শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ সৈতে বাৰ্তালাপ

Sdílet
Vložit
  • čas přidán 21. 06. 2024
  • শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰঞ্জু হাজৰিকাৰ সৈতে বাৰ্তালাপ
    / @officialranjuhazarika
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap #ranjuhazarika

Komentáře • 176

  • @ramnathborah7356
    @ramnathborah7356 Před 6 dny +7

    ভাৰতৰ ৰহষ্যময় উপন্যাস লেখক শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱক অসম,ভাৰত, চৰকাৰে মাননী বটাৰে যুগমীয়া কৰি ৰখা হয় যেন,,,,,,,,,

  • @BinapaniDowarah
    @BinapaniDowarah Před 11 dny +5

    প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ

  • @sibasishbhoradwaj1370
    @sibasishbhoradwaj1370 Před 10 dny +4

    ধন্যবাদ চক্ৰ দা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াৰ বাবে।

  • @ritamohan2304
    @ritamohan2304 Před dnem

    মোৰ প্ৰিয় সাহিত্যিক : বহুত ভাল লাগিল : তেওঁলৈ মোৰ সেৱা আগবঢ়ালো : বহুত বহুত ধন্যবাদ :

  • @nikhitagogoi6795
    @nikhitagogoi6795 Před 11 dny +23

    মোৰ প্ৰিয় ব্যক্তি ৰঞ্জু হৰৰিকা দেৱ, তেওঁ ৰ 10 খন মান কিতাপ পঢ়িছোঁ, আৰু পঢ়িব মন আছে কিন্তু পইচা নাই কিনিবলে স্কুল ৰ লাইব্ৰেৰী আৰু লগৰ ৰ পৰা বহুত কিতাপ বিচাৰি হে পঢ়িছোঁ, মই আশা কৰি আছিলোঁ আপুনি কেতিয়া এওঁৰ লগত কথা পাতিব, ..........❤❤ আপুনি যাতে বহুত দিন জীয়াই থাকে তাকেই কামনা কৰিছোঁ ❤❤

    • @nikhitagogoi6795
      @nikhitagogoi6795 Před 11 dny +2

      এদিন লগ পোৱাৰ আশা আছে এই প্ৰিয় ব্যক্তি জনক....
      😢❤

    • @aparajitaphukan1371
      @aparajitaphukan1371 Před 10 dny

      Dhanyabad , bor xundor anusthan korile , bohut bhal lagil .

  • @debajitchetia1659
    @debajitchetia1659 Před 11 dny +36

    মোৰ অন্যতম প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱলৈ অভিনন্দন জনালো।

    • @dilipkrhazarika4036
      @dilipkrhazarika4036 Před 9 dny

      0000000000⁰0⁰⁰⁰⁰⁰⁰⁰0000000000000000000⁰000000000000⁰⁰0⁰00000000000😊😊

  • @kalamandirdigitalarchieveu6059

    Moi log puwar subhagya hoise, mor Priya ejon lekhok, Bartalapak bahuta dynabad ❤

  • @nanditakalita172
    @nanditakalita172 Před 11 dny +4

    অনুষ্ঠান তো চাই বহুত ভাল লাগিল,, সৰুৰ পৰাই ভাবিছিলো ৰঞ্জু হাজৰিকা নাৰী বুলি,, পিছত গম পালো পুৰুষ,, আজি দেখা পালোঁ বহুত দিনৰ আশা পূৰণ হল

  • @abdulmostaque5111
    @abdulmostaque5111 Před 4 dny

    সঁচা কে মহান জনক সান্নিধ্য কৰাই দিয়াৰ বাবে বাৰ্তালাপলৈ অশেষ ধন্যবাদ

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 Před 10 dny +2

    বাৰ্তালাপত এটা সুন্দৰ সংযোজন৷ বৰ ভাল লাগিল৷ মই বহুত দিনৰপৰা ভাবি আছিলোঁ যে চক্ৰ দাই ৰঞ্জু হাজৰিকা ছাৰক কিয় ইমানদিন নিমন্ত্ৰণ কৰা নাই বুলি৷ অৱশেষত এই সুন্দৰ অনুষ্ঠানটো ছোৱাৰ সুভাগ্য হ’ল৷❤❤❤

  • @RubiDevi-oh7ww
    @RubiDevi-oh7ww Před 10 dny +2

    বৰ ভাল লাগিল অনুষ্ঠানটি চাই।

  • @karinasaikia1549
    @karinasaikia1549 Před 10 dny +9

    অসমীয়া সাহিত্য জগতৰ সোণোৱালী ভৰালঁটোক চহকী কৰা এজন অন্যতম সাহিত্যিক আমাৰ সকলোৰে শ্ৰদ্বাৰ ৰঞ্জু হাজৰিকাদেৱ। তেখেত সদায় ভালে থাকক।লগতে বাৰ্তালাভৰ পৰিয়ালটিলৈ মৰম থাকিল।

  • @debajani100rightchamua8

    Congratulations sir🎉. Apunar STOPDHA ARANYA mur bhut favorite hoi.

  • @RrrNgg10
    @RrrNgg10 Před 10 dny +1

    One of my best episode for my life......

  • @momihazarika413
    @momihazarika413 Před 11 dny +2

    Bht2 val lagil video to Sai🙏

  • @mamonidevi617
    @mamonidevi617 Před 10 dny +2

    Baarta Laap Mur priyo anusthan moi aajihe gom palu male buli tekhetor kothabur bohut bhal lagil thanks pareshar dada

  • @Parul_Saikia
    @Parul_Saikia Před 8 dny +3

    হাজৰিকা দেৱ, আপোনাৰ ব্যক্তিত্ব ক অন্ত ৰেৰে শ্ৰদ্ধা জনাই ছো ।

  • @diptidutta8569
    @diptidutta8569 Před 2 dny

    বহুতেই ভাল লাগিল

  • @binuddeka7799
    @binuddeka7799 Před 11 dny +5

    “বিশাক্ত আলিংগন”
    Story ultimate 😎

  • @ashadeoriranideori2864

    ধন্যবাদ চক্রদা ভাল অনুষ্ঠান এটা উপহাৰ দিয়াবাবে।আশাৰাণী দেউৰী ।

  • @manosibaruah2352
    @manosibaruah2352 Před 6 dny +1

    মই ৰঞ্জু হাজৰীকা দেৱৰ কেবাখনো কিতাপ পঢ়িছো ,অতি সুন্দৰ , তেখেতৰ গল্প ৰ চৰিত্ৰ বিলাক মন চুই যোৱা । মোৰ তেখেতৰ জুলু নামৰ উপন্যাস খন বৰ প্ৰিয় আছিল ।

  • @minatideka1393
    @minatideka1393 Před 11 dny +4

    ৰঞ্জু হাজৰিকাই কষ্ট কৰি মৰে কুমুদ হাজৰিকাই আৰমত খাই বৰ ভাল লাগিল

  • @renumedhi5370
    @renumedhi5370 Před 2 dny

    Long live Hazrika sir, may God bless you

  • @NilimaHazarika-ru5uo
    @NilimaHazarika-ru5uo Před 5 dny

    বহুত ভাল লাগিল ।মোৰ প্ৰিয় লেখক । তেওঁক আপোনাৰ বাৰ্তালাপ অনুষ্ঠানৰ দ্বাৰা শ্ৰদ্ধা ,তথা প্ৰনাম জনালো 🙏।তেওঁৰ বিষয়ে বহুত নজনা কথা জানিব পাৰিলো 😊বহুত বেছি ভাল লাগি ল।

  • @utpaldas7593
    @utpaldas7593 Před 9 hodinami

    Evergreen interview

  • @AchiniBoruah
    @AchiniBoruah Před 10 dny +4

    মইও বৰ্তমান তেখেতৰ আত্মজীৱনী "জীৱনৰ ফুল আৰু কাইটখন" পঢ়ি আছো । তেখেতক এনেধৰনে সাক্ষাৎকাৰত দেখা পাই বহুত ভাল লাগিল । আপোনালোকেও পাৰিলে এওঁলোকৰ নিচিনা লোকসকলৰ interview বোৰ লবচোন বহুত ভাল লাগিব । Next শান্তনু তামূলী, শান্তনু কৌশিক বৰুৱা এওঁলোকৰো ল'ব চোন । অকল Views ৰ বাবে CZcamsr, Singer বোৰকে মাতি থাকিলে ভাল নালাগে । পাৰিলে Businessman বোৰকো আনিবলৈ চাব , চাকৰি বাকৰি টো নাইয়েই কিবা অকনমান শিকিব পাৰোৱেই বা

  • @07jeetblog85
    @07jeetblog85 Před 11 dny +4

    My favourite detective writer

  • @jinaborgohain1909
    @jinaborgohain1909 Před 9 dny +1

    এটা সময়ত তেখেতৰ লেখা পঢ়িবৰ বাবে আমাক অপেক্ষা শব্দটোৱে ৰহস্যৰ পম খেদিবলৈ লগেই নেৰিছিল । বিশ্বনাথৰ পৰা তেজপুৰ নিকামুল চাৰিআলিত থকা কিতাপৰ দোকান খনলৈকে বাৰ্তালাপৰ মজিয়াত হাজৰিকাদেৱক দেখা পাই মনত পৰি গল । তেখেতৰ সু সংবাদৰ বাবে অভিনন্দন জনালোঁ ।

  • @punyagogoi7792
    @punyagogoi7792 Před 10 dny +3

    বহুত ভাল লাগে ছাৰৰ কিতাপ পঢ়ি।

  • @UjjwalBharali-qi2ub
    @UjjwalBharali-qi2ub Před 6 dny

    Bohut val lage ❤

  • @sunmonikonwar3888
    @sunmonikonwar3888 Před dnem

    Mur priyo lekhok gorakiloi antorik abhinandan jonalu😊😊😊

  • @pujadowari8569
    @pujadowari8569 Před 4 dny

    মোক শব্দৰ প্ৰেমত পেলোৱা প্ৰথমজন লিখকলৈ বহুত বহুত শুভ কামনা জনালোঁ 💐🙏

  • @cnkaxom2060
    @cnkaxom2060 Před 7 dny

    Bahut Bhal Lagil❤

  • @GamingwithAsif63
    @GamingwithAsif63 Před 2 dny

    Mur favourite lekhok ❤ apunar akhon Kota hat , mur favourite upoinaikh ❤

  • @pranabsarma3191
    @pranabsarma3191 Před 11 dny +2

    Bahut val lagile❤❤❤❤

  • @bijoyshankargogoi5161
    @bijoyshankargogoi5161 Před 11 dny +5

    আগতে আমি মৌচাক আলোচনীৰ "জেচন", " পবন" ৰ খণ্ডবোৰ পঢ়িবলৈ প্ৰতি মাহৰ প্ৰথম সপ্তাহলৈ অপেক্ষা কৰি আছিলোঁ।
    টেবুলত পাঠ্যপুথিৰ মাজত ৰঞ্জু হাজৰিকাৰ দেৱৰ উপন্যাস পঢ়াৰ আমেজেই সুকীয়া।

    • @AchiniBoruah
      @AchiniBoruah Před 10 dny

      পবন খন মোৰ খুব পঢ়িব মন থাকিলে । ডাঙৰ কিতাপ হিচাপে পাম নেকি বাৰু সেইখন

    • @singlelife3603
      @singlelife3603 Před 10 dny

      সচাই এই কেইটা চিৰিজ অসাধাৰণ আছিল।

  • @runjunkurmi7170
    @runjunkurmi7170 Před 7 dny

    My best best best writer......Bohut vl lagay apunar kitap

  • @DiptiBorah-lt1bu
    @DiptiBorah-lt1bu Před 10 dny +1

    ভাল লাগিল দাদা ।

  • @user-vw2el4ot4h
    @user-vw2el4ot4h Před 11 dny +4

    Chakrapani parashar apunar mukhar hahitut kiba rahasay ase.

  • @dipborah2598
    @dipborah2598 Před 8 dny

    খুউব সুন্দৰ অনুষ্ঠান ৷তেখেতৰ কিতাপ সৰুৰে পৰাই পঢ়িছো ৷

  • @surajpradhan439
    @surajpradhan439 Před 9 dny +1

    Apunaloi bahut bahut Abhinandan

  • @moonmigogoi4027
    @moonmigogoi4027 Před 5 dny

    🎉 sir লৈ শুভ কামনা থাকিল।

  • @SabinayesminYesmin-ei6cv

    মোৰ প্ৰিয় লিখক জন। সৰুৰে পৰাই দেউতাৰ মুখত এওঁৰ লিখনি বোৰ শুনিছিলো। তেতিয়াৰ পৰাই তেওঁৰ কিতাপৰ প্ৰতি আগ্ৰহী হৈ পঢ়িছিলোঁ। আৰু আজি মানুহ জন দেখাৰ সৌভাগ্য হ'ল।

  • @sarmisthaozah1617
    @sarmisthaozah1617 Před 2 dny

    আপোনাৰ ইমান ভাল লগা কথা শুণি বৰ ভাল লাগিল।

  • @bonditabaruahdutta745

    বহুত ভাল লাগিল 🙏🏼🙏🏼🙏🏼

  • @porinitagogoi2426
    @porinitagogoi2426 Před 11 dny +2

    প্ৰিয় ব্যক্তিজন❤

  • @apurbabaruah2088
    @apurbabaruah2088 Před 5 dny

    ধন্যবাদ , প্ৰিয় লেখকজনৰ বিষয়ে বহুত নজনা কথা জনিলোঁ ।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz Před 11 dny +1

    বহুত বহুত ভাল ❤

  • @purobeegogoi1343
    @purobeegogoi1343 Před 10 dny +1

    Mur priyo Hahityik jon, nor bhal lagil❤

  • @anibro4162
    @anibro4162 Před 6 dny

    Ranju manei Rohosho ba Bismoi ! 1978 -79 r kotha koisu . Tetia TV mobile nasil .Ranju da live long !

  • @pallabihazarika9646
    @pallabihazarika9646 Před 6 dny

    ৰঞ্জু বৰদেউতা.. আমাৰ গাঁৱৰ গৌৰৱ 🙏❤️

  • @puspaborah4779
    @puspaborah4779 Před 10 dny +1

    আপোনাৰ বহুত কিতাপ পঢ়িলো‌ আশীৰ্বাদ কৰিছো । আৰু আগ বাঢ়ক ।

  • @anilkumarchetia1816
    @anilkumarchetia1816 Před 11 dny +1

    Exceptional .

  • @RinaGohain-en1pc
    @RinaGohain-en1pc Před 5 dny

    Jani bhal lagil

  • @user-ut4zv1ki5g
    @user-ut4zv1ki5g Před 6 dny

    বৰ ভাল পাও তেখেতক সৰুতে ছোৱালী ভাবিছিলো ভগবানে ভালে ৰাখক ❤❤

  • @07jeetblog85
    @07jeetblog85 Před 11 dny +3

    Hundar

  • @bihuwan47
    @bihuwan47 Před 7 dny

    Pahori one of my favorite novel

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m Před 7 dny

    Nice.
    Ronju sir is great writer..
    We proud you...

  • @rabinkumarroy6473
    @rabinkumarroy6473 Před 11 dny +3

    Thanks aaji log powa karone .Ranju khura my favorite

  • @prasannabora7644
    @prasannabora7644 Před 11 dny +1

    Bohut val lage manuh jonok.....Dirghojibi houk Dada

  • @sumitradeka3599
    @sumitradeka3599 Před 5 dny

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @utpaldas7593
    @utpaldas7593 Před 9 hodinami

    Uthi aha lora suwali bure sini pabo lage tekhetok...uthi aha lora suwali burok sinaki korai aneke ata onusthan korar babe thanks apunak

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 Před 4 dny

    তেওঁ সদায় প্ৰিয়!🤍

  • @kabitadas5563
    @kabitadas5563 Před 4 dny

    মোৰ মৰমৰ লিখক ৰঞ্জু দা,সৰুতে এটা দ্বীপ সাতটা কবৰ পহৰিছিলো,সঁচাই তেওঁক অসম চৰকাৰে যিমান ডাঙৰ লিখাৰ বঁটাৰ উপাধি আছে দিব লাগে

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 Před 11 dny +2

    এটা সময়ত ৰঞ্জু হাজৰিকা দেৱৰ কিতাপৰ বাবে বলিয়া আছিলোঁ। এতিয়া দেখোন সকলো কিতাপেই পঢ়া সেৰেঙা... তথাপিও মই পঢ়ো...

  • @mayabinihandique708
    @mayabinihandique708 Před 9 dny

    Aji hy Ranju Hazarika sir ak deakhilu thank you 🙏chakrapani da

  • @JuriModoi
    @JuriModoi Před 11 dny +2

    সৰুৰেপৰা যিগৰাকী লেখকৰ কিতাপে মোক পাগল কৰি তুলিছিল,সেইগৰাকী প্ৰিয় লেখকেই হৈছে ৰঞ্জু হাজৰিকাদেৱ।আনকি মেট্টিকৰ দৰে পৰীক্ষাৰ মাজতো মনে মনে তেখেতৰ কিতাপ হাতত পৰিলেই পঢ়াৰ মাজত লুকুৱাই তেখেতৰ কিতাপ পঢ়ি আছিলোঁ।

  • @user-cg1ic6gm5n
    @user-cg1ic6gm5n Před 11 dny +1

    বৰ ভাল লাগিল।

  • @pranabsarmah7194
    @pranabsarmah7194 Před 5 dny

    এখেতৰ কিতাপ মোৰ সকলোতকৈ বেছি ভাল লাগে।

  • @siddharthmoran2801
    @siddharthmoran2801 Před 11 dny +1

    Currently reading ""Trinayan ""series of sir❤

  • @Jeemoni
    @Jeemoni Před 9 dny

    ভাল লাগিল।প্ৰিয় ব্যক্তি জনৰ বিষয়ে বহত কথা জানিব পাৰিলো।

  • @shekharbhatt8315
    @shekharbhatt8315 Před 8 dny

    প্ৰিয় সাহিত্যিকজনলৈ আন্তৰিক অভিনন্দন যাছিলোঁ💗

  • @singlelife3603
    @singlelife3603 Před 10 dny +1

    অন্যতম প্ৰিয়

  • @user-nx6cj4fq1l
    @user-nx6cj4fq1l Před 6 dny

    Congratulation dada.

  • @ranjanaborah1817
    @ranjanaborah1817 Před 10 dny +1

    তেখেতৰ বিষয়ে নজনা বহু কথা জানি ভাল লাগিল ।

  • @ushadas1841
    @ushadas1841 Před 5 dny

    মোৰ প্ৰিয় লিখক হাজৰিকা চাৰলৈ আন্তৰিক শ্ৰদ্ধা যাচিলো

  • @purnanathborah2729
    @purnanathborah2729 Před 9 dny +1

    ৰঞ্জু দাৰ কিতাপেৰেই আৰম্ভ কৰিছিলোঁ বাহিৰা কিতাপ পঢ়িবলৈ ৷

  • @pbvlogsaxom9157
    @pbvlogsaxom9157 Před 10 dny +1

    বহুত ধুনীয়া লাগিছে তেখেতক দেখা পাই ।

  • @MousomprotimBorah
    @MousomprotimBorah Před 11 dny +1

    আপোনাৰ শংকিত প্ৰতিধ্বনি কিতাপ খন মোৰ বৰ প্ৰিয় 🙏 🙏 ।

  • @rekhajyotibaruah1861
    @rekhajyotibaruah1861 Před 3 dny

    স্কুলত পঢ়ি থকাৰ পৰাই তেখেতৰ কিতাপ বহুত পঢ়িছিলোঁ।🙏🙏

  • @jyotsnadevi2956
    @jyotsnadevi2956 Před 10 dny +1

    ৰহস্য ময় ব্যক্তি ভাল লাগিল।

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 Před 11 dny +1

    আন্তৰিক অভিনন্দন জনালোঁ 🌷🌷

  • @NortheastExplorerRH
    @NortheastExplorerRH Před 9 dny

    ৰহস্য সম্ৰাজ্ঞী ৰঞ্জু হাজৰিকা ছাৰক ব্যাখ্যা কৰাটো অতি কঠিন কাম 🙏
    মোৰ ভাষাৰে অসমীয়া সাহিত্য জগতৰ জ্যোতিষ্ক। ভগৱানে ছাৰক সদায়ে আশীৰ্বাদ দিয়ক আৰু আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ থাকক 🙏🙏

  • @rijumonigoswami4492
    @rijumonigoswami4492 Před 11 dny +1

    Val lagil akhetor bahut kitap porhisilo

  • @harenKalita-cu4is
    @harenKalita-cu4is Před 11 dny +1

    Lv u sir,u r my favourite.

  • @gyandeep629
    @gyandeep629 Před 11 dny +1

  • @dhunumai1912
    @dhunumai1912 Před 11 dny +1

    Sosakoi bohut val lage tekhetor likha bur ❤❤

  • @deepagogoi392
    @deepagogoi392 Před 9 dny

    Hosa kothatu..... Tekhetor kitap proti ghorote ase.... Amar u ase🤗... Bohutu nojona kotha janibole palu 🙏🤗

  • @Gaiagirl_silka
    @Gaiagirl_silka Před 2 dny

    Ednt ekhn kitap khotom kruu moii ranju hazarika sir r bohut besi val paoo moiii❤

  • @HappyProteaFlower-jv4ss

    প্ৰিয় সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ। এটা সময় আছিল যেতিয়া অন্য সাহিত্যিকতকৈ ৰঞ্জু হাজৰিকাৰদেৱৰ এটা সুকীয়া স্থান আছিল।একক , অনন্য, মাদকতাৰ এক আকৰ্ষণ আছিল। তেওঁৰ কিতাপ খেদি খেদি পঢ়িছিলো।এক ৰোমাঞ্চকৰ পৃথিৱীত বিচৰণ কৰা যেন অনুভৱ হৈছিল।

  • @dipanjalidevi-np3iv
    @dipanjalidevi-np3iv Před 9 dny +1

    মোৰ প্ৰিয় মানুহ জন 🙏ছাৰ কিতাপ পঢ়ি ময় বহুত ভাল পাওঁ

  • @diptibhazarika7408
    @diptibhazarika7408 Před 10 dny

    ৰঞ্জু হাজৰিকা দেৱলৈ শ্ৰদ্ধা
    নিবেদিলো 🙏আৰু অভিনন্দন জনালো 🙏

  • @navabora9489
    @navabora9489 Před 11 dny +2

    এতিয়া হলিউড বলিউডৰ ৰহস্য চিনেমা চাই সিমান মজাই নালাগে যিমান আমি কৈশোৰ কালত হাজৰিকা দেবৰ উপন্যাস পঢ়ি মজা পাইছিলোঁ।

  • @anamikabora1937
    @anamikabora1937 Před 8 dny

    Favorite writter🎉❤

  • @sangeetaphukon788
    @sangeetaphukon788 Před 8 dny

    Eta homior Mur priyo lekhok goraki avinondon thakil🎉🎉🎉

  • @navanitabhattacharjee2728

    তেওঁক বাৰ্তালাপত দেখি বৰ ভাল লাগিল

  • @Nolini-jq4dj
    @Nolini-jq4dj Před 7 dny

    বিশেষকৈ হাত খন।

  • @mamaniborah5154
    @mamaniborah5154 Před 11 dny +1

    mor bor prya baut upanakh porhsu❤

  • @ujjalchaliha2793
    @ujjalchaliha2793 Před 5 dny

    হাজৰিকা দেৱৰ বহু কিতাপ পঢ়িলো তাৰ ভিতৰত আদ্য শেষ ৰজনীৰ কথা মনত পৰিলে এতিয়াও গা শিয়ৰি উঠে

  • @theassamlunchbox
    @theassamlunchbox Před 11 dny +1

    Ataitkoi bhal lagil khurik dekha pai,bhogowanor usorote prathna xodai xukhot thakok