Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3001 || 25.06.2024 ||
Vložit
- čas přidán 24. 06. 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo - Zábava
সত্য দাৰ থিয়েটাৰৰ আখৰা আৰম্ভ হব সেইকাৰণে তেওঁ গুছি গল😂
কেইদিন মান পাছত SI ছাৰো যাব কহিনুৰ থিয়েটাৰৰ আখৰালৈ ।
😂😂😂😂😂
Mur j sab mon najai
বেহাৰবাৰী খন এতিয়া একেবাৰেই ওজন নোহোৱাৰ দৰে হৈছে , বিষেশকৈ মণি, হাচনাহানাৰ অভিনয় , আৰু জবাৰ অভিনয় বোৰ বেছিভাগ দেখুৱাই থাকিলেও ভাল নালাগে, কাৰন তেওলোক থানা খনৰ বাহিৰৰ হয় , পুলিচ কেইজনৰ দায়িত্ব যেন তেওলোকে পালন কৰি আছে ।সেয়ে কবলৈ বাধ্য হব লগিয়া হৈছো ,খন্দ বোৰ চাই আমনিদায়ক হৈছে । ৰাজেশ দা এতিয়া যিহেতু 3000 খন্দ হৈ গৈছে গতিকে কাহিনী বোৰ অলপ উন্নত কৰিবলৈ চাওক। মই প্ৰতিদিনেই চাও ভাল নলগা হৈছে । ধন্যবাদ ।
💯 ✅️✅️✅️
Val nalage jdi nasabo
Kk muhon Dak lage 😢
Hashyamadhur serial maane ki bujaai and serial he original PS nhoi
মনৰ কথা কিছুমান বেলেগ কেছ দেখাব লাগে।
আৰু KK দাক বদলি হোৱা দেখাব লাগিছিল সেইখিনিয়ে অশান্তি লাগে ফোন কলত হলেও মাত টো শুনাব লাগে । থানা খনত এবাৰ খবৰ লোৱা নিচিনাকৈ ।
Mridul dar acting থিয়েটাৰতে ভাল লাগে বেহাৰবাৰীত তেওঁৰ চৰিত্র ভাল লগা নাই । তেওঁক মোৰ ভাল লাগে কিন্তুু তেওঁ চিৰিয়েলত থকাতকৈ থিয়েটাৰতে থাকক ।😊❤❤
Poisa lage o poisa
Tau theatre asa off asila krna akmn ahisila... Sbai blg blg character kori saba bisara
@@AxomReapervai poisa nhla toi khuabi ni kela bal
Acting xodai acting Hoi.....
এইখিনি কথাই থিয়েটাৰ ত হোৱা হলে কান্দিব লগা হলহেতেন 😢
সুন্দৰ।সকলোৰে অভিনয়
ৰাকেশ দা ,লুটু,কুমকুম আৰু ৰিছা অভিনয় অতি সুন্দৰ।।।
মৃদুল ভূঞা ডাঙৰীয়াই বেহাৰবাৰি আউটপোষ্টত "সোণত সুৱগা" চৰালে। ভাল লাগিল।
খণ্ডটোৰ আৰম্ভণিৰ ডাইলগ খিনি শুনি এনেকুৱা লাগিল যেন সত্য দাদাৰ কিবা ডাঙৰ বেমাৰ হে হ'ল 😂
Mr o😂
Hosakoi bey😂
মৰমবোৰ গ'ম নোপোৱাকৈ বাঢ়ি যায় হাঁহি থকা মনটোৰ মাজত হৰ্ঠাতে আহি যায় অচিনাকি কোনোবা এজন কোনোবা এগৰাকী আৰু জীৱনটোৰ মাজত মৰম, ভালপোৱা আৱেগ সহানুভূতি দি লগাই লাহে লাগে মৰমৰ নিজৰা বোৱাই এক আশাৰ ৰেঙনি জীৱনটোৰ মাজত এনেকোৱাকৈ এক বান্ধোনৰ সৃষ্টি কৰি দিয়ে যি এৰাব নোৱাৰা ,,,, কিন্তু বহু বছৰৰ পাছত এদিন সকলোবোৰ মৰম ভালপোৱা আশা সপোন নোহোৱা কৰি আতৰি গুচি যায় কেতিয়াবা বিনাকাৰণে কেতিয়াবা বিভিন্ন কাৰণ দেখাই কেতিয়াবা এটা কাৰণ দৰ্শাই নোহোৱা হৈ যায়,,,,,যাৰ লগত সদায় দিন ৰাত কথাপাতি সুখৰ -দুখৰ অভ্যাসত পৰিণত হয়,,,, কিন্তু হেৰাই যায় তেতিয়া মনটোক বুজাবলৈ বহু কষ্ট বৰ বেদনাদায়ক হয়,,,,,জীৱনৰ প্ৰতি মৰমৰ প্ৰতি ভালপোৱা নামৰ শব্দটোৰ প্ৰতি অনিহা জন্মি যায়। সেয়ে মৰম বেছিকৈ পালেও বৰ ভয় লাগে জানোছা এদিন হেৰাই যায়।
যোগ্যজনক যোগ্য সন্মান দিয়াৰ বাবে অশেষ ধন্যবাদ ❤
ভালেই হল de সত্য দা যোৱা কাহিনী শুনি শুনি ভাল নলগা হৈছিল।
2ta man cerecter atorale olp val lgb sai...joba,,tiwari ,nd notun police tu
True love বিচাৰোতে বিচাৰোতে ইমানেই Ex হৈ গ'ল কেলা Sad song শুনি কাক মনত পেলাও নিজেও confused হৈ যাওঁ😊😢😂
Love you BBOP 🎉❤😊
Bro 😂😂😂
😂
My 💞 favourite 💙 Actor -- Mridul Da - 💞💙💞💜💞
3000 hua babe Kune Kune val Paisa like kra
Nhle BBOP off hoy jb
Toi tur phone bhange de nohole tur life off hoi jabo😅
😂@@dbrgamingasm6555
😂😂@@dbrgamingasm6555
Tumar tu Tumi first bhanga
Tar pasot dekhiba hsa aku ndkhiba@@dbrgamingasm6555
@@dbrgamingasm6555first tumar tu dliyai diya
Tr pst Mur doliam😄
আজি মৃদুল দা অসমৰ গৌৰৱ 😢😢😢
লগতে বেহৰ বাৰিৰ পৰিচালক সকলক কৈছোঁ, মাজে মাজে পুৰণি শিল্পী সকলক দেখি থাকিলে ভাল লাগে ❤❤❤
"বেহাৰবাৰী আউটপোষ্টে" গৌৰৱোজ্জ্বল ৩০০০ খণ্ডত ভৰি দিলে । ১ পৰা ৩০০০ লৈ এক বৰ্ণিল যাত্ৰা । বেহাৰবাৰী আউটপোষ্টৰ সমুহ পৰিয়াললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ❤️🎉। লগতে আমি অনুৰোধ জনাইছো যে পুনৰ বেহাৰবাৰীলৈ কে কে, মোহন, বিউটী বা আৰু গাৰ্গ দাক আনিব লাগে🙏। শেষত বেহাৰবাৰী আউটপোষ্টৰ দীর্ঘায়ু কামনা কৰিছোঁ ।।
❤
❤
Hosai
হৰক লাগে
❤
আপুনি অভিনয়ৰ ভগবান মৃদুল খুৰা। বহুত বহুত মৰম আপোনাক❤❤
Val poa bastuboro...r val loga bea loga nathake. Olp jodi o bea loga hoise si,kintu moi xodai sao, eta episode o miss nokoro. Kali ami ghrt a khana khalo bahut bahut congratulations 3000 episode complete hoa babe. Agoloi o sai jm aru axa koriso ami xokolo a record eta korim. Bahut jalanta xomsya bor aji eman din dhori aponaloke ovinoy..r joriate koi ahise. Rajesh sir apunar osorot ami kritogya aji amk xokoloke eman bosor jora hahuai ahile. Dukhr majot o jen Beharbari Outpost a eta relief diye. Beharbari is now an emotion for all of us viewers. Long live Beharbari Outpost. Congratulations to all your team🎉🎉 Very proud.❤❤
3000 ta episode r sage 100 ta man he mor miss hoi goise
Atiya bbop daily routine r eta part hoi goise
Puroni actor actress bork পুনৰ anar ব্যৱস্থা কৰিব লাগে
Long live bbop
No doubt Mridul Bhunya ajon val actor .Kin2 please teu comdey genre nhy je lge mane over hoi jai. Teu melody khub xundor koi koribo pare.kin2 comedy force kori kora nisina hoi heibabe pls BOP k BOP hoi thakibo diok emn experiment nkoribo..nhle 2013 r pora follow kora viewer kisumn k heruwabo
জবা বেলেগ চিপ্ৰা দে🤣
সত্যদা,,, সদায় ভালে থাকক,, সুস্থ হৈ থাকক।। নতুন কামত আগবাঢ়ক তাকে #শ্ৰদ্ধা আৰু #শুভকামনা জনালো আপোনাক।।।
লগতে আমাৰ #বেহাৰবাৰিৰ পৰিয়ালটোলৈ সদায় শুভেচ্ছা আছে,, থাকিব।।
যদিহে সম্ভৱ হয়, #কেকেদা/মোহনক আনক।।
জীয়াই থকা সময় ছোৱা #হাঁহিৰ বহুত দৰকাৰী হয়।।
হাঁহিৰ ৰস টো অলপ কমিছে।।।
Vl kahini deok..
Bht bsi fall2 korise ajikli..
Over
মৃদুল ভূঞা সঁচা কৈ অনন্য ।
Kamalor bojaror list khon kintu mojaààaaa lagile dei 🥰
৮ বজাত দিয়া বা ৯ বজাত, কিন্তু ১৩০ লৈ দেৰি হয়।
Ajji Diya episode 2 next day salei hl .....
130 katiya hoi
Very good interesting beharbari out post serial ❤
Mur bahut mn ase beharbari outpost kribr xhubidha dibo na dada hte bahut vl pao moi beharbari
Ahi fokotya nkoribi klaa
দোকানৰ নামটো "তপা দোকান" ৰাখিব পাৰে 😂😂
Topa tea store
Congratulations beherbari otpst❤দিনৰ কাহানি দিনতে দি আছা❤ভাল লাগিল সকলোকে❤ আজিকালিৰ নৰ মনিসৈ তেওঁ নবুজে কিহ😮
Satya gol....atiya Tiwari u gusi gole val lagibo 😂
এদিন সকলো থিক হৈ যাব....🌼
মাথো এই আশাতেই জীয়াই আছোঁ মই 😊😢
কমলৰ বজাৰৰ লিষ্ট খন😂😂😂
কে কে আৰু মোহনক 3000 episode ceremony ত দেখুওৱা বাবে ভাল লাগিল ।
Aru anekoi soli thakk beharbari outpost 🎉
Congratulations Behar bari outpost 3000 episode, congratulations rengoni tv 3m subscriber
Tiwari out Kori de Val-nalage.
Mur apun manhu jon actor - mridul daa❤,I love this man
ৰাইজৰ মতামতক গুৰত্ব দিয়ক তেৱাৰীক বাহিৰ কৰক ।ই ওলালে মাঠা গৰম হৈ যায়।
কিছুমান ভিডিঅ পাঁচ মিণিতৰ হলেও আমনি লাগে কিন্তু আপোনালোকৰ ধাৰাবাহিক খন দেখোন চুটিহে লাগে ।হয় নেনহয় বাৰু ? হয় ।❤❤❤❤❤❤
My favourite serial ❤all time ❤
Mojjjjja behar bari outputs
Muhon and kk please come back kune kune muhon aru kk lage likekora
Poisar re kale kolija mohan aru kk k
পোনপ্ৰথমে ৩০০০ খণ্ড অতিক্ৰম কৰাৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ ।
কে.কে. আৰু মোহনৰ অভাৱ পূৰণ কৰিবলৈ নতুন নতুন চৰিত্ৰৰ সমাবেশ ঘটাইছে যদিও কে.কে. মোহনৰ আসন কোনেও ল'ব পৰা নাই
Every time febrite serial 😊❤❤
ভূঞা দা এইবাৰ কোন থিয়েটাৰত আছে বাৰু । নাটকত অভিনয় ভাল লাগে।
Congratulations Beharbari out post.. 3000
বহুত ভাল লাগিল চাই ❤❤❤❤❤
Mridul dar acting bohut val lage
Congratulations🎉 3000 episodes and 3 millions subscribe family🎉🎉🎉🎉
Satya Da tamam romantic comady 🌹 congratulations. Behar bari outpost comady. 🙏🙏
Satyoi kinto jamabo nuwarile kiba fakotia hen he lagil mane siriel khon he digholia korile😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
Mridul da jui💖💖💖💖 king of Trejedy 🙏🙏
I miss you সত্য দা😢❤
Beharbari r pora kk da ulai gol muhon ulai . Xihot jaute mon beya nlagil . Ai fotu aa tu jaute Tohotor mon beya lgise
😂
Mokkel nki he
এটা মোহনৰ দৰে চৰিত্ৰ আনক সোনকালে। তেতিয়া আকৌ হৈ উঠিব বেহাৰবাৰীৰ ধুমুহা ❤
Aji sai bohut val lagil karon hoitio da jabo buli hunilu j, he aku acting koribo najane
All time favourite serial 💞💞💙💟💙💞💜💞
আজি কালি বেহাৰবাৰী Outpost Serial খনক চাই ভাল নালাগে Because Kk আৰু Mohon নাই। কাক কাক KK আৰু Mohon ক লাগে Like কৰা ❤️
Sogake lage kk aru mohon ❤
Love you behorbari family all ❤
Beharbari is emotion ❤ in Assam ❤
Please এই হাঁহি ৰামক শেষ এপীছদত আহিলে ৰেঙুনী চেনেলটো ৱে বিলাই দিম ম ই
কুমকুম বাক মিছ কৰিছোঁ
Mridul daa ki deka napai aru neki bohut val pai ooi apunak ❤❤❤❤😂😂😂😂😂
জি সকলে বেহাৰবাৰী কেৰেকটাৰবোৰ বেয়া পায়চে teu লোকে নিজেয় acting tu কৰিব পাৰে জানো লোকক কোৱা agot নিজেয় কৰি চাব চোন বেহাৰবাৰী amar বাবে সদায় গৌৰৱ aru agoloiku গৌৰৱ লাগিলে মেয়ন কেৰেকটাৰবোৰ thakok বা nathakok wee all love বেহাৰবাৰী💗
Beharbari outpost all stap love you 💞❤️
Sai bahut val lagese
Sai val pua xokole like kora
Moni bow loi 👍 eta
Ei Satyban dan akou ahil je...bore koribo..
I love behar bari outpost
Beharbari outpost thankyou 3000 episode compelet❤❤🎉🎉
Congratulations to 3 millions subscribe ❤
Joba r character2 val nologa hoise
Good night😴💤 everyone
Moni boi toka kot pai nu😢
Mridul dak hodai dekibo pam akaa takil aru ata kta natokt jenekoi kta bur koi tenekoi kobole dib val lagibo
Mur bohut fvrt beharbari ❤😢😢❤
সুন্দৰ হৈছে ।
Double congratulations baharbari outpost 3000+ episodes and rengoni tv 3 M subscribers complete ❤🎉
Kune kune BBOP 10000 EPISODE huaa TU bisara 😊
Mojaaa❤
Congratulations Beharbari team...🎉🎉
সত্য দা নাজাব বেজাৰবোৰ খন এৰি নানাবিধ 😢😢😥♥️♥️
Thank your mridul daa
Congratulations 🎉 finally 3M complete ✅❤
Congratulations beharibari outpost 3000 huwa babe 🎉🎉🎉
পোনেই ৰাসলীলাৰ এদভাৰটাইজটৌ নিদিবচোন কিবা ভালো নালাগে
।
হয় হে, গানটোও কিবা ভাল নালাগে।
right
কিবা এটা ভাল লাগিল ❤ কিন্ত চকু পানী ও ওলাল কিও নাজানো কিন্তু কিবা এটা ভাল লাগিল ❤😢😌
Hoitto da r acting bhl nelage boaring feel hoi
Kk sir aru muhon nai Jodi,, Beharbari utotpost off krok
Aaijon nahile hoi yaar...ki je hobo.....shai bhal nalage
Dada bohut Miss korm
Miss you hathar daa❤❤😢😢❤😢🎉🎉
3M Subscribe Congratulations 🎉
My best' actor mridul da
Rengoni tv 3m congratulations
Khoito daa nahilou hoii aru 😢
Mridul da nanabo ❤
Thanks for like ❤❤❤❤❤❤❤❤
Ponya nii olop😅
ধন্যবাদ