মালভোগ কল‌‌ কেনেকৈ ৰুৱে ( বিজ্ঞান সন্মত পদ্ধতি) | Scientific Method to Plant মালভোগ কল‌‌ |

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 97

  • @user-ri6tg8nz7k
    @user-ri6tg8nz7k Před rokem

    Very good and useful video for our cultivators.

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @sabitatailoringcooking8918

    Duniya lagise

  • @ranjitdas2201
    @ranjitdas2201 Před 2 lety

    Val lagil vdo to aponar.. thank you..

  • @niyoresmiofficialmusic8161

    বহুত ভাল লাগিল, মই এজোপা মালভোগ কলৰ পুলি ৰুইছিলোঁ এতিয়া থুকটোত 7 আশী কল দিছে লগতে গা গছৰ লগত 3তা নতুন পুলি ওলাইছে গতিকে এতিয়া ভাবিছোঁ ছাঁই গুৰি দিব লাগিব আগতে ভাবিছিলোঁ ছাঁই দিলে কিবা ক্ষতি হব বুলি ভাবিহে দিয়া নাছিলোঁ আপোনাৰ দিহা পৰামৰ্শবোৰ পাই বহুত উপকৃতহলোঁ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      ছাই মালভোগৰ বাবে উত্তম সাৰ। গুৰিত দিয়ক কেঁচুৰ উপদ্ৰৱ কমিব ভাল ফচল পাব। ধন্যবাদ।

  • @amarendrasaikia4989
    @amarendrasaikia4989 Před 2 lety +1

    অতি সুন্দৰ খোৰাদেউ।🙏

  • @dhireswarnath4869
    @dhireswarnath4869 Před rokem +1

    জানিব পাৰি ভাল লাগিল, ধন্যবাদ

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ

  • @harakantatamuli1053
    @harakantatamuli1053 Před rokem

    Vedio tu sai bor bhal lagil .Moi u enedore rui saam . Thank you

  • @assammintuff3577
    @assammintuff3577 Před 2 lety +2

    Osm dada

  • @digampatar3869
    @digampatar3869 Před 2 lety

    Val lagil enekoi korim kheti

  • @runjunordhemali9861
    @runjunordhemali9861 Před 2 lety

    ভাল লাগিল.

  • @jornelronghang5960
    @jornelronghang5960 Před rokem

    বৰ ধোনীয়া ❤

  • @prabhatnath3136
    @prabhatnath3136 Před rokem +1

    আপোনাক ধন্যবাদ জনালোঁ ৷

  • @sanjibkumar5206
    @sanjibkumar5206 Před rokem

    Sai val lagil

  • @rishahussain659
    @rishahussain659 Před rokem

    Video tu sai vl lagil dada tamul gos ruwa video bnab sun

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      ধন্যবাদ। সেই বিষয়ে vedeo দিয়া আছে। চাব পাৰিব।

  • @debajitborah6983
    @debajitborah6983 Před rokem

    সুন্দৰ ।ভাল লাগিল দাদা আশা থাকিল ভবিষ্যতে এনেধৰণৰ দিহা পৰামৰ্শ পাম বুলি আশা থাকিল।

  • @AmalBasumatari-bm7fo
    @AmalBasumatari-bm7fo Před rokem

    Thanks .

  • @ratnaphukan7789
    @ratnaphukan7789 Před rokem

    thank u very much

  • @Neha69N
    @Neha69N Před rokem

    Thanks

  • @babulranjit6131koti
    @babulranjit6131koti Před rokem

    Good

  • @manikrabha9983
    @manikrabha9983 Před rokem +1

    Comarcial malbhog kolkheti 18bosor korilu.panama,bansitop,sigatoga aibor bemaror logot lagi thakotei gol.khurai dia dihabor ghorot dujopaman rowar babehe.bohol bhabe korile costly hoi jabo.labour besi dorkar hobo.

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem +1

      ৰাভা ডাঙৰীয়া, আপুনি কোৱা কথা খিনিৰ যুক্তি যুক্ততা আছে। আপুনি উল্লেখ কৰা বেমাৰ বোৰ পুলিৰ মূঢ়াৰ লগতে আহে। সেইবাবে নিৰোগী পুলি সঙগ্ৰ্হ কৰিব পাৰিলে সেইবোৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। পুলিৰ বাবে এখন বিজ্ঞান সম্নত নাৰ্চাৰী অতি জৰুৰী। তথাপিও নিজস্ব বুদ্ধি খটুৱাই ব্যৱসায়িক ভিত্তিত কৰিব লাগিব। লগতে উপযুক্ত বজাৰ পাব লাগিব। আমি এঠোক কলত সৰ্বোচ্চ ১১/১২আখিলৈকে পাইছো।গড়ে ৮/৯/১০আখিটো পাব পাৰি। সেয়েহে ভাল বজাৰ পালে commercially viable হয়।মালভোগ কলৰ বাগানৰ প্ৰথম চৰ্ত হ'ল নিৰোগী পুলি পাব লাগিব।মাটি দৰা উপযুক্ত অৰ্থাত পানী বন্ধ নোহোৱা হ'ব লাগিব।খৰালিৰ সময়ত কমেও ৪ বাৰ মান পানী দিব লাগিব।ছাই পৰ্যাপ্ত পৰিমাণে দিব পাৰিলে কেঁচুৰ পৰা ৰক্ষা পাব পাৰি। ইয়াৰ বাবে ধানৰ তুহ সঙগ্ৰ্হ কৰি জলাই লৈ ছাইৰ যোগাৰ কৰিব লাগে। আমি এবাৰ হাহিমৰ ভিতৰ অঞ্চলত সোমাইছিলো।তাত গাৰো মানুহ খিনিয়ে বহুত মালভোগ কৰা দেখিছোঁ। কিমান দূৰ উপকৃত হৈছে নাজানো। আমাৰ তথ্যৰ লগত সহাঁৰি জনোৱা বাবে বহুত বহুত ধন্যবাদ।

  • @puspadhardeka5665
    @puspadhardeka5665 Před rokem +1

    Mati dokhar kene howa usit. Janaba son.

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      মাটি ডোখৰ ওখ চানেকীয়া পানী বান্ধ নোখোৱা হ'ব লাগে।লগতে ৰ'দঘাই হ'ব লাগে।

  • @thejakuotsu4019
    @thejakuotsu4019 Před rokem

    Malbhog koll kiman dinat katibo paari jonabosun.

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      মালভোগ কল মঠনিয়াতে পাৰিলে ভাল হয়।পূৰঠ হ'লে গুটি গুটি হয়।১০০ৰ পৰা ১১০দিন মানত কলঠোক চাই লৈ পাৰিব লাগে। মাটিৰ আদ্ৰতা অনুসৰি ঠাই বিশেষে দিনৰ তাৰতম্য ঘটিব পাৰে। ধন্যবাদ।

  • @nirudas1771
    @nirudas1771 Před rokem

    নমস্কাৰ গ্ৰহণ কৰিব । ভাল লাগিল ।

  • @allinassamese5582
    @allinassamese5582 Před rokem

    Banpani huwa thait hobo ne malvog aru pura kol kheti .

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      বানপানী হ'লে মালভোগ কল নহয়। কাৰণ গুৰিত পানী বন্ধ হৈ থাকিলে মালভোগ কল মৰি যায়। সেই বাবে এই কল ওখ চাণেকীয়া ঠাইত কৰিব লাগে। ধন্যবাদ।

  • @MonuMaya-jm8df
    @MonuMaya-jm8df Před 12 dny

    মোৰ ঘৰত আহিব মালভুগ কল কেনেকৈ লগাব লাগে মই আপোনাক দেখুৱাই দিম কল গছ তেনেকৈ নলগাই খোৰা

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 12 dny

      @@MonuMaya-jm8df ঠিকেই। বিভিন্ন পদ্ধতিৰে ৰুব পাৰি।আমি দেখুওৱা পদ্ধতিটো কৃষি বিজ্ঞানীয়ে কৰা গৱেষণাৰ ফল।আমিও তেনেদৰেই অনুসৰণ কৰো। আনহাতে পৰম্পৰাগত ভাবে অনুসৰণ কৰা পদ্ধতিও বহুত আছে। কিছুমানৰ কাৰ্যকাৰিতা থাকে। কিছুমানৰ নাথাকে।যা হওক মন্তব্যৰ বাবে ধন্যবাদ।

  • @kapildavnath5889
    @kapildavnath5889 Před rokem

    Apuni ruwa dhorone moi rulu pat dekhun nulale agor pora posi jai ase

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      আপুনি হয়তো গুৰিৰ মাটি ভালদৰে টানকৰি দিয়া নাই।যাৰ ফলত ৰুৱাৰ পাছত গুৰিৰে অধিক পানী সোমাইছে। নহ'লে গুৰিত পানী জমা হ'ব পাৰে।পুলিটোও বেমাৰী হ'ব পাৰে। নিৰোগী পুলি সঠিক ভাবে ৰুলে সাধাৰণতে নপচে।এয়া আমাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। ধন্যবাদ।

  • @gokulchoudhury2500
    @gokulchoudhury2500 Před 10 měsíci

    কলগছত কলফুল নোহোৱাকৈ কলহলে কি উপকাৰিতা আছে জনাবছোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 10 měsíci

      কথাটো স্পষ্টকৈ নুবজিলো। আমাৰ ইয়াত কলদিল নোহোৱা এবিধ কল আছেই যাক দিল নোহোৱা কল ব পদ্যো কল নামেৰে জনা যায়। ইয়াত উপকাৰ বা অপকাৰৰ কথা আহি নপৰে। ধন্যবাদ।

  • @gopikantarabha7821
    @gopikantarabha7821 Před měsícem

    12000 Puli logaiso kiman Sai sanibo aapuni

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před měsícem

      @@gopikantarabha7821হয় । কিছু অসুবিধা আছে।ওচৰত ধান বনা মিল থাকিলে তুহ সংগ্ৰহ কৰিব পাৰিলে সেইবোৰ জলাই বহুত ছাই পাব পাৰি। নাথাকিলে অসুবিধা হয়।যা হওক বাকী বোৰ ব্যৱস্থা ভাল দৰে ল'লে ভাল উৎপাদন পাব পাৰি। ধন্যবাদ।

  • @goutamkalita2048
    @goutamkalita2048 Před rokem

    শুকান গোবৰ বা ছাগলীৰ লাট দিব পাৰিনে?

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      হয় দিব পাৰি।ৰুৱাৰ সময়ত দিব লাগে। ধন্যবাদ

  • @Destiny5535-d2r
    @Destiny5535-d2r Před rokem

    Kechu nohobole kiba upay eta diyak !
    Pulitu dangar hooar pisat mori Jai !
    Kechu r utpatat

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem +1

      মালভোগ কল ৰোওতে গাতত যথেষ্ট পৰিমাণে ছাই দিব লাগে।ৰুৱাৰপিছতো গুৰিত ছাই দিব লাগে। কেচুতকৈ এটা দীঘলীয়া কলা পোকহে বেছি অপকাৰী। মোৰ video ত ছবি দিয়া আছে।ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ মাজে মাজে নিমৰ তেল গা গছত ছটিয়াব লাগে। তদুপৰি মাটিখিনি ওখ হ'ব লাগে। পানী বন্ধ হ'লে কেঁচু বেছিকৈ হয়। দুবছৰৰ মুৰত একে ঠাইতে থাই সলাই নতুনকৈ ৰুব লাগে। ঔষধ দিয়া তকৈ বেমাৰ নোহোৱাকৈ ৰাখিব পৰাটো হে মূল কথা। অৰ্থাৎ prevention is better than cure.ইয়াৰ বাবে উপযুক্ত পৰিৱেশ দিব লাগিব।

  • @hardwork3048
    @hardwork3048 Před 2 lety +2

    Moi Sasta korim

  • @LucySoren-un5on
    @LucySoren-un5on Před 8 měsíci

    Proti bigha kiman puli robo pari

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 8 měsíci

      মালভোগ কল ঢাপ বনাই লৈ আঠ ফুট অন্তৰে অন্তৰে ৰুব লাগে। দুটা ঢাপৰ মাজৰ দূৰত্ব আঠ ফুট হ'ব লাগে। এনেদৰে ৰুলে এবিঘাত প্ৰায় 350 জোপা মান কল ৰুব পাৰি। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 8 měsíci

      ঢাপ বনাই লৈ প্ৰতিটো ঢাপৰ দূৰত্ব 7ফুট ৰাখিব লাগে। লগতে প্ৰতিটো পুলি ঢাপত 7ফুট অন্তৰে অন্তৰে ৰুব লাগে। ধন্যবাদ।

  • @NayanjyotiNath-tr5by
    @NayanjyotiNath-tr5by Před 2 měsíci

    কল পুলি ৰোপন কৰাৰ সঠিক সময় কোনটো জনাবচোন । জুন জুলাইত ৰোপন কৰিব পাৰিম নে ?

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 2 měsíci +1

      June, July,augstত বৰষুণ বেছি হৈ থাকে বাবে ৰুব নালাগে। বাকীবোৰ মাহত ৰুব পাৰি। ধন্যবাদ।

  • @jamalkhan227
    @jamalkhan227 Před 2 lety

    আপোনাৰ পিচফালৰ নৰিকল গছ জোপাৰ য়তন লৱ দে ডাঙৰীয়া /

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 2 lety

      মন্তব্যৰ বাবে ধন্যবাদ খান ডঙৰীয়া। নাৰিকল দালে ৫ বছৰতে ফচল দিছে। ইতিমধ্যে দুঠোক খোৱা হ'ল। আমি পৰাপক্ষত বিশেষজ্ঞ সকলৰ পৰামৰ্শ মতে যত্ন লও। সেই ফলাফলৰ অভিজ্ঞতা খিনিকে share কৰাৰ প্ৰয়াস কৰিছোঁ।আগলৈকো আপোনাৰ পৰা মন্তব্য পাম বুলি আশা থাকিল।

  • @jiaurrahman9100
    @jiaurrahman9100 Před rokem

    আগষ্ট মাহত ৰুব পাৰিনে ?

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      July,augst মাহত বৰষুণ বেছি হয় বাবে নুৰুলে ভাল।কৰণ গুৰিত পানী জমা হ'লে পচি যাব পাৰে।

    • @jiaurrahman9100
      @jiaurrahman9100 Před rokem

      @@borahskitchengarden2487 Thanks

  • @meyourd2039
    @meyourd2039 Před rokem

    Gaat puraton dile pok nodhore ba poke khowa r sombhabona nathake

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      ফুৰাদন বহুত বিষাক্ত।নিদিলে ভাল।

  • @monojjyotihandique5725

    কেচু কেনেকৈ আতৰাব পাৰি

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      গুৰিত অধিক ছাই দিব লাগে আৰু মাজে মাজে গছত নিমৰ তেল ছটিয়াব লাগে। ঠাই খিনি জেকা নলগা হ'ব লাগে।গুৰি ভালকৈ পৰিস্কাৰ কৰি ৰাখিব লাগে।

  • @ajoydoley7280
    @ajoydoley7280 Před rokem

    পুলি লাগিছিল। কত পাম।

  • @raihanalam2019
    @raihanalam2019 Před rokem

    চাইত পটাছ থাকে।

  • @binatalukdar7220
    @binatalukdar7220 Před rokem

    Too long

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem

      হয়, কথা খিনি detailsত কোৱা বাবে দীঘল হৈছে। কিন্তু বহুতে উপকৃত হোৱা বুলি জনাইছে। ধন্যবাদ।

  • @ankurbordoloi2467
    @ankurbordoloi2467 Před 2 lety

    আইডিয়া বিলাক দি থাকিব

  • @nnproduction6908
    @nnproduction6908 Před 6 měsíci

    Kam nai

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před 6 měsíci

      আপুনি হয়তো আমি কোৱাতকৈ বহুত বেছি জানে। মন্তব্যৰ বাবে ধন্যবাদ।

  • @Abungbhai
    @Abungbhai Před rokem

    Very good information dada, I am new youtuber so please help me

    • @borahskitchengarden2487
      @borahskitchengarden2487  Před rokem +1

      অনুপ্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ। নতুন বছৰৰ শুভেচ্ছা থাকিল।

  • @newdreams4507
    @newdreams4507 Před 2 lety +2

    Nice

  • @mukutkumarborah4489
    @mukutkumarborah4489 Před 2 lety

    Nice