অষ্টম শ্ৰেণীত অধ্য়য়নৰত এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী।

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • #NewsLive #AssamNews
    অষ্টম শ্ৰেণীত অধ্য়য়নৰত এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী। পিত-মাতৃহাৰা নবীন গগৈৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 870

  • @babitanath5033
    @babitanath5033 Před 4 lety +71

    ভগৱানে শক্তি দিয়ে যেন ।

  • @bhaskarsaikia8316
    @bhaskarsaikia8316 Před 4 lety +250

    তাক জুবিন দা ক লগ কৰাই দিব লাগিছিল।হৃদয়বিদাৰক জীৱন সংগ্ৰাম।😞

  • @mrjobola8958
    @mrjobola8958 Před 4 lety +277

    নবিন মানে নতুন গতিকে এই লৰা জনে নতুন কিবা কৰি দেখুওৱা ব সেইয়ে সকলো উলায় আহক নবিন অলপ সহায় কৰো🙏

  • @saimaatyia9391
    @saimaatyia9391 Před 3 lety +21

    Allahi এই লৰা জনক ভাল মানুহ বনাওক তেওঁৰ দুখ বিলাক দূৰ হওক 😭😭🤲🤲🤲🤲 নিজৰ মা দেউতা নহলে দুনিয়া খন বহুত অন্ধকাৰ হয় সকলোৱে তেওঁক সহায় কৰিব লাগে 😭😭।

  • @bagmikashyapbora4513
    @bagmikashyapbora4513 Před 4 lety +37

    তোমালৈ আশিৰ্বাদ থাকিল।কষ্টৰ ফল মিঠা।তুমি বহুত আগুৱায় যোৱা তাৰে কামনা কৰিলো।👍

  • @nityasonowal1997
    @nityasonowal1997 Před 4 lety +11

    মাঁ দেউতাৰ অনিহনে জীৱনটোৰ কিমান কষ্টকৰ সেয়া কেৱল ভুক্তভোগীয়ে হে বুজে! আগুৱাই যোৱা ভগৱানে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ।

  • @MajulirDekaVlogs
    @MajulirDekaVlogs Před 4 lety +69

    বৰ দুখ লাগিল 🙏🙏🙏😭😭,,ভাইটি মই লগ কৰিম এদিন তোমাক🙏🙏

  • @pidushkaman8513
    @pidushkaman8513 Před 4 lety +112

    সচাকৈ এনেবোৱ দূখ যন্তনাবোৰ চৰকাৰৰ চকুত কিয় নপৰে.?????
    মই চেস্ঠা কৰিম .... নবিনক লগ কৰি কিছু সহায় ...আৰু তেওৰ ...সুখ ...দুখৰ কিছু কথা পাতিম...

  • @marksdanyel9218
    @marksdanyel9218 Před 4 lety +4

    মা,ৰ কথা ভাৱিলে গা শিয়ৰি উঠে,,,
    .
    নিজকে ভাগ্যৱান বুলি কব লাগিব,, ,,মা ,,দেউতা,,ভাই ভনী ৰ,,মাজত জীৱন কটাব পাৰিছো,,
    তথাপিও আপোনজনক হেৰুৱাৰ বেদনা সহি পাইছো,,,
    বহুত কষ্ট হয়,,
    যেতিয়া গুচি যোৱা আপোনবোৰলৈ মনত পৰে
    তেতিয়া হৃদয়খন হৃদয় হৈ নাথাকে,,
    এটা মৰা শিলত পৰিণত হৈ যায়,,
    .
    এতিয়া নবীনক সাহঁসৰ প্ৰয়োজন,,
    ওচৰে পাজৰে থকালোকৰ মৰম স্নেহৰ প্ৰয়োজন,,
    এতিয়া নবীনক আৱেগীক কৰিব নালাগে,,তাক এতিয়া সাহস দিব লাগে,,,

  • @ranjanjyotibora1079
    @ranjanjyotibora1079 Před 4 lety +8

    ভাইটি , কোনো নাই বুলি নকবা। ইশ্বৰ আৰু মা দেউতাৰ আৰ্শিবাদ সদায় তোমাৰ লগত আছে আৰু থাকিব।। 💚

  • @RajibDas-bv2gb
    @RajibDas-bv2gb Před 4 lety +25

    চকু পানী ওলাই গল ও ভাতৃ😭😭চৰকাৰে সহায় কৰিব লাগে।

  • @mamonigogoi9232
    @mamonigogoi9232 Před 4 lety +24

    কোনোবা নিঃসন্তনে এওঁক যাতে উদ্ধাৰ কৰে এই মোৰ কামনা ।

  • @hiranyamedhi4842
    @hiranyamedhi4842 Před 4 lety +33

    I want him to stay with us n continue his study n fulfill his dream I want to tk his responsibility

  • @bikashgupta7075
    @bikashgupta7075 Před 3 lety +7

    এদীন তুমি successful হবা😭😭😭 ভগাৱানৰ ওচৰত তাকে প্ৰাৰ্থনা মোৰ🙏🙏🙏

  • @nature10703
    @nature10703 Před 4 lety +47

    ক্ষমা কৰিব।। Comment box শুৱনি কৰি কথাবোৰ কোৱাতকৈ ।।এওক সছাই সহায় কৰক।।উঠি অহা যূৱক এওঁ।। ভবিষ্যত গঢ়াৰ বহুত সময় আছে।।

  • @padmosharma3034
    @padmosharma3034 Před 4 lety +28

    ফোন নম্বৰ দিলে ভাল আছিল।🙏🙏

  • @manojpegu4065
    @manojpegu4065 Před 4 lety +21

    বৰ কৰুন কাহিনী...আহক নবিনক আমি অকণমান সহায়ৰ হাত আগবঢ়াওঁ ।

  • @pallabibhuyan4564
    @pallabibhuyan4564 Před 4 lety +13

    এদিন নবীনৰ জীৱনটো চমৎকাৰ হৈ পৰিৱ।মাত্ৰ সেই সময়খিনিৰ বাবে অপেক্ষা কৰা উচিত আৰু তেওঁক সহায় কৰিব লাগে।

  • @rashmiborah1103
    @rashmiborah1103 Před měsícem

    নবীন সাহসেৰে আগুৱাই যাওঁক তাৰেই কামনা ভগৱানৰ ওচৰত 🙏🙏🙏

  • @roman592
    @roman592 Před 4 lety +2

    খুব দুখ লাগিল ওচৰ চুবুৰীয়া সকলো মানুহেই লৰাজনক সহায় কৰিব লাগিব ।

  • @akashdaimary9744
    @akashdaimary9744 Před 4 lety +56

    Moi lora jon porhab bisaru jodi ahe

    • @visionvlog
      @visionvlog Před 4 lety +1

      Yeah some body must take him in home

    • @nirmalsaha4235
      @nirmalsaha4235 Před 4 lety +4

      Good idea vaiti

    • @nangsengkukoi6088
      @nangsengkukoi6088 Před 4 lety +1

      hosa.plz contact me.plz.no disu wait.+918638186409

    • @1peg547
      @1peg547 Před 4 lety

      Bhogobane apunak bhhhttt aasirbaad diok akash daimary sir

  • @nirupoma5935
    @nirupoma5935 Před 3 lety +1

    প্ৰভু তুমি এটি ৰাষ্টা দিয়া।

  • @alifrachel2284
    @alifrachel2284 Před 4 lety +6

    লৰা জনে এটা একাউণ্ট খুলিলে ভাল হয়, তেতিয়া বহুত মানুহে তেওঁক সহায় কৰিব।আৰু ময়ো কিবা অলপ সহায় কৰিব পাৰিম।

    • @NoOne-cw3wf
      @NoOne-cw3wf Před 4 lety

      কিন্তু কোনে খুলি দিব

    • @nipusaikia3590
      @nipusaikia3590 Před 3 lety

      Tak kanekoi contact korim baru

  • @JanRabha307
    @JanRabha307 Před 3 lety +4

    নবীন অসমৰ ভৱিষ্যত ❤ সি এদিন অসমৰ গৌৰব হব 😍

  • @RajMusic200
    @RajMusic200 Před 4 lety +10

    So sad.. Account number তো দি দিয়ক |মই পইচা পথাই আছো । মই যাব নোৱাৰিম কাৰণ মোৰ ঘৰ গুৱাহাটীত। 😢😢😢

  • @jyotishjyotish653
    @jyotishjyotish653 Před 4 lety +2

    মন ভৰি গল বাবুৰ কথাবোৰ শুনি বাবু তোমাৰ ভৱিষ্যত উজ্জ্বল হওক মোৰ প্ৰাৰ্থনা ও

  • @chayanikaboruah4909
    @chayanikaboruah4909 Před 4 lety +6

    বৰ দুখ লাগিল😢😢

  • @BijuTaid
    @BijuTaid Před 3 lety +1

    God bless you dear brother

  • @rubihazarika992
    @rubihazarika992 Před 4 lety +1

    বাবা ,তোমাৰ লগত ভগৱান আছে
    ।দুখ নকৰিবা ।জীৱন তোমাৰ আগবঢ়াই নিব লাগিব ।
    মনোবল ৰাখা ।হয় জীৱন বৰ কঠিন ।তথাপি ,মোৰ মনে কয় তোমাৰ সাহস আছে ।তুমি পাৰিবা ।

  • @jyotirajbongdshi5915
    @jyotirajbongdshi5915 Před 6 měsíci +1

    May God bless him😭😭🙏🙏

  • @sanidulislam6927
    @sanidulislam6927 Před 4 lety +2

    God bless you dear please government helping him

  • @binoyhazarika6054
    @binoyhazarika6054 Před 4 lety +9

    এই লৰাজনক মই প্ৰতি মাহে ৫০০ টকাকৈ দিম ৷ লৰাজনে দশম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ পৰ্যন্ত ৷ দয়া কৰি মোক তেওঁৰ বেঙ্কৰ নম্বৰ দিয়ক ৷ প্ৰয়োজন হলে মই আৰু আগলৈ চিন্তা কৰিম ৷

  • @kaushikatoz3033
    @kaushikatoz3033 Před 4 lety +3

    সচাকৈ বৰ দুখ লগা মই যদি অকণমান সহায় কৰিব পৰা হলে😔😔

  • @DEEPJYOTIBORUAH617
    @DEEPJYOTIBORUAH617 Před 4 lety

    বহুত দুখ লগা কথা। তেওঁ বহুত কষ্টৰে জীৱন কটাই আছে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।অকণি সহানুভুতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে... মই সহাই কৰিম

  • @assamgamer9220
    @assamgamer9220 Před 4 lety +3

    May god bless him🙏🙏🙏🙏

  • @rachanaborah8950
    @rachanaborah8950 Před 3 lety

    ভগবানে তুমাক চাবো

  • @hemenbaruah8486
    @hemenbaruah8486 Před 4 lety +1

    Agoyai joa nabin Val hb 2mar

  • @vivaentertainmentindia6578
    @vivaentertainmentindia6578 Před 4 lety +12

    bank r account number ata thik kri dya hole vl aasl

    • @rinkulrahman4353
      @rinkulrahman4353 Před 4 lety

      facebook.com/100035579904379/posts/206373970558598/?app=fbl

    • @subirchoudhury7098
      @subirchoudhury7098 Před 4 lety

      Account number tu palu mobile number pale bhal asil pothuar pisot jonabo parim

  • @hiropjyoti
    @hiropjyoti Před 4 lety +1

    নেদেখাজনে এই লৰাজনৰ জীৱনটো যাতে ভৱিষ্যতলৈ সুখৰ কৰি তোলে । মই তাৰে কামনা কৰিলো, মই মোৰ তৰফৰ পৰা যি পাৰো সহায় কৰিম । মোৰ যোগাযোগ নম্বৰ ৮৮১১৮৭৪৩৮৪

  • @tezpuriyavlogs3920
    @tezpuriyavlogs3920 Před 4 lety

    চৰকাৰক আমাৰ গৰিবৰ বাবে সুকু দিয়া নাই টো ইহঁতক ডাঙৰ ডাঙৰ কাৰণে হে দিয়া হৈছে ,, নিউজ টো চাই বহুত দুঃখ কৰিছোঁ,, মা বাবা নথকা নবিনৰ দৰে লৰা হে জানিব বুজি পাব যে কি মান কটোৰ এই পৃথিৱীত জীয়াই থকা টো আহক আমি খোকুলোৱে খহায় কৰোঁ নবিনক ৰাইজ 🙏🙏🙏🙏🙏🙏🙏🙏 ভগৱানে তোমাক কোষলে ৰাখক ,,

  • @pranjalkalita9228
    @pranjalkalita9228 Před 4 lety

    News live k thnk u dsu ru ene bht ase aibilk batri poribekhn krok tetiya sohai hbo sbre..

  • @user-br2ny4ge8g
    @user-br2ny4ge8g Před 6 měsíci

    সকলোৱে মিলি সহায় হাত আগবঢ়ায় নিয়ক

  • @______6936
    @______6936 Před 3 lety +1

    তেওঁক সহায় কৰক🙏🙏🙏😔😔

  • @manashpratim2713
    @manashpratim2713 Před 3 lety

    বহুত বেয়া লাগে এনেবোৰ কথা শুনিলে

  • @praygyanjyoitisaikia367
    @praygyanjyoitisaikia367 Před 4 lety +13

    তাক আমি সকলোৱে চাব লাগিব

  • @nayankalita92
    @nayankalita92 Před 4 lety +2

    God bless you 🙏

  • @jutikadas2684
    @jutikadas2684 Před 2 lety

    God bless you child

  • @petar6844
    @petar6844 Před 4 lety

    বহুত দুখ লাগে বুজি পাও কিয়নো মোৰো পৰিয়াল ভাগি গৈছে গতিকে তাৰ বেদনা আজিও মোৰ মনত কষ্ট দিয়ে কিন্তু কাক কম কাক দেখুৱাম কোনে বুজিব ।
    আৰু সদায় বুজিলে কেনেকৈ হব সকলোৰে নিজা নিজা এটা জীৱন আছে ।
    সকলোৱে দুখ যন্তনা যুঁজ কৰি টো জীয়াই আছে
    আৰু
    সকলো বোৰ চৰকাৰৰ হাতত এৰিলে নহব
    আমাৰ মানুহৰ মানৱীয়তা দেখুৱালে হে শান্তি আহিব
    মানৱীয়তাৰ আগত সকলো ধৰ্ম সকলো নিয়ম কানুনে তল পৰে
    গতিকে তেওঁ আমাৰে ভাইটি তেওঁক মানৱীয়তাৰ চকুৰে চাওক ।
    আশা কৰো প্ৰভু যীচু জীৱন দিওক তেওঁক ⁦✝️⁩

  • @minhajulislam9788
    @minhajulislam9788 Před 3 lety

    So sad 😭😭😭 bohut dukh lagile sai

  • @rumaboruah2184
    @rumaboruah2184 Před 4 lety +2

    Moi Ek Govt. Hr.Sec.Govt. school or Eng.PGT. Jodi teu bichare moi teuk porha xuna korai logot rakhibo bicharu.

  • @russelchrist
    @russelchrist Před 4 lety

    সাহসী ল'ৰা নবীন | নবীন তুমি এদিন প্ৰবীণ হ'বাই | আশা আৰু সাহসক জীয়াই ৰাখা | ৰাইজ তোমাৰ কাষত আছে আৰু থাকিবই ; মাঁথো সততাক জীয়াই ৰাখিবা |

  • @karishmahandiquesumkihandi1391

    god bless you...help korok tak..sobe val ke pohok hi..

  • @HbBabuYouTube
    @HbBabuYouTube Před 4 lety +1

    মই হেমন্ত ছেত্ৰী মোৰ ঘৰ বোকাখাটত মোৰ ঘৰত মই আৰু মোৰ মা দুই জন থাকোঁ যদি তেওঁ আমাৰ পৰিয়ালৰ সৈতে মিলি আমাৰ লগত থাকিব বিচাৰে তেতিয়া হলে মই লৈ আহিব পাৰিম মোৰ ভাইটি হৈ থাকিব পাৰিব তেওঁ যিমান লৈকে পঢ়িব বিচাৰে মই পঢ়াই দিম আৰু যদি পাছত তেওঁ বেলেগ কে থাকিব বিচাৰে থাকিব পাৰে মই full support কৰিম। যদি হয় আপোনালোকে তেওঁৰ লগত contact কৰাই দিয়ক মই কালিয়ে লৈ আনিম আৰু স্কুলত নাম লগাই দিম। মোৰ ম'বাইল নম্বৰ হৈছে - 9864577061 আৰু Whatsapp - 8310238161

  • @rakhirakhi6806
    @rakhirakhi6806 Před 4 lety

    vogobane mangal koribo bhaiti tumar,jibonot ketiau akolhoria nevabiba nijoke,hokolu ase tumar logot.

  • @assamstatus4072
    @assamstatus4072 Před 3 lety

    God bless you beta 🙏

  • @sadidali9373
    @sadidali9373 Před 3 lety

    He mor vai nobin tumak Allah talai jen dirgho jibi kore aru tumak jen allai dangor dighol kori ajon mahan adorsho bekti bonai tare dua kamona korilu

  • @taruborgohain3597
    @taruborgohain3597 Před 3 lety

    Thanks to all the time and money 💰💰💰💰

  • @dipupaying2942
    @dipupaying2942 Před 3 lety

    God bless you.....

  • @dipikasaikia863
    @dipikasaikia863 Před 2 lety

    God bless you

  • @sachinbaruah7266
    @sachinbaruah7266 Před 4 lety +1

    চকুলো সেমেকি উঠিল

  • @user-himanshu2760
    @user-himanshu2760 Před 3 lety

    সচাকৈ বহুত দুখ লাগিল।।।। ভগৱানে মংগল কৰক।।।।।

  • @junumikadasi853
    @junumikadasi853 Před 4 lety

    God bless you Bhogowan 2mar lgt Hodai thakibo Radha Rani 2mak Kripa koribo 2mi ejon Val dangor manuh hobo paribo .

  • @muslimabegum3998
    @muslimabegum3998 Před 3 lety

    News live hokole anekua Val Val khobor dibo lage bohut beya lagise dai keneke manuh jiyai thank Allah

  • @kishorbarman6233
    @kishorbarman6233 Před 4 lety +1

    Adin tmi bht dgr hofol mnhu hba .God bless u Dr bro ☺️

  • @behindthescreen1461
    @behindthescreen1461 Před 4 lety

    যদি কোনোবাই পাৰে তেওঁ ঘৰৰ ওচৰৰ কাৰোবাৰ মোবাইল নম্বৰ দিব পাৰিবনি ? যদি কোনো ব্যক্তিৰ অভিযোগ নাথাকে মই তেওঁক পঢ়াৰ সকলো দায়িত্ব লব বিচাৰো । যেতিয়ালৈকে পঢ়ে মই সহায় কৰিম , মই কোনো ডাঙৰ মানুহ নহয় বহু টকা থকা কিন্তু তেওঁক মই নিজৰ ভাইটি দৰে মৰম কৰি হাঁহি মুখে ৰাখিম ।

  • @ashiquralam7939
    @ashiquralam7939 Před 3 lety

    বহুত দুখ লাগিছে 😭😭😭

  • @dakikahmed542
    @dakikahmed542 Před 4 lety +6

    Kindly let me know how can I contact Nabin from Lakhimpur. Would like to provide him proper family life and help him in his schooling and higher education.

  • @janardanrabha6033
    @janardanrabha6033 Před 4 lety +12

    Kandi dibo mon goise o 😪😪😪😭

  • @jugaldas6360
    @jugaldas6360 Před 4 lety +1

    bohut beya lagil god bless you vaite

  • @monisankarbharadwaj5094
    @monisankarbharadwaj5094 Před 4 lety +1

    Keep it up nobin...

  • @manshimanshi9106
    @manshimanshi9106 Před 4 lety

    Tmi aguai jua

  • @khusumabegum3498
    @khusumabegum3498 Před 3 lety +2

    Allah bless you 🤲

  • @mainakouch5032
    @mainakouch5032 Před 3 lety

    লৰা জনক লগ পাবলৈ নাইবা তেওঁক অলপ মান সহায় কৰিবলৈ আপোনালোকে আপোনালোকৰ চেনেলটোৰ জৰিয়তে অনুগ্ৰহ কৰি সহায় কৰিব বুলি আশা ৰাখিলোঁ ,,

  • @bornalidang4332
    @bornalidang4332 Před 2 lety

    মা দেউতাৰ অবিহনে কেনেকৈ থাকিব বৰ দুখৰ কথা

  • @GeneralKnowledgeEnglishA
    @GeneralKnowledgeEnglishA Před 4 lety +1

    God bless u Nobin

  • @oinamnivaranidevi3202
    @oinamnivaranidevi3202 Před 10 měsíci

    সকলোৱে মিলি দাঙৰ তেওঁ কিবা এটা কৰিবলৈ সহায় কৰিম।

  • @nilamoniboruah3734
    @nilamoniboruah3734 Před 3 lety

    চরকারে নোরারে যদি বা পৰিয়ালে নোরারে মই লম দায়িত্ব লৰা জনর।

  • @anamikarajbongshianamika3141

    Sakupani ulai gol. Besera larato bor beya lgil .tumi vlkoi agbarhi juwa vaiti takei kamna krilo. God bless you

  • @dahutipadimpukhuribhurband1889

    Bhut bea lagise ai ghtna2

  • @user-ss5sk5dp5e
    @user-ss5sk5dp5e Před rokem

    Miss you vaite ❤❤❤

  • @madhurjyadas9418
    @madhurjyadas9418 Před 4 lety +1

    Mon baia lagi gol 😣😢😢😢😢😢😢😢vogamana a doya koriba krishna

  • @lakhyajyotibaruah6008
    @lakhyajyotibaruah6008 Před 3 lety

    😭😭 sinta nokoriba sob thik hoi jabo baba

  • @freefiregameankur6464
    @freefiregameankur6464 Před 4 lety +1

    চৰকাৰে সহায় কৰক please 😫🙏🙏💓

  • @rishandas2559
    @rishandas2559 Před 4 lety +1

    Good

  • @arupbarman8115
    @arupbarman8115 Před 4 lety

    কমেন্ট কৰি শুৱনী কৰাতকৈ পাৰে যদি একাউন্ট খুলি দিয়ক নহলে ওচৰত থকা কোনোবা একাউণ্ট নম্বৰ দিলে নবীনক সহায় কৰিবলৈ আগবাঢ়ি আহিব সকলো আৰু আমিও , লহ পহকৈ উঠি অহা অশেষ কষ্টৰে নবীনক মৰহী যাবলৈ নিদিব
    চকুলো বৈ গল

  • @trishnamedhi9639
    @trishnamedhi9639 Před 4 lety

    bohut bya lagil tumaloi nabin,sosakoi vagaban ase ne nai najanu ki Karim Moro tenekwa hoise bahut dukh paisu,

  • @sonikumar7065
    @sonikumar7065 Před 3 lety

    god bless you

  • @nityanandathengal9835
    @nityanandathengal9835 Před 3 lety

    Vayti tumak log korim tumar karone kiba eta korim ,, voy nokoriba tumi aguwai jua adin hokolu thik hoi jabo amar hokolure akhirbad tmr logot hodai thakibo 😭😭😭😭😭😭

  • @mondeepvlogs5228
    @mondeepvlogs5228 Před 4 lety

    তোমাক ভগৱানে আশীৰ্বাদ কৰে যেন

  • @dalidekadalideka4266
    @dalidekadalideka4266 Před rokem

    Val HB beta love you❤

  • @ponditbarman5482
    @ponditbarman5482 Před 4 lety +1

    GOD BLESS YOU

  • @mirzarahman8054
    @mirzarahman8054 Před 4 lety

    Thanks News live Chanel, anekua news diar karone. Lora tok hohai koribo lage hokoloye.

  • @rameshhazarika6726
    @rameshhazarika6726 Před 4 lety

    মাননীয় অসমৰ মুখ্যমন্ৰী মহোদয় ' মাননীয় অসমৰ বিত্তমন্ত্ৰী মহোদয় আৰু স্থানীয় বিধায়ক মহোদয় আৰু সন্মানীয় সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি/সম্পাদক ডাঙৰীয়া তথা অসমৰ জাতীয় দল সংগঠনৰ নেতৃবৃন্দ আপুনালোকে এই দুৰ্ভগীয়া নবীন গগৈক সহায় কৰাৰ পদক্ষেপ লওক।ভগবানে দুৰ্ভগীয়া নবীনকৰ জীৱন সংগ্ৰামত আৰ্শীষ প্ৰদান কৰাৰ প্ৰাৰ্থনা জনালো।

  • @nihaaldev6891
    @nihaaldev6891 Před 4 lety

    hosake maa nathkile jibon bht adhorua..mi nije every moment feel kru..miss u maa 😑

  • @mridulbaruahmotivetion9947

    Jibon tu bohut kothin

  • @jyotiraninath2882
    @jyotiraninath2882 Před rokem

    God help you beta

  • @pankajdas5034
    @pankajdas5034 Před 3 lety

    God bls u

  • @deepalidas9213
    @deepalidas9213 Před 3 lety +1

    Very heartbreaking news.babu God bless u.i want to meet u.

  • @pradiptaboruah3115
    @pradiptaboruah3115 Před 11 měsíci

    God bless you ❤❤😢

  • @bhaskarnath949
    @bhaskarnath949 Před 4 lety +2

    9101355987 moi jimnn paru khohaii koremm...janabo apakk......lorator logt asuu ...jibon khngrammm kora bhhtt kothinnn...arambhonite lorator jibonole ji dhumuha nami ahill.tak rudhh korebo amii.khokoluyee agbahibo lgiboo.moi asu bhaityy tumar logtt.....