ধনীয়া গোটেই বছৰ কেনেকৈ গজাব পাৰি তাৰ কৌশল ( Special Methods)

Sdílet
Vložit
  • čas přidán 19. 02. 2022

Komentáře • 58

  • @DhrubajyotiBhuyan-yh6jj
    @DhrubajyotiBhuyan-yh6jj Před 8 měsíci +1

    আপোনাৰ চিন্তাধাৰা আৰু কৰ্মপদ্ধতিৰ পৰা ধাৰণা হয় আপুনি এগৰাকী অৱসৰী কৃষি বিজ্ঞানী। বহু দিনৰ পৰা কৌতূহল সৃষ্টি কৰি আছে বাবে সদ্যহতে জনালোঁ। আপোনাক মই মাৰ্গদৰ্শক হিচাবে সম্মান কৰোঁ। অশেষ ধন্যবাদ বৰাদেৱ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 8 měsíci +1

      ভূঞা ডাঙৰীয়া, আপোনাৰ মন্তব্য ভাল লাগিল। মই কৃষিবিজ্ঞানী নহয়।কলেজ এখনত ল'ৰা ছোৱালীক পঢ়ুৱাও।কৃষি বিষয়ত সৰুৰ পৰাই ৰাপ আছিল। সেইবাবে কৃষি কাৰ্য্যত জড়িত হৈ কিছু ব্যৱহাৰিক জ্ঞান লাভ কৰিছোঁ। জানিব লগীয়া বহুত আছে। সেই বাবে কৃষি বিষয়ক কিতাপৰ লগত সম্পৰ্ক ৰাখিছো। গোটেই বোৰৰ সমিল মিলত পোৱা ব্যৱহাৰিক জ্ঞান খিনি share কৰিছোঁ।যাতে কাৰোবাৰ অকণমান হ'লেও উপকাৰত আহে।কৃষি কাৰ্য্য প্ৰকৃততে বিজ্ঞান ভিত্তিক হ'ব লাগে। তেতিয়াহে আশানুৰূপ ফল পোৱা যায়। অৰ্থাৎ পৰ্যবেক্ষণৰ প্ৰয়োজন।উন্নত দেশবোৰ সেই বাবে কৃষিবিষয়ত বহূ‌ যোজন আগবাঢ়ি গ'ল।যা হওক মোৰ কাৰ্য্যৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি জানি ভাল লাগিল। ধন্যবাদ।

  • @janmoniborgohain2455
    @janmoniborgohain2455 Před 11 měsíci

    বহুত বহুত ভাল লাগিল ।।

  • @itositobahuto5348
    @itositobahuto5348 Před rokem

    সুন্দৰ 👏

  • @mukulpatowary5396
    @mukulpatowary5396 Před 2 lety

    ভাল লাগিছে ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 2 lety

      অনুপ্ৰেৰণা যোগোৱা বাবে ধন্যবাদ।

  • @rahulblogs50
    @rahulblogs50 Před rokem

    Bhal lagil ❤️👌

  • @prosantadutta8606
    @prosantadutta8606 Před rokem

    মজা,,,

  • @bituponsdiary2101
    @bituponsdiary2101 Před rokem

    বহুত ভাল লাগিল,,,

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      You tube ত fone no.দিয়াটো কিছু অসুবিধা আছে। আপুনি face book তBenudhar Borah search কৰি message পঠিয়াব। তেতিয়া fone no.টো দিব পৰা যাব।

  • @jundas7979
    @jundas7979 Před 2 lety

    Val lagil uncle..

  • @GaneshNarah-zo7uc
    @GaneshNarah-zo7uc Před 16 dny

    Thank you sir

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 16 dny

      @@GaneshNarah-zo7uc মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @tejimaladas851
    @tejimaladas851 Před rokem

    Nice

  • @rupalihazarika3417
    @rupalihazarika3417 Před rokem

    Thanks🏝🏝🏝

  • @sushilray3294
    @sushilray3294 Před rokem

    ধন্যবাদ দাদা

  • @pranabdekadeka29
    @pranabdekadeka29 Před rokem

    🙏🙏🙏

  • @shantonudutta4292
    @shantonudutta4292 Před 2 měsíci

    Dada apuni jikar bikhoie video dia nai niki,,,,dibosun dada,,,moi jika kheti olp manke korisu eibar,,,,potijupa jikat 20/25 takoi Koli pelaise kintu brahibo pora nai halodhia pori Koli hoi thakutei hukai goise,,,ki korile kolibur rokhabo parim plz jonabon dada🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 2 měsíci

      খাদ্যৰ অভাৱ হ'ব পাৰে।জিকা খেতিৰ মাটি বৰা পলসুৱা আৰু অধিক সাৰুৱা হ'লে ভাল।ফল অধিক লাগিবলৈ বা নসৰিবলৈ পটাচৰ প্ৰয়োজন।গোবৰ, পচন সাৰ যথেষ্ট পৰিমাণে দিয়ক।লগতে সৰিয়হৰ খলিহৈ মাজে মাজে পানীৰ মিশ্ৰণ কৰি দিব লাগে।পোকৰ বাবে নিমতেল আৰু fungus নিয়ন্ত্ৰণৰ বাবে মাজে মাজে পানী মিহলাই ছটিয়াব লাগে। ধন্যবাদ।

  • @-fieldcrab7966
    @-fieldcrab7966 Před rokem

    i'm ok

  • @bhagyabaruah
    @bhagyabaruah Před rokem

    নগাটেঙা গুটি কিদৰে পছাই জনাব নি

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Před 10 měsíci

    দাদা সৰিয়হ খলিহৈ ভোতজলকীযা গছত কেনেকৈ দিব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 10 měsíci

      ১০০গ্ৰাম মান খলিহৈ ১লিটাৰ পানীত ৩/৪দিন তিয়াই থৈ সেই পানী খিনি ১০লিটাৰ পানীৰ লগত মিহলাই প্ৰতি জোপা গছত ১বা দেৰ লিটাৰ মানকৈ গুৰিত দিব লাগে।১৫/২০ দিনৰ অন্তৰে অন্তৰে দিব পাৰি। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Před 10 měsíci

      দাদা মই খলিহৈ মাতি ধৰাত হালবাই তাত তেতিয়াই দিম বুলি ভাবিছো হবনে জনাব

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 10 měsíci

      @@goutamjaanassamesevlogs6423 মাটিতো দিব পাৰি। ভাল দৰে গুৰি কৰি পুলি ৰুৱাৰ কিছুদিন আগতেই দিব লাগিব। এনেদৰে দিলে পৰিমাণটো অলপ বেছিকৈ লাগে। লগত পছনসাৰ, শুকান গোবৰ আৰু মুৰ্গী ফাৰ্মৰ লিটাৰ দিব পাৰিলে আৰু ভাল। কিন্তু এই বোৰৰ লগত গুৰি চূনো মিহলাই দিব লাগে। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Před 10 měsíci

      দাদা ভোট জলকীয়া সৰু পুলি বিলাক পলিবেগত ৰোৱা বৰষুণ পোৱা বাবে পুলি কিছুমান লেৰেলি মৰি গৈছে কি কৰিব লাগিব

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 10 měsíci

      @@goutamjaanassamesevlogs6423 লেৰেলি গ'লে বচোৱা টান। বেছি ৰ'দ আৰু বৰষুণত নাৰাখিব। বাচি থকা খিনিত ১লিটাৰ পানীত ৪গ্ৰাম Saff powderগুলি লৈ পাতলকৈ ছটিয়াই দিব। ধন্যবাদ।

  • @putulgayan648
    @putulgayan648 Před 2 lety +1

    এতিয়া জেঠ মাহত করিব পারিমনে ?

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 2 lety +1

      এতিয়া ওলোৱা নতুন ধনীয়া গুটিৰে সুন্দৰকৈ কৰিব পাৰি। এতিয়া সুন্দৰকৈ গজিব।কেৱল নতুন গুটি হ'ব লাগিব।বৰষুণ নপৰা ঠাইত ৰাখিব পাৰিলে ভাল।

    • @putulgayan648
      @putulgayan648 Před 2 lety

      @@borahskitchengarden2487 ধন্যবাদ

  • @jaansaikia9308
    @jaansaikia9308 Před rokem

    Apunar nisina Same koro moi val lagil..
    Pani laow T ki ki dibo lage besike lagibo Aru kola pori jai je Kolite tetiyaa ki koribo lage jonaboxun Rogor spry korisu baru..aru kiba ase neki....
    udalguri😊

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      বতৰৰ খেতি বতৰত কৰিলেহে ভাল ফল পোৱা যায়। অৰ্থাত উপযুক্ত পৰিৱেশ মূল কথা। আমাৰ ইয়াৰ পৰিবেশত পানী লাও ভাদ আহিনত আৰম্ভ কৰিলে ঠাণ্ডাৰ সময়ত ভাল ফচল পোৱা যায়। তেতিয়া বেমাৰ কম হয়।ৰগৰ আদি chemical medicine.এই বোৰৰ reaction থাকে। সেই বাবে organic medicine দিব পাৰিলে ভাল। বিশেষকৈ নিম তেল ৩,ml 1লিটাৰ পানীৰ লগত মিহলাই ছটিয়াব লাগে।তাৰ লগত ৩/৪ দিনৰ অন্তৰত খোৱা vineger 5ml 1লিটাৰ পানীৰ লগত মিহলাই ছটিয়াব লাগে।কলিবোৰ অকমান ডাঙৰ হ'লে কাপোৰেৰে মেৰিয়াই দিব লাগে। নাৰ্ছাৰীত বৰল মাৰা জৈৱিক মোনাও পোৱা যায়।আৰি থ'লে বৰলবোৰ তাত সোমাইগৈ।

  • @goutamjaanassamesevlogs6423
    @goutamjaanassamesevlogs6423 Před 9 měsíci

    দাদা ভোট জলকীয়া খেতি মাটিৰ দৰাত পুলি ৰোবা কিমান দিনৰ আগত সৰিয়হ খলিহৈ চতিয়াব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 9 měsíci

      খলিহৈ ৩/৪দিন পানীত তিয়াই থৈ গছৰ গুৰিত দিলে ভাল ফলাফল পোৱা যায়। ৰুৱাৰ আগতে মাটিত দিলে ১৫/২০দিন মান আগতে দিব লাগে। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Před 9 měsíci

      দাদা মই সৰিয়হ খলিহৈ দিয়া ৭ দিনৰ পাছতে ৰুই দিলো কিবা হবনি

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 9 měsíci

      @@goutamjaanassamesevlogs6423 শুকান অৱস্থাত খলিহৈৰ চোক বেছি। সেয়েহে বেছি পৰিমাণে দিলে ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।কমকৈ বা হিচাপত দিলে কোনো কথা নাই।কেৱল মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। ধন্যবাদ।

    • @goutamjaanassamesevlogs6423
      @goutamjaanassamesevlogs6423 Před 9 měsíci

      Dada moi kholihoi diya 7 dinor pasote ruidilu kiba hoboni

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 9 měsíci

      @@goutamjaanassamesevlogs6423 ইয়াৰ উত্তৰ মই এদিন আগতে পঠাইছো। ধন্যবাদ।

  • @gautamgoswami9723
    @gautamgoswami9723 Před 7 měsíci

    বৰা ডাঙৰীয়া,গুটি দিয়াৰ কিমান দি ন পিছলৈকে পেপাৰ খন ঢাকি ৰাখিব লাগে

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 7 měsíci +1

      4/5 দিন ৰাখিলে গজালি ওলাব। গজালি দেখাৰ লগে লগে আতৰাই দিব লাগে। ধন্যবাদ।