S ASSAM WORLD
S ASSAM WORLD
  • 256
  • 1 685 389
খগেন গগৈ টোকাৰী গীত।।প্ৰশান্ত কোঁৱৰ।।khagen gogoi।।tukari geet।।horinam।।dihanam।।@sassamworld2999
নমস্কাৰ 🙏
অসমৰ এগৰাকী জনপ্ৰিয় তথা প্ৰবীণ শিল্পী খগেন গগৈ ডাঙৰীয়া আৰু টোকাৰী গীতৰ শিল্পী প্ৰশান্ত কোঁৱৰৰ কণ্ঠত কেইটিমান টোকাৰী গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
সকলোৱে গীত কেইটি শুনিব আৰু like, comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
#দিহানাম
#টোকাৰীগীত
#dihanam
#tukarigeet
#horinam
#হৰিনাম
#sassamworld
zhlédnutí: 865

Video

ডঃ পীতাম্বৰ দেৱ গোস্বামী প্ৰভূৰ ভাষণৰ মাজে মাজে যদু দত্তৰ ভাওনা গীত।।Jodu dutta।।@sassamworld2999
zhlédnutí 3,7KPřed dnem
নমস্কাৰ 🙏 আউনীআটী সত্ৰৰ সত্ৰধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে ভাওনা সম্পৰ্কে আগবঢ়োৱা ভাষণ ভাগিৰ মাজে মাজে ভাওনাৰ বিশিষ্ট গায়ন যদু দত্ত দেৱে ভাওনাৰ গীত পৰিৱেশন কৰা এটি সুন্দৰ ভিদিঅ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিদিঅ টি চাব আৰু like,comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏 #ভাওনা #bhauna #assamesebhauna #vauna #sassamworld
উজাই আহিলে।।কমলা গগৈ দিহানাম।।kamala gogoi।।ujai ahile।।dihanam।।horinam।।@sassamworld2999
zhlédnutí 2,3KPřed 14 dny
নমস্কাৰ দিহাসম্ৰাট কমলা গগৈ দেৱৰ কণ্ঠত এভাগী দিহানাম আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে নাম ভাগি শুনিব আৰু like,comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏🙏 #kamalagogoi #দিহানাম #dihanam #horinam #sassamworld
ভাগৱত কেন্দ্ৰিক আলোচনা||দিহাৰত্ন কমলা গগৈ||Bhagwat path||ভাগৱত পাঠ|kamala gogoi|@sassamworld2999
zhlédnutí 1KPřed 2 měsíci
নমস্কাৰ 🙏 লখিমপুৰ জিলাৰ বঙালমৰা,সান্দহখোৱাত আয়োজন কৰা ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানত দিহাৰত্ন কমলা গগৈ দেবে আগবঢ়োৱা ভাগৱত কেন্দ্ৰিক আলোচনা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ ।🙏🙏 #kamalagogoi #ভাগৱত #bhagwat #sassamworld
বিহু কৰ্মশালা||নিমিষা দিহিঙীয়া||দ্বিজেন গগৈ||Nimikha Dehingia||Rongali Bihu 2024|@sassamworld2999
zhlédnutí 414Před 2 měsíci
নমস্কাৰ 🙏 শিৱসাগৰ জিলাৰ আমগুৰিৰ উৎপল খনিকৰ আৰু জ্যোতিষ্মান মহন্তৰ প্ৰচেষ্টাত সন্মিলিত বৰদৈচিলা বিহুদল আৰু সব্যসাচী কলা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ এটি ভিডিঅ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে DY বিহুৰাণী, লতাশিল বিহুৱতী তথা বিশিষ্ট নাচনী/বিহুৱতী নিমিষা দিহিঙীয়া । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subacrib...
আহি পালোঁ সন্তৰ সমাজ||নবীন চন্দ্ৰ বৰুৱা||dihanam||horinaam||ahi palu||@sassamworld2999
zhlédnutí 2,3KPřed 2 měsíci
নমস্কাৰ 🙏 প্ৰায় ৯০ বছৰীয়া ককা লোকশিল্পী নবীন চন্দ্ৰ বৰুৱা দেৱৰ কন্ঠত এভাগি সুৰীয়া দিহানাম আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏 #dihanam #horinam #দিহানাম #kamalagogoi #sassamworld
জয় জয় জগত গুৰু||অমল শইকীয়াৰ কন্ঠত||dihanam||amala saikia||Jagat guru||@sassamworld2999
zhlédnutí 1,1KPřed 2 měsíci
নমস্কাৰ অসমৰ এজন বিশিষ্ট নেগেৰা বাদক তথা লোকশিল্পী অমল শইকীয়া দেৱৰ কন্ঠত এভাগি দিহানাম "জয় জয় জগত গুৰু" নাম ভাগি আপোলালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা কৰিলোঁ । #দিহানাম #dihanam #horinam #kamalagogoi #sassamworld
নৃসিংহ মুৰাৰি ভাওনাৰ দৃশ্যাংশ|দিপাংকৰ বৰা-লাটুমনি শইকীয়া|bhauna|Nrisingha murari|@sassamworld2999
zhlédnutí 253Před 3 měsíci
কৃষ্ণ 🙏 অসমৰ বিশিষ্ট ভাৱৰীয়া দিপাংকৰ বৰা আৰু লাটুমনি শইকীয়াই অভিনয় কৰা "নৃসিংহ মুৰাৰি" ভাওনা ভাগিৰ এটি দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ ।🙏 #bhauna #ভাওনা #vauna #ভাওনা_সংস্কৃতি #sassamworld
শ্ৰীমদ্ভাগৱত পাঠ||কমলা গগৈ||bhagwat path||kamala gogoi||মানস প্ৰতিম শইকীয়া||@sassamworld2999
zhlédnutí 318Před 3 měsíci
নমস্কাৰ 🙏 দিহাসম্ৰাট কমলা গগৈ আৰু মানস প্ৰতিম শইকীয়াই শিৱসাগৰ জিলাৰ মগৰাহাট নামতিয়ালত আয়োজিত শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানত পাঠ কৰা কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টো চাব আৰু like , comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏 #kamalagogoi #ভাগবত_পাঠ #bhagwat #sassamworld #ভাগৱত
বিষ্ণু-লক্ষ্মী||bhauna||ৰোহন দত্ত||bishnu lakshmi||vauna||@sassamworld2999
zhlédnutí 163Před 3 měsíci
কৃষ্ণ🙏 শ্ৰেষ্ঠ ভগৱান হিচাপে পৰিচিত ৰোহন দত্ত আৰু মহিলা চৰিত্ৰত শ্ৰেষ্ঠ স্থান প্ৰাপ্ত জান ৰ বিষ্ণু-লক্ষ্মীৰ অভিনয় আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। সকলোৱে ভিডিঅ টি চাই like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ । #bhauna #ভাওনা_সংস্কৃতি #vauna #ভাওনা #sassamworld
নাৰদ-ব্ৰহ্মাৰ কৰুণ দৃশ্য||নৱজ্যোতি কলিতা||bhauna||ভাওনা||nabajyoti kalita||@sassamworld2999
zhlédnutí 2,4KPřed 3 měsíci
নমস্কাৰ 🙏 মৎস্য অৱতাৰ ভাওনা ভাগিৰ এটি সুন্দৰ তথা কৰুণ দৃশ্য শ্ৰেষ্ঠ নাৰদ নবজ্যোতি কলিতা আৰু বিশিষ্ট ভাওনা শিল্পী সুৰজিত বৰা ৰ ব্ৰহ্মাৰ অভিনয়েৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা কৰিলোঁ ।🙏 #bhauna #ভাওনা #vauna #sassamworld
ভাওনাৰ আৰম্ভণি আৰু খৰমানৰ গীত||সত্যম খনিকৰ||Satyam khanar||ভাওনা||Bhauna||@sassamworld2999
zhlédnutí 2,3KPřed 3 měsíci
নমস্কাৰ ভাওনা জগতৰ শ্ৰেষ্ঠ গায়ন "সত্যম খনিকৰ" ৰ কন্ঠত ভাওনাৰ আৰম্ভণি গীত আৰু খৰমানৰ গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ । #ভাওনা #bhauna #vauna #ভাওনা_সংস্কৃতি #sassamworld
মৎস্য অৱতাৰ ভাওনা||Motsyo avatar||ভাওনা||bhauna||Assamese bhawna||@sassamworld2999
zhlédnutí 438Před 3 měsíci
কৃষ্ণ অসমৰ ভাওনা জগতৰ কেইবাজনো আগশাৰী শিল্পীৰ সমহাৰেৰে সেৱকী কৌশিক বৰুৱা আৰু পৰিয়াল বৰ্গই আগবঢ়োৱা "মৎস্য অৱতাৰ" ভাওনা ভাগি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ । সেৱকী পৰিয়ালটিয়ে যি আশাৰে এই মহান ভাওনা ভাগি আগবঢ়াইছিল তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰি ভগৱানে কৃপা কৰক তাকেই আমি কামনা কৰিছোঁ 🙏🙏 #bhauna #ভাওনা #ভাওনা_...
শ্ৰীশ্ৰী শিৱগীতা পাঠ|Shivgeeta path|কমলা গগৈ|Kamala gogoi|Rajib boruah|Shivratri|@sassamworld2999
zhlédnutí 3,6KPřed 3 měsíci
ওম নমঃ শিৱায় 🙏 শ্ৰীশ্ৰী মহাশিৱৰাত্রী উপলক্ষে শিৱসাগৰ শিৱ দৌল প্ৰাংগণত দিহাৰত্ন কমলা গগৈ দেৱ , ৰাজীৱ বৰুৱা,মানস প্ৰতিম শইকীয়াই শ্ৰীশ্ৰী শিৱ গীতা পাঠ কৰে । আজি এই শিৱৰাত্রীৰ পবিত্ৰ ক্ষণত আপোনালোকৰ মাজলৈ ভিডিঅ টি আগবঢ়াই দিলোঁ । সকলোৱে ভিডিঅ টি চাব আৰু like , comment & share কৰি চেনেলটি subacribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏 #kamalagogoi #shivratri #sivratri #shivratri2024 #shivgeeta #shivgeet #sassa...
আজি কৈলাশত||শিৱৰাত্রীৰ নাম||Shivratri song||Hiboratri nam||Kamala gogoi dihanam||@sassamworld2999
zhlédnutí 1,7KPřed 3 měsíci
ওম নমঃ শিৱায় পবিত্ৰ শিৱৰাত্রী উপলক্ষে দিহাসম্ৰাট কমলা গগৈ দেৱৰ কণ্ঠত এভাগি দিহানাম আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ । সকলোৱে নামভাগি শুনিব আৰু like, comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏🏼 #kamalagogoi #dihanam #horinam #শিৱৰাত্রী #shivshankar #shivratri #shivgee #sassamworld
ধ্ৰুৱ চৰিত্ৰ||শিশু ভাওনা||Dhurba soritra||ভাওনা||Bhauna||@sassamworld2999
zhlédnutí 407Před 4 měsíci
ধ্ৰুৱ চৰিত্ৰ||শিশু ভাওনা||Dhurba soritra||ভাওনা||Bhauna||@sassamworld2999
গ্ৰন্থ উন্মোচনী সভাত কমলা গগৈ দেৱৰ এটি গুৰুত্বপূৰ্ণ বক্তৃতা||Kamala gogoi||@sassamworld2999
zhlédnutí 162Před 4 měsíci
গ্ৰন্থ উন্মোচনী সভাত কমলা গগৈ দেৱৰ এটি গুৰুত্বপূৰ্ণ বক্তৃতা||Kamala gogoi||@sassamworld2999
দৈৱকীৰ অষ্টম পুত্ৰ||ভাগ্যশ্ৰী দেৱী দিহানাম||dihanam||Bhayashree devi||horinaam||@sassamworld2999
zhlédnutí 1,7KPřed 4 měsíci
দৈৱকীৰ অষ্টম পুত্ৰ||ভাগ্যশ্ৰী দেৱী দিহানাম||dihanam||Bhayashree devi||horinaam||@sassamworld2999
সৰগত জিলিকে||ভাগ্যশ্ৰী দেৱী দিহানাম||Horogot jilike||Bhagyashree devi dihanam||@sassamworld2999
zhlédnutí 2,3KPřed 4 měsíci
সৰগত জিলিকে||ভাগ্যশ্ৰী দেৱী দিহানাম||Horogot jilike||Bhagyashree devi dihanam||@sassamworld2999
ভাগ্যশ্ৰী দেৱী দিহানাম||হৰিনামৰ ধাৰা||Bhagyashree devi||Dihanam||Horinam||@sassamworld2999
zhlédnutí 2KPřed 4 měsíci
ভাগ্যশ্ৰী দেৱী দিহানাম||হৰিনামৰ ধাৰা||Bhagyashree devi||Dihanam||Horinam||@sassamworld2999
গীতে-মাতে কমলা গগৈ দেৱৰ আধ্যাত্মিক বিশ্লেষণ||Kamala gogoi dihanam||কমলা গগৈ||‎@sassamworld2999
zhlédnutí 1,3KPřed 5 měsíci
গীতে-মাতে কমলা গগৈ দেৱৰ আধ্যাত্মিক বিশ্লেষণ||Kamala gogoi dihanam||কমলা গগৈ||‎@sassamworld2999
দিহাসম্ৰাট কমলা গগৈ দেৱলৈ দিহা সৌৰভ বঁটা|Kamala gogoi|কমলা গগৈ|diha saurav award|@sassamworld2999
zhlédnutí 508Před 5 měsíci
দিহাসম্ৰাট কমলা গগৈ দেৱলৈ দিহা সৌৰভ বঁটা|Kamala gogoi|কমলা গগৈ|diha saurav award|@sassamworld2999
কৃষ্ণমণি নাথৰ ভাগৱত পাঠ||Bhagwat path||ভাগৱত পাঠ||Krishnamoni nath bhagwat||@sassamworld2999
zhlédnutí 184Před 5 měsíci
কৃষ্ণমণি নাথৰ ভাগৱত পাঠ||Bhagwat path||ভাগৱত পাঠ||Krishnamoni nath bhagwat||@sassamworld2999
বিশিষ্ট ভাওনা সাধক সৰ্বানন্দ কলিতা দেৱৰ ভাওনা সংলাপ|Bhauna|অসম ভাওনা সমাৰোহ ২০২৪|@sassamworld2999
zhlédnutí 499Před 5 měsíci
বিশিষ্ট ভাওনা সাধক সৰ্বানন্দ কলিতা দেৱৰ ভাওনা সংলাপ|Bhauna|অসম ভাওনা সমাৰোহ ২০২৪|@sassamworld2999
হাঁহ ধৰা খেল||বাহুবলী খেল||ভোগালী উৎসৱত বিভিন্ন আমোদজনক খেল||Bhugali bihu 2024||@sassamworld2999
zhlédnutí 217Před 5 měsíci
হাঁহ ধৰা খেল||বাহুবলী খেল||ভোগালী উৎসৱত বিভিন্ন আমোদজনক খেল||Bhugali bihu 2024||@sassamworld2999
১৫ হাজাৰ আইমাতৃৰ দিহানাম পৰিবেশন||dihanam||Horinam||আউনীআটী সত্ৰ||@sassamworld2999
zhlédnutí 12KPřed 5 měsíci
১৫ হাজাৰ আইমাতৃৰ দিহানাম পৰিবেশন||dihanam||Horinam||আউনীআটী সত্ৰ||@sassamworld2999
ভোগালীৰ আনন্দ||কমলা গগৈ বিহুগীত||kamala gogoi||bhugali bihu ২০২৪||@sassamworld2999
zhlédnutí 4,2KPřed 5 měsíci
ভোগালীৰ আনন্দ||কমলা গগৈ বিহুগীত||kamala gogoi||bhugali bihu ২০২৪||@sassamworld2999
কমলা গগৈ দেৱৰ আধ্যাত্মিক বক্তৃতা||Kamala gogoi lecture||কমলা গগৈ ভাষণ||@sassamworld2999
zhlédnutí 426Před 5 měsíci
কমলা গগৈ দেৱৰ আধ্যাত্মিক বক্তৃতা||Kamala gogoi lecture||কমলা গগৈ ভাষণ||@sassamworld2999
ভাওনাৰ প্ৰাসংগিক বিশ্লেষণ|বৈষ্ণৱ পণ্ডিত ডঃ পীতাম্বৰ দেৱ গোস্বামী|Assamese Bhauna|@sassamworld2999
zhlédnutí 2,1KPřed 5 měsíci
ভাওনাৰ প্ৰাসংগিক বিশ্লেষণ|বৈষ্ণৱ পণ্ডিত ডঃ পীতাম্বৰ দেৱ গোস্বামী|Assamese Bhauna|@sassamworld2999
তৃতীয় শ্ৰেষ্ঠ দল||দক্ষ যজ্ঞ||Bhauna||সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা ফুলপানিছিগা||@sassamworld2999
zhlédnutí 808Před 5 měsíci
তৃতীয় শ্ৰেষ্ঠ দল||দক্ষ যজ্ঞ||Bhauna||সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা ফুলপানিছিগা||@sassamworld2999

Komentáře

  • @bhabenpegu
    @bhabenpegu Před 4 hodinami

    Very nice good njght

  • @amalkumardas8748
    @amalkumardas8748 Před 11 hodinami

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @gaoutom.maina.youtube5662
    @gaoutom.maina.youtube5662 Před 19 hodinami

    Val lagil

  • @user-jr3ks8me2q
    @user-jr3ks8me2q Před 5 dny

    Purani git matehe amar vaona sanskritik jugamia karib karib.ati sowad laga krishna

  • @digantaarandhara2709

    Borgeet xundor bhabe Provu Jonai kathakhini bibori kole.Bhal lagil bahut.

  • @prasantabaruah1728
    @prasantabaruah1728 Před 5 dny

    Krishna

  • @bimansaikia4305
    @bimansaikia4305 Před 5 dny

    শঙ্কৰ দেৱৰ দৰে গুৰু অতিতটো জন্মা নাই। বৰ্তমানেও জন্মা নাই। ভৱিষ্যতে ও জন্ম হব তাৰো নিশ্বয়তা নাই।তাৰে এটা উদাহৰণ। যেনে স্কেকপিয়েৰে কেৱল নাটক লেখিছে। আমাৰ গুৰু জন নিজে নাট্যকাৰ,গিতিকাৰ, নাট পৰিচালক, আৰু তেওঁ নাটকত একে সময়তে তিনি প্ৰকাৰৰ মানুহলৈ চিন্তা কৰিচে। যেনে প্ৰথম সুত্ৰধাৰ বা যোগেদি অতি পাত পক্ষৰ বা ট্ৰেডমাৰ্ক পোৱা সকলক সময় খৰচ নকৰাকৈ মাত্ৰ সুত্ৰ বা সুত্ৰধাৰ পঢ়িবলৈ বা চাবলৈ সুবিধা কৰি দিছে। দ্বিতীয়তে প্ৰথম বিভাগত যি সকলে পাচকৰে তেও লোকক মাজৰ সুত পঢ়িবলৈ সুবিধা কৰি দিছে। তৃতীয়তে যি সকলে দ্বিতীয় বা তৃতীয় বিভাগ ত পাচ কৰে তেও লোকে গোটেই নাটক খন চাব বা পঢ়িব পৰাকে সুবিধা কৰি দিছে। যিটো কাম স্কেক পিয়েৰৰ নাটকত কৰা নাই। স্কেক পিয়েৰে কেৱল নাটকহে লিখিছে ।আমাৰ আজি কালি নাটক সমুহৰ পৰা শঙ্কৰ দেৱৰ অমৰ সৃষ্টি মাজৰ সুত্ৰ সমুহ উদ্ৰ কৰি দিয়াটো বৰ পৰিতাপৰ বিষয় হৈছে। এই কথাটোত আপুনি চিন্তা কৰি আকৌ মাজৰ সুত্ৰ থকাতো কৰিব বুলি আশা ৰাখিলোঁ।কাৰণ শঙ্কৰ গুৰুৰ মহান আদষক হেয় জ্ঞান কৰাৰ অধিকাৰ আমাৰ কাৰো নাই। তেওঁ দৰে সব্ৰগুণাকৰ গুৰু পৃথিৱীত আজি লৈকে কতো জন্ম হোৱা নাই।

  • @sharatboruah7956
    @sharatboruah7956 Před 5 dny

    🙏🙏🙏

  • @mahendradas6626
    @mahendradas6626 Před 5 dny

    শত সহস্ৰ কোটি প্ৰণাম পৰম কৃপালু বাপজনালৈ

  • @ranjitboruah5677
    @ranjitboruah5677 Před 5 dny

    Mahan adarkha , mahan bani , silpijonoloi akhakh dhyainabad

  • @ranjitboruah5677
    @ranjitboruah5677 Před 6 dny

    Krishna Krishna Krishna Prabhu, apunar bahumolia dharma aluchana ajir juva samar hampotik hamayat khubai praujan , ami bhabu amar hamajar pratak janare praujan ase aru thakibo hadaya. Bhagabane apunak Mangal korak. Krishna Krishna Krishna, prabhu.

  • @jitubora1042
    @jitubora1042 Před 6 dny

    🙏🙏🙏

  • @Bhoben585
    @Bhoben585 Před 6 dny

    O hi 😅 moi Jorhat r pora koi asu ❤ aii vauna team tut join krible ki kribo lagibo nu??? Please reply to dibo 🙏🙂 moi suwali hoi 😊 kribo parim sage

    • @sassamworld2999
      @sassamworld2999 Před 6 dny

      যোগাযোগৰ নম্বৰ দিম যোগাযোগ কৰি লব

  • @sanahigogoi381
    @sanahigogoi381 Před 8 dny

    কৃষ্ণ কৃষ্ণ বাপজনা বহুত সুন্দৰ কণ’

  • @subornaroy9303
    @subornaroy9303 Před 8 dny

    Atisundar

  • @ManuranjanChetia-oi6uq

    কৃষ্ণ

  • @goutamsonowal9266
    @goutamsonowal9266 Před 9 dny

    Love frm tsk

  • @kunjalatagogoi8739
    @kunjalatagogoi8739 Před 9 dny

    কৃষ্ণ কৃষ্ণ,বৰ সুন্দৰ ব্যাখ্যা। ভাল লাগিল

  • @LoknathGogoi-od7hz
    @LoknathGogoi-od7hz Před 10 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @RipunjoyKashyap-zb4qy

    কৃষ্ণ জন আপুনি নেকি❤

  • @manyatagogoi2427
    @manyatagogoi2427 Před 11 dny

    ৰাজসত্ৰ সমূহে গুৰুজনাৰ নীতি আদৰ্শ মতে চলেনে? ভাওনাৰ ক্ষেত্ৰত তেওঁলোকে কিবা কৰিছিল নে ? বৰ্ত্তমান দেখিচো তেওঁলোকৰে দপদপনি বেছি।

  • @SBhuyan-lr2hb
    @SBhuyan-lr2hb Před 12 dny

    Oti Sundor 🙏🙏🙏

  • @SBhuyan-lr2hb
    @SBhuyan-lr2hb Před 12 dny

    🙏🙏🙏

  • @user-is6tw8ok1e
    @user-is6tw8ok1e Před 12 dny

    Amiu asilu mam vagot vag loisilu

  • @anshumanborgohain2915

    অতি সুন্দৰ , অনন্য । বহুত ভাল লাগিল । প্ৰভু ঈশ্বৰলৈ সেৱা জনালোঁ । কৃষ্ণ 🙏🙏

  • @MitaliHazarika-xj3pc
    @MitaliHazarika-xj3pc Před 13 dny

    Krishno krishno very nice

  • @monjuraniraja4551
    @monjuraniraja4551 Před 13 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ

  • @tijopatar2011
    @tijopatar2011 Před 14 dny

    Siudhsjeur7disisis8e7euduieieieiieie7e7e7e873738e288238838228iasiei8w7w8e8e8is8s88wiwiwuwowusowuw7wiowiwuw7w7ueueuwai8w moo kk🛺

  • @birajboruah3280
    @birajboruah3280 Před 15 dny

    কৃষ্ণ, ইমান সুন্দৰ হৈছে অনুষ্ঠান ভাগি 🙏🙏🙏

  • @dipgogoi3947
    @dipgogoi3947 Před 18 dny

    Mojaa❤❤

  • @MomiDeka-dw6mp
    @MomiDeka-dw6mp Před 18 dny

    Krishna baap🙏🙏

  • @PallabiboruahPallabiboruah

    Krishna Krishna

  • @SusilDutta-cf7jp
    @SusilDutta-cf7jp Před 19 dny

    Hundar kishna kishna

  • @tapandutta2262
    @tapandutta2262 Před 27 dny

    Joi Krishna namaste 🙏 namaste

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj Před 28 dny

    " HOY PRABHU APUNIYEI MAHAAN JAGATAR ISHWAR JAI SHREE KRISHNA "

  • @Kanakeswarborah-vq6gl
    @Kanakeswarborah-vq6gl Před měsícem

    Likhit rupt pam buli Anurudh krisu.

  • @kinggaming5516
    @kinggaming5516 Před měsícem

    কৃষ্ণ কৃষ্ণ

  • @tapandutta2262
    @tapandutta2262 Před měsícem

    JOY KRISHNA NAMASTE 🙏 💖 ❤️ ✨️

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh Před měsícem

    কৃষ্ণ বাপ অতি মনোৰম,, গুৰুত্বপূৰ্ণ ভূমিকা গুৰুজনাই শাস্ত্ৰ ভোজনৰ উপকাৰিতা সম্বন্ধে তেওঁৰ সঠিক ধাৰণা ইতিমধ্যে,, সকলো হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় উৎসব,,আমাক শিক্ষা দি থৈ গৈছে গুৰুজনাক,, হৃদয়ৰ পৰা মৰম স্নেহৰ লগতে তেওঁক কৌটি কৌটি প্ৰণাম জনালোঁ! জয় গুৰু শংকৰ খৰ্ব গুনকৰ যাক এৰি নাহিকে প্ৰৰম, তাহান্ত বিনাহি নাই নাই নাই আমাৰ প্ৰৰম গুৰু!! কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা ধৰিলোঁ,, গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏🙏🙏🙏🪔🪔🪔🪔🪔,,,পিতৃ গুৰু মাতৃ গৰু সকলো লৈ জনালোঁ অজচ্ছ প্ৰণাম কৃষ্ণ 👏👏👏👏👏🟣❣️:::::........🥀.....🖋️

  • @user-mo1wg5uj4b
    @user-mo1wg5uj4b Před měsícem

    Ķŕìshña..ķŕìshña..pŕbhu..ɓòhùt..sundr..suniĺè..suñi..tĥàķiɓòĺòi..Mon.źài..krìsĥña.

  • @muninoza4944
    @muninoza4944 Před měsícem

    ভাওনা শঙ্কৰ গুৰু জনাই ঈশ্বৰ কৃষ্ণক চিনি নোপোৱা সকলক ঈশ্বৰ চিনাকি দিবৰ বাবেহে ভাওনা কৃষ্ণ সংস্কৃতি প্ৰচাৰৰ কাৰণেহে আৰু সেই সময়ত মানুহ বিলাক অশিক্ষিত আছিল পঢ়িব শুনিব নজনাৰ বাবেহে ভাওনাৰে বুজাইছিল গতিকে এতিয়া অশিক্ষিত লোক নাইয়েই বুলি কব পাৰি গতিকে এতিয়া আৰু ভাওনাৰ ইমান প্ৰয়োজন নাই।

  • @saratsaikia3697
    @saratsaikia3697 Před měsícem

    কৃষ্ণ ই কৃপা কৰে যেন

  • @saratsaikia3697
    @saratsaikia3697 Před měsícem

    Joy Krishna Gubindra Krishna oi kripa kare jen ❤

  • @user-ot5ft8mz9u
    @user-ot5ft8mz9u Před měsícem

    Krishan bap krishan. 🙏🙏🙏🙏sewa jonaisu aponak.

  • @user-zh7bl8eb2n
    @user-zh7bl8eb2n Před měsícem

    এই নামটো লিখিত ৰূপত দিব চোন ধন্যবাদ

  • @achintadas2405
    @achintadas2405 Před měsícem

    Aii script tu pam nki bru... Krishna 🙏

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj Před měsícem

    Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna

  • @tilokphukan5360
    @tilokphukan5360 Před měsícem

    কৃষ্ণ কৃষ্ণ বাপ, অতি সুন্দৰ

  • @user-dx7tm1yv2v
    @user-dx7tm1yv2v Před měsícem

    Krisna krisna🙏🙏

  • @dilipgohain6440
    @dilipgohain6440 Před měsícem

    0:10 0:18