কেঁচুসাৰ প্ৰস্তুত কেনেকৈ কৰিব | VERMI COMPOST | Agriculture University|আইচেনিয়াফেতিদা/Eisenia fetida

Sdílet
Vložit
  • čas přidán 27. 08. 2024
  • কেঁচুসাৰ প্ৰস্তুত কৰাৰ পদ্ধতি
    VERMI COMPOST
    Agriculture University
    আইচেনিয়াফেতিদা
    Eisenia fetida
    অসম কৃষি বিশ্ববিদ্যালয়
    পকী টেংকিৰ আৰ্হি
    অসমৰ বাবে উপযোগী কেঁচু কি
    #assameseyoutuber #assamese #assamesevlog
    #অসমীয়া
    #jorhatyoutuber
    #assamagriculture
    1st part of the trip:- • Assam Agriculture Univ...

Komentáře • 40

  • @nabanitasdarpan6215
    @nabanitasdarpan6215  Před rokem +1

    1st part
    czcams.com/video/JN3_YHaDMwk/video.html

  • @HiramoniDeka-bj5ok
    @HiramoniDeka-bj5ok Před 2 měsíci +1

    Val lagile baa sai😮😮😮😮❤❤❤😂

  • @priyamanirajkhowa6773
    @priyamanirajkhowa6773 Před 3 měsíci +1

    ধন্যবাদ।ভাল লাগিল

  • @nabanitasdarpan6215
    @nabanitasdarpan6215  Před 2 měsíci +2

    বালিখিনি একেবাৰে তলত দিয়াৰ কাৰণ সেইটোৱেই যে কেঁচুখিনি বালি থকা অংশলৈ নাজাইগৈ।কিয়নো কেঁচুৰ গাত কঠিন বা খহটা বস্তু লাগিলে আঘাতপ্ৰাপ্ত হয়।সেয়েহে টেংকীটোও মিহিকৈ পলিচ কৰি বনাই লব লাগে।

  • @allinonewithminu5270
    @allinonewithminu5270 Před 5 měsíci +1

    Bhut sundar video❤❤

  • @bhasutideka1211
    @bhasutideka1211 Před 8 měsíci +2

    ভাল লাগিল ভিদিও তু চাই বাইদেউ

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 8 měsíci +1

      অশেষ ধন্যবাদ ।আগলৈও চাই থাকিব বুলি আশা কৰিলোঁ।

  • @abinashdeka1344
    @abinashdeka1344 Před 4 měsíci +2

    যদি আমাকো মাতি পক্ষীশন লবলৈ যোগাযোগ কৰি দিয়ে আমি নথৈ আনন্দিত হম ।।

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 2 měsíci

      AAU লৈ আহিলে তেখেতসকলে সকলো দেখুৱাই দিব।

  • @HiramoniDeka-bj5ok
    @HiramoniDeka-bj5ok Před 2 měsíci +1

    ❤❤❤❤❤❤

  • @narjiblogyoutubechannel7748
    @narjiblogyoutubechannel7748 Před 10 měsíci +2

    Right speak

  • @SimpleLifeStyleDb
    @SimpleLifeStyleDb Před 4 měsíci +1

    Roshmi Organic Vermi-Compost Farm

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe Před 9 měsíci +2

    Val lagil baa,,, ajikali Ane ghrot bohi thakatkoi aibor kam koribo pari,,,

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 9 měsíci +1

      হয় ধন্যবাদ জনালো।এবাৰ আগুৱাই গলেই সকলো কামতে এসময়ত পাৰ্গত হৈ পৰিব পাৰে সেয়ে সকলোৱে নিজেই চেষ্টা কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ কামৰ পৰাই পিছলৈ অধিক লাভবান হব পাৰিব মোৰ বুলি দৃঢ় বিশ্বাস।

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok Před 2 měsíci +1

      ​@@nabanitasdarpan6215 hoi bhal kotha❤❤❤❤❤❤❤

  • @nanditadutta6770
    @nanditadutta6770 Před 7 měsíci +1

    কেচু খিনি কেনেদৰে পৃথক কৰে পাৰিলে দেখুৱাব চোন।

  • @woman178
    @woman178 Před 10 měsíci +2

    Organic khabaw lagilae pabaw bawstak bawstai pabaw lagibawtu dukanawt vermicompost kawra tu asae na nai

  • @rajugogoivlogs
    @rajugogoivlogs Před rokem +1

    Mur video bur saba ❤

  • @dipakchetia3598
    @dipakchetia3598 Před 2 měsíci

    Dipak assam

  • @champakdeka286
    @champakdeka286 Před 9 měsíci +2

    Kiman dinr murt sar to prostut hoi video2 ako nokole

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 9 měsíci +1

      হয় যদিহে বিস্তৃত ভাবে জানিবলৈ বিচাৰে।এবাৰ AAU ত গৈ খবৰ কৰি শিকি ললে আপুনি ঘৰতে ব্যৱসায় ভিত্তিত আৰম্ভণি কৰিব পাৰিব।

  • @deepjyoti4720
    @deepjyoti4720 Před 4 měsíci +1

    Ami Gubort puwa kesu tu use koribo paru ne

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 4 měsíci +1

      আমাক জনোৱা মতে কেঁচু কিনিবলৈ পায় বেলেগকৈ ।কেঁচুসাৰ বনোৱা মানুহৰ পৰা লব পাৰিব সঁচ আৰু AAU টো খবৰ কৰিলে পাব।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před 4 měsíci +2

    বালি দিলে কেচুৰ গাত লাগিলে বগাব পাৰিব নে যিহেতু বালি খহটা,জনাব চোন

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok Před 2 měsíci +1

      Paribo jen lagise sun❤

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok Před 2 měsíci +1

      Apuni ki koi ??

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 2 měsíci +1

      বালিখিনি একেবাৰে তলত দিয়াৰ কাৰণ সেইটোৱেই যে কেঁচুখিনি বালি থকা অংশলৈ নাজাইগৈ।কিয়নো কেঁচুৰ গাত কঠিন বা খহটা বস্তু লাগিলে আঘাতপ্ৰাপ্ত হয়।সেয়েহে টেংকীটোও মিহিকৈ পলিচ কৰি বনাই লব লাগে।

    • @HiramoniDeka-bj5ok
      @HiramoniDeka-bj5ok Před 2 měsíci +1

      Thank you baa❤❤❤❤❤❤❤❤

  • @khagenbakatial2915
    @khagenbakatial2915 Před 2 měsíci

    ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিব বিচাৰিছোঁ। কেনেদৰে আগবাঢ়িব পাৰি জনাব নেকি!

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 2 měsíci

      Vdo টো সম্পূৰ্ণ চালে সকলো বুজি পাব। পৰিমানবোৰ দিয়া আছে ।
      তাৰোপৰি আপোনালোকে কৃষি বিষয়াৰ লগত আলোচনা কৰি তথা AAU ত নিজে গৈ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰে।তেখেতসকলে সম্পূৰ্ণ সহযোগিতা কৰিব।

  • @NoboRabha-r5x
    @NoboRabha-r5x Před 23 dny

    Kasoto korpora ona hoy bah

    • @nabanitasdarpan6215
      @nabanitasdarpan6215  Před 23 dny

      @@NoboRabha-r5x AAU ত পায় লগতে কৃষিগৱেষণা কেন্দ্ৰ অথবা কৃষি বিভাগ আৰু কেঁচুসাৰ প্ৰস্তুত কৰা লোকৰ পৰাও কিনিবলৈ পোৱা যায়।

  • @allside4444
    @allside4444 Před 8 měsíci

    সঠিক নহয়....