Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 2997|| 20.06.2024 ||

Sdílet
Vložit
  • čas přidán 19. 06. 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Zábava

Komentáře • 468

  • @RekhamoniBora-ec2mn
    @RekhamoniBora-ec2mn Před 8 dny +15

    কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ অশেষ ধন্যবাদ ❤❤❤❤❤

  • @akeashnolboria9239
    @akeashnolboria9239 Před 8 dny +47

    Beharbari outpost hodai sua hokole like ata kori jua...

  • @user-jv8tn1ol1f
    @user-jv8tn1ol1f Před 8 dny +78

    আজিৰ খন্দতু চাই বহুত ভাল লাগিল । সচাঁকৈ ৰাভা দেবৰ আদৰ্শ আমি সকলোৱে জিয়াই ৰাখিব লাগে । হে স্বৰ্গময় ৰাভা এই কলুসিত অসমত পোনৰ জনম লৈ মৃত্ৰুমূখী অসমীয়াক তোমাৰ আদৰ্শৰে জিপাল কৰি তোলা । নহলে বৰ মোৱা সকলে ৰাজনিতিৰ চাকনৈয়াত আখনৰ লালসাত দেশ.জাতি.মাতি আৰু ভাষা সকলো শেষ কৰিব এতিয়া । লগন....উকলি.....গল..........!!

  • @user-ku1oc1ui8w
    @user-ku1oc1ui8w Před 8 dny +173

    ৩০০০ হাজাৰ খণ্ডৰ সম্পূৰ্ণ হোৱাৰ আগমূহূৰ্তত জনপ্রিয় চিৰিয়েল বেহাৰবাৰী আউট পষ্টৰ সকলো অভিনেতা-অভিনেত্ৰী কলা-কৌশলীলৈ শুভেচ্ছা জনালোঁ❤🙏

  • @sumongogoi1138
    @sumongogoi1138 Před 8 dny +27

    সঁচাকৈ মানুহ জনৰ কথাখিনিয়ে যেন হৃদয়ৰ কোনোবা খিনিত চুই গৈছে। কলাগুৰু বিষ্ণু ৰাভা দেৱ লৈ সহশ্ৰ প্ৰনাম জনাইছোঁ ।। 🪔🌼

  • @pankanrabha
    @pankanrabha Před 8 dny +6

    Jba baideo r biya khaba kune kune ready hoi ase ❤❤

  • @dipankarlahanlahan5441
    @dipankarlahanlahan5441 Před 8 dny +56

    তৰা বাই বৰ ধুনীয়া গান গায়,,সিং ছাৰেও ধুনীয়া গায়।

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Před 8 dny +25

    মৰমবোৰ গ'ম নোপোৱাকৈ বাঢ়ি যায় হাঁহি থকা মনটোৰ মাজত হৰ্ঠাতে আহি যায় অচিনাকি কোনোবা এজন কোনোবা এগৰাকী আৰু জীৱনটোৰ মাজত মৰম, ভালপোৱা আৱেগ সহানুভূতি দি লগাই লাহে লাগে মৰমৰ নিজৰা বোৱাই এক আশাৰ ৰেঙনি জীৱনটোৰ মাজত এনেকোৱাকৈ এক বান্ধোনৰ সৃষ্টি কৰি দিয়ে যি এৰাব নোৱাৰা ,,,, কিন্তু বহু বছৰৰ পাছত এদিন সকলোবোৰ মৰম ভালপোৱা আশা সপোন নোহোৱা কৰি আতৰি গুচি যায় কেতিয়াবা বিনাকাৰণে কেতিয়াবা বিভিন্ন কাৰণ দেখাই কেতিয়াবা এটা কাৰণ দৰ্শাই নোহোৱা হৈ যায়,,,,,যাৰ লগত সদায় দিন ৰাত কথাপাতি সুখৰ -দুখৰ অভ্যাসত পৰিণত হয়,,,, কিন্তু হেৰাই যায় তেতিয়া মনটোক বুজাবলৈ বহু কষ্ট বৰ বেদনাদায়ক হয়,,,,,জীৱনৰ প্ৰতি মৰমৰ প্ৰতি ভালপোৱা নামৰ শব্দটোৰ প্ৰতি অনিহা জন্মি যায়। সেয়ে মৰম বেছিকৈ পালেও বৰ ভয় লাগে জানোছা এদিন হেৰাই যায়।

  • @Raam80
    @Raam80 Před 8 dny +30

    সিং চাৰে ইমান ধনীয়া গাই উফ❤❤❤
    গান হাঁহি আৰু অভিনয় সঁচাই চাৰ বহুত ধুনীয়া ❤❤❤❤❤❤❤❤❤

  • @user-es3te9zv3e
    @user-es3te9zv3e Před 8 dny +15

    বহুত দিন বেহাৰবাৰী চালোঁ কিন্তু আজি হে বসু দা দমটো দেখিলোঁ ❤❤❤❤❤❤

  • @pujapanyang3111
    @pujapanyang3111 Před 8 dny +8

    Joba❤❤ Joba baidew bhut dhuniya❤❤

  • @joykalita9849
    @joykalita9849 Před 8 dny +16

    সদাই চাও ভাল লাগে ধেমেলীয়া হলে আৰু ভাল লাগে

  • @s.j9384
    @s.j9384 Před 8 dny +101

    বেহাৰবাৰী বহুত বছৰ হ'ল কিন্তু আজি লৈকে কমলৰ ভনীয়েকক দেখা পোৱা নগ'ল 😊

  • @satyaranjanbharali2329
    @satyaranjanbharali2329 Před 8 dny +10

    তৰামাই কন্ঠটো ধুনিয়া

  • @Deepbubu
    @Deepbubu Před 8 dny +10

    বহুত বহুত ভাল লাগিল আজি চিন্ময় কটকীৰ অভিনয়ে অন্য এক সোৱাদ দিলে আজি।

  • @pompibora1372
    @pompibora1372 Před 8 dny +7

    সুন্দৰ
    ৰাকেশ দাৰ অভিনয় অতি সুন্দৰ লুটু ,কুমকুম ,ৰাকেশ আৰু ৰিছা Is best

  • @deadman000
    @deadman000 Před 8 dny +7

    এইখন হাঁহি উঠিবৰ কাৰণে চাওঁ, প্ৰেমৰ নাটক চাবলৈ নাহো ইয়াত। জবা ৰিচাৰ দুখ দেখাই পেনপেনীয়া নকৰিবি কেলা ছেটৰ

  • @padmapaninath
    @padmapaninath Před 8 dny +9

    সঠিক শক্তিমান প্ৰশ্ন উত্থাপন কৰিছে------- বছৰত এদিন বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ চৰ্চা কৰি বাকী সময় বোৰ সেই চেতনাৰে কাম নকৰিলে , আগনাবাঢ়িলে বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শ কেনেকৈ পালন হ'ব ?? আৰু সমাজে , থলুৱা জাতিয়ে কেনেকৈ অস্তিত্ব ৰক্ষা কৰিব ???? বছৰৰ প্ৰতিটো সময় বিষ্ণু প্ৰসাদ ৰাভাৰ চিন্তাৰে আগনাবাঢ়ি - এদিন গীত গাই লাভ নাই ।

  • @ranjandoley3193
    @ranjandoley3193 Před 8 dny +1

    অতি সুন্দৰ উপস্থাপন।

  • @jutibansarmah948
    @jutibansarmah948 Před 8 dny +5

    Rakesh and risha love story

  • @user-ec6yx1ys3f
    @user-ec6yx1ys3f Před 8 dny +42

    Today is my birthday but 0 like 😢😢

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 7 dny +1

    বহুত ভাল লাগিল ৰাভা দেৱৰ বৰ্ণিল গাথা শুনি। আমাৰ হিয়াৰ আমঠু ৰাভা দেৱৰ গুণ গৰিমা অসমত জিলিকি থাকে যেন সদায়।

  • @layanhazarika4480
    @layanhazarika4480 Před 8 dny +5

    I like this serial.I can not sleep at night without looking this serial " Behar Bari out post". I am so big fan for this serial.Long live.

  • @jugalrajbongshi5455
    @jugalrajbongshi5455 Před 8 dny +2

    Kum kum ❤ru lutu r love story lage ✅ Like button ❤
    Kum kum mur fav actres ❤

  • @exploreassam7926
    @exploreassam7926 Před 8 dny +14

    গ্ল'বেলাইজেশ্যন আৰু ফিউশ্যনৰ সময়তো ৰাভাই আমাৰ শৈশৱ-কৈশোৰ-যৌৱন ঘেৰি আছিল, আজিও একো সলনি হোৱা নাই। সেই একেই ৰাভা।
    এই ৰাভা কাৰোবাৰ বাবে বিপ্লৱী, কাৰোবাৰ বাবে শিল্পী, কাৰোবাৰ বাবে কমৰেড, কাৰোবাৰ বাবে প্রেমিক, কাৰোবাৰ বাবে সৈনিক। এই ৰাভাই কলমৰ কথাও কৈছিল, বন্দুকৰ কথাও লিখিছিল। মানুহে ৰাভাক কিদৰে মনত ৰাখে সেয়া ব্যক্তিগত কথা।
    কিন্তু আমাৰ অহংকাৰ,"আমি ৰাভাৰ দেশৰ মানুহ।"

  • @user-mn7sx7sy7p
    @user-mn7sx7sy7p Před 8 dny +9

    Kk/mohan kori thake j manuh bilak kk/mohan nuhuwak val laga ny nki apuna lukok jodi val laga ny nasale holl
    Kunubai nathakileu amar hodai priyo BBOP❤

    • @biswajeetsarmah2411
      @biswajeetsarmah2411 Před 8 dny

      Ekdom right.
      Team BBOP ajiu hilai ase. Thoka keijone ali boli ke acting koribo parise.

  • @NILAMANIMEDHI-jt6py
    @NILAMANIMEDHI-jt6py Před 8 dny +2

    বহুদিনৰ মূৰত ভাললগা খন্ড এটি চালো । ধন্যবাদ BOP পৰিয়াললৈ ।

  • @assamremix691
    @assamremix691 Před 8 dny +2

    বৰ সুন্দৰ লাগিছে দেই 💐 🙏 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ প্ৰণামো দিৱস লৈ।

  • @Bikashsewali
    @Bikashsewali Před 8 dny +13

    সময় আৰু বয়স কাৰো বাবে ৰৈ নেথাকে গতিকে ছাৰৰ বিয়া খন হ'লে ভাল লাগিব জবা বাইদেউ লগত ❤❤❤❤

  • @Moondas17
    @Moondas17 Před 8 dny +4

    Mojaaa❤

  • @sslentertainment8442
    @sslentertainment8442 Před 8 dny +5

    3000 খণ্ডৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনালোঁ

  • @Abhijit_Boruah_
    @Abhijit_Boruah_ Před 7 dny +1

    কথাটোৱে মন চুই গল ৰাভা দেৱ আমি জীয়াই ৰাখিব লাগিব ❤❤❤❤
    আমাৰ বোকোত এতিয়াও জীয়াই আছে
    আৰু থাকিব ❤❤❤❤❤❤
    ধন্যবাদ ❤❤

  • @MainaBora-zo2ey
    @MainaBora-zo2ey Před 8 dny +35

    ❤️❤️Vote for মা দেউতা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dipaphukan61
    @dipaphukan61 Před 8 dny +7

    All time favourite serial ------- 💔

  • @JoyontaDutta
    @JoyontaDutta Před 8 dny +2

    Bosu dar gali gita moja lagile ❤❤❤❤❤❤ I love you beharbari outpost

  • @nanditadevi8484
    @nanditadevi8484 Před 8 dny +3

    ৰাভাদেৱক স্মৰণ কৰাত বৰ ভাল লাগিল।

  • @ChandramaiPayeng
    @ChandramaiPayeng Před 8 dny +65

    Kk aru muhon ketiya hahi boge😊😊

  • @AxomPlaYz1
    @AxomPlaYz1 Před 8 dny +5

    Old Beharbari Outpost (Comedy/action) 😂😎🔥
    nowadays Beharbari Outpost (Tezady) 🤡👽🥸

  • @handique6888
    @handique6888 Před 8 dny +6

    কলাগুৰুৰ স্মৰণ অৰ্থপূৰ্ণ হৈছে।ভাল লাগিল।

  • @assamgamerz2503
    @assamgamerz2503 Před 8 dny +6

    Advance congratulations for 3m subscribe 🎉🎉

  • @Assamesegirlmunmi
    @Assamesegirlmunmi Před 5 dny

    সঁচাকৈ মানুহজনৰ কথা খিনীয়ে হৃদয় এক চুই গৈছে 🥺

  • @ronuwabalidemow946
    @ronuwabalidemow946 Před 8 dny +2

    জবা বাইদেউ ক বিয়া খন সোনকালেই পাতক

  • @all4onechannel1122
    @all4onechannel1122 Před 8 dny +3

    Miss u Kalaguru Vishnu Prasad Rabha...😢😢😢

  • @Dijeshgogoi
    @Dijeshgogoi Před 8 dny +2

    ভাল হৈছে ❤❤

  • @dipaphukan61
    @dipaphukan61 Před 8 dny +5

    Good night all friends 🌃

  • @user-ur5lx1tq7s
    @user-ur5lx1tq7s Před 8 dny +4

    সচাকৈ বেহাৰবাৰীৰ খণ্ডটোৱে বুকুত সাজ বহুৱাই গল

  • @anantamoranvloge7255
    @anantamoranvloge7255 Před 6 dny +1

    সুন্দৰ ❤❤❤

  • @rkct5400
    @rkct5400 Před 8 dny +1

    Beharbari Outpost showing excellent credits in maximum episodes. Keep it up!

  • @hiyahiya2219
    @hiyahiya2219 Před 8 dny +2

    Singh sir e khub val gaai ❤
    Taramaai baideo ❤

  • @Nipuhukai
    @Nipuhukai Před 8 dny +5

    Joba baideu i love story video❤❤❤

  • @pallabblogss
    @pallabblogss Před 8 dny +8

    K.k.and Mohan I miss you❤

  • @JatinNarzary-mi1ii
    @JatinNarzary-mi1ii Před 8 dny +1

    Tora bar voice tu eman dhuniya❤❤

  • @NabadeepChutia-ln6ge
    @NabadeepChutia-ln6ge Před 6 dny

    Beharbari outpostr সকলো কৰ্ম বিন্দলৈ 3000 খণ্ডৰ বহুত বহুত হুভেশ্যা 🎉🎉থাকিল । এনেকৈ জাতে আৰু বহুত আগলৈ আগ বাহি যায় টাকে সকলোৱে আশিবাদ কৰিব । ধণ্যবাদ।

  • @Mr_nayan_roast
    @Mr_nayan_roast Před 8 dny +3

    Mind blowing episode

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l Před 7 dny

    কৃষ্ণ চেলুট বেহাৰবাৰী আউটপোষ্ট।🙏🙏🙏

  • @dipaphukan61
    @dipaphukan61 Před 8 dny +3

    Waiting 💞 for 💚 today 💞 episode 💞💙💞

  • @utpalnath7129
    @utpalnath7129 Před 8 dny +32

    কাৰ কাৰ গাৱত বান পানী হৈছে like কৰা❤❤❤

  • @enjoywithniku845
    @enjoywithniku845 Před 8 dny +2

    3000 episode tut kiba ata dhamaka lage hoy lutu kumkumr nohole Joba aru Sir laagee mane lage 🤨

  • @s.koriginalmemesclips9421

    Bhut dhunia hoise episode tu....

  • @user-is7cw7cj9l
    @user-is7cw7cj9l Před 4 dny +1

    Aji Moja lagise Gaan Boro bhal hoise

  • @Dhunugaming114
    @Dhunugaming114 Před 7 dny +1

    10:06 miss you kk aru mohan ❤❤

  • @Mishikakalita3974
    @Mishikakalita3974 Před 8 dny +7

    Life is like a dice we never know what comes next😢
    Waiting

  • @user-wf1xe5nv7g
    @user-wf1xe5nv7g Před 8 dny +2

    থানু দা আৰু জবা কেতিয়া বিয়া হব চাবলৈ ৰৈ আচু চাবলৈ

  • @Nipuhukai
    @Nipuhukai Před 8 dny +2

    I love you behabari outpost❤❤

  • @kishurdeka8579
    @kishurdeka8579 Před 8 dny +3

    Love from zubeen da ❤️🩸 👍

  • @user-pd1bk7wp8w
    @user-pd1bk7wp8w Před 8 dny

    জয়তু বেহৰবাৰী আউট পষ্ট । ২০ জুন ।

  • @themedicobrain9399
    @themedicobrain9399 Před 8 dny +1

    বহুত ভাল লাগিল 🙏🙏

  • @LovelyDrum-eh3mk
    @LovelyDrum-eh3mk Před 7 dny

    Miss you kk and mohon da

  • @gogoikumaraluk
    @gogoikumaraluk Před 7 dny +1

    Bhal lagile❤❤😢

  • @PiyatomBoruah
    @PiyatomBoruah Před 8 dny +2

    3 million ❤... congratulations in advance 🎉

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před 7 dny +1

    Bishnu prashad Rabha dibosh 🙏🙏🙏🙏🌸🌸🌺🌺🌼🌼

  • @Mousumi719
    @Mousumi719 Před 8 dny

    বহুত সুন্দৰ

  • @DG_VLOG_2.0
    @DG_VLOG_2.0 Před 8 dny

    Congratulations behabari outpost 3000 episode advance 🎉🎉🎉🎉😊😊😊😊

  • @AnamikaHajong-bk1dw
    @AnamikaHajong-bk1dw Před 8 dny +1

    Tora ba apuni singer he hbo lgisil 😊bor dhuniya gan gai ko apuni 😌❤️

  • @PranjalKonwar-pi3tb
    @PranjalKonwar-pi3tb Před 8 dny

    Rakesok kiba ata val lage❤❤❤❤😊

  • @durgadharborah4530
    @durgadharborah4530 Před 7 dny

    Best episode to day.

  • @ayushdutta_3569
    @ayushdutta_3569 Před 8 dny +2

    Vote for guyss

  • @BVlogs-bv9ex
    @BVlogs-bv9ex Před 8 dny +1

    Kumkum lutukon si sir Joba baido❤❤❤❤❤❤❤❤

  • @dipjutyboruah671
    @dipjutyboruah671 Před 8 dny +2

    tejetir karone ami BBOP nesau intartenment kori boloi sab lage❤❤

  • @niharjyotinath
    @niharjyotinath Před 8 dny +1

    Kk aru muhon ketiya ahib❤❤

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před 7 dny +1

    Lotukon kamal acting 👍👍👍👍

  • @Imran_hussain36
    @Imran_hussain36 Před 8 dny +2

    Beuty ba aru susmita ba ahibo lge

  • @Mousumi719
    @Mousumi719 Před 8 dny

    আমি আৰম্ভণি পৰা ছাই আছো বহুত ভাল লাগে👍👍👍👍👍

  • @mukutborah4081
    @mukutborah4081 Před 8 dny

    আজি খণ্ডতোৰে সচাঁকে আবেগিক কৰি পেলালে🙏

  • @hirakborah9515
    @hirakborah9515 Před 8 dny +1

    Congratulations

  • @lakhya671
    @lakhya671 Před 8 dny +3

    Si sir karone ata like👍

  • @gautamdas3488
    @gautamdas3488 Před 8 dny +1

    Prtam Kharghariya _ Pritam Borua
    Rakesh _Rintu
    Lutukon_ Hirakhjyoyi borah
    Toramai _ Sima borah
    Moni_ papori Borah
    Mukuta _ Akshay
    বাকী খিনিৰ নাম কোনে জানা কোৱা

  • @user-vp5cd4hr7i
    @user-vp5cd4hr7i Před 7 dny

    Bosumotari Sir moja Dise ❤

  • @parthappb7252
    @parthappb7252 Před 8 dny +1

    Joba ba ❤❤❤❤

  • @user-qq8dj9wu1c
    @user-qq8dj9wu1c Před 8 dny +1

    Kk ru muhon ahbo lage ahok
    Kk da amunak bhood miss korisu😊

  • @mrjisu7119
    @mrjisu7119 Před 7 dny

    Next level Episode ❤❤😢😢

  • @user-sb3vy8vf1n
    @user-sb3vy8vf1n Před 8 dny

    Ajir episode Sai bahut bhal lagise Rabhadeb r kothakhini upastapon kora babe

  • @bigmagicticks2859
    @bigmagicticks2859 Před 8 dny

    Rakesh da mojja dei❤❤❤❤❤😂😂

  • @user-mi3su7le2d
    @user-mi3su7le2d Před 8 dny +1

    30lakh ki 100 hok tke bisaru 🎉 all family beharbari

  • @m3official209
    @m3official209 Před 8 dny

    😮 today best episode of my serial life.... thank you rajesh Da....

  • @rupjyotihazarika3097
    @rupjyotihazarika3097 Před 7 dny

    Miss u kk and mohan

  • @krishnabordoloi7313
    @krishnabordoloi7313 Před 2 dny

    সুন্দৰ কণ্ঠ

  • @Priyakshi396
    @Priyakshi396 Před 8 dny +2

    Oo bosu dar acting😮

  • @jubarajfreefire6190
    @jubarajfreefire6190 Před 8 dny +2

    Moja Richa baaa aru Tora baaa

  • @rupeswardeka8616
    @rupeswardeka8616 Před 8 dny

    Singh sir acting so nice