জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা

Sdílet
Vložit
  • čas přidán 25. 06. 2022
  • ⭕️ জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী।
    ⭕️ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা।
    ⭕️ নিশাৰ ভিৰতৰে সন্তানটি কেনেকৈ কন্যা হ’ল?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 1,3K

  • @janmoni7
    @janmoni7 Před 2 lety +33

    কিছুমানৰ ল’ৰা নাই ছোৱালী থকা গাৰ্জেনে ল’ৰা লাগিব বুলি পাতি থয় ডাক্তৰ নাৰ্ছৰ লগত সালসলনি কৰি দিয়ে শুনিছোহে দেই কিছুমানে কোৱা ৷ 🙏

  • @assamessvlog7846
    @assamessvlog7846 Před 2 lety +266

    ভাল দৰে তদন্ত কৰক সকলো ওলাই পৰিব, লোকৰ কেঁচুৱা টো কিয় বাৰু হাল সলনি কৰিব লাগে, লৰা হওঁক বা ছোৱালী নিজৰে তেজৰ নহৈ জানো মানো বোৰ মূৰত বিকৃতী ঘটিছে সঁচাই,

  • @bijukonwar5787
    @bijukonwar5787 Před 2 lety +242

    আটাই কেইজনী কেচূৱা মাকক আৰু কেচূৱাক DNA টেষ্ট কৰক আজিয়েই ।মূখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রীয়ে নিজেই তদন্ত আৰম্ভ কৰক।

  • @goutamborahvlogs7016
    @goutamborahvlogs7016 Před 2 lety +6

    বহুত খেলি মেলি আছে lakhimpur medical colleget, মই নিজেই ভুক্তভোগী, ভালদৰে তদন্ত কৰক চব ওলাই পৰিব

  • @akhilff4325
    @akhilff4325 Před 2 lety +127

    লখিমপুৰ doctor নাৰ্চ বোৰক বেলেক ঠাইলৈ বদলি কৰি দিব লাগে । আগৰ পৰাই এনেকুৱাই কৰি আছে

  • @basisthaacharya6590
    @basisthaacharya6590 Před 2 lety +129

    অভিভাৱকে আৰক্ষীত এন্ট্ৰি দি ৰাখক আৰু কোৰ্টৰ অনুমতি সাপেক্ষে ডি এন এ পৰীক্ষা কৰাওক। তেতিয়া হয়তো হস্পিটেলত ভূল বশত ল'ৰা বা ছোৱালী লিখা খেলিমেলি ওলাব। তাৰোপৰি আৰক্ষীয়ে তদন্ত কৰিলে নিশ্চয় সকলো ওলাই পৰিব।

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n Před 2 lety +15

    আজিয়ে হস্পিটেলৰ চিচি টিভি ফুতেজ ছেক কৰক সকলো কথা পোহৰলৈ আহিব আৰু সত্য বিচাৰ কৰক আৰু তেঁও লোকক উৎচিত সিদ্ধান্ত লোৱা ব্যৱস্থা কৰক 🙏🏾🙏🏾🙏🏾

  • @rojonigondha8554
    @rojonigondha8554 Před 2 lety +151

    চিচতাৰ সকলৰ কথাবিলাক ভেজাল।ভালকৈ মন কৰক।

  • @bijukonwar5787
    @bijukonwar5787 Před 2 lety +125

    সাধাৰণ লোক যেন দেখিলে এনে কাম কৰা বহুত ঘটনা শুনিবলৈ পোৱা যায়। কতব্যত থকা নাচক তদন্ত কৰক। চিচি টি ভি তদন্তৰ কৰক।

  • @kairahazarika1793
    @kairahazarika1793 Před 2 lety +215

    গাৰ কাপোৰ যদি একে আছে।তেন্তে ৰহস্য আছে।ভালদৰে তদন্ত কৰক।hospitalor dukho hoi

  • @nipulburagohain4333
    @nipulburagohain4333 Před 2 lety +11

    দেলিভাৰি ৰুমত গন্ডগোল লগাই ছে, বাহিৰত নহয়,গতিকে ইয়াৰ উচিত তদন্ত হব লাগে নহলে অদুৰ ভবিষ্যতে ও এনে কায্য চলি থাকিব।

  • @anukalita705
    @anukalita705 Před 2 lety +4

    যেতিয়া বেবিতো মাকক দেখুৱাই ওপৰত বেবি ৰুমত লৈ গ'ল, তাৰ পিছত তাতেই সাল সলনি হ'ল। কাপোৰ খিনি একেই পিন্ধাই দিলে। অভিভাৱক আৰু প্ৰসুতি গৰাকী অলপ অজলা যেন লাগে যে গতিকে কাৰবাৰ তো হৈ গ'ল।

  • @susmibaruah1903
    @susmibaruah1903 Před 2 lety +179

    তিনিটা বেবী লৰা নাছিল ,তাৰে এটি ছোৱালী আছিল ডক্টৰে বা নাৰ্চে বদলি কৰিবৰ কাৰণে তিনিটা বেবী লৰা বুলি এনেই প্ৰচাৰ কৰিলে .

  • @priyamtaye7930
    @priyamtaye7930 Před 2 lety +29

    এনেকুৱা কেছ যোৱা বছৰতো হ'ব লৈছিল লক্ষীমপুৰ মেডিকেল কলেজত

  • @ultra8142
    @ultra8142 Před 2 lety +7

    Delivery কৰাৰ Time ত মতা মানুহ কিয় সোমাব নিদিয়ে 😡 কাৰণ

  • @ranjanbora9722
    @ranjanbora9722 Před 2 lety +41

    সৰু ঘটনা বুলি এৰি নিদিব দায়িত্বত থকা সকলৰ ওপৰত কঠোৰ তদন্ত কৰক।

  • @depasharma4344
    @depasharma4344 Před 2 lety +130

    আচৰিত মানুহ পালো‌‌ তিনি গৰাকীকৈ মহিলা আছে অথচ ২০ ঘন্টা লৈকে এবাৰো নেচালে বেবীটো আচলতে ল'ৰা নে ছোৱালী আৰু এটা কথা ইমান সময় কেঁচুৱা টোৱে পেছাব পায়খানাও কৰা নাছিল নে ।ইমান সুস্থ অৱস্থাত থকা মাক জনীৰ নিজৰ কেচুৱাটো এবাৰ চাবলৈও মন নগ'ল নে কথাটো যথেষ্ঠ পাক লগা ।এনে‌ দায়িত্ব হীন সাৰ শূণ্য মানুহ ৰ বাবেই এনে ঘটনা ঘটে

  • @soonadevi6372
    @soonadevi6372 Před 2 lety +73

    DNA test korile gom puwa jabo

  • @chitraborgohain7165
    @chitraborgohain7165 Před 2 lety +3

    আমি অসমৰ অসমীয়া আৰু সেই অসমীয়াকেই কিয় ঠগাই। এগৰাকী মাকেহে গম পাই সন্তান জন্ম দিয়াত কিমান কষ্টকৰ, বেদনাৰ সঞ্চাৰ হয়। বিষয়টো সকলোৰে দৃষ্টিগোচৰ হোৱাৰ লগতে উচিত তদন্ত হোৱাৰ প্ৰয়োজন নহ'লে তেওঁলোকৰ দৰে আৰু কাৰুবাৰ ভৱিষ্যতে একেই দশাই হ'ব এইটো খাতাং।

  • @paramanandataid575
    @paramanandataid575 Před 2 lety +6

    বহুত বদনাম কৰিছে লক্ষীমপুৰবিসীক।।অতি সোনকালে তদন্ত কৰক নহলে পিছলৈ বহুত সমস্যা হব।।