Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 2994 || 17.06.2024 ||
Vložit
- čas přidán 16. 06. 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo - Zábava
সকলোৰে মা দেউতা আয়ুস বাঢ়িবলৈ লাইক কৰা 😢❤❤
SI sirr বিয়াখনৰ বাবে সকলোৱে like কৰক 😊
দেউতা তুমি কিয় নিস্তব্ধ হৈ গলা পলকতে সেইদিনা পুৱা ,
তুমি কথা পাতিছিলা, হাঁহিছিলা
কিন্তু নাই বুলি কওঁতেই কেনেকৈ নাইকিয়া হৈ গ’লা
সেইদিনা পুৱা তোমাক কোলাত লৈ কিমান জগাইছিলো মই
তুমি মোক এবাৰো নামাতিলা দেউতা
মায়ে কৈছে তুমি বোলে অাৰু কেতিয়াওঁ নামাতা আমাক
কিন্তু কিয় দেউতা?
মই জনা নাছিলো দেউতা
“দেউতা” শব্দটো শেষ বাৰৰ বাবেই যে কবলৈ লৈছো
চিঞৰি চিঞৰি কান্দিছিলোঁ দেউতা
তোমাক হেৰুৱাৰ বেদনাত
তুমি নামাতিলাই দেউতা
তুমিতো গুছি গ’লা আমাক এৰি থৈ অজান দেশলৈ
কিয় গ’লা দেউতা
তুমিতো জানিছিলা
তুমিবিহীন মোৰ এই জীৱন যে শূন্যতাৰে ভৰা।
দেউতা কেনেকৈ কটাম জীৱন?
তুমিয়েইতো সকলো আছিলা
তুমি মোৰ পৃথিৱী,
তুমি মোৰ আকাশ,বতাহ, জোনাক, সেউজীয়া,
সংগ্ৰাম,জীৱন, সাহস, উশাহ- নিশাহ, নদী,পোহৰ,
সকলো আছিলা দেউতা
এইবোৰৰ অবিহনে জানো জীৱন হয় দেউতা ?
পৃথিৱীখন সাৰে অাছে অ
মাথোঁ তুমি শুই গ’লা দেউতা।
তুমি ৰুই যোৱা
পদূলিৰ মূৰত সেই কৃষ্ণচূড়া জোপাৰ ফালে চাই ৰওঁ দেউতা
কিজানিবা তুমি কেতিয়াবা আহা
নাই অ দেউতা তুমি সঁচাকৈ অাৰু কেতিয়াওঁ নাহা।
বৰগছ জোপাহৈ তুমি আছিলা দেউতা
নিজৰ অভাৱক আওঁকান কৰি
আমাক সুখী কৰিছিলা দেউতা
কিমান কষ্ট কিমান ত্যাগ কৰিলা সেয়া মই কেনেকৈ পাহৰোঁ দেউতা তুমি মোৰ আদৰ্শ আছিলা দেউতা সততা অাৰু নিষ্ঠাৰে আগুৱাই যাবলৈ প্ৰেৰণা দি গৈছিলা
তুমি মানুহ হবলৈ শিকাইছিলা
সেইয়া চাবলৈহে তুমি অাৰু নাথাকিলা দেউতা।
ইমান শুনকালে ডাঙৰ হোৱাৰ মন নাছিল অ’ মোৰ দেউতা
তুমি এৰি যোৱাৰ পৰাই
জীৱন মানে কি বুজিছো অ দেউতা
জীৱনৰ অস্তিত্ব কি বুজিছোঁ
তুমি নাই বাবে এতিয়া জানিছো বৰষুণৰ গতিৰ গভীৰতা কিমান
মায়ে প্ৰায়ে উচুপি উঠে
তোমালৈ বাট চাই ৰৈ থাকে দুৱাৰ দলিত
মোৰ চাবলৈ বৰ কষ্ট হয় অ দেউতা
মাঁক কুশলে ৰাখিম তুমি চিন্তা নকৰিবা দেউতা।
বৰ কষ্ট হৈছে অ দেউতা
তুমি যে নাই ঘৰখন বৰ উকা
কেতিয়াবা আকাশখনলৈকে চাওঁ
কিজানি তুমি তাতেই আছাঁ
কলৈ গ’লা মোক এবাৰলেও নোকোৱাকৈ গুচি গ’লা।
মোক লৈ দেখা সপোনবোৰ পূৰণ হোৱালৈ চাবলৈ তুমি নাথাকিলা
কুশলে আছে সকলো দেউতা
তুমিহে হেৰাই গ’লা
এতিয়া আমাৰ কৃষ্ণচূড়াৰ তলৰ সেই উকা পদূলিটোৱে
নিৰৱ নিস্তব্ধ সন্ধ্যাবোৰে
বহুত কথাই সোঁৱৰাই গৈছে দেউতা।
নিষ্ঠুৰ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস
মৃত্যু অনিবাৰ্য্য, কিন্তু কেনেকৈ মানি লওঁ মই তোমাৰ মৃত্যু
মোৰ বৰ কষ্ট হৈছে মানিবলৈ
তুমি হৃদয়ত থাকিবা দেউতা
এটা ধুনীয়া তৰা হৈ জিলিকাই ৰাখিম মোৰ হৃদয়ত তোমাক দেউতা
যতেই আছা তুমি কুশলে থাকা “দেউতা”😢miss you papa 😔
Nice 👍
,🥺🥺
Emotional kri dila
Val lagise poem to 😊❤
Poem tu mojaa
বেহাৰবাৰী আউটপোষ্ট কাৰ কাৰ প্ৰিয়.…... যাৰ যাৰ প্ৰিয় এটা লাইক কৰি দিবা ❤
Mur❤❤😂😂
Mur❤❤❤❤❤❤❤❤❤❤❤❤❤❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💟💟💟💟💟💟💟💟💟💟💟💟💟💟💟💟💟💟🌺🌺🌺💟💟💟🌺🌺💟🌺🌺💟🌺💟💟💕💕💕💕💝💝💝♥️♥️🎊🎊🤗❤️❤️❤️❤️
Kk mohanok Kune Kune miss korise bru❤❤.....like aru reply diba
সকলোৰে অভিনয় সুন্দৰ।
লুটুকন,কুমকুম আৰু ৰিছা ,ৰাকেশ❤❤।
Pritom sir r Deutak biyolir vrindavan t ase kott ahibo 😅😅😅😅
Si sir ৰ দেউতাক সোনকালে আহক তেতিয়াহে যদি 3000হাজাৰ episode si sir বিয়া খন হবগৈ চাগে ❤❤😂😂❤❤❤❤
বহুত বেছি ভাল পাওঁ beharbari outpost এতিয়াও চাওঁ তথাপিও কিন্তু আগৰ মানুহ বোৰ বহুত miss কৰোঁ 😢
This is my favourite serial but kk and mohon thoka heten
কুম কুমৰ বাবে লুটুকনে বহুত অপেক্ষা কৰি আছে ।
ইহঁতৰ প্ৰেম কাহিনী চাই মই বহুত ভাল পাওঁ ।❤❤❤
ৰিচা জনীক কিবা এটা ভাল লগে ,,❤
Mur hoi tair
Attitude queen
Wow Advocate mm dore sehera dei .......😂😂😂😂..
I love ❤ e rikcha....
Richa r khong tu bhal lage dei😊
কিছুমান সপোন আধৰুৱা হৈ থাকিব লাগে......
যদি সকলো বস্তুৱেই পোৱা......তেন্তে ......
অপেক্ষা কিহত থাকিব.......
✍️ নিজৰ নে copy to paste 😂😂
@@222pradip 😂😂😂😂😂🤣
Right ❤
Moina kalija my favorite exprided
পৰিচালক মহোদয়,হাচনাহানাই ৰিচাক ৰখা বুলি কলে,SI চাৰক ৰখিব বুলি কলে ,কি ৰখিবলৈ কলে সেইটোহে নুবুজিলো,গৰু ছাগলী ৰখিবলৈ কলে নেকি বাৰু?
Hatimoriya and tiwarik remove kori dibo lage and Richa and Rakeshr Valpuwa lage🥰🥰🥰
লুতুকন দাই কুমকুমক অপেক্ষা কৰি আছে 😊
❤ episode টো চাই ভাল লাগিল
Good afternoon everyone 😊
Isss ফুল ছিঙা কাৰণে ইমান দন 😂 থানা পালেহি 🤦🏻♂️
ভাল হৈছে...আৰু সময়ৰ সাবধানতা আটাইবোৰ সাঙুৰি দায়িত্ববোধো পালন কৰিছে❤❤
Mukta da apunai suli lgai Episode ata diba sun jmoni ata uthib 😂😂😂
বাইদেউ দুদুৰ উপৰত থকা তেটো টো ভাল লাগিছে
লুটুকন ,কুমকুম বিয়াৰ কেইয়া হব।
Love you all beharbari❤
Mojaaaa❤
ছাৰ, ৰওক দেই ।
ৰিছা, ৰোৱাঁ দেই ।
Happy Eid Mubarak 💕 guys
Muhon nelage amak Atiya beharbari outpost Atiya val lagese
Mojja 😢
🎉
Muja lagise vdo sar❤❤❤😮😮😮😂
Val lagise😊😊😊
Happy Eid mubarak All
Honuman aru lukel baidew love story lage 🥰🥰
Eid Mubarak guys 🎉❤
Richa chetry ❤
SI sir aru besi din Beharbarit nathake aru. Oti sunkalei jabo aru
a.moja
10:42
♥️♥️♥️♥️♥️🌹🌹🥰🥰
Nagaon ❤
Kum kum lutu agor story ai fantastic
3000 episode upcoming gotike SI sir biya khon o khabo lage aru Rakesh Richa criminals reaction ata ghotibo lage Val lagibo Richai Rakesh k help koribo Rakesh olop sanjot hbo mojja lagibo kintu
moja
Nice👍👍👍
❤️❤️❤️❤️❤️
❤💕💞💖💖💖💖
Mojja ❤❤❤❤❤❤
Nice video 👍
Rati r video liga....❤
Val lagali sai❤❤
3000 episode Congratulations
Lutukon aru kumkummor love story lge
Aru 6ta khondo baki 3000loi❤🎉
Beharbari outpost nuaua bohut dinei hol, KK Mahan gusi juar pora beharbari sabore mon najai 😢
Nice to
Love you Richa Ba
Lutukon daa mzaaah
KKকাৰনেএতালাইক😊ইমজিকমেতমোহনৰকাৰনেলাইক😊😮❤
Bohut dinor murot beharbari Sai su
Honestly.. Ekebare val nulua hoise beharbari Sai .. haiso rokh nuhua hoi goise .. purona episode bur Sai a kiba eta val lagisil .
Eid Mubarak guys 🎉😊
Har har mahadev
Har har mahadev
Jay Sri ram, her, her mohadev
🥺😔🥀
বহুত ভাল লাগিছে
Vote for kk nd muhon ❤
Val lagali sai 😂😂❤❤😂❤🎉🎉🎉
শেহতীয়াকৈ 3000 episode অতিক্ৰমলৈ আন্তৰিক অভিনন্দন জনালোঁ। বেহাৰবাৰি সকলো কৰ্মকৰ্তা লৈ শুভেচঁচা থাকিল।
Kk sir mohon ai word duta miss koru bohut
❤❤❤🎉👍🏿👍🏿👍🏿👌🏽
❤
❤❤❤❤
হুনুমান ব্ৰক্ষ্মচাৰী যে ৰীছা 😂😂😂
Aji Nai Kumkum Notokar Karone Lutukon Da Mon😢💔🔥
❤❤❤
Rakesh da love you❤❤😂😂
Kumkum ❤
Need a serious case
Kumkum aru lutu Love story laga❤
Hoinki😁
🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺🇦🇺😊
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳😊
I love you k❤❤❤❤
Sir aponar deuta Biyolir Brindabanat ase😂
KK- mohon 😢
Hiru and aodibus
Thoda camera quality achcha hona chahie
❤❤
Si sir'r biya🎉
Kakati dae keneke gam pale jjj lutue vari dukhan dekhi koise buli.lutukaneu tu kua niii vori dekhi koisu buli.
Blg dekhli ji kumkum buli navabil hoi a seikrne vabise
@@itsmylifeboss5641 holeiu koidia hoi val asil. Direct kakati dae koidise najanakoie xeikarane koisu.
@talentofassam5350 oo big mistake 😂
কিয় নহয় বাৰু ❤
Amoja 🎉🎉🎉
❤❤❤ BOP🙏
Joba b SI sir bia ketia hobo
Lutokon is best
Richa baa aru Rakesh daa r love story lage❤😊
Good night.. Guys...
ক্ষমা কৰিব পাৰিলে ভগৱানৰ শপত নাখাব
❤️🧿
Sir. Congratulations 🎉 beutiful white 🤍🤍 flowers. tope desison quick reply
Ba