Video není dostupné.
Omlouváme se.

বলি চলনৰ নাম||শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোক-কৃষ্টিৰ কৰ্মশালা||Kamala gogoi||কমলা গগৈ||

Sdílet
Vložit
  • čas přidán 27. 07. 2023
  • কৃষ্ণ 🙏🏼
    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা শাখাৰ আতিথ্যত আয়োজন কৰা "লোক-কৃষ্টিৰ কৰ্মশালা" ত অসমৰ প্ৰায় ২৩ খন জিলাৰ প্ৰতিনিধি বাপ-আই সকলে অংশগ্ৰহণ কৰে । শংকৰদেৱ সংঘৰ সাংস্কৃতি শাখাৰ সভাপতি পৰম শ্ৰদ্ধাৰ পৱিত্ৰ প্ৰাণ বৰা ছাৰৰ তত্বাৱধানত আয়োজন হোৱা কৰ্মশালা ভাগিত দিহানামৰ প্ৰশিক্ষক হিচাবে উপস্থিত থাকে দিহাসম্ৰাট কমলা গগৈ দেৱ । তেখেতে বাপ - আই সকলৰ বাবে আগবঢ়াই দিয়া এভাগি সুন্দৰ নাম "বলি চলন" আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ । সকলোৱে শুনিব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏🏼
    #শ্ৰীমন্তশঙ্কৰদেৱৰসংঘ
    #dihanam
    #horinam
    #kamalagogoi
    #kamalagogoidihanam
    #sankardev
    #srimantasankardev
    #Sankardevsangha
    #শংকৰদেৱসংঘ
    #sassamworld

Komentáře • 48