আগতীয়া মুলা খেতি কৰক আৰু অধিক লাভৱান হওঁক । Early Radish cultivation and more benifits
Vložit
- čas přidán 29. 08. 2024
- Hey! Welcome back to my Yotube Channel
DISCLAIMER
IF ANY CONTENT OWNER HAS SOME ISSUES JUST BECOUSE OF USING THEIR VIDEO WITH MY VIDEO PLEASE SEND A MAIL OVER MY BUSINESS MAIL OR DM ME ON INSTAGRAM AND I WILL REMOVE THE VIDEO.
Link-
Tags-
#AssamAgricultureTips
#Kheti
#agriculture
ধন্যবাদ থাকিল। ভৱিষ্যতে আৰু পৰামৰ্শ পাম বুলি আশা ৰাখিলোঁ। ✌️
দাদা, আগতীয়া মূলা খেতিৰ বিষয়ে জনোৱাৰ বাবে অশেষ ধন্যবাদ । কিন্তু এটা কথা নুবুজিলো দাদা, মানে ঘৰত খাবলৈ হ'লে ফোৰাদন দানা আৰু চুপাৰ ফচফেট নে ,কি বোৰ দিব নেলাগে আৰু ব্যৱসায় ভিত্তিত কৰিলে সেই বিলাক দিব পাৰে বুলি যে আপুনি কলে, ব্যৱসায়িক ভাৱে কৰা বিলাক মানুহৰ বাবে নহয় নেকি ? কথাটো বুজি পোৱা নাই, গতিকে সুধিলোঁ বেয়া নেপাব । ধন্যবাদ ।
মই কৈছো অধিক লাভ যদি আপুনি কৰিব খোজে ৰাসায়নিক সাৰ দিবই লাগিব
Moi o take vabisu
Ki kom beleg bur morok Mart toka lage.
ধন্যবাদ জনালোঁ
Same to you
Bohut vl lgil..kintu apuni chemical besikoi use Kore.
ok
ভাল লাগিল আপোনাৰ বাৰ্তা বিলাক। কিন্তু কথা হ'ল কি,মুলা, লাই , এইবিলাকত ইমান কেমিকেল দিয়াৰ কোনো প্ৰয়োজন নাই। জৈৱিক সাৰ প্ৰয়োগ কৰিলেই লাভা লাভ ১০০% শতাংশ কথা।আমি জৈৱিক সাৰ প্ৰয়োগ কৰি আজি লৈকে কৰি আহিছোঁ।
মই পদ্ধতিৰ কথা কৈছো কোনে কেনকৈ কৰে খেতিয়কজনৰ কথা ৷ মইও জৈৱ পদ্ধতিতো কৰো ৷ পদ্ধতি ২ টা- জৈৱ পদ্ধতি আৰু ৰাসায়নিক পদ্ধতি ৷
@@assamagriculturetips4250 উম বুজিছো বাৰু দাদা। কিন্তু আপুনি জৈৱিক প্ৰক্ৰিয়া কৰিব দেই, বহুত বহুত ধন্যবাদ থাকিল দাদা আপোনালৈ আৰু আগুৱাই যাওক তাকে কামনা কৰিলো।
আপুনিও আমাক ৰাসায়নিক বোমাৰ ব্যৱহাৰ কৰি ফাৰ্মাচী ধনী হোৱাৰ পৰামৰ্শ দিলে
ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিলে আপুনি ভাল খেতি কৰিব নোৱাৰে
Mojja
ঘৰত খোৱা আৰু বেবসাই ভিত্তি ই শব্দতো অলপ ৰাজহুৱা কৈ বোযাই দিব চোন ৰাইজে ওপকৃত হব বোলি আখা কৰিলো ধন্যবাদ
তামোল হাই বিব্ৰুইত, হয় কেনেকৈ জনাই দিয়ক ছো
He RY, আপুনি ollb ভাল কেমেৰা লওক😊
Uumm thike koise
Laal saag kheti bonabo pz
কি কথা কলি ঘৰত খাবলৈ হলে। ফুৰাদন দিব নালাগে ।কিন্তু বেলেগে খাবলৈ ফুৰদন দিব লাগে ন ? ফোৰাদন কিমান বিষাক্ত তই janone ?
আপুনি মোৰ কথাটো ভুল বুজিছে ..কিছুমান মানুহ ফুৰাডন বুলি কলে ভয় খায় ..কিন্তু ফুৰাডন কোনো সাৰ নহয় ই পোক পোৰুৱাহে নিয়ন্ত্রন কৰে । কিন্তু কিটনাশক বিলাক মানুহৰ স্বাস্থ্যৰ কাৰনে ক্ষতিকাৰক
ধন্যবাদ থকিল।
Gort khabor karone Mane . Bojart kini khowa bor manuh nohoi neki . Aponi Paisa he saise dad
Moi kotha tu beleg vabi koisu kintu aponaloke meaning beleg olaise .kisuman manuh organic kheti koribo khuje teo lokor karone koisu
Organic kori lav koribo noware efale customere chikchikiya bisare
👍🏻👍🏻👍🏻💯😍💖💝
@@assamagriculturetips4250Ami dekhun organic he bisaru
ফুৰাদন নামৰ বৰ বিহ বিধ দিবৰ বাবে পৰামৰ্শ নিদিয়ে যেন।সাধাৰণতে মূলাত পোক পৰুৱাই বিশেষ আমনি নকৰে।
মাটিত অলপকৈ দিলে সিমান ক্ষতি নকৰে
ফুৰাডন বৰ বিষ। এই বিধ কেতিয়াও কোনো কাৰনে দিবলৈ নকব 🙏
moko val lagise .moi karim
Hoy korok
Dada agtiya mane kun mahot dim
thanks ,dada
Apuni loguwa kothiyar gutitu kot puwa Jay jonab neki..
val lagil jnubabe
ভাল লাগিছে কিন্তু আপুনি বহুত কোন মাহত আৰম্ভ কৰিছে সেইটো কোৱা নাই।
Oh .আহাৰ মাহত
aeitu
Kunn math aei+u
Kaba
Next video
coming wait
আগতিয়াকৈ মানে কি মাহত কৰিম
Aanok beya khaboli Dio
Good video 🙂/dada ronga mular pat khai ne nakhai,,lai pator nisina je,,,pat khua mulatu xeitu naam ke boga mula tu e nki
Ronga mular pat tu khowat test nalqge bohute obossey khay kumol thakote
দাদা,মই ঘৰত খাবৰ কাৰণে লাউ,মূলা, বেঙেনা অলপ কৰিম জৈৱিক পদ্দতিত কৰিব বিচাৰো ।জৈৱিক ঔষধ নামটো জনাব।
আপুনি THUNDERS এটা আনি থব আৰু ১৫ দিন মুৰে মুৰে প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই স্প্ৰে কৰিব
আৰু যেতিয়া ৰুব বা গুটি পেলাব তেতিয়া Trichoderma viride জৈৱিক মাটিত মিহলাই লব
দাদা আগতীয়াকৈ কৰিবলৈ কি মাহত কৰিব লাগে ।জনাবচোন ।
ভাদ মাহত
@@assamagriculturetips4250 Thanks Dada
ফুৰাদন দিয়া বাবেই বজাৰৰ শাক খাব ভয় লাগে
কিটনাশক ব্যৱহাৰ কমকে হলেও ব্যৱহাৰ কৰিব লাগিব নহলে খেতিয়ক খেতি কৰা বাদ দিব লাগিব
Dada same process dhania korela hobone
hobo
ককাইদেউ ,গৰু গোবৰৰ ঠাইত ব্ৰইলাৰ গু দিব পাৰিম নে?
পাৰিব সেইটুও ভাল সাৰ
Pani kiman dinot aru kiman porimanot dibo lage
mati besi hukan holehe pani dibo nohole mulat pani diyar dorkar nai
Dada june julaymahot koribo parimne
Pari
🥀🐖
Beleg e o to khabo he kinibo.ehote o furadon khbo mne
Gutai kheni dekhun lo poison very dengures belag bekolpo ny neki,
Manuh organic bostu posondo nokore manuhok dekhat chichikiya lage
আজিকালি মানুহে পইজনেই ভাল পায়।যেতিয়া আমি বজাৰত শাক-পাচলি বিকিব যাঁও তেতিয়া সকলো কাষ্টমাৰকে ধুনীয়া চিকচিকিয়া পাচলি লাগে আৰু সকলোৱেই জানে পাচলি প্ৰয়োজনতকৈ বেছি ধুনীয়া কিয় হৈছে
jaba phult ki har dim dada
Gobor harei dibo ...aru jodi gosjopa besi tozbojiya koribo khuje gosor 6 inch durot 250 gram man DAP sotiyai di mati khini loose kori dibo
dada mula. kheti. go. bhal lakse re beya. laga nai podhoti. go
ধন্যবাদ
আমি শাক খেতিত গোবৰৰ বাদে আন একো ব্যৱহাৰ নকৰো
Eiman okon man khati koribo karona duk laga dada , moi jagunr hoi moi 8kg mula guti hicisu , Ami jagunr kikhok hokoluya Jana kanakoi khati kora , Amar eiyat ahila pgl hoi jabo khati dakhi , apunar budhi2 bya nhi kin2 Amar karona nhbo
hoyneki ..val kotha ..kenekoi kore jonabosun
@@assamagriculturetips4250 Amar eiyat Jurhat tinsukia Dibugar Sivseger damaji hapakhati duliyajan hokolu jagar pora bapari aha Dailey mrng hodai bojar laga jagunt ahibo katiyaba
Apuni rakhayani khar bebohar kori ase apuni orgenik khar bebohar korak sir,matitu onisto nohoy sir,
moi dui dhoronor khetiye koru
Set neet dile problam hobo nk
ছেড নেট দিলেই ভাল
80 rupees ot pay ekuai koribo njna tmi
Hodon mane ki
শোধন মানে বিজখিনি ৰোগমুক্ত কৰা
Khoub rod dile pani din ne
hoy besi rod dile aru mati jodi hukai jay pani dibo
যিকোনো চাফ দিলে হব নে?
Saaf fungicide dibo lagibo ..kapor dhowa sarf dile nohobo
Bota.bole.thea.tohit.ki.kora
Moyu Kori sam robo
Korok lagile moi poramorkho dim
Dada apunar gohr kot hoi
Chirang District..vill..Hasrawbari
ইমান দীঘল vdo বনাই নে
Ki digol 16 mint he
Aapuni bahut chemical use korar kotha kole so Val nalagil....moi ghrot khowar karone korim vabiisu
Use VERMYCOMPOST sir