Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3000 || 24.06.2024 ||

Sdílet
Vložit
  • čas přidán 23. 06. 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Zábava

Komentáře • 1,2K

  • @gungun9909
    @gungun9909 Před 4 dny +281

    অভিনন্দন বেহাৰবাৰী আউটপষ্ট।পাৰিলে কে কে,মোহন,বিউটি,গাৰ্গ,সুস্মিতা সকলোকে ওভতাই অনাৰ চেষ্টা কৰক।তেওঁলোক অবিহনে বেহাৰবাৰী আধৰুৱা।সদৌ শেষত বেহাৰবাৰী দীৰ্ঘজীৱি হওক।ধন্যবাদ।

  • @Kumud-wg4wr
    @Kumud-wg4wr Před 4 dny +39

    মই ১৫ বছৰীয়া এজনী ছোৱালী ।মই সৰুয়েই পৰা বেহাৰবাৰী চাওঁ ।মোৰ সৰু পৰাই এটা সপোন আছে বেহাৰবাৰীত অভিনয় কৰা 😊 বহুত শুভেচ্ছা মোৰ ফালৰ পৰা বেহাৰবাৰীলৈ আৰু আগুৱাই যাওঁক ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @AxomPlaYz1
    @AxomPlaYz1 Před 4 dny +96

    2013 চনৰ পৰা কোন কোন জড়িত ❤️‍🩹

  • @ratultaro6391
    @ratultaro6391 Před 4 dny +16

    ভাল লাগিল আৰু বেহাৰবাৰী আউটপোষ্ট আগুৱাই যাৱক .... মোৰ মতে আৰু এজন কৌতুক অভিনেতা আছিল যেনে.... কৃষ্ণক চিন্তী.... মৰমৰ...হৰ দাক... নিমন্ত্ৰণ কৰিব লাগিছিল .... কিন্তু বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালৰ কথা... মোৰ মনৰ কথা তোহে কলো ।।।।

  • @prasantaroy8667
    @prasantaroy8667 Před 4 dny +84

    কে কে দা ,মোহন আপোনালোক আহিব লাগে, তৰা বাৰ voice তো ভাল লাগিছে ❤❤❤

  • @nothumanff2.2
    @nothumanff2.2 Před 4 dny +35

    আমি সদায় চাই যায় আপোনালোকৰ‌এই ছিৰিয়েল খন । ধন্যবাদ বেহাৰ বাতৰি আউটপোষ্ঠ।

  • @mahendranathsarma8549
    @mahendranathsarma8549 Před 4 dny +10

    বেহাৰবাৰী আউটপোষ্টৰ পৰোক্ষ বা প্ৰত্যক্ষভাবে থকা সকলো পক্ষলৈ আন্তৰিক শুভকামনা জনালোঁ..........

  • @satyanath-er6wn
    @satyanath-er6wn Před 4 dny +8

    মোৰ ফালৰ পৰা আপোনাৰ লোকলৈ এটি সৰু অনুৰোধ কে কে ছাৰ আৰু মোহনক আকৌ লৈ আহক। আৰু মইয়ো আশা কৰিম আনিব বুলি ধন্যবাদ বেহাৰ বাৰি সকলো লৈকে।

  • @__shyamol_borah_
    @__shyamol_borah_ Před 4 dny +81

    "বেহাৰবাৰী আউটপোষ্টে" আজি গৌৰৱোজ্জ্বল ৩০০০ খণ্ডত ভৰি দিলে । ১ পৰা ৩০০০ লৈ এক বৰ্ণিল যাত্ৰা । বেহাৰবাৰী আউটপোষ্টৰ সমুহ পৰিয়াললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ❤️🎉। লগতে আমি অনুৰোধ জনাইছো যে পুনৰ বেহাৰবাৰীলৈ বিজুলী মেদাম, কে কে, মোহন, বিউটী বা আৰু গাৰ্গ দাক আনিব লাগে🙏। শেষত বেহাৰবাৰী আউটপোষ্টৰ দীর্ঘায়ু কামনা কৰিছোঁ ।।

    • @gyanart016
      @gyanart016 Před 4 dny +2

      আনিব আনিব কিয় নানিব হয় নে বাৰু

  • @Dip-uv7xw7Nath
    @Dip-uv7xw7Nath Před 4 dny +73

    অভিনন্দন বেহাৰবাৰী/৩০০০ খণ্ড🙏

    • @binahazarika77
      @binahazarika77 Před 4 dny

      l
      ...........................................................................
      😅😅

  • @The.Dictator.
    @The.Dictator. Před 4 dny +9

    Vote for KK , Mohan comeback 👍

  • @mixmoyurMixmoyur-lj2qm
    @mixmoyurMixmoyur-lj2qm Před 4 dny +8

    বেহাৰবাৰী আউটপষ্ট খন ইতিহাসত গঢ়িব লাগে

  • @mehmudali984
    @mehmudali984 Před 4 dny +24

    বেহাবাৰী আউট পোষ্টৰ পৰিয়ালৰ সকলোকে বহুত বহুত বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

  • @dwijensarmah4370
    @dwijensarmah4370 Před 4 dny +11

    বেহাৰবাৰী আউটপোষ্টৰ এই সফল ঐতিহাসিক জয়যাত্রাত অতিকৈ আনন্দিত লগতে সমূহ কলাকৌশলী আৰু অভিনেতা অভিনেত্ৰী সকললৈ মােৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ 🙏🌹💝 জয়তু বেহাৰবাৰী আউটপোষ্ট 💝🌹🙏

  • @lagendashishstatus1988
    @lagendashishstatus1988 Před 4 dny +7

    সঞ্জীৱ নাৰায়ণ ৰ লগতে ৰাজেশ ভূঞাসমূহ কলা কুশলী লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো

  • @atowarrohman7316
    @atowarrohman7316 Před 4 dny +3

    ব্যস্ততাৰ মাজেৰেও‌ বেহাৰবাৰী খন চাবলৈ নাপাহৰো । আজিকালি সুবিধাও ওলাইছে বহু সময় ধৰি টিভিৰ সম্মুখত বহি থকাতকৈ ম'বাইলত অলপ সময়ৰ ভিতৰতে প্ৰতি দিনৰ সংখ্যাটো চাই মনলৈ তৃপ্তি যোগাব পাৰি। বেহাৰবাৰীৰ সকলো শিল্পীৰ নিখূত অভিনয় মোৰ বহুত ভাল লাগে ।বিশেষকৈ ৰাকেশৰ চৰিত্ৰটো লেখত লবলগীয়া। বেহাৰবাৰী আটপোষ্টৰ সকলো‌ শিল্পী আৰু কলা কুশলীলৈ‌ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।

  • @user-es3te9zv3e
    @user-es3te9zv3e Před 4 dny +37

    সঁচাই দেই 1ৰ পৰা অতিক্ৰম কৰি আজি 3000ত ভৰি দিলেহি জনপ্ৰিয় ধাৰিবাহিক বেহাৰবাৰীয়ে❤ ইমান এটা দিঘলিয়া দিন ধৰি চলি আছে তাৰ বাবে আমি গৈৰামবিত ❤আমাৰ মৰম আশীবাদ সদাই আছে আপোনালোকৰ লগত আপোনালোকে আৰু আগুৱাই যাওক ধন্যবাদ ❤❤❤❤❤❤

  • @kachikaman7295
    @kachikaman7295 Před 4 dny +27

    Congratulations 3000 episode 💓💓💓💓 . Beharbari outpost💖💞💕🥰

  • @AxomPlaYz1
    @AxomPlaYz1 Před 4 dny +35

    He 1st Year & 2nd Year Exam Thoka Students Attendance Here 🗿

  • @DigantaNath-ig1dk
    @DigantaNath-ig1dk Před 4 dny +2

    . অভিনন্দন বেহাৰবাৰী আউটপষ্ট।পাৰিলে কে কে,মোহন,বিউটি,গাৰ্গ,সুস্মিতা সকলোকে ওভতাই অনাৰ চেষ্টা কৰক।তেওঁলোক অবিহনে বেহাৰবাৰী আধৰুৱা।সদৌ শেষত বেহাৰবাৰী দীৰ্ঘজীৱি হওক ❤❤

  • @HirokJyotiRabha
    @HirokJyotiRabha Před 4 dny +20

    Congratulations - BBOP..... Finely 3000 Episode Complete

  • @monjuripathik5751
    @monjuripathik5751 Před 4 dny +6

    Congratulations for 3000 episode 🎉❤ মোৰ ফালৰ পৰা সকলোলৈকে বহুত বহুত মৰম love you all

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před 3 dny +2

    Aru 4000 hajar 5000 hajar aru aguwai jowa beharbari outpost dharabahik 👍💞💞💞💞💞💞

  • @saniaahmed4091
    @saniaahmed4091 Před 3 dny +1

    অভিনন্দন সকলো লৈ ❤
    2013 চনৰ পৰাই এই serial খন চাই আহিছোঁ tv channel ত episode 14 r পৰাই পৰিয়ালৰ সকলোৱে বহি চাব পৰা এই serial খন কেতিয়াও যেন শেষ নহওঁক ।
    তাৰে কামনাৰে
    Congratulations 👏

  • @gobindamohangoswami4774
    @gobindamohangoswami4774 Před 4 dny +4

    বেহাৰ বাৰী আউট পোষ্টে তিনি হাজাৰ খণ্ড অতিক্ৰম কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

  • @HormohanBoro-vt4zo
    @HormohanBoro-vt4zo Před 4 dny +7

    Mohon,kk sir ,beauty bailu , tekheyty vedio ut kio aaha nai😢😢

  • @d.dentertainment
    @d.dentertainment Před 4 dny +2

    অভিনন্দন বেহাৰবাৰী আউটপোষ্ট❤️❤️❤️ কেকে, মোহন লগতে পুৰণি অভিনেতা অভিনেত্ৰী খিনিক বহুত miss কৰিছো 🙃

  • @mahreen150
    @mahreen150 Před 4 dny +13

    Kk mohon দুয়োজনে এইখন ছুপাৰ হিট কৰিছে যি দুই গৰাকীৰ অভিনয় চাই আমি বোৰে ভাল পাইছিল আৰু যি দুই গৰাকীৰ কাৰণে আজি এই চিৰিয়াল খন 3000 EP চুলে গৈ আজি সেই দুই গৰাকী হিৰো আপোনালোকৰ লগত নাই বৰ দুৰ্ভাগ্য জনক কথা kk mohon susmita beauti bailong Garg বাকী আৰু আছে সৱকে মতিব লাগিছিল মেইন বোৰ নাই আমাৰ 100 পৰা 70% বেয়া লগা হল এতিয়াৰ episode বোৰ no interest

  • @ritukalita3670
    @ritukalita3670 Před 4 dny +7

    Congratulations Beharbari Outpost ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ long serial 😍🎉

  • @ShubhrajyotiShyamGohain
    @ShubhrajyotiShyamGohain Před 4 dny +3

    বেহাবাৰীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ । অৱশ্যে টিৱাৰী, হাতীমুৰীয়া , সত্যবানৰ চৰিত্ৰট কেইটা বৰ বিৰক্তিকৰ । অভিনেতা কেইগৰাকীক ব্যক্তিগত কথা কোৱা নায় । চৰিত্ৰটোৰ কথাহে উল্লেখ কৰিছোঁ ।

  • @maniramsaikia6968
    @maniramsaikia6968 Před 3 dny +1

    অভিনন্দন ৰেঙনি টি ভি ৷ অভিনন্দন বেহাৰবাৰী আউটপষ্ট সকলো সদস্যলৈ ৷

  • @jyotikamallsvlog
    @jyotikamallsvlog Před 4 dny +1

    অভিনন্দন সমূহ কলা কৌশলী তথা অভিনেতালৈ🎉 । আৰু আগোৱাই যাওঁক তাকে কামনা কৰিলোঁ ।

  • @diliptakur812
    @diliptakur812 Před 4 dny +3

    Congratulations beherbari outpost for 3000 parts I love beherbari outpost

  • @_Mr_Bastab_Dutta_05
    @_Mr_Bastab_Dutta_05 Před 4 dny +6

    Congratulations 3000 episode🎉🎉

  • @bigmagicticks2859
    @bigmagicticks2859 Před 4 dny

    অভিনন্দন ❤️🎉বেহাৰবাৰী পৰিয়াললৈ । আামাৰ অতিতকৈ মৰমৰ ধাৰাবাহিক। ❤❤❤❤সদায় এনেদৰে আগুৱাই যাওক।

  • @PopyHazarika-io2uc
    @PopyHazarika-io2uc Před 4 dny

    বহুত বহুত ধন্যবাদ,,আৰু আগ বাঢ়ি যাওঁক🙏🙏🙏🙏

  • @jharnasd02
    @jharnasd02 Před 4 dny +3

    Congratulations 3000 episode 🎉 behabari outpost team ❤

  • @DipenYt-qu9qk
    @DipenYt-qu9qk Před 4 dny +148

    Swr swr boro like klm

  • @joyantakumargogoi9204
    @joyantakumargogoi9204 Před 4 dny +2

    দিনটোৰ কৰ্মখিনি সমাপন কৰাৰ পাছত, ৰাতি এইখন অসমীয়া ধাৰাবাহিক চালেহে টোপনি আহে। আৰু আগুৱাই যোৱাৰ আশাৰে

  • @digantamili8955
    @digantamili8955 Před 4 dny +1

    অসমৰ আটাইতকৈ ভাল লগা আৰু হাঁহি ধেমালিৰে ভৰা সকলোৰে ভাল লগা জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপুষ্ট ৩০০০ খণ্ড সম্পূৰ্ণ হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এদিন যদি নাছাও কিবা এটা থাকি যোৱা যেন অনুভৱ কৰোঁ Beharbari Out post ৰ সকলো কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তালৈ আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ 🙏🙏🙏
    From Diganta Mili
    Dibrugarh Assam

  • @rajkumarranjanhazarika793

    3000🎉 খণ্ডৰ সুভেশ্বা
    আৰু আগবাঢ়ক তৰেই কামনাৰে 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @user-uh6ok9ic8s
    @user-uh6ok9ic8s Před 3 dny +4

    Kk and mohan please comeback 🫰🏻🫰🏻🫰🏻

  • @Priyakshi396
    @Priyakshi396 Před 4 dny +1

    আন্তৰিক অভিনন্দন বেহাৰবাৰীৰ সপৰিয়াললৈ 💐🙏🎉১ৰ পৰা আহি আজি ৩০০০খন্দত ভৰি দিলে৷🎉🎉🎉🎉🎉🎉🎉আগৰ মানুহ খিনি থকা হলে আৰু ভাল লাগিল হয়৷

  • @uuu-cn5yv
    @uuu-cn5yv Před 4 dny +1

    ধুনীয়াকৈ আগলৈ যেন ভালকৈ চলিজায় ❤❤

  • @Rishirajmoran
    @Rishirajmoran Před 4 dny +4

    Thanks for every one🎉❤

  • @Dipesh-cid
    @Dipesh-cid Před 4 dny +5

    Congratulations 3000 episode 🎉🎉🎉❤❤❤

  • @monuranjangogoi9775
    @monuranjangogoi9775 Před 4 dny +2

    ❤৩০০০খণ্ড অতিক্ৰম কৰা বেহাৰবাৰী আউটপোষ্টলৈ অভিনন্দন জনালোঁ।❤

  • @rajkumargowala1731
    @rajkumargowala1731 Před 3 dny +1

    সকলোলৈকে অভিনন্দন জনাইছোঁ। সফলতাৰ দিশে এনেদৰে আগৱাই যাওক ঈশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছোঁ 🙏🌷

  • @digantasarma833
    @digantasarma833 Před 4 dny +4

    Congrats Beharbari Outpost for 3000 Episode Covered On Assamese Serial , Team And Director Of B O with Family, By.

  • @bimolakhanikor870
    @bimolakhanikor870 Před 4 dny

    বেহাৰবাৰীলৈ বহুত বহুত শুভেচ্ছা থাকিল আশীৰ্বাদ কৰিছোঁ।🎉🎉❤❤

  • @hiyakumbhokar6664
    @hiyakumbhokar6664 Před 4 dny

    I Love beharbari outpost my favourite srial❤ beharbari outpost r. সকলো পৰিয়াললৈ অভিনন্দন জনাইছোঁ 🎉।

  • @user-tx5xl4jc2u
    @user-tx5xl4jc2u Před 3 dny

    ❤❤❤❤ শুভেচ্ছা থাকিল বেহাৰ বাৰী আউট পোষ্টতলৈ 🎉🎉🎉

  • @gyanashrisaikia891
    @gyanashrisaikia891 Před 4 dny +1

    বেহাৰবাৰী পৰিয়াললৈ অভিনন্দন থাকিল ❤️🙏 আগবাঢ়ি যাওঁক এনেদৰে 😊👍

  • @phulendas7939
    @phulendas7939 Před 4 dny

    বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু আগুৱাই যাবলৈ কামনা কৰিলো।

  • @pompibora1372
    @pompibora1372 Před 4 dny +1

    অভিনন্দন বেহাৰবাৰী ৩০০০ খণ্ড।
    বেহাৰবাৰী স-পৰিয়াললৈ শুভেচ্ছা জনালো।।

  • @taidpslovestory1357
    @taidpslovestory1357 Před 4 dny +1

    ভাল লাগে দিয়াচোন বেহাৰবাৰী চাই অভিনন্দন জনাইছো আৰু ভাল হৈ গৈ থাকক

  • @user-ey4gt5pq7h
    @user-ey4gt5pq7h Před 4 dny +1

    বেহৰবাৰি আউট পষ্টৰ সকলো কৰ্মকতালৈ শুভকামনা জনালোঁ, সকলোঁ দীৰ্ঘজীবি হওঁক আৰু আমাক মনোৰঞ্জন দি যাওঁক

  • @nihalrahman1369
    @nihalrahman1369 Před 4 dny

    Beharbari outpost r logot jorito khokoluloi congratulations 👏🎉🎉🎉❤ my fevret sireal ❤❤❤❤❤❤❤❤❤

  • @BijutBijutmoran
    @BijutBijutmoran Před 4 dny

    বহুতো ধন্যবাদ জাচিলো। বেহাৰবাৰী ।

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před 3 dny +1

    Yasashree bhuyan tumak bohut vhal lage aru ajio dekha pai vhal lagil logote nikhita baa ..🎉🎉💞💞💞💞💞💞aru beharbarir hokoloke bohut bout vhal lage hokolore abhinoy hundor 👍👍👍👍🎉🎉💖💖💗💖💖💗💖💗

  • @stfunny-bj4uh
    @stfunny-bj4uh Před 4 dny

    অভিনন্দন বেহাৰবাৰী ৩০০০ আৰু আগুৱাই জাই যেন

  • @joduborah4896
    @joduborah4896 Před 4 dny

    অভিনন্দন, জীয়াই থকা লৈকে বেহাৰবাৰি আউটপষ্ট চাম, আৰু আগুৱাই যাওঁক,

  • @rantupayeng6845
    @rantupayeng6845 Před 4 dny +1

    অভিনন্দন বেহাৰবাৰী আউটপোষ্ট ❤🎉✨১টা-২টা খণ্ডৰ পৰা আৰম্ভ কৰি ৩০০০ টা খণ্ড সম্পূৰ্ণ।

  • @KamalaLoying
    @KamalaLoying Před 4 dny +1

    Beharbari Outpost অভিনয় কৰা সকলোৰ অভিনেতা অভিনেত্ৰীলৈ শুভেচ্ছা থাকিল ৷

  • @DRvlogs46.
    @DRvlogs46. Před 4 dny

    বেহৰবাৰীৰ সকলো কৰ্ম কৰ্তা আৰু অভিনেতা অভিনেত্ৰী সকলোলৈ অভিনন্দন থাকিল আগ বাঢ়ি যোৱা ❤miss you kk muhon 😢❤

  • @user-ru7ty3zz8d
    @user-ru7ty3zz8d Před 4 dny +1

    অভিনন্দন থাকিল বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিক লৈ

  • @Megharanjan.346
    @Megharanjan.346 Před 4 dny +1

    অভিনন্দন জনাইছোঁ সকলোলৈকে ৩০০০🎉🎉🙏🎂🎉💝

  • @dulalmorang487
    @dulalmorang487 Před 4 dny

    সকলো বেহৰবাৰী আউট পো পৰিয়ালক অভিনন্দন জনাইছো, 3000হাজাৰ খণ্ড সম্পূৰ্ণ হোৱাৰ বাবে❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉congratulations 🎉🎉

  • @Munmi177
    @Munmi177 Před 3 dny +1

    Aamar beharbari output aaguwai goi thakok ❤

  • @BBbbAaa218
    @BBbbAaa218 Před 4 dny

    Congratulations beharbari outpost moi bohut horur pora dekhi thoka serial atiya 24 age hl tothapiu sai asu beharbari outpost...❤ Amr whole family a akeloge sau hodai vat khuwa time t

  • @basantapegu6211
    @basantapegu6211 Před 4 dny

    অভিনন্দন বেহাৰবাৰী আউটপোষ্ট❤

  • @dipaphukan61
    @dipaphukan61 Před 4 dny +1

    B . B. . O. P - Porialor sokolu loike antorik suveccha thakil 🌺

  • @parthamixarsassam6762

    আন্তৰিক শুভেচ্ছা জনালোঁ বেহাৰবাৰী পৰিয়াললৈ। সদায়ে প্ৰিয় এই ধাৰাবাহিকখন।

  • @anisaikia8348
    @anisaikia8348 Před 4 dny

    অভিনন্দন বেহাৰবাৰী আউট পোষ্ট। আমাক আৰু হহুঁৱাই থাকক। বেহাৰ বাৰি আৰু আগুৱাই যাওক এইয়েই মোৰ আৰ্শীবাদ ❤

  • @masumrizwan7268
    @masumrizwan7268 Před 3 dny

    শেষ কৰাৰ নাম নলʼব, অবিৰত যাত্ৰা হ'ব লাগে এইখন ছিৰিয়েল। হৃদয়ৰ নিভাজ কোণৰ পৰা অভিনন্দন জনালোঁ। দৈনন্দিন কামৰ ভিতৰত বেহাৰবাৰী আউটপোষ্ট চোৱাটো। শুভাশা...❤

  • @bhabantarabha8121
    @bhabantarabha8121 Před 4 dny

    এনেকৈয়ে আৰু আগুৱাই গৈ থাকক আমাৰ সকলোৰে মৰমৰ বেহৰবাৰি আউটপোষ্ট

  • @munnasarmah9439
    @munnasarmah9439 Před 3 dny

    অভিনন্দন বেহাৰবাৰী আউটপষ্টলৈ ,,, দিনটোৰ নানান সমস্যাৰ মাজৰে আহি ৰাতিলৈ হাঁহিৰ খোৰাক যোগোৱা ছিৰিয়েল খনলৈ অধিৰ আগ্ৰহেৰে বাটচাই থাকো ❤

  • @user-bx4yf6rm2b
    @user-bx4yf6rm2b Před 3 dny

    অভিনন্দন বেহৰ বাৰী ❤আৰু আগুৱাই যাওক 💜

  • @rodalimegazine
    @rodalimegazine Před 4 dny

    বেহাৰবাৰী আউট পোষ্ট ধাৰাবাহিক খন আৰু আগুৱাই যাওক❤
    শুভেচ্ছা আৰু মৰম জনাইছোঁ।❤
    নতুন নতুন শিল্পীক এই ধাৰাবাহিকখনত অভিনয় কৰিবলৈ সুবিধা আগবঢ়াব বুলি আশা কৰিলো

  • @AxomPlaYz1
    @AxomPlaYz1 Před 4 dny +1

    3000 Finally ❤... Indian 3rd Longest Serial 🔥

  • @misspriompoli6480
    @misspriompoli6480 Před 4 dny

    Wow ❤ big congratulations🎉🎉 দীৰ্ঘায়ু হঁওক প্ৰিয় বেহাৰবাৰী।😊

  • @papusaikia2461
    @papusaikia2461 Před 4 dny +1

    মোৰ প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউপষ্ট লৈ অভিনন্দন ৩০০০।

  • @JyotikaPhukan
    @JyotikaPhukan Před 4 dny

    বেহাৰবাৰীৰ সমূহ পৰিয়াললৈ বহুত বহুত মৰম আৰু অভিনন্দন জনালো🎉 অন্তহীন যাত্ৰাৰে আগুৱাই যাওক 🎉আমি দৰ্শক বোৰ আছো নহয় আপোনালোকৰ লগত🙏✨️👍

  • @janardanbori8471
    @janardanbori8471 Před 3 dny

    অভিনন্দন বেহাৰ বাৰি আউট পোষ্ট..... ভবিষ্যতে যাতে সুন্দৰ সুন্দৰ খণ্ড চাবলৈ পাও... আৰু KK আৰু Mohanok পাৰিলে উভতাই আনক.. তেওঁলোকৰ অবিহনে বেহাৰ বাৰি আধৰুৱা..

  • @amlanjyotigogoi9900
    @amlanjyotigogoi9900 Před 3 dny

    অভিনন্দন জনাইছো৷আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছো❤❤❤

  • @user-st3mt9rn7n
    @user-st3mt9rn7n Před 4 dny +1

    Behabari outpost kk daa aru beauti aru muhon ahile aru val lagibo sai ❤❤❤❤❤❤❤❤

  • @deepjyotikhonikar-kg7xo

    অভিনন্দ বেহাৰবাৰী Miss you kk and mohan 😢😢😭

  • @Bishal___Medhi
    @Bishal___Medhi Před 4 dny

    বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ বেহাৰবাৰী ❤/৩০০০ খণ্ড 🙏❤️

  • @nisharaniphukon4538
    @nisharaniphukon4538 Před 3 dny

    Moi class 9 nine t thakute beharbari outpost start hoisl.aru tetiar pra etia moi master degree 3rd semester r student.beharbari outpost r homuh ovineta ovinetri,kola koukholi hokolu loike bohut bohut huvessa thakil.akha korisu ei jatra oti digholia houk❤🥰.long live beharbari outpost 🎉

  • @dipankarkalita8721
    @dipankarkalita8721 Před 4 dny

    অভিনন্দন বেহাৰবাৰী আউটপোষ্টৰ
    সমুহ কৰ্ম কৰ্তালৈ ❤

  • @gyandeepnath3600
    @gyandeepnath3600 Před 4 dny

    বেহাৰবাৰী আউটপোষ্টৰ সমূহ পৰিয়ালবৰ্গলৈ অপৰিসীম মৰম আৰু অভিনন্দন ❤️💐 এক দীঘলীয়া স্বৰ্ণিল যাত্ৰা....❤️ বেহাৰবাৰী আউটপোষ্ট কেৱল মাত্ৰ এখন ধাৰাবাহিক নহয় । বেহাৰবাৰী আউটপোষ্ট এটি পৰিচয় , এটি ঠিকনা ❤

  • @AtifAli-ls6hm
    @AtifAli-ls6hm Před 4 dny

    বেহৰবাৰি আউটপোস্টৰ সকলো শিল্পী তথা কলাকুশলী লৈ আন্তৰিক শুভেচ্ছা জনালোঁ। বেহৰবাৰি এনেকৈয়ে আগোৱাই যাওক তাৰে কামনা কৰিছোঁ।

  • @SunitaBaro-he4rc
    @SunitaBaro-he4rc Před 4 dny

    Congratulations 3000 episode🎉🎉🎉❤❤ beharbari outpost bahut vl lage sai❤❤agoloi agowai jai thakok

  • @runugogoi287
    @runugogoi287 Před 4 dny

    বহুত বহুত শুভেচ্ছা জনালো সকলোলৈকে

  • @nobonitabordoloi5039
    @nobonitabordoloi5039 Před 4 dny

    বহু বহু অভিনন্দন জনালো সকলোলৈ 🎉🎉❤❤❤❤❤❤❤ শিৱসাগৰ জিলাৰ পৰা

  • @KukurUse
    @KukurUse Před 4 dny +1

    শুভেচ্ছা জনালোঁ সকলোকে । এটা কথা কিন্তু মানিব লাগিব আজি অতদিনে মনি বৌ ক কিন্তু আমি তেতিয়াৰ পৰাই দেখি আহিছো বৰ ভাল লাগে । কোনোবা নাই কোনোবা আছে কিন্তু মনি বৌয়ে ৰাইজৰ কথা মতেই থাকিল । না ৰাজনীতিত গল না বেলেগ ত গল ভাল লাগে আপোনাক । ডিব্ৰুগড় ত অনুষ্ঠান ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সৈতেকথা হওঁতে বুজি পাইছিলোঁ কিমান ভদ্ৰতা আৰু অমায়িক । আপুনি আগুৱাই যাওক
    পুনৰ এবাৰ শুভেচ্ছা ভালে থাকক সকলো

  • @keshabdoley6247
    @keshabdoley6247 Před 4 dny

    আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।মই সকলোঁ কাম হেৰী এবাৰ হলেও সদায় বেহাৰবাৰী চাওঁ।

  • @rajdeep5053
    @rajdeep5053 Před 4 dny +1

    Congratulations 🎉🥳to the team Beharbari outpost for 3k episodes❤️❤️🥳.....from episode 1 to 3k episodes travelling is really a proud moment to all the beharbari members and a memorable moment .....🎉🎉🎉🥀🥀🥀💐💐

  • @angatha2037
    @angatha2037 Před 4 dny +1

    সকলোকে ধন্যবাদ , love from moni bou ❤

  • @PallabSaikia-mn1tc
    @PallabSaikia-mn1tc Před 4 dny

    অভিনন্দন বেহাৰবাৰী//3000 খণ্ড🙏🙏🙏🙏