অসমীয়া, হিন্দী, নেপালী ভাষাত গান গাব পৰা এগৰাকী ছাত্ৰী; সৰুতেই মাক- দেউতাকক হেৰুৱাইছে তাই

Sdílet
Vložit
  • čas přidán 15. 02. 2020
  • অসমীয়া, হিন্দী, নেপালী ভাষাত গান গাব পৰা এগৰাকী ছাত্ৰী; সৰুতেই মাক- দেউতাকক হেৰুৱাইছে তাই
    #NewsLive #AssamNews
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 2,4K

  • @hemantadas9163
    @hemantadas9163 Před 4 lety +324

    নিউজ লাইভক মই বহুত ধন্যবাদ জনাইছো এনেকুৱা বাতৰি পৰিবেশন কৰি অহা বাৰে

    • @amardeka7186
      @amardeka7186 Před 4 lety +4

      ধন্যবাদ বুলিলে নহব পাৰিলে সহায় কৰক

    • @jahiburrahman6751
      @jahiburrahman6751 Před 4 lety +2

      Good

    • @mithundevnath7599
      @mithundevnath7599 Před 4 lety

      Plus

    • @mohansharma4894
      @mohansharma4894 Před 4 lety +1

      👍👍👍👍👍👍🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌👌👌👌👌

    • @DrShreeFitness
      @DrShreeFitness Před 4 lety

      Assames brother and sister ... Stay fit during Corona time....Joi ai oxom

  • @dihingiavlog4648
    @dihingiavlog4648 Před 4 lety +142

    "তুমিও কনকলতাতকৈ কম নহয়"আৰু সুন্দৰ কণ্ঠ প্ৰশিক্ষণৰ সুবিধা পালে বহুতেই আগ বাহিব বুলি দৃঢ় বিশ্বাস

  • @hrishitadutta3938
    @hrishitadutta3938 Před 3 lety +30

    ভগৱানে তোমাৰ মংগল কৰক ভণ্টি ❤️❤️ God bless you.. 😘😘😘

  • @sonaramdoley831
    @sonaramdoley831 Před 3 lety +13

    মই ছোৱালী জনীলৈ বৰ মৰম লাগে অই ইমান সৰু ছোৱালী জনী নিজৰ শাৰীৰিকটো কষ্ট কৰি' ভৱিষ্যতলৈ আগুৱাই যাবলৈ যত্ন কৰিছে মই আৰু তাইৰ উজ্জ্বল ভৱিষ্যতলৈ কামনা কৰিছোঁ ।

  • @lakshyajitduttasvlogs3046
    @lakshyajitduttasvlogs3046 Před 4 lety +588

    ইমান সৰুতেই জীৱন যুদ্ধত যুজিবলৈ শিকা কনমানিজনিজনিলৈ শুভেচ্ছা জনাইছোঁ৷

  • @papuborgohain5572
    @papuborgohain5572 Před 4 lety +60

    আগবাঢ়ি যোৱা তোমাৰ লগত ভগৱানৰ আশীৰ্বাদ আছে👍👍❤

    • @nitumedhinamitamedhi528
      @nitumedhinamitamedhi528 Před 4 lety +1

      Papa tomar nambr to diba

    • @archanasharma8218
      @archanasharma8218 Před 4 lety

      kun papa

    • @nurjamalsheikh1339
      @nurjamalsheikh1339 Před 4 lety

      এনেকৈ নহয়
      আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো ভগৱান তোমাক সহায় কৰিব।
      (ভগৱানে আশীৰ্বাদ কৰে নেকি?)

    • @ManajkumarRabha
      @ManajkumarRabha Před 2 měsíci

      ❤😂🎉😢😮😅😊

    • @ManajkumarRabha
      @ManajkumarRabha Před 2 měsíci

      ❤😂🎉😢😮😅😊 0:45

  • @focus008
    @focus008 Před 3 lety +64

    ভগবানে তোমাক মঙ্গল কৰক তুমি আগুৱাই যোৱা মাইনা pray কৰিছোঁ 🙏🙏🙏

  • @nelsonbasumatary5964
    @nelsonbasumatary5964 Před 3 lety +18

    Really encouraging story........I really feels bad but God is with her....God bless her......She is going to encourage or become grace to everybody...This little girl teach us that even in the bad situation don't lose hope whatever the situation is face the situation and standing tall....She is a great example for who suicide and lose hope with their lives....♥️♥️♥️♥️👍👍👍👍👍👍God bless you.....

  • @baloramdas8259
    @baloramdas8259 Před 4 lety +630

    এনেকুৱা বাতৰি প্ৰকাশ কৰক।
    তাইক সহায় কৰিব লাগে সকলোৱে।

  • @kumalikakashyap832
    @kumalikakashyap832 Před 4 lety +228

    I request to government to give her a home and secured her life.

  • @mintupangingofficial6705
    @mintupangingofficial6705 Před 4 lety +93

    ভগৱানে আশীৰ্বাদ দিব মাইনা তাৰে কামনাৰে 🙏🙏
    বহুত সুন্দৰ কণ্ঠ

  • @ranugogoi632
    @ranugogoi632 Před 3 lety +12

    ঈশ্বৰে তোমাৰ মঙ্গল কৰক । শত কোটি প্ৰণাম জনাইছোঁ ।

  • @simantadeka9814
    @simantadeka9814 Před 4 lety +123

    কেনেকৈ মই হেল্প কৰিব পাৰিব??
    😔😔😭😭😭বেয়া লাগিল ইমান struggle কৰি আছে,,, কণমানি টোৱে,, ।। জীৱন জিন্দাবাদ,, 🙏🙏🙏🙏

  • @JahidulIslam-bk4wm
    @JahidulIslam-bk4wm Před 4 lety +83

    ষ্টুডিঅ'ত লৈ এটি ফোন ইন অনুষ্ঠানৰ ব্যৱস্থা কৰক। আমি সকলোৱে তাইক সহায় কৰিব বিচাৰো।। অনুগ্ৰহ কৰি তাইক সহায়ৰ ব্যৱস্থা কৰক।

  • @bora1699
    @bora1699 Před 3 lety +13

    সছাকৈয়ে মৰ্মান্তিক ঘটনা । হে ভগৱান তাই তোমাৰ আশীৰ্বাদ দি উদ্ধাৰ কৰা।

  • @archanabhuyan1022
    @archanabhuyan1022 Před rokem +4

    কণমানিজনীলৈ অন্তৰৰ পৰা শুভেচ্ছা , মৰম , আশীৰ্বাদ জনাইছোঁ । ভৱিষ্যত জীৱন সাৱলীল ও সুন্দৰ হওক ।

  • @rajibpradha3907
    @rajibpradha3907 Před 4 lety +151

    পোন প্ৰথমে নিউজ লাইভৰ সাংবাদিক ডাঙৰীয়াক মোৰ বহুত বহুত ধন্যবাদ থাকিল ।তাই সচাকৈ বৰ সাহসী ।মইও তাইক সহায় সহযোগ কৰিবলৈ বিচাৰিছো।

  • @somethingnew8154
    @somethingnew8154 Před 4 lety +184

    ধন্যবাদ NEWS LIVE
    কি সুন্দৰ গান গায়
    সকলোৱে চেষ্টা কৰক সহায় কৰক

  • @mdmonowarali5708
    @mdmonowarali5708 Před 4 lety +94

    ছোৱালীজনী ভাল গায়িকা হবো পাৰিব
    তাইক সহায় কৰিব লাগে আহক আমি সকলোৱেই তাইক সহায় কৰো

  • @khagenkalita805
    @khagenkalita805 Před 3 lety +30

    ইমন কম বয়সতে কষ্ট কৰি পঢা শুনা কৰিছে,পিতৃও নাই কনমানাজনীৰলৈ শুভেচ্ছা জনাইছো আৰু ভবিষ্যত উজ্বল কামনা কৰিছোঁ ।

  • @manikachoudhury8005
    @manikachoudhury8005 Před 4 lety +38

    Iman dhuniya maat xur 😍😍😍 she gonna see a Bright tomorrow❤❤❤

  • @ribulhussainmufti679
    @ribulhussainmufti679 Před 4 lety +75

    😢😢😢😢😢
    তুমি আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ । লগতে দল সংগঠন আৰু চৰকাৰে তাইক সহায় কৰে তাৰেই আহ্বান জনালোঁ। । মানুহৰ মানসিকতা দেখি আচৰিত লাগে ইয়াতো বহুতে dislike কৰিছে চি চি চি

  • @surabhisonowal4366
    @surabhisonowal4366 Před 11 měsíci +4

    বহুত দুখ লাগিল. ভগবানে আইজনী তোমোক সহায় কৰক/তোমাৰ গান শুনিলো

  • @rubiborah3436
    @rubiborah3436 Před 11 měsíci +9

    এই সকল দুৰ্ভগীয়া পৰিয়ালক চৰকাৰে দেখি নাপাই নেকি? ইমান দুখ কষ্টত আইতাকৰ সৈতে দিন ৰাতি কটাব লগীয়া হৈছে,সঁচাকৈ বহুত দুখৰ বিষয়। ❤❤😭😭😭❤️❤️

  • @rajsharma9126
    @rajsharma9126 Před 4 lety +21

    নিউজ লাইভ ক অশেষ ধ্যনবাদ এই বাতৰি প্ৰকাশ কৰাৰ কাৰণে

  • @pinkumanichoudhury9373
    @pinkumanichoudhury9373 Před rokem +2

    কণমানি গৰাকীলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ, 👍❤️

  • @hariprasad9123
    @hariprasad9123 Před 3 lety +3

    কনমানি ছাত্ৰী গৰাকীৰ ভবিষ্যত জীৱন সুখময়,শান্তিময় হওক তাৰে কামনাৰে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো |

  • @axomiyalora7246
    @axomiyalora7246 Před 4 lety +42

    God bless you maina , I request, অসম চৰকাৰে এই মাইনাজনীক সহায় কৰে যেন,

  • @khorsingmillick7392
    @khorsingmillick7392 Před 4 lety +62

    I request the govt of Assam to help her lmmediatly.

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 2 lety +2

    কণমানি ভন্তি জনীলৈঅশেষ ধন্যবাদ দিয়াৰ ভবিষ্যত উজ্বল কামনা কৰিলো।কাহিনী শুনিবহুত বেয়া লাগিল।

  • @kailashdarjee3819
    @kailashdarjee3819 Před 4 lety +12

    May God bless you
    ...May the lord be with you always...

  • @Rinki1512
    @Rinki1512 Před 4 lety +27

    বেয়া লাগিল 😭ভগৱানে মঙ্গল কৰক।সুন্দৰ গাইছে 😍😍

  • @AkashAkash-nz4ew
    @AkashAkash-nz4ew Před 4 lety +41

    বহুত দুখ লাগিল

  • @rajubaruah2852
    @rajubaruah2852 Před 3 lety +4

    তুমি আগবাঢ়ি যোৱা । ঈশ্বৰৰে তোমাক সহায় কৰিব মাইনা ।

  • @mintuali9174
    @mintuali9174 Před 4 lety +131

    আল্লাই মাইনাজনীৰ ভাল কৰে যেন মই আল্লাহৰ ওচৰত দুৱা কৰিছো

  • @Botgirl18
    @Botgirl18 Před 4 lety +133

    ঈশ্বৰে মংগল কৰক কামনা কৰিলোঁ😘😘😘

  • @BIRSON749
    @BIRSON749 Před 4 lety +11

    God bless you my child🙏🙏🙏🙏Oh lokhimon3 1 day u will reach to indian idol... U will succeed ...100%

  • @Binayvlogs6
    @Binayvlogs6 Před 3 lety +4

    News live Thankyou so much anedore khohai kori juwa apunalokei help kora aru sir hot .. 😭 beya lagil eman kosto disa kam koribo disila titia nijor beti doreo morom dibo para hoi 😭..

  • @muzahidulislam1739
    @muzahidulislam1739 Před 4 lety +83

    তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো

  • @rinadeka2756
    @rinadeka2756 Před 2 lety +6

    ইমান ধুনীয়া কণ্ঠ ভাল সুবিধা যদি দিয়ে বহু ওপৰলৈ যাব পাৰিব । স্মৃতি শক্তি বহুত ভাল। সকলোৱে সহায় কৰক তাইক।

  • @ujjaldas2749
    @ujjaldas2749 Před 2 lety +3

    মইনা জনিক ঈশ্বৰে মংগল কৰক তাৰে কামনা 🙏

  • @monujofficial5952
    @monujofficial5952 Před 4 lety +431

    এবাৰ ছোৱালীটোৰ বাবে like কৰক

  • @tankeswarrabha2894
    @tankeswarrabha2894 Před 4 lety +112

    তাই ভাল গায়িকা হ'ব পাৰিব।স্পষ্ট আৰু ধুনীয়া মাত।

  • @rumeekalita3812
    @rumeekalita3812 Před 3 lety +35

    ✊😊💐💐তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিছো মাইনা ইশ্বৰে তোমাৰ মংগল কৰক | ভালকৈ পঢ়িবা সদায় |🙏🌈

  • @lakhigogoi5243
    @lakhigogoi5243 Před 2 lety +1

    বহুত বহুত ধন্যবাদ News live 🙏আৰু এই কনমানি জনিৰ ভৱিষ্যতৰ জীৱন ঈশ্বৰে সদায় উজ্জ্বল কৰি আগুৱাই নিয়ে যেন🙏আৰু তাইৰ বাবে চৰকাৰে এটি ঘৰ আৰু অভাৱৰ পৰা সহায়ৰ হাত আগুৱাই দিয়ে ধন্যবাদ🙏🛐🙏

  • @digantadutta4839
    @digantadutta4839 Před 4 lety +205

    কোনোবাই তাইক মোক লগ কৰাই দিব নেকি । তাই থিকনাতো দিলেও হব ।

  • @KiranGogoi20
    @KiranGogoi20 Před 4 lety +38

    Mind blowing.. ইমান ওচৰত ইমান ভাল ভাল মানুহ বোৰ যে আছে গমেই নাপাওঁ, লগ পাম দিয়া ভন্টি জনি,.. ♥️♥️🔥

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 Před 4 lety +2

      Moi o ako xubidha napalo....gitor potharkhonot vori diboloi...moi o git gaisilu .4bosoror porai...mone mone gaisilu... bhogobanor kripat ei sowali jonik mediyai dekhaise ..god bless her...Tai eti ujjal votatora hoi jiliki thakibo

    • @KiranGogoi20
      @KiranGogoi20 Před 4 lety +2

      @@oxomiyajiyori_youtubechann6046
      এতিয়াও সময় আছে, যদি আপোনাৰ প্ৰতিভা আছে U will Start As A CZcams Cover Singer..

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 Před 4 lety +2

      @@KiranGogoi20 how can I start at first 🙏I don't know about CZcams cover singing ..moi nishoy dim

    • @KiranGogoi20
      @KiranGogoi20 Před 4 lety +1

      @@oxomiyajiyori_youtubechann6046
      Eyat Anekoi Valkoi Bujai Kobo nuarim.. Mk Insta koribo pare kirango_goi101 Nhle Whtsap

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 Před 4 lety

      @@KiranGogoi20 if you will believe ..I really don't have any WhatsApp or Facebook... Instagram... sorry🙏 brother

  • @Victor-bq2eu
    @Victor-bq2eu Před 4 lety +3

    তোমাৰ অদম্য সাহস আ্ছে ,তুমি আগুৱাই যোৱা ; সফলতা নিশ্চিত ।

  • @amazingshow7512
    @amazingshow7512 Před 4 lety +1

    ইমান সৰুতেই জীৱনত সংগ্ৰাম কৰিবলগীয়া হৈছে কনমানি জনী আগুৱাই যোৱা শুভেচ্ছা থাকিল দেই।

  • @pankajpradhan4304
    @pankajpradhan4304 Před 4 lety +24

    Thanks to news live. Appreciate for finding diamonds of Assam and showing

  • @bikashchetry5365
    @bikashchetry5365 Před 4 lety +68

    বহুত বহুত ধন্যবাদ News live 🙏🙏🙏🙏

  • @moromiray7356
    @moromiray7356 Před 2 lety +24

    ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তাই আগুৱাই যোৱাত একো কস্ত নহয়🙏🙏🙏❤️

  • @hitreswarphukan9895
    @hitreswarphukan9895 Před 3 lety +2

    অতি সুন্দৰ । !! ঔঁম শান্তি !!

  • @puneswarlakra5048
    @puneswarlakra5048 Před 4 lety +8

    তাইক সকলোৱে সহায় কৰিব লাগে, সঁচাকৈয়ে তেওঁৰ জীৱন টো বহুত কষ্ট ৰে কাটিছে।

  • @goutamdasd3263
    @goutamdasd3263 Před 4 lety +103

    যেতিয়া এইখন পৃথিবীত কোনো আশ্ৰয় নোহোৱা এজন ব্যক্তিৰ সেইজন ব্যক্তিৰ ওপৰত সদায় ঈশ্বৰৰ আশীৰ্বাদ থাকে।জয় মা সৰস্বতী জয় মা লক্ষ্মী জয় মা পাৰ্বতী।🌺

  • @pareshpayeng1574
    @pareshpayeng1574 Před 3 lety +2

    মই আশা কৰোঁ যে ভগৱানে তোমাক সহায়ক কৰে

  • @subhradeephazarika2746
    @subhradeephazarika2746 Před 2 lety +2

    🙏🙏 তোমাক ভগৱান নে সহায় কৰে যেন 🙏🙏

  • @ddharkisku7802
    @ddharkisku7802 Před 4 lety +45

    ভগবানে তোমাক ভালে কৌশলে ৰাখক

  • @jyotishjyotish653
    @jyotishjyotish653 Před 4 lety +16

    তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @learnenglisheasily522
    @learnenglisheasily522 Před rokem +1

    এইয়া মহান ছোৱালী ভৱিষ্যতে ভগৱানে মহান মানুহ হিচাপে হ'বলৈ আশীৰ্বাদ দিয়ক।

  • @ayotriphukonmohan9170
    @ayotriphukonmohan9170 Před 2 lety +1

    বৰ দুখ লাগে ৷ মাইনা ভগৱানে তোমাক সহায় কৰক

  • @durlobsonowal8973
    @durlobsonowal8973 Před 4 lety +13

    সচাকৈ ইমান দুখ লগা কাহিনী

  • @bipuldeka8299
    @bipuldeka8299 Před 4 lety +75

    CM sowa, 30 Cr boliwoodk diatkoi enekuwa manuhak dia

  • @arpanagoswami4249
    @arpanagoswami4249 Před 3 lety +1

    ছোৱালী জনীক আগুৱাই যোৱাৰ বাবে ভগৱানে সহায় কৰে যেন আৰু তেওঁৰ প্ৰতিভা বিকাশৰ বাবে ম ই সদায় প্ৰাৰ্থনা জনাম।

  • @bhupenbhuyan6213
    @bhupenbhuyan6213 Před 3 lety +2

    ভগৱানে তেওঁক সহায় কৰক তাকে কামনা কাৰো ।

  • @bhramardebnath2980
    @bhramardebnath2980 Před 4 lety +32

    She is a real inspiration . Oh God, help the little girl🙏

  • @user-gx2br8nf7q
    @user-gx2br8nf7q Před 4 lety +4

    কনমানি জনীৰ প্ৰতিভাত আমি সকলোৱে সহায় কৰতো উচিত হ'ব। আৰু নিঠৰুৱ কনমানি ছোৱালী জনী চৰকাৰে ও সহায় কৰক। তাৰে কামনা কৰিছোঁ। ধন্যবাদ নিউজ লাইভ ধন্যবাদ, কনমানি জনিৰ প্ৰতিভক দাঙি ধৰাৰ বাবে। ধন্যবাদ।

  • @sweetychakraborty3787
    @sweetychakraborty3787 Před 8 měsíci +1

    ইশ্বর যাতে এই ছোট্ট মেয়েটির সকল স্বপ্ন বাস্তবে পরিণত করেন 🎉❤

  • @ManjuDevi-ly4jx
    @ManjuDevi-ly4jx Před rokem +1

    বহুত মৰম আৰু শুভেচ্ছা জনালো। মন মায়া আগুৱাই যোৱা জীৱনত।

  • @archanaray914
    @archanaray914 Před 4 lety +28

    I also don't have my mother 😢😢😢😭, I cried hard that she haven't both mother and father even 😢😢😢 God bless you my sis , keep going in positive way💙😢😢💙💙

  • @sureshrabha6406
    @sureshrabha6406 Před 4 lety +41

    May god bless you dear govt help her imdt

  • @surenboruah3241
    @surenboruah3241 Před 2 lety +1

    তুমি আগোৱাই যোৱা। আশীৰ্বাদ থাকিল

  • @taratamang219
    @taratamang219 Před 3 lety +3

    Thank you News Live. She is bright, she can do, she can achieve her dream. She needs helping hand...

  • @bablubharali3629
    @bablubharali3629 Před 4 lety +6

    শুভেচ্ছা থাকিল কণমানি ছোৱালী জনীলে ভৱিষ্যতে বহুত আগুৱাই যাওঁক
    আৰু ধন্যবাদ news live

  • @manalishagogoi5519
    @manalishagogoi5519 Před 4 lety +23

    অসমীয়া 👏💓

  • @sktudu3615
    @sktudu3615 Před 4 lety +1

    মা দেউতা নাথাকিলে বহত দুখ লাগে

  • @debaphukan489
    @debaphukan489 Před 11 měsíci +1

    ভগৱানে,তাই,জীৱনতো,সুখৰ,কৰক,তাৰেই,ভগৱানৰ, ওচৰত প্ৰাৰ্থনা জনাইছো

  • @JahidulIslam-bk4wm
    @JahidulIslam-bk4wm Před 4 lety +58

    এই ভিডিঅ' Dislike কৰা কেইজনক আপোনালোকে কি ক'ব? সেই কেইজন মানুহ নহয় যেন লাগে।

    • @assamgaming1883
      @assamgaming1883 Před 4 lety +2

      Hoi da

    • @suntigogoi2404
      @suntigogoi2404 Před 4 lety +1

      hoi dai

    • @user-yp5ct1sp6c
      @user-yp5ct1sp6c Před 4 lety +1

      Dislike দিয়াবোৰ 1 no অহংকাৰী

    • @rsaikia7525
      @rsaikia7525 Před 3 lety +1

      Dislike kora keita 100% motlabi pagol...shihot dhongshwar mukholoi aguwai jauk, ishwarok parthona jonaisu.

  • @simideka6899
    @simideka6899 Před 4 lety +43

    ধুনীয়া কণ্ঠ,,🥰🥰🥰👌👌👌

  • @tutumonichetia9209
    @tutumonichetia9209 Před 4 lety +1

    সছাই তাই মনমায়া তাইৰ উদ্যম দেখি আচৰিত মানিছো তাইক সহাই কৰিবলৈ মন গৈছে অনুসন্ধান পালে নিশ্চয় কৰিম ।

  • @durganewar2102
    @durganewar2102 Před rokem +1

    উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ভন্টি তোমালৈ

  • @roshidulsk6447
    @roshidulsk6447 Před 4 lety +18

    Wonderful voice....Go ahead vonti....

  • @mylife.5556
    @mylife.5556 Před 4 lety +30

    অই হাসহি তুমি আগলৈ গৈ বহুত ভাল মানুহ হোৱা মোৰ আশীৰ্বাৰ থাকিল মই না

  • @jimpiboruah9452
    @jimpiboruah9452 Před 8 měsíci +1

    Thank you news live and team for promoting her❤❤

  • @kedardhakal6444
    @kedardhakal6444 Před 3 lety +1

    ভাল লাগিল এনেকুৱা কথাটো খোজী কাজী দেখুৱাই ভাল মিডীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভবিষ্যত উজ্বল কামনা জনালোঁ। কণমানীক সহায় কৰিবলৈ আগবাঢ়ি যায় ধন্যবাদ।

  • @_skhan1142
    @_skhan1142 Před 4 lety +9

    Thank you News Live
    Bohut beya lagil konmani suwali jonik sai

  • @mukundaroy6106
    @mukundaroy6106 Před 4 lety +6

    সংগ্ৰামী জীৱন সফল হওক তোমাৰ।।।

  • @bablubharali962
    @bablubharali962 Před 2 lety +1

    অসম চৰকাৰলৈ আমাৰ এটাই অনুৰোধ দুখীয়া শ্ৰেণী মানুহক অলপ চাওক কাৰণ তেখেত সকলও মানুহেই তেওঁলোকক আওকান কৰি আমি অসমীয়া জাতিটো সম্পূৰ্ণ হব নোৱাৰো ,অসমত বহুত দুখীয়া মানুহ আছে যি ভালকৈ খাবলৈ পিন্ধিবলৈ চিন্তা কৰে ,বহুতে চৰকাৰী সহায্যৰ পৰা বঞ্চিত হৈ আছে তেওঁলোক এবাৰ চাওক ,,

  • @rantuborah2768
    @rantuborah2768 Před 4 lety +5

    news live লৈ বহুত বহুত শুভেচ্ছা থাকিল কাৰন আপোনালোকৰ এনে পদক্ষেপক আমি সলাগ লৈছো really selut

  • @khairulislam4615
    @khairulislam4615 Před 4 lety +18

    Monot bohut dukh lagil ,,,

  • @greatreadywithme6682
    @greatreadywithme6682 Před 4 lety +1

    বহুত বহুত ধুনীয়া

  • @gakulchetri8682
    @gakulchetri8682 Před 4 lety +2

    Nice 😘 sister aguai jua ভগবানৰ ওচৰত এটা প্ৰ কৰোঁ tume val thaka

  • @monujpegu2717
    @monujpegu2717 Před 4 lety +13

    God bless you sister 🙏🙏🙏🙏🙏🙏❣️❣️❣️

  • @queendeka6354
    @queendeka6354 Před 4 lety +3

    মইনাৰ উচ্চাৰন বিলাক সাবলীল...
    বহুত ভাল লাগিল...মনৰ আশাবোৰ পূৰণ হওক...
    শুভকামনা যাচিলোঁ....

  • @TD-yl1jv
    @TD-yl1jv Před 3 lety +1

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কনমানিলৈ

  • @preronagogoi8457
    @preronagogoi8457 Před 2 lety +1

    ইমান ধুনীয়া গাইছে 🙂

  • @simideka6899
    @simideka6899 Před 4 lety +15

    Wwooww god bless you siso,,,😲😲😲👌👌👌🙏🏽🙏🏽🙏🏽🥰🥰🥰

  • @DeepakGupta-uf2no
    @DeepakGupta-uf2no Před 4 lety +5

    Thank you News Live and team for promoting her❤❤ ❤

  • @hemantanewvlogsassam7417
    @hemantanewvlogsassam7417 Před 9 měsíci +1

    তোমাৰ ভবিষ্যত উজ্জ্বল হক তাকেই কামনা কৰিলো।

  • @Natureluv78
    @Natureluv78 Před rokem +1

    তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤️🌸