাহেৰে ! তাৰ মাজতে আপোনালোকৰ বহুজনৰ পৰা অনুৰোধ আহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীক অতিথি কৰি আনিবৰ বাবে ... আমাৰ সেই প্রচেষ্টা অব্যাহতও আছে... কিন্তু প্রতিগৰাকী শিল্পীয়েই যিহেতু ব্যস্ত হৈ থাকে , সেয়ে সকলোৰে সময় সুবিধাবোৰ মিলি গ'লেহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীৰ স'তে অনুষ্ঠানটি সম্ভৱ হৈ উঠেগৈ ... লগতে আৰু এটি কথা হয় , মই মাহত তিনিটা বা চাৰিটা ভিডিঅ'হে প্রস্তুত কৰিব পাৰোঁ সেয়ে আপোনালোকৰ সকলোৰে প্রিয় শিল্পীগৰাকী 'ৰেন মৌ'লৈ আহোঁতে কিছু পলম হৈছে বা হ'ব ... যিহেতু মই চাকৰি এটিও কৰি আছোঁ লগতে অন্যান্য অনুষ্ঠানৰ স'তেও জড়িত হৈ থাকোঁ, সেয়ে সময়বোৰ ভাগ ভাগ কৰি ল'ব লগা হয়... কিন্তু কথা দিছোঁ, আপোনাসৱৰ প্রতিটো অনুৰোধ ৰক্ষা কৰাৰ আন্তৰিক প্রচেষ্টা এটা সদায় কৰি যাম... আপোনালোকৰ মন্তব্যবোৰ পঢ়ি কেতিয়াবা আবেগিকেই হৈ পৰোঁ‌ ...। দিনটো কাম কৰি আহি ৰাতি শোৱাৰ পৰত এই ধুনীয়া ধুনীয়া মন্তব্যবোৰেই হৈ পৰে মোৰ বাবে টোপনিৰ ঔষধ পালি...! আকৌ এটি ধুনীয়া সপোন দেখোঁ... তাৰপিছত পুৱা সতেজ হৈ পুনৰ এটি নতুনৰ আৰম্ভণি হয়...। 'নতুন' বুলি কওঁতেই মনলৈ আহিছে, ঘৰটোৰ নাম যে 'ৰেন মৌ' অর্থাৎ নতুন ঘৰ... সেই নতুন ৰ অর্থ কেৱল ঘৰটো বুলি বুজাবলৈ চেষ্টা কৰা নাই ... ইয়াত আপোনালোকৰো নতুন চিন্তাবোৰ যোগ হয়, অতিথি সকলৰ নতুন চিন্তাবোৰ যোগ হয় , লগতে ময়ো কিছু নতুন চিন্তা সংযোগ কৰিবলৈ প্রয়াস কৰোঁ । সেইবাবেই ঘৰটোৰ নাম ৰাখিছোঁ 'নতুন ঘৰ' বা 'ৰেন মৌ' !
    আমাৰ আজিৰ খণ্ডটিত ভাতৃ ত্রিদিৱ ভাগৱতীৰ চিন্তা-চেতনাক ইমান বেছি মৰম দিয়াৰ বাবে পুনৰ বাৰ আমি 'ৰেন মৌ' বাসীয়ে প্রতিগৰাকী শ্ৰদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ জনাইছোঁ অশেষ ধন্যবাদ ... সদায় কুশলে থাকক, হাঁহি থাকক ... শেষত সদায় কোৱাৰ দৰেই কওঁ, Stay tuned Jaatra with Aichengfa ! ♥️🙏

  • @tridibbhagabati7339
    @tridibbhagabati7339 Před 3 měsíci +29

    মৰম শুভকামনাবোৰৰ বাবে আটাইলৈ অশেষ ধন্যবাদ❤

  • @karabi-ek6de
    @karabi-ek6de Před 3 měsíci +32

    এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক শিক্ষা দিব পৰাকৈ তোমাৰ পৰা বহু কথা শিকিলোঁ। ধন্যবাদ ভাইটি।

  • @deeprajgogoi1822
    @deeprajgogoi1822 Před 3 měsíci +18

    বয়স হলেও। বেছি হোৱা নাই বাৰু । 40 মান হৈছে। কিন্তু এনেকৈ উঠি অহা অসমীয়া মানুহৰ পৰা বহু শিকিছোঁ। ভাল লাগে আৰু নিজৰ লগতে আন দহ জনক উৎসাহ দিবলৈ সাহস আৰু বেছিকৈ পাইছোঁ। কাম কৰি যাবলৈ। ধন্যবাদ ৰেন মৌ।

  • @deepjyotisaikiasaikia3514
    @deepjyotisaikiasaikia3514 Před 3 měsíci +96

    Anekua podcast bur saaley nijokey bohut gaadho gorutur nisina he laagey..... Ki nu Kori asu jaanu jibon Tut..... Mur eke logor lora hobo aijon..... Kintu aijon a ki Kori ase aru koi asey.... Aru moi ki Kori asu aru koi asu....... Raam raam...... Moi borbaad....🥺🥺🥺........ Proud of you my boy...❤️💪❤️.....
    Thanks to all of you for so much of adoration and nourishment...... It means a lot to me..... Thankyou so much...🙏❤️🙏

    • @deulankhui
      @deulankhui Před 3 měsíci +15

      Read books that's the only power at present time

    • @handloom1621
      @handloom1621 Před 3 měsíci +17

      মন টো ভাল হলেই হ'ল। এই লৰাজনে কিতাব পঢ়িছে, কথা ক'ব জানে। হয়তু ৰাজনীতিৰ প্ৰতি আকর্ষণ আছে।
      তুমি এনেকৈ ভাবিছাঁ যে সেইটোৱেই বুজাই যে তোমাৰ মনটো ভাল আৰু ভাল কৰিব পাৰিবা । অন্তৰখন ভাল হ'লে আৰু সঁচাত থাকিলে চব কৰিব পাৰিবা। All the best

    • @rajibborah8894
      @rajibborah8894 Před 3 měsíci +6

      Enekua podcast bur aamak lage... Thank you Aaisengfa baa... Vobisyotor ekujon budhhijibi... Rahul gautam sharmah, Tridip bhagabati ❤️‍🩹

    • @udipta72
      @udipta72 Před 3 měsíci

      ​@@rajibborah8894seriously কিন্তু গাহৰি লাই বনাই resturent খানা জুতি লৈ ফুৰা ঘূৰি ফুৰা দলী গোসাঁনী কান্ধত লৈ ফুৰা দেউতাক মৃত্যু ব্লগ বনাই ৱাঃ ৱা লোৱা মানুহ view আৰু subruciber বেছি। অনেহেন ধনাত্মক video 📷 প্ৰতি মানুহৰ ৰুচিবোধ কম। হাই মানুহ। আগুৱাই যাওক মই কিন্তু নতুন video বাবে সদায় wait 🫸🏼 কৰি থাকো

    • @karabi-ek6de
      @karabi-ek6de Před 3 měsíci +3

      Bujije paisa heiyai bht.... Bhal hbo tmru...

  • @DiSaTLC
    @DiSaTLC Před 3 měsíci +6

    Rahul,Tridip aulukor abhibhabokok aru Axom Jatiyo Bidyalaya r xikhok-xikhyotrik jen mate..ami janibo bisaru keneke aulukok dangor korise..upcoming parents xokolur babe bohut bhal hobo..

  • @chandramagogoi5982
    @chandramagogoi5982 Před 3 měsíci +19

    ভাল লাগিল অনুষ্ঠানটো।ত্ৰিদিৱ দা আমাৰ কটনৰ চিনিয়ৰ।তেওঁৰ চিন্তা-ধাৰা সদায় শলাগনীয়।তেওঁ আৰু আগবাঢ়ি যাওঁক তাকেই বিচাৰোঁ।👍

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 Před 9 dny

    সঁচাই এটা বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তৃদ্বীপ ভাগৱতী আমাতকৈ বয়সত সৰু যদিও তেওঁৰ চিন্তা ধাৰা বহুত উপৰত কথা কোৱাৰ ভংগিমা সঁচাই অতুলনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ ইমান সুন্দৰকৈ দিছে ভাল লাগিল আজিৰ পৰা এজন আদৰ্শ ব্যক্তি হিচাপে বাচি লৈছো আগুৱাই যাওক জীৱনৰ বাটত নিজৰ উন্নত চিন্তাধাৰাৰ আৰু বিকাশ হওঁক তাকে কামনা কৰিছোঁ

  • @jasinthdeka482
    @jasinthdeka482 Před 3 měsíci +10

    খুব সুন্দৰ অনথষ্ঠান।ত্ৰিদিব ভাগৱতীলৈ বহুত শুভেচ্ছা থাকিল।ত্ৰিদিবৰ কথাবোৰ বহুত ভাললগা।ত্ৰিদিব ৰাহুলৰ ল'ৰাবোৰ অসমৰ বাবে ডাঙৰ সম্পদ।

  • @mjchetia386
    @mjchetia386 Před 3 měsíci +10

    ত্ৰিদিৱ দা নতুন প্ৰজন্মৰ এটা ভাল নক্ষত্ৰ। সমাজ খনক সদায় পোহৰাই ৰাখক। মানৱ সম্পদ সমাজে গঢ়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আগুৱাই যাওঁক সৎ, সততা, নিষ্ঠাৰে নতুন প্ৰজন্মৰ আদৰ্শ আৰু সাহস, প্ৰেৰণা হওঁক। বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। আমি অনুসৰণ কৰোঁ আপোনালোকক।

  • @swarnabhajani6884
    @swarnabhajani6884 Před 3 měsíci +24

    বঢ়িয়া।মগজু পখালিব পৰা ত্ৰিদিব ভাগৱতীৰ কথা।
    তেওঁ‌ৰ মংগল হওক ।

  • @Basanta_Official1
    @Basanta_Official1 Před 2 měsíci +3

    নৱপ্ৰজন্মৰ উজ্জ্বল নক্ষত্ৰ❤🎉

  • @dipankarhazarika5213
    @dipankarhazarika5213 Před 3 měsíci +35

    যাত্ৰা, অনুষ্ঠানটো আগুৱাই যাওক।
    ত্ৰিদীপ,ৰাহুলৰ দৰে সম্পদ আমাক লাগে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 Před 3 měsíci +1

      ত্ৰিদীপৰ দৰে সম্পদ আমাক লাগে।

  • @birajjyoti3222
    @birajjyoti3222 Před 3 měsíci +8

    ঘৰখনেই চৰিত্ৰবোধৰ/ ভাষা গঠনৰ,, প্ৰথম পঢ়াশালি।

  • @dipjyotiborgohain8771
    @dipjyotiborgohain8771 Před 3 měsíci +7

    অসমৰ এজন প্ৰতিভাশালী সুনাগৰিক

  • @niharikastory1481
    @niharikastory1481 Před 3 měsíci +14

    এনেধৰণৰ অনুষ্ঠান খুবেই ভাল লাগে । যʼত অতিথিজনক কথাবিলাক কবলৈ সুবিধা দিয়া হয় । নহলে তু আজিকালি অনুষ্ঠানবোৰত যি গৰাকীয়ে আঁত ধৰে তেওঁ এ বেছিকৈ কথা কৈ থাকে ।

  • @nishantakdas07
    @nishantakdas07 Před 3 měsíci +6

    "Tridip Bhagabati" will be a big name in the future,Mark my words.
    Best wishes to him 🌸❤️

  • @jintuborah576
    @jintuborah576 Před 3 měsíci +5

    ত্ৰিদীপ দা তুমি সঁচাকৈ বহুত সাহসী ,তুমি আগুৱাই যোৱা লগতে নিজৰ জীৱনৰ লগতে অসমৰ সকলো মূল্যবান কাম বোৰ তুমি নিয়াৰিকৈ কৰা ,কৰিব লাগিব ।তুমি এটা জাতীয় সম্পদ ,মানৱ সম্পদ সকলো । বহুত কৰিব লগীয়া কাম আছে তোমাৰ । নিজৰ লগতে সদায় সকলো দিশ আগুৱাই লৈ যোৱা, নিজৰ দেহ টো প্ৰতি ও যত্ন লবা সদায়।

  • @karabi-ek6de
    @karabi-ek6de Před 3 měsíci +7

    Oh my god কি ধুনীয়া অ কবিতাটো। মাজে মাজে গানটো গাই দিছে আইচেংফাই আৰু সোনত সোৱগা হৈছে।

  • @PrayashiHazarika-nt8me
    @PrayashiHazarika-nt8me Před 3 měsíci +9

    বা কি কম , ক'ৰ'বাত যেন হেৰাই যোৱা জাতীয়তা বোধ তোমাৰ এই অনুস্থানৰ জৰিয়তে বিচাৰি পাইছো। এই যাত্ৰা সদায় অব্যাহত থাকক। বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা অনুস্থানৰ প্ৰাসংগিতা বহুত বেছি।

  • @purnakalita-yu4xf
    @purnakalita-yu4xf Před 3 měsíci +6

    এই যাত্ৰা আগুৱাই যাওঁক।
    প্ৰতিটো খণ্ড চাই আছোঁ খুব ভাল হৈছে আৰু ভাল হওঁক । ❤

  • @funusenapoti9220
    @funusenapoti9220 Před 3 měsíci +6

    আইচেংফা তোমাৰ এই যাত্ৰা অনুস্থানত সময় উপযোগী নৱ প্ৰজন্মৰ এজন যুৱক নিমন্ত্ৰণ কৰি আনি খুব সুন্দৰ বিষয় কেইটামান আলোচনা কৰিলা য'ত মই বিশেষকৈ জানিব পাৰিলো। তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ। ত্ৰিদিৱ ভাগৱতী লৈ মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল, আগন্তুক দিনবিলাকত তেওঁ যেন আগুৱাই যাওঁক।

  • @user-cq6ov7cz3w
    @user-cq6ov7cz3w Před 3 měsíci +6

    অনুষ্ঠানটোৰ যাত্ৰা দূৰ দিগন্তৰ হওক ।
    আৰু ত্ৰিদীৱ দাৰ পৰা উদ্ভৱ হোৱা চিন্তাৰ সত্বাটো অমৰ হওক ।🙏

  • @asthajitadeka4290
    @asthajitadeka4290 Před 3 měsíci +8

    অসমৰ সম্পদ এওলোক ভগৱানে সদায় ভালে ৰাখক ❤

  • @porismitabora6556
    @porismitabora6556 Před 2 měsíci +1

    বহুত ভাল লাগিল।

  • @BD12348
    @BD12348 Před 3 měsíci +5

    অনাগত দিনৰ এটি নক্ষত্ৰ।আগুৱাই যোৱা বহুদূৰ।

  • @moureensvlogandworld225
    @moureensvlogandworld225 Před 3 měsíci +6

    সাক্ষাৎকাৰবোৰ এইধৰণৰ ব্যক্তিক লৈয়ে হ'ব লাগে।এন্টাৰটেইনমেন্ট বহুত হ'ল।ভাল পালো।

  • @santimoni7949
    @santimoni7949 Před 3 měsíci +2

    বৰ সুন্দৰ । ত্ৰিদীপৰ দৰে যুৱক নতুন প্ৰজন্মৰ আৰ্দশ হওঁক💐

  • @nayanjyotidas-lo1qi
    @nayanjyotidas-lo1qi Před 3 měsíci +6

    ৰেন মৌ মানে নতুন ঘৰ কিন্তু মোৰ মনত আৰু এটা নাম আহিছে.."জ্ঞানৰ ভৰাল "

  • @mathsbychannasir9871
    @mathsbychannasir9871 Před 3 měsíci +5

    এনেকুৱা প্ৰতিভাৱান মানুহৰ শ্বো চাই শিকিব পাৰি শিকাৰ হেপাহ বাঢ়ে ।
    বহুত ভাল লাগিল ❤

  • @binoysinghgour4230
    @binoysinghgour4230 Před 3 měsíci +3

    ত্ৰিদীপৰ চিন্তাধাৰা বহুত ভাল। তেওঁৰ দৰে চিন্তা কৰা ব্যক্তি ৰাজনীতিত আহিলে। অসম আগুৱাই যাৱ।

  • @loboray6685
    @loboray6685 Před 3 měsíci +1

    Bohut val lagil

  • @nabadas2528
    @nabadas2528 Před 3 měsíci +2

    সুন্দৰ বক্তব্য। তোমাৰ উজ্বল ভবিষ্যত হৃদয়েৰে কামনা কৰিলো ❤

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 Před 3 měsíci +5

    আইচেংফাৰ অনুস্থান বোৰ চাই বহুত বেছি ভাল লাগে।

  • @Chintumanihazarika
    @Chintumanihazarika Před 3 měsíci +12

    ত্ৰিদীৱ দাৰ কথা,যুক্তি আৰু চিন্তা-চেতনা বহুত ভাল লাগে।মোৰ বিশ্বাস আমি প্ৰায় প্ৰতিগৰাকী নৱপ্ৰজন্মই যদি এই মন আৰু চিন্তাৰে কাম কৰোঁ,সেয়া অসমৰ বাবেই অত্যন্ত অনুকূল হ'ব,এককথাত অসম, অসম হৈ থাকিব❤

  • @ckctube
    @ckctube Před 3 měsíci +2

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
    অতি উত্তম অনুষ্ঠান। মন হৃদয় আনন্দেৰে পৰিপূৰ্ণ নহৈ নোৱাৰিলে। ৱাহ্! অসমৰ সুসন্তান, এজন প্ৰকৃত অসমীয়া। নামেই যাৰ পৰিচয়- ত্ৰিদীৱ ভাগৱতী।
    আমি শুনিব লাগে, শুনি শিকিব লাগে। এনে বক্তাই জ্ঞানৰ পোঁহৰ বিলাই চৌদিশ উজলাই তোলে। অসম আৰু অসমীয়াক চহকী কৰে।
    আহঁক, আমি সকলো 'অসমীয়া' হওঁ।
    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @imtanmaykalita
    @imtanmaykalita Před 3 měsíci +3

    সুন্দৰ❤️
    জয় আই অসম

  • @mukulbarma
    @mukulbarma Před 3 měsíci +4

    অনুষ্ঠান আৰু অতিথি নিৰ্বাচন সুন্দৰ হৈছে। ত্ৰিদিপ আৰু আইচেংফালৈ শুভকামনা।

  • @karabi-ek6de
    @karabi-ek6de Před 3 měsíci +7

    মই গৰ্বিত আমি অসমীয়া, অসমীয়া মাধ্যমৰ ছাত্ৰী আছিলোঁ ❤

  • @KaSiYali
    @KaSiYali Před 3 měsíci +9

    বৰ মৰমলগা ল'ৰা।উঠি অহা ল'ৰা-ছোৱালীসকলক এনেধৰণৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱা দেখি মনটো ভৰি উঠে❤শুভেচ্ছা থাকিল।

  • @chawdggogoi8722
    @chawdggogoi8722 Před 3 měsíci +2

    ভাল লাগিল

  • @koustubh8117
    @koustubh8117 Před 3 měsíci +2

    বহুত ভাল লাগে।

  • @gayatryborthakur2769
    @gayatryborthakur2769 Před 3 měsíci +3

    Kotha bur suni bor bhal lagile

  • @swapnaligogoi4192
    @swapnaligogoi4192 Před 3 měsíci +2

    Bor Hundor , Sai huni hepah npolai ren mou r otithi aru tumar kotha botora...

  • @gitikadevchoudhury8773
    @gitikadevchoudhury8773 Před 3 měsíci +3

    বহুত ভাল লাগিল। এই অনুষ্ঠানটো খুউব সুন্দৰ হৈছে। অইচেংফাৰ কথা সোধা আৰু কোৱাখিনি খুউব সুন্দৰ। ত্ৰিদিপলৈ বহুত শুভেচ্ছা। তেওঁৰ প্ৰত্যেক টো অনুষ্ঠান চাও। আমাৰ মনৰ কথাবোৰ বৰ সুন্দৰ কৈ কয়❤

  • @user-nd7hd7sm8v
    @user-nd7hd7sm8v Před 3 měsíci +4

    সুন্দৰ অনুষ্ঠান। চাই খুবেই অনুপ্ৰাণিত হলো । দাদৰ কথা খিনি বহুত ভাল লাগিল। সুন্দৰ মনৰ সুন্দৰ চিন্তাৰ এজন ব্যক্তি । Big fan হৈ গলো দাদা।

  • @AijoneePori
    @AijoneePori Před 3 měsíci +2

    খুব ভাল ।আলোচনা বোৰ এনে হ'ব লাগে।

  • @mamonidevi617
    @mamonidevi617 Před 3 měsíci +2

    Birat dhunia lagil 2 jonekei morom jonalu Tridip bhaiti tumar monor bancha puron houk takei kamona korilu

  • @jibeshkrb529
    @jibeshkrb529 Před 3 měsíci +3

    সঁচাকৈয়ে বহুতেই ধুনীয়া 👌👌
    বহুত বেছি লিখিব বা কʼবলৈ নাযাও......
    অত্যধিক অধ্যয়নে মানুহৰ জ্ঞান বঢ়ায় আৰু সেই জ্ঞান-ধাৰনাবোৰে মানুহজনৰ চিন্তাবোৰক বহুত বেছি ওপৰলৈ লৈ যায়, শেষত ত্ৰিদীৱলৈ অশেষ ধন্যবাদ জনায় তেখেতৰ সপোনবোৰ পুৰন হওঁক তাৰেই কামনা কৰিলোঁ।।

  • @ranjugogoi4117
    @ranjugogoi4117 Před 3 měsíci +3

    The best one

  • @ultimatecreation....
    @ultimatecreation.... Před 3 měsíci +3

    Uffff......❤❤❤Nuwari aku kobo

  • @user-qi7pw2lc2l
    @user-qi7pw2lc2l Před 3 měsíci +4

    আপোনাৰ অনুষ্ঠান টি চাই বৰ ভাল লাগে বা।আজি ও ভাল লাগিছে। আপুনি আগ বাঢ়ি যাওক

  • @mjchetia386
    @mjchetia386 Před 3 měsíci +2

    আইছেংফা বা এনেকৈ আগুৱাই লৈ যাঁওক । সংখ্যা কম হলেও একো নহয় ।গুৰুত্ব পাওঁক সকলো স্তৰৰ নতুন প্ৰজন্মই । যাতে আপোনাৰ অনুষ্ঠানটো পিছৰ প্ৰজন্মই চাই উপকৃত হব পাৰে। এটা ভাল চৰ্চাৰ অনুষ্ঠান এনেধৰণৰ চৰ্চা বোৰ অব্যাহত থাকিব লাগে। ভাল বোৰ ৰৈ যাব ,বেয়া বোৰ লুপ্ত হব। আপোনালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। সদায় ভালে থাকক সুখী হৈ থাকক। সু স্বাস্থ্যৱান হৈ সদায় মনৰ শক্তিৰ পৰা ডেকা হৈ তৰুণ হৈ থাকক। ১২/১৮ ‍ ঘণ্টা কামৰ মাজত আপোনাৰ অনুষ্ঠানৰ লগত সময় কটাও, জানিবলৈ , শিকিবলৈ, উপলদ্ধি কৰিবলৈ।

  • @pranabborthakur5372
    @pranabborthakur5372 Před 3 měsíci +5

    Jatra anusthan sai monot anekuwa lagil, kune koi assam hompodar dukhiya buli, moi kom, assamot "Rshul" aru "Tridipor"dore hompod atiyau. ase.

    • @axom_television_official
      @axom_television_official Před 3 měsíci

      Apunar hoite ...akmot moiii

    • @DiSaTLC
      @DiSaTLC Před 3 měsíci

      Axomiya xompod agoteu asil aru agoleu thakibo..ami Axomiya bure belegor dore keu keu meu meu k nathaku nijoke jona-ustadi dekhabole..gyani manuhe mone mone kaam kore..brihot gos adal mone mone dangor hoi aku xobdo nokora koi..most classic people are the “khilonjio axomiya” on earth..agote pratibha bur raijor usoroloe aha madhyom khub kom asile..kintu atia gutei Bharat aru logote Bishwa u jona hobo lahe k ami kun..kebol ami sobe milon xohokare thoka tu usit..

  • @kusumsarma6702
    @kusumsarma6702 Před 3 měsíci +4

    মনৰ মানুজন,শেষ কৰি চামে❤❤❤

  • @kamalmahanta1452
    @kamalmahanta1452 Před 3 měsíci +3

    যাত্ৰাৰ যাত্ৰা সদায় আগোৱাই যাওক আৰু আপোনাৰ জৰিয়তে সদায় নতুন নতুন বেক্তিৰ কথা বোৰ যেন শুনিব পাও তাকে কামনা কৰিলো বা ।

  • @chandanadeka8599
    @chandanadeka8599 Před 3 měsíci +3

    বৰ সুন্দৰ অনুষ্ঠান।ল'ৰাজন আগুৱাই যাওক।

  • @sauravgogoi1471
    @sauravgogoi1471 Před 3 měsíci +7

    He is the upcoming voice of New Generation of Assam, God Bless#👌🏼👏😇

  • @ritamazumdar696
    @ritamazumdar696 Před 3 měsíci +3

    ত্ৰিদীপলৈ বহুত বহুত শুভেচ্ছা থাকিল ।আগুৱাই যোৱা তুমি

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 Před měsícem +1

    11:11
    তেওঁৰ শব্দ আৰু আপোনাৰ কণ্ঠ! উফ্🤍

  • @arupkachari1432
    @arupkachari1432 Před 2 měsíci +1

    ত্ৰিদীপ ভাগৱতী মোৰ অতি প্ৰিয় বন্ধু হিচাপে মনত ৰাখিছো। তেওৰ কথনশৈলী লগতে অধ্যয়ন বাঃ ভাষা নাই।। তেওক লৈ সপোন দেখো মই ব্যক্তিগত ভাবে কিয় নাজানো এদোখৰ জেগাত তেওক দেখি থৈছো। আশা কৰো

  • @dibakarphukan8536
    @dibakarphukan8536 Před 3 měsíci +3

    বৰ সুন্দৰ বিশ্লেষণ ত্ৰিদীপ দা ❤

  • @nanditadutta6770
    @nanditadutta6770 Před 3 měsíci +3

    ত্ৰিদিপ ভাগৱতীৰ কথাবোৰ শুনি ভাল লাগিছে।উজ্জ্বল ভৱিষ্যত আশা কৰিলো।❤❤❤

  • @jyotidas2063
    @jyotidas2063 Před 3 měsíci +4

    সুন্দৰ অনুষ্ঠান চাই বৰ ভাল লাগিল

  • @dhanjitpathak5589
    @dhanjitpathak5589 Před 3 měsíci +2

    সচাকৈ বৰ সুন্দৰ লিখনি ❤❤❤❤

  • @nabanitasaikia8749
    @nabanitasaikia8749 Před 3 měsíci +4

    যাত্ৰা সদাই আগুৱাই যাওক ❤❤❤ত্ৰিদীপলৈ আন্তৰিক শুভ কামনা থাকিল

  • @user-rh5rr5yo3r
    @user-rh5rr5yo3r Před 3 měsíci +4

    ইমান মনোমোহা অনুষ্ঠান উপভোগ কৰোৱাব বাবে বহুত বহুত ধন্যবাদ । আগলৈও এনেকুৱা অনুষ্ঠানলৈ বাট চাই থাকিম ।❤❤

  • @user-lw8gk4hp8v
    @user-lw8gk4hp8v Před 3 měsíci +2

    বহত ভাল লগিল

  • @priyojonorbandhun
    @priyojonorbandhun Před 3 měsíci +4

    আইচিংফা তোমাৰ এই "যাত্ৰা" অনুষ্ঠানৰ মই এগৰাকী তোমাৰ সহযাত্ৰী প্ৰতিটো অনুষ্ঠানৰ।আজি দিনটোত মই দুটা খণ্ড চালো।ইমানেই ভাল পালো ভাষাৰে বুজাব নোঁৱাৰো তোমাক ।"যাত্ৰা"ৰ পৰিধি বৃদ্ধি হওঁক ।আৰ্শীবাদেৰে। ডুমডুমাৰ পৰা তোমাৰ "যাত্ৰা" অতিথি।🙏🙏🙏

  • @nostalziamithundas9332
    @nostalziamithundas9332 Před 3 měsíci +2

    Very good episode ever

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 Před 3 měsíci +3

    He is a talented boy . ❤❤

  • @punyashreedas1617
    @punyashreedas1617 Před 3 měsíci +3

    Jatra loi bahut Thanks...new generation or upcoming Baktik amar majoloi lou aohar babe..bahut morom aru suvo kamona..

  • @lizaborthakur8432
    @lizaborthakur8432 Před 3 měsíci +2

    Eman hundar aluchona bahu bhal lagil

  • @mayuribaruah571
    @mayuribaruah571 Před 3 měsíci +3

    আন্তৰিক শুভকামনা জনালোঁ ৷এনেদৰে আগবাঢ়ি যাওক ৷আমি যথেষ্ট আশা কৰোঁ ৷

  • @RuwadMigom
    @RuwadMigom Před 3 měsíci +4

    Big fan Tridib da from Mising community 🎉❤

  • @ChayankHazarika
    @ChayankHazarika Před 3 měsíci +2

    We need more regionalistic Jatiyotabadi leaders like him.

  • @karabi-ek6de
    @karabi-ek6de Před 3 měsíci +8

    আইচেংফাৰ অতিথি কেইজন বৰ সাংঘাটিক। মন মগজু হিলাই দিয়ে। ইমান কথা শিকিব পাৰি। ৰাহুলৰ prodcust টো কি যে ভাল লগা। লৰাটোৱে ঠিকে কৈছে আইচেংফাৰ প্ৰগেমতে কথাবোৰ মন খুলি সকলোৱে কয়। একদম সঁচা কথা। চেনেলটো সদায় সজীৱ হয় থাকক। বৰ ষ্টেণ্ডাৰ্ড চেনেল। ❤বাকী আইচেংফাজনী কিয় ইমান ধুনীয়া? 😍

    • @dhrubadas7656
      @dhrubadas7656 Před 3 měsíci

      Aponar o kthalhini km dhunia nhy kintu..mor magajuto sali thka kthalhini apuni knk jnile he 😆😆😆

    • @karabi-ek6de
      @karabi-ek6de Před 3 měsíci

      @@dhrubadas7656 হয় নিকি

  • @chaosouravjyotigogoi9508
    @chaosouravjyotigogoi9508 Před 3 měsíci +3

    নৱপ্ৰজন্মৰ বাবে এটি গুৰুত্বপূৰ্ণ Podcast.প্ৰয়োজন আছে যুক্তি আৰু চিন্তা চৰ্চাৰ বোৰৰ।

  • @bijaydas9355
    @bijaydas9355 Před 3 měsíci +5

    ❤ ভাল লাগে মানুহজনক।

  • @dipakgogoi4266
    @dipakgogoi4266 Před 2 měsíci

    Rengmoi Tumi aguai jua eiejatrat hodai bighini hunyo houk

  • @dimpulsonowal6637
    @dimpulsonowal6637 Před 3 měsíci +2

    Agor poraiye tridip Vagabatir
    anusthan saw bohut val lage. Teu ajon bohu giyanor aodhikari

  • @khanindrabezbaruah9455
    @khanindrabezbaruah9455 Před 3 měsíci +2

    Vaal lagil show tu saw hodai.. At least hak khuwa vat khuwa kotha pati time waste kora nai,Jitu ajikali bohute kore.
    Anekuwa kotha bure aopokiyakoi holew eta sinta jogai tulibo bohutor monot.
    Apunar aii prosestha hofol houk.

  • @user-tn5yo1yx3d
    @user-tn5yo1yx3d Před 2 měsíci

    বহুত উপকৃত হলোঁ আপোনালোকৰ বাৰ্তালাপ চাই ।

  • @RumonTamuli
    @RumonTamuli Před 3 měsíci +4

    Bhabi asilu auu ktiya ahibo...aji ahi gol Val lgil🙏🏻❤️‍🔥

  • @purnanathborah2729
    @purnanathborah2729 Před 3 měsíci +2

    মন ভৰিল সাক্ষাৎকাৰটো চাই ৷

  • @monujboruah7891
    @monujboruah7891 Před 3 měsíci +3

    বহুত বহুত ভাল লাগিল ❤❤

  • @dipjyoti2000
    @dipjyoti2000 Před 3 měsíci +2

    Same age or ami.. But tridib a ki kri ase ru ami ki kri furisu nijoke question kribo loga hoise podcast Tu sai... Val houk tmr, aguwai jua

  • @hirakkalita3559
    @hirakkalita3559 Před 2 měsíci

    Mojaaaa love from Tamulpur !! Aaru joy Zubeen da

  • @bikash9820
    @bikash9820 Před 3 měsíci +1

    সুন্দৰ সম্পাদকীয়

  • @sonmonigogoi3746
    @sonmonigogoi3746 Před 4 dny

    বহুত ভাল লাগিল

  • @user-ro2ev4nk9j
    @user-ro2ev4nk9j Před 3 měsíci +4

    Dada jon xosai bohut vl kotha koise

  • @prasantasaikia5333
    @prasantasaikia5333 Před 3 měsíci +1

    আলোচনা খিনি ভাল লাগিল শুনি সঁচাকৈ বহুত দুয়োকে শুভকামনা জনাইছোঁ।

  • @pranjitbarmanvlogs
    @pranjitbarmanvlogs Před 3 měsíci +1

    Bohut bhal lagil kotha bur. Ajikalir rajneeti barter system 👌

  • @kalpanagohain2963
    @kalpanagohain2963 Před 3 měsíci +2

    bht val lagil

  • @PiiClasses
    @PiiClasses Před 3 měsíci +6

    Future t val politician hbo Jen lagise ii

    • @nabajyotiphukan7535
      @nabajyotiphukan7535 Před měsícem

      ইয়াতকৈ আৰু কি ভাল চিন্তা কৰিবা।

  • @pompiburagohain2396
    @pompiburagohain2396 Před 3 měsíci +3

    বহুত ভাল লাগিল যাত্ৰা আৰু যাত্ৰা

  • @manishadeka6600
    @manishadeka6600 Před 3 měsíci +2

    বৰ আগ্ৰহেৰে চালো Tridip Bhagawati ৰ কথাখিনি।ইমান গুণী ল'ৰা ইমান কম বয়সতে।অধ্যয়নশীল বুলি প্ৰতিটো কথাতে গম পালো।বৰ গভীৰ চিন্তনবোৰ।সমাজখনৰ বিভিন্ন দিশৰ বিষয়ে সচেতন ত্ৰিদিৱ ভাগৱতীৰ ভাল হওঁ‌ক।Aichengfa বা সদায় মৰমৰ।

  • @falcoaves9980
    @falcoaves9980 Před 3 měsíci +2

    AXOM JATIYA BIDYALAYA❤

  • @Hariprossanna
    @Hariprossanna Před 3 měsíci +2

    Sending love 🎉❤❤

  • @partha1401
    @partha1401 Před 3 měsíci +4

    বহুত ভাল পাওঁ দাদাক। ❤